ক’ত হেৰাই থাকিল ৰমেন বৰুৱা?

Поделиться
HTML-код
  • Опубликовано: 15 янв 2025

Комментарии • 152

  • @binabina-kn8rh
    @binabina-kn8rh 5 месяцев назад +31

    তোমাৰ দেউতা নিৰুদ্দেশ। অথচ তোমাৰ আবেগ বোলা একো নাই।কি আচৰিত।কি মজা অভিনয়।।

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj 5 месяцев назад +13

    এনে পৰিয়াল মানুহৰ সন্তানৰ কথা শুনি এনেকুৱা অনুভৱ হয় ওপৰে ৰ্ংচং ভিতৰি কোৱা ভাটৌৰ ।

  • @mintudutta8074
    @mintudutta8074 5 месяцев назад +17

    পুলিচৰ দুই কোপ পোৱা লগে লগে সচা কথা ওলাব... মদাহি বাইদেউ...

  • @sashibhatta5198
    @sashibhatta5198 5 месяцев назад +8

    সুস্থ মানসিকতাৰ জীয়ৰী এগৰাকীয়ে পিতৃ দুই-তিনি ধৰি সন্ধানহীন হোৱা, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদৰ পানীৰ নিচেই কাষত নোহোৱা হোৱাৰ পিছত এটোপাল চকুলো নিগৰোৱাকৈ ইমান সহজভাৱে, সাৱলীলভাৱে বৰ্ণনা দিব পাৰেনে ? সুদীৰ্ঘ সময়ৰ অন্ততহে বতাহত মিলি যোৱা পিতৃৰ কন্যাৰ সাক্ষাৎকাৰ লব পৰা যোৱা কথাটো ভাবি আচৰিত হৈছোঁ ৷ দীঘলীয়া সময়খিনিত সেই পৰিস্থিতিত আৰক্ষী অথবা সাংবাদিকৰ সন্মুখত কি কব লাগে তাৰে ৰিহাৰ্চেলত কন্যা ব্যস্ত আছিল নেকি?

  • @satyadas1230
    @satyadas1230 5 месяцев назад +30

    বিনা কথাত ওলাই যোৱা নাই কিবা এটা হৈছে

  • @GiridharThakuria
    @GiridharThakuria 5 месяцев назад +38

    কথাবোৰ শুনিএইজনী ধুৰন্ধৰ বুলি নিশ্চিত হলো, এইজনীক জেললৈ পঠাব লাগে

  • @Dulali-qf6kj
    @Dulali-qf6kj 5 месяцев назад

    আপোনাৰ দেউতা নিৰুদ্দেশ হৈছে কিন্তু আপোনাৰ আবেগ নাই নেকি ??

  • @jagannathdas484
    @jagannathdas484 5 месяцев назад

    মানুহৰ কঠা শুনি আপ্লুত হোও কিন্তু দায়িনিৰ কথা শুনি তেজ উতলি আহে। কাৰণ দেশৰ সম্পদ দঙ্খন কৰা বোৰ দেশোদ্ৰোহী।

  • @S.K.dutta.2024
    @S.K.dutta.2024 5 месяцев назад +29

    আপোনাৰ পিতৃৰ প্ৰতি ইমানেই ভক্তি থকা হলে আজি এই পৰিস্থিতি নহল হয় ।

  • @ASarmy748
    @ASarmy748 5 месяцев назад +15

    মদাহি বাই , মজা একটিং অলপো অনুশোচনা নাই চকুত ।

  • @bhimrajkaman
    @bhimrajkaman 5 месяцев назад +3

    এই জনীৰ ওপৰত ১০০%সন্দেহ আছে

  • @BasantaTamuly-ht9bz
    @BasantaTamuly-ht9bz 5 месяцев назад +26

    মানুহৰ ওচৰত ফাকি মাৰিব পাৰিবি, ওপৰৱালাৰ ওচৰত নোৱাৰিবি ।

  • @babulsaikia462
    @babulsaikia462 5 месяцев назад +8

    ইম্মান ধুনীয়াকৈ সজাই পৰাই কথা খিনি কৈছে,,,, বিশ্বাস নকৰি নোৱাৰিলোঁ। কিন্তু মনত যে অকণো দুখ ভাব নেদেখিলো।

  • @MrinmoyKalita-ul6js
    @MrinmoyKalita-ul6js 4 месяца назад

    মোৰ এটা কোৱা টাৰ আছে খাবা নেকি😂😂😂

  • @kalpanadutta295
    @kalpanadutta295 5 месяцев назад

    Danduri aijani

  • @debojitdutta4999
    @debojitdutta4999 5 месяцев назад +30

    অকণো অনুতপ্ত হোৱা নেদেখিলো ঔ, কি পদাৰ্থৰে গঠিত এইজনীৰ দেহ

  • @chaokishan544
    @chaokishan544 5 месяцев назад +4

    দেউতা হতৰ জেদ থাকে,, ঔ আই । এই জনীৰ কথা শুনা ।। পিতৃ হেৰাইছে তেওঁৰ কথা চাওক

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 5 месяцев назад +3

    এই দেউতাক ক মাৰি পেলাইছে ঘৰ টু বিলডাৰক দিব বিচাৰিছে তাই অন্তপ্ত নহয় এইজনীয়ে স্কুলত কি শিক্ষা দিয়ে ৰাতি দেউতাকক গালি শাপনি পাৰি থাকে বুলি ওচৰ চুবুৰীয়া ই কোৱা মতে বেয়া গালি পাৰে

  • @RupakKalita-r9h
    @RupakKalita-r9h 5 месяцев назад +5

    এইবিলাক মানুহে দেখাত বহুত শিক্ষিত দেখাই, কিন্তু আচল ধুৰন্ধৰ ইহঁত

  • @satyanathsutradhar9770
    @satyanathsutradhar9770 5 месяцев назад

    Bonori Ne Bornali ?

  • @saddikurrahman7617
    @saddikurrahman7617 5 месяцев назад +39

    নিশ্চয় ছোৱালীজনীয়ে কিবা মানসিক অশান্তি সৃষ্টি কৰিছে, বিনা কাৰণত ঘৰৰ পৰা উলাই যোৱা নাই নহয় 😮😮😮

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 5 месяцев назад +2

    এওঁৰ কথাবোৰ Self defence ত কোৱা যেন অনুভৱ হয়। সেই কাৰণে সদায় বৃদ্ধ জনক এটা শিশুৰ দৰে মৰম কৰিব লাগে। তেওঁলোকে এই সময়ত ঘৰখনৰ পৰা এটি আনন্দৰ পৰিবেশ বিচাৰে ঘৃণাৰ পৰিবেশ নহয়।

  • @bipulborah2193
    @bipulborah2193 5 месяцев назад +3

    আচলতে তুমি ৰাতি কেইপেগ লোৱা? ওচৰ চুবুৰীয়াই কোৱা কঠা বিলাক সত্য নহয় মানে। কাজিয়া কৰা কথাবিলাক মানে মিচা। তুমি মালৰ নাচাত খূৰাকো গালি পাৰা সেই টোও মিচা।

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 5 месяцев назад +10

    কাহিনী টো সঁচা যদি, ওচৰ চুবুৰীয়াই কোৱা কথা বোৰ অথ কি ? কোন সঁচা?

  • @সোৱাদ-TheTaste
    @সোৱাদ-TheTaste 5 месяцев назад

    জীয়েক ৮ টাত উঠিচে কাৰনে নিজে বজাৰ যাব খুজিচে। ৯ টালৈ১৫ মিনিট থাকোতে বজাৰৰ পৰা আহি পোৱা বুলি কৈচে, কথাবোৰ বুজি নাপালো

  • @RatanRava-mz9hc
    @RatanRava-mz9hc 5 месяцев назад +14

    গৰমৰ দিন সোনকলে শাৰী পাই তাকো ৮বজাত😮😮

  • @mamonisaikia39
    @mamonisaikia39 5 месяцев назад +8

    আয়ৈ ইমান সচাঁ কথা বোৰ কলি।

  • @সোৱাদ-TheTaste
    @সোৱাদ-TheTaste 5 месяцев назад

    ৮ বজাতে সাৰ পাইচে😂😂সোনকালে উঠিচে বোলে, আমি ৪ টা বজাত উঠা টো সোনকাল বুলি ভাবো।।।

  • @dipumonidas7020
    @dipumonidas7020 5 месяцев назад

    Si si teacher. A hori .tair mukh khn sai sai aponi taik j katha xudhi ase 🙏

  • @muned6442
    @muned6442 5 месяцев назад +3

    এই মুখখন দেখিলেই গম পায় মদাহী বুলি তেজ খালি বাপেৰৰ

  • @KabitaGoswami-y1u
    @KabitaGoswami-y1u 5 месяцев назад +14

    এইবোৰ মনেৰে সজোৱা কথা

  • @Bhargav-xt2ui
    @Bhargav-xt2ui 5 месяцев назад

    তাইক মাল একপেগ খোৱাই দিলে সছা কথাখিনি ওলাই গল হেতেন 😅

  • @nayanjyoti8940
    @nayanjyoti8940 5 месяцев назад

    তাইৰ কথাত এ গম পাই তাইৰ দেউতাক নিৰুদেশ হৈছে তাইৰ অলপো মনত দুঃখ নাই

  • @AbiCricketNews
    @AbiCricketNews 5 месяцев назад +13

    বাপেক নাইকীয়া হৈছে কিন্তু এইজনি ইমান normal হৈ আছে

  • @tulumonigogoi8385
    @tulumonigogoi8385 5 месяцев назад

    প্ৰথমে ভাবিছিলোঁ যে দেউতাকক কেনেকৈ গালি দিব পাৰে। কিন্তু এতিয়া বুজি পাইছোঁ আচল কথাটো। কোনো ছোৱালীয়ে নিজৰ দেউতাকৰ বেয়া হোৱাটো বিচাৰিব নোৱাৰেই। দেউতাকৰ লগত এনেকুৱা মতানৈক্য হয়েই। কিন্তু এইবোৰ judge কৰি critical situation creat কৰাটোহে বেয়া। মানসিক অৱস্থটো উপলব্ধি কৰা দৰকাৰ। মোৰ মা দেউতাও বহুত তামোল খায়। কেতিয়াবা খঙো কৰোঁ। সেইবুলি বেলেগে এইটো এনেকৈ judge কৰিলে নহ'ব যে misbehave কৰিছে। তাৰ অন্তৰালত বহুত চিন্তা বহুত care জড়িত হৈ থাকে। আচলতে চিধাচিধি মানুহৰ লগত এনেকুৱা হয়। বহুতে আনৰ আগত মাক দেউতাকক মৰম দেখুৱাই কিন্তু কোনো আদৰ যত্নই নকৰে। সন্তান আৰু পিতৃ মাতৃৰ সম্পৰ্ক যেতিয়া আৱেগিক আৰু সংবেদনশীলতাৰে পূৰ্ণ হয় তেতিয়া বাহিৰৰ মানুহে কি শুনিব সেয়া ভবা নাযায়। খং উঠিলে খং কৰা যায় আদৰ যত্নও লোৱা যায়। আন মানুহে তাৰে সুযোগ লৈ যি টি কৈ দিয়াটোহে বেয়া। মই ভাবোঁ। ৰমেন বৰুৱা ❤ সোনকালে সুস্থ শৰীৰে ঘৰলৈ উভটি আহক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। পিতৃক হেৰুৱাই কোনো ছোৱালী কিমান মানসিক যন্ত্ৰণাত থাকিবলগা হয় সেয়া বুজি পোৱা দৰকাৰ।

  • @KiranPhukon-f4z
    @KiranPhukon-f4z 5 месяцев назад +9

    কিবা কথাবোৰ সাজি কোৱা যেন অনুভৱ হৈছে। নৰমেলি তিলমানো যেন ফিল হোৱা নাই।

  • @konvlogs2886
    @konvlogs2886 5 месяцев назад +1

    এইজনীৰ কাৰনে ৰমেনদাৰ নিৰুদ্দেশ হৈছে। এই কাৰনে বিবাহ বিচ্ছেদ হল ।মিছা কথা কৈছে।নিলাজী কেলা।

  • @Ittzaathestic
    @Ittzaathestic 5 месяцев назад

    Baek jonio bohi ase tai kiba bhul k kole diffence dibor karone.

  • @bontisarmah7541
    @bontisarmah7541 5 месяцев назад

    ভগৱানে দেখিব পিশাচিনি উচিত বিচাৰ চলিব তোৰ ওচৰত এনেকুৱা মানুহক বেয়া বৱহাৰ কৰিব নেপাই চব মিছা কথা কৈছ

  • @orh2649
    @orh2649 5 месяцев назад +1

    ফাকী দিছে,, টোৰ proujonio বস্তু আনিবলৈ দেউতাই বজাৰলৈ কেতিয়াও নাযায়,,ইমান মূৰ্খ কাক bonaiso toi

  • @biplovloying8346
    @biplovloying8346 5 месяцев назад +4

    ইমান বয়জেষ্ঠ মানুহ জনে ভাত ৰান্ধি খুৱাই ইতিমধ্যে গম পাইছো। এইৰ চৰিত্ৰ ভাল নহয় নেকি যাৰ বাবে গিৰিয়েকো এৰিলে এইবাৰ দেউতাকেও অত্যাচাৰ সহ্য কৰিব নোৱাৰি এৰি থয় গুছি গল নেকি ! আৰু এটা কথা ইমান বয়জেষ্ঠ মানুহ জনে তাইক হেনো ভাত ৰান্ধি খুৱাই ছি:।

  • @AmiKhatiAxomiya
    @AmiKhatiAxomiya 5 месяцев назад +1

    এইজনিয়ে গম পোৱা নাই নেকি যে আজি দুদিন ধৰি বৰুৱা চাৰ নাই।কিবা নাটকৰ সংলাপ কোৱা যেন লাগিছে।অকনো অনুতপ্ত নাই।যি বুজিলো তেও ভিতৰি ভিতৰি ভালে পাইচে চাগে।বৰুৱা চাৰৰ ঘৰ মাটি কাৰ নামত আছে বা এবাৰ কোনোবাই অকমান তদন্ত কৰকচুন

  • @anupambaruah3745
    @anupambaruah3745 5 месяцев назад +2

    ঘৰ খনত কি আছে কি নাই এজন মতা পুৰুষে ভালকৈ জানে দিয়া !! উদাহৰণ দিছে চোৱা না?? ধেত 🤬

  • @anupbhattacharjee4518
    @anupbhattacharjee4518 5 месяцев назад

    তোমাৰ নিচিনা জিয়েকক জেলত ভৰাই থৱ লাগে|

  • @DipikaKonwar-p5b
    @DipikaKonwar-p5b 5 месяцев назад

    তোমাৰ কথাখিনি শুনি তোমাৰ মনতো অকনো দুখত কোৱা যেন লগানাই কাৰণ দেউতাকক বিচাৰি পোৱা নাই কান্দি কবপৰা হব লাগিছিল

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 5 месяцев назад +21

    তেওঁৰ সোনকালে উঠে 8 আঠবজাত তেওঁ বলে শিক্ষক

    • @Dineshnath-k4t
      @Dineshnath-k4t 5 месяцев назад

      Xeitu moio vabisu xunkale uthe 8 bojat ru tekete sakori kore 😂😂

    • @Ittzaathestic
      @Ittzaathestic 5 месяцев назад

      Xonkale uthe 8 bojat ...😂

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo 5 месяцев назад

    Suwali jni ye Misa ktha koise duta thappor ple thik hb

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 5 месяцев назад +1

    Notorious

  • @MridulaGogoiborah
    @MridulaGogoiborah 5 месяцев назад

    njor deutakok behave koribo njona ajoni okhyobho suwali.toy schoolr lora suwalik ki porhabi.ki hikhya pabo turpora,

  • @navabora9489
    @navabora9489 5 месяцев назад +2

    তাই কমেন্টবোৰ পঢ়িছে নে বাৰু!
    পঢ়িলে নিজৰ কুত্চিত মুখ খন দেখা পাব।

  • @Dinfo24x7
    @Dinfo24x7 5 месяцев назад +1

    মদাহী শিক্ষয়িত্ৰী থাকে যে আমাৰ এইখন অসমত?
    মদাহী শিক্ষয়িত্ৰী কি শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰী সকলক???

  • @Sanatan-h8u
    @Sanatan-h8u 5 месяцев назад

    Manoha nejor moromor ghorkhonor pora atore jaboloi mon kra ba atmohoitar nesena poth tateaha base loi jatea Tao monot bhout base ohante pi 😢

  • @ProdipBorahProdip
    @ProdipBorahProdip 5 месяцев назад

    Kha atia modor battle pet vorai ah toi ki man mod khabi modor tanky t mod vorai khuam ah bonori

  • @ditu_edits2012
    @ditu_edits2012 5 месяцев назад

    মুঠতে মাটি মেইন।

  • @popibaruah3204
    @popibaruah3204 5 месяцев назад

    তোমাৰ কাৰনে বহোত মৰম ।কিন্ত তূমিয়ে বাধ্য কৰিলা

  • @jayantachoudhury1024
    @jayantachoudhury1024 5 месяцев назад

    Need security for Dipen barua

  • @banashreegogoi
    @banashreegogoi 5 месяцев назад +6

    Garam din ratipua putuk ke haar pua jaai 8 taat🤔🤔🤔🤔

  • @SadhanaGogoi-x9y
    @SadhanaGogoi-x9y 5 месяцев назад

    এই কোৱা কথাবোৰ সঁচা নে?

  • @deboborah5858
    @deboborah5858 5 месяцев назад

    তুমি তোমাৰ পিতৃক চিনি নাপালা ।তেখেত আমাৰ সম্পদ আছিল । এতিয়া দ্বিপেন দালৈও চিন্তা হৈছে।

  • @rjvlogs7189
    @rjvlogs7189 5 месяцев назад

    Denot kaibotol jai o bunori

  • @jamunadeori7352
    @jamunadeori7352 5 месяцев назад

    দুখ তাই হোৱা ও নাই কৰা ও নাই

  • @niazulvlogsentertainment1387
    @niazulvlogsentertainment1387 5 месяцев назад +1

    Danger suwali de tai

  • @Alakabordoloi-s3w
    @Alakabordoloi-s3w 5 месяцев назад +2

    হব মদ নহয আৰু কি কারণে তোৰ ওঠ কেইটাই কয স্কুল ত কি শিক্ষা দিযা ও আই

  • @ProdipBorahProdip
    @ProdipBorahProdip 5 месяцев назад

    Aei gorakik ji bujilu dhurandor,duskiti kari,parial kendik hontrah badi, chur chala oti vokti churor loikhyon.

  • @PriyankaGogoi-yo5uf
    @PriyankaGogoi-yo5uf 5 месяцев назад

    Acting vl korisa apuni.suwalir namot kolongko

  • @Sumivlogs74
    @Sumivlogs74 5 месяцев назад +3

    Rob raiz xokol, bortoman kar dush bisar nokori sir xukolome ghuri ohatu prathona korok,kijani bhal kisu hoiei🙏

  • @joligoswami3870
    @joligoswami3870 5 месяцев назад +7

    Tair kronei oligoise ....aku nohole ajon mnuh ghoror pra oli najai..tai ateia khub bhadr bhabe ktha koise..

  • @arundeori8142
    @arundeori8142 5 месяцев назад +1

    Misa Kota

  • @digantaborah2152
    @digantaborah2152 5 месяцев назад +1

    বাইদেউ আপোনি কিমান ভাল ন আপোনাৰ দৰে ছোৱালী হলে কি লাগে আৰু ন

  • @lipikassweetworld3869
    @lipikassweetworld3869 5 месяцев назад +1

    8 ta Baja.. bhut morning nhy ma'am

  • @MakibarRahman-ty2wi
    @MakibarRahman-ty2wi 5 месяцев назад +1

    কথা বোৰ বনাই বনাই কৈ আছে

  • @Monjutsna
    @Monjutsna 5 месяцев назад +1

    Pulice ki Bai Kori ase aijoni greptar kora nai kio .

  • @lipikassweetworld3869
    @lipikassweetworld3869 5 месяцев назад +1

    Tai e nje kiba trick kori marise. I doubt she can do that

  • @RimaSarma241
    @RimaSarma241 5 месяцев назад +7

    Aapunar ktha koa dhrn manisu sokut kno dukh nai ... Dujon manuhe thaka knto xukht rakhib nuarila.... Deuta ki hy najanila... Anei ata manuh anekoi nohoa nhy.... Atia xadhu hoi kam nai baideu

  • @dipaksarma8588
    @dipaksarma8588 5 месяцев назад +2

    তই বোলে তামাম মদাহি । কথাটো সচানে। দেউতাক এটা নোহোৱা হৈছে। মুখমণ্ডলত দুখৰ চাপ অকনো নাই । যিমান পাৰা এতিয়া কাহিনী বনা। এজনে সকলো দেখি আছে। হিচাপ নিকাচ ইয়াতেই হব।।

  • @GoutamNeog-gn7kb
    @GoutamNeog-gn7kb 5 месяцев назад

    Dekhatei Modahi ...

  • @rajatgogoi1241
    @rajatgogoi1241 5 месяцев назад

    তুমি থকা বাবে

  • @bhadreswardeka1695
    @bhadreswardeka1695 5 месяцев назад

    সভ্যতা সমাজতো এনেকুৱা চলি থাকে। গতিকে ______,,

  • @PinkuBora-z9l
    @PinkuBora-z9l 5 месяцев назад +3

    Misai kotha koi ase😢

  • @abhilashbarman989
    @abhilashbarman989 5 месяцев назад +1

    Aito...emna...vl na..2mi..

  • @Diyascreation726
    @Diyascreation726 5 месяцев назад +1

    Tai imanai val mne girike ari dile😂😂😂

  • @utpalgogoi8457
    @utpalgogoi8457 5 месяцев назад

    অহংকাৰটো.... জেদ টো চা তাইৰ।

  • @taazhazarika1564
    @taazhazarika1564 5 месяцев назад +1

    Aik dui saat logaaai diaaa hosa kotha koi dibo

  • @MikealPran
    @MikealPran 5 месяцев назад +1

    Actually ai part time randy kory. Definately.

  • @orh2649
    @orh2649 5 месяцев назад +4

    ইহঁতি চব লগ লাগি কাম টো কৰিছে,,,, সম্পত্তি আশা

  • @VishnuRavii-vt7ql
    @VishnuRavii-vt7ql 5 месяцев назад +28

    মানুহ হবলৈ শিক

  • @LatikaHandloom
    @LatikaHandloom 5 месяцев назад

    Atiah ata kotha jikini manhu asa aru lora sowali jonmo dedi enjoy kora val karon j bor news sai aso ki j hobo pisot😂😂😂😂

  • @BhabenBarman-qz4rp
    @BhabenBarman-qz4rp 5 месяцев назад

    Pitaheral
    Konaonutopto
    Naisoyaligonir

  • @aminrahul1977
    @aminrahul1977 5 месяцев назад

    Iie Detector Investigation Please

  • @crazynhk5030
    @crazynhk5030 5 месяцев назад +2

    Gutai joni mod khai fulisa. Apuni rehabilitation senter jawok baidew.

  • @dipanjalidas7360
    @dipanjalidas7360 5 месяцев назад +1

    Misa koise

  • @mamonisaikia39
    @mamonisaikia39 5 месяцев назад +3

    সচাঁ কথা কব নেকি

  • @mdomarali7686
    @mdomarali7686 5 месяцев назад

    Doubtful

  • @KrishnaMandal-cl8xk
    @KrishnaMandal-cl8xk 5 месяцев назад +2

    কাৰ চাকৰি আছিল

  • @RiyanKashyab
    @RiyanKashyab 5 месяцев назад

    Modahi jiy

  • @sonalidutta-j4p
    @sonalidutta-j4p 5 месяцев назад

    Deuta buli matibo paiso j eman boyokh loike

  • @bipulrabha9147
    @bipulrabha9147 5 месяцев назад +1

    Tai mesha koi se toi drink kori papak deya babahar kora tur Agote divorce hoise Raman papa Aur Assamt sabai jane tuk kun Jane papa bishari powa nai toi pok pok koi kotha bur koi ase

  • @BhriguRay-t6f
    @BhriguRay-t6f 5 месяцев назад +4

    Mod khai vur pni lagise

  • @prasannadas1321
    @prasannadas1321 5 месяцев назад

    Kenekoi sakori pale

  • @Rinku-gp3kt
    @Rinku-gp3kt 5 месяцев назад

    মৰিল নেকি 😂😂