Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
দ্বিপেন দাক অলপ শান্তিত থাকিবলৈ দিয়ক এনেয়ে মানুহজন অশান্তিত আছে please🙏🙏🙏
Pagol reporter sob....cbi enquiry korise
ইমান দুখৰ মুহূৰ্ততো সাংবাদিকৰ অত্যাচাৰ😢 তথাপি গালি পৰা নাই! সহজ সৰল মানুহ❤
তেওঁক ইমান বোৰ প্ৰশ্ন কৰি আছে যে, তেওঁ ক'ব খোজা নাই , এইবোৰ প্ৰশ্ন জীয়েক জনীক কৰক।
ৰিপৰৰ্টাৰ বিলাকে অলপ বেছি কৰে !পৰিয়ালৰ ভিতৰৰ কথা সোধাৰ ক্ষমতা তেওঁলোকৰ নাই ।পাৰে যদি বিছাৰ-খোচাৰ কৰি সনন্ধানহে ওলিয়াব লাগে ।
ইমান কিয় সুধিব লাগে? মানুহজন দুখত আছে।
Right
O takei to imam hudhi thake kobo mon nai hudhi thake
Val reporter kenekoi paleba
বাতৰী সংগ্ৰহৰ নামত ইমান কামোৰ হব নেলাগে
দ্বীপেন দাৰ বয়স হৈছে ইমান প্ৰশ্ন নকৰিবা তেওঁলোক আমাৰ সম্পদ।
True .
ইমান ulta pulta কৈ কিয় একেটা কথাকে সুধি থাকে বুজি নাপাওঁ
Rrt
হয় থিকেই কৈছে ।
Thike koise apuni
এইবোৰ নিজৰ লগত হ'লেহে মানুহে বুজি পায়। ইমান জনপ্ৰিয় মানুহ এজনৰ এনে ঘটনা হৈছে পৰিয়ালৰ মানুহখিনি কিমান দুখ, কিয়নো এইবোৰ সুধিব লাগে। এইবোৰ পুলিচে সুধিলেও বেলেগ কথা এনেদৰে প্ৰত্যক্ষভাৱে জনসাধাৰণৰ মাজলৈ এইবোৰ দিয়া ভাল নাই হোৱা। অন্ততঃ মানসিক শান্তিৰ কথা আছে , সন্মানৰ কথা আছে।
মানুহজনক অলপ নিৰলে থাকিব দিয়কচোন। ককায়েক এজন হেৰাইছে! একেখিনি কথাৰে কিমান আৰু আমনি কৰে! এইবোৰ কথা ৰমেন বৰুৱাৰ জীয়াৰীক সোধক।
দ্বীপেন বৰুৱাক একে খিনি কথাকে সুধি বিৰক্ত নকৰাই ভাল।
ঠিক কৈছে
তেখেতক তেনেকৈ সাংবাদিকে জেৰা কৰাটো আশোভনীয় যেন লাগে।
Journalists are so rude to Dipen Baruah
Absolutely right
চূড়ান্ত অশোভনীয় হৈছে ৷
Yes
Aitu jornalist ne police ne sur. Ehotei anaar hamajor hatru.
সাংবাদিকতাৰ নীতি নিয়ম মানি চলক। পাৰিবাৰিক কথা সংবাদ মাধ্যমে ৰাইজক এনেকৈ কিয় জনাব লাগে? পুলিচে হয়তো তদন্তৰ স্বাৰ্থত সুধিব পাৰে, ৰাইজক জনোৱাৰতো কোনো প্ৰয়োজন নাই। এই পৰিয়ালটো অসমৰ এটা সংস্কৃতিবান পৰিয়াল। ৰমেন বৰুৱা আৰু তেখেতৰ গোটেই কেইজন ভাইৰ তথা গোটেই পৰিয়ালটোৰে অসমৰ সংগীত জগতখনলৈ চহকী অৱদান আছে। তেৰি বেৰি প্ৰশ্ন কৰি ৰাইজৰ আগত পৰিয়ালটোক অপৰাধী নসজাব! তেনেকুৱা প্ৰশ্ন প্ৰয়োজন হলে হয়তো পুলিচে সুধিব পাৰে।
এনেকৈ কামোৰ দিয়াটো কিন্তু অশোভনীয়
Camera tu loi nijoke police buli vabe ne ki ba, ajon journalistor kam anekua hobo nuware.
সাংবাদিক কেইজনক অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ CI D শাখাত পদ খালী আছে যদি এই সকলক সোনকালে নিযুক্তি দিব পাৰে যদি দি দিয়ক ।।।
Thik koise 😂
Mi minimum there
অসমৰ আটাইতকৈ ধৈৰ্য্য থকা মানুহজন 🙏🙏🙏
অসমৰ দৰে নিকৃষ্ট সাংবাদিকতা কটো দেখা নাই বুলি ভূপেন দাই একদম সঁচা কথা কৈছিল। নিপ কুমাৰ বৰুৱা নামৰ এই সাংবাদিক জনক অলপ সুধিব বিচাৰিছো - আপোনাৰ পিতৃক এনেকৈ কোনোবাই অপদস্থ কৰিলে কেনেকোৱা লাগিল হয় । অলপ লাজ আছে যদি মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক।
জীয়েকক এইবোৰ প্ৰশ্ন কৰক 👍
সাংবাদিক সকলক এনে নিকৃষ্ট কাৰবাৰবোৰ দেখি খুউব দুখ লাগিছে ৷
মানুহ জনৰ কথা শুনিলে তেওঁৰ প্ৰতি সম্মান সদাই আৰু বাহি যাই...
কি মানুহ হে এই সাংবাদিকবোৰ, অলপ লাজ পাব লাগে। এনেকৈ আৰু প্ৰশ্ন কৰে নে?!!! তেখেত দ্বিপেন বৰুৱা, অসমৰ এক সম্পদ। অলপটো সম্মান কৰক।
ৰমেন বৰুৱা ছাৰ যতেই আছে আপোনি ঘুৰি আহক। বহুত দূখ পাইছো। ভগৱানে কুশলে ৰাখক তাকেই কামনা কৰিছো🙏🙏
বাতৰি সংগ্ৰহৰ নামত ইমান অসভ্যালি কিহৰ?এগৰাকী মানুহক জোৰ জুলুম কৰি ব্যক্তিগত কথা খুঁচৰি থকাটো সাংবাদিকতা নেকি?তেখেতে একো উল্লেখ কৰিব খোজা নাই কিন্তু অনাহক সন্দেহ কিয়?প্ৰকৃত বাতৰি প্ৰচাৰৰ নৈতিকতা সাংবাদিকে শিকা উচিত।এবেলা নাযাওঁতেই মৃত স্বামীৰ পত্নীক প্ৰশ্ন কৰিব,অনুভৱ সুধিব,আত্মীয়ক হাৰাশাস্তি কৰিব,টেটু ফালি ফালি চিঞৰিব দুখৰে হওক সুখৰে হওক বাতৰি সম্প্ৰচাৰৰ নামত?এয়াই নেকি অসমৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা?
দ্বীপেন দাৰ বয়স হৈছে।High pressure থকা মানুহ।ৰমেন দাৰ নিৰুদ্দেশ ত তেখেত মানসিক চাপত আছে।এনে পৰিস্থিতিত দ্বীপেন দাক মনত আঘাট দিব পৰা ব্যক্তিগত কথা বাৰম্বাৰ শুধি তেখেতক ব্যতিব্যস্ত কৰাতো Media ৰ একেবাৰে উচিত হোৱা নাই।TRp ৰ বাবে মানুহক যি কোনো প্ৰশ্ন কৰি পৰিয়ালৰ লগত দ্বীপেন দাৰ সম্পৰ্ক বেয়া নকৰিব।তাৰ সলনি বৰুৱা পৰিয়ালৰ এই ঐতিহ্য মন্ডিত ঘৰতো Heritage building হিচাপে ৰখাৰ বাবে চৰকাৰক হেচা প্ৰয়োগ কৰক।
দ্বিপেনদাক শান্তিত থাকিব দিয়ক ৷ তেওঁ আমাৰ মতে অতি বৰেণ্য ব্যক্তি ৷ সাংবাদিক বন্ধু সকলক দ্বিপেন দাক সম্ভ্ৰমেৰে প্ৰশ্ন সুধিবলৈ অনুৰোধ কৰিলোঁ ৷
নিপ কুমাৰ বৰুৱাই যিদৰে জেৰা কৰিছে যেন তেওঁ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ অধিবক্তাহে, দ্বিপেন দাৰ ঠাইত মই হোৱা হেঁতেন কাণতলীয়া চৰ এপাত সোধালো হেঁতেন ।
এনে ইমান দুখ আকৌ ইমান কথা সুধিবলৈ নাপায় । নিজৰ লগত হলেহে গম পোৱা যায় ।
এনেকুৱা এজন মানুহক এনেকৈ কিয় কথা সুধি আমনি কৰিছে
আৰে ভাই তেখেতে কব বিচৰা নাই কিয় বাৰে বাৰে সুধি আমনি কৰি আছে। ঘৰৰ পাৰিবাৰিক কথা তেওঁ ৰাজহুৱা কৰিব বিচৰা নাই আৰু কোনেও নিবিচাৰে লাগিলে প্ৰশাসনক কবটো কিন্তু অপনালোক কিয় cid গিৰি কৰি আছে এজন মানুহ নোহোৱা হৈছে ঘৰৰ পৰা কিমান মানসিক চিন্তাই আবৰি আছে পাৰে যদি মানুহ জনক বিচাৰক ছোৱালীজনীক একো সুধিব নোৱাৰা বাৰে বাৰে সহজ সৰল মানুহ জনক আনমি কৰিবলৈ লাজ লগা নাই নে আপোনালোকৰ
তেখেতে ভয় খাইছে ভতিজাক জনীয়ে ৰাতি হ'লে তেখেতক মাৰিব বুলি --সেইকাৰণে একো নকয় !
Mur monor oktha tuke koise apuni
দিপেন দা বহুত অসহায় আৰু সুধি নাথাকিব সাংবাদিক বন্ধু সকল। 🙏🙏
জীয়ৰী অত্যাচাৰত অতিষ্ঠ হৈ ৰমেন দা মানসিকভাৱে দুৰ্বল হোৱা পৰিপ্ৰেক্ষিতত আজি এই ঘটনা ঘটিবলৈ পাইছে!
100%Right
ভুক্তভোগীক কিয় ইমান অশান্তি কৰে আপোনালোকে।অলপ শান্তিত থাকিব দিব চোন।বিৰাট কামোৰ দেই আপোনালোক।
| কন্য ৰ ওপৰত ৩06 IPC চমত Case লব লাগে
মানুহৰ ব্যক্তিগত জীৱন বুলি বস্তু এটা থাকে। ক'ব নোখোজা কথাখিনি সুধি মানুহক হাৰাশাস্তি নকৰিব... সাংবাদিকতাৰ দোহাই দি আনৰ পাৰিবাৰিক কথা খুচি থকাটো এক প্ৰকাৰৰ মানসিক অত্যাচাৰ!
বহুত দুখ লাগিল
জীয়েক জনীক শাস্তি দিব লাগে নিজৰ পিতৃক তেনে ব∫ৱহাৰ ইমান সন্মানীয় ব∫ওি মনত বহু দুখ পালে চাগে ভগবানক মিনতি কৰিছো ৰমেন দা যাতেভালে ভালে উভতি আহে ❤❤❤❤❤ ৰমেন দা৷
দ্বিপেন বৰুৱাই বিস্ফোৰক কথা কোৱা নাই। আপুনিহে খুচৰি আছে। মানুহৰ private কথা এনেকৈ সোধে নেকি? Please এইবোৰ লৈ Trp ৰ ধানদা নকৰিব।
Hoi diok beya lagise
Xosai bare bare hesi hesi goi xudhi thake
একেবাৰে নিম্নস্তৰৰ সাংবাদিক
অসমৰ কিছুমান সাংবাদিকৰ ক্ৰিয়া কাণ্ড দেখিলে চকু কপালত উঠে। কত কি প্ৰশ্ন সুধিব লাগে বা এজন মানুহক ব্যক্তিগত কথা সোধাৰ পৰিমাৰ্জিত সীমা তেওঁলোকে পাহৰি যায় নে বুজি নাপায় সেয়া আমাৰ বাবে সাঁথৰ যেন হৈ পৰে। সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা নথকা হাতত স্মাৰ্ট ফোন লৈ সাংবাদিকতা কৰা এই সকলৰ অত্যাচাৰ নিয়ন্ত্ৰিত হব লাগে।
আমাৰে ইমান জানিবলৈ মন নাই...যিমান তোমালোকে জনাব বিচাৰিছা..দ্বিপেন বৰুৱাদেৱে অস্বস্তি পাইছে......অশান্তি সকলোৰে থাকে.....আজি মোৰ...কাইলৈ তোমাৰ ....
অনুগ্ৰহ কৰি আপোনাৰ প্ৰশ্নৰ দ্বাৰা তেওঁক(dipen da)বিচলিত নকৰিব।
ব্ৰজেন বৰুৱাৰ জীয়েকে দম দিলে খাটাং! ব্যবহাৰতেই পৰিচয় দিছিল! 1:21 বৰ্নিকা পলাল! দ্বিপেন দাক সুৰক্ষা দিয়ক! ভতিজা হতে মানসিক ভাবে মাৰিব নহলে! নহলে কোনোবা দিন দ্বিপেন দাও ঘৰ এৰি গুচি যাব! মাটিৰ চক্ৰান্ত! Builders ক দিবলৈ ষড়যন্ত্ৰ! সুৰক্ষা দিয়ক, নহলে এওঁলোকক মাৰি পেলাব ! 🙏
এইবিলাক প্ৰশ্ন জীয়েক জনীক সুবিধা লাগে।
একেখিনি প্ৰশ্ন বাৰে বাৰে,এয়াই নেকি সাংবাদিকতা
Ram Ram Nip Kumar Boruah r ai levelr reporting ..... Chi laj lagise dekhi
দ্বীপেন দাক ইমান প্ৰশ্ন কৰাৰ যুক্তি ক'ত ?? তেখেতক শান্তিত থাকিব দিয়া ।
😢😢সাংবাদিক বোৰলৈ অনুৰোধ কৰিছোঁ.. দ্বিপেন বৰুৱা ডাঙৰীয়াক ইমান প্ৰশ্ন নকৰিব... আৰু দুখ নিদিব এখেতক... মানুহ জন বহুত অকলশৰীয়া হৈছে আৰু দুখ নিদিব আপোনালোকে ইমান প্ৰশ্ন কৰি ..plzzzz
এজন বয়সীয়া ব্যক্তিক ইমান কথা সুধিব নালাগে দেই আপোনালোকে।
সাংবাদিক জনক অলপ শিক্ষাৰ প্ৰয়োজন।এনেকৈ প্ৰশ্ন কৰে নেকি। গৰিহণা দিছো।
আৰক্ষীয়েও তেনেকৈ জেৰা নকৰে নিপ দাই যেনেকৈ কৰিছে।
ৰমেন দা আৰু দ্বিপেন দা মোৰ সৰুপথাৰৰ ঘৰলৈ আহক সুন্দৰ ভাৱে থাকিৱ ৷ মোৰ খুৰা হৱ ৷
শ্ৰদ্ধাৰ দ্বিপেন দাক বেছিকৈ প্ৰশ্ন কৰিৱ নালাগেঅসমীয়াৰ মাজত তেখেত আমাৰ সম্পদ
তেওঁক শান্তিৰে থাকিবলৈ দিয়ক।
কি অসভ্য, অভদ্ৰ, নিকৃষ্ট সাংবাদিক হে।নোকোৱা কথাটো ও কোৱা বুলি দাবী কৰে আৰু বাৰে বাৰে একেটা প্ৰশ্নকে সুধি ব্যতিব্যস্ত কৰে।
পুৰণা শিল্পী সকলক পেন্সন দিব লাগে
বহুতো আছে এনে মহানগৰ সম্ভ্ৰান্ত ঘৰৰ পৰিয়াল যত মাক বাপেকক বেয়া কৰে। আশ্ৰমত থকা প্ৰায় সংখ্যক মাক বাপেকেই মহানগৰীৰ। গাঁওত নবনাই কিন্তু গুৱাহাটী ত আশ্ৰম আছে। এয়াই পাৰ্থক্য গাঁও আৰু চহৰ। গাঁওৰ মানুহৰ অকাল ও নাই ভড়াল ও নাই (no pain, no gain) কিন্তু বহুত সুখী। আমি গাঁৱলীয়া,আমি স্বাৰ্থপৰ নহয়, চহৰৰ মানুহৰ নিচিনা স্বাৰ্থপৰ কতো নাই। একে ঘৰৰ এজনক বেয়া কৰে, আৰু আন জনে কেনেকৈ খোৱা লোৱা কৰিছিল।যত নেকি এজন মানুহ ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়।
দ্বিপেন বৰুৱা দেবেও মুখ খোলা ক্ষেত্ৰত ভয় অনুভব কৰাৰ ভাব হৈছে।
মানুহজনক জেৰা নকৰিব। এনেই অলপ অশান্তিত আছে। কিয় আমনি কৰি আছে বাৰু?? তেওঁলোক বহুত সন্মানীয় লোক, সন্মান কৰিবলৈ শিকক। কিয় কামোৰি আছে চাংবাদিকহত।
সাংবাদিক নে উকীল নে পুলিচ আপোনালোকে , তেখেতক ইমান প্ৰশ্ন কৰে যে, বয়খিয়াল মানুহজনক প্ৰশ্ন কৰে যে ,আচৰিত দে আপোনালোকে
যদি ৰমেন দা কোনোবা ঘৰত আছে তেখেত সকলে জাতে পৰিয়ালৰ ওচৰত লৈ আহে বা অসমৰ ৰাইজক জনাই দিয়ে।যদি ৰমেন দাক আস্কমিক দেখা পায় অসমৰ ৰাইজক জনাই যেন বা আৰক্ষীক সহায় কৰে।
ইমান প্ৰশ্ন কৰি হাৰা শাস্তি দিছে মানুহ জনক
জীয়েকক বিচাৰি কথাবোৰ সুধ পুচ কৰিব লাগে 🎉
তহতি জেং বঢ়াই মজা পোৱা |
এইটো এটা পৰিয়াল,যি পৰিয়ালৰ অসমৰ সংস্কৃতিক জগত খনলৈ আছে বহু মূল্যবান অবদান।ঘটনাটো নিশ্চয় বহু দুখজনক।
জ্বলা জুইত ঘিউ ঢলা এই কেইজনকে কয় নেকি বাৰু ৰাইজ ।।।।
Akhetok eman xudhi nathakib, bohut dukh paise 🙏
মানুহ জনে বাৰে বাৰে কৈ থকা পিছতো কিয় একেষাকে সুধি আছে... সাংবাদিক জনক ধিক্কাৰ দিছো
একেটা কথাকে কিমান সুধি থাকে....
নিপ কোমাৰে নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি ভাবে আচলতে । বেয়া লগা নাই নে এজন জ্যেষ্ঠ মানুহক কেনেধৰণে প্ৰশ্ন কৰিব লাগে । চোৰ ডকাইতৰ দৰে ব্যতিব্যস্ত কৰি আমনি কৰিছে । কিছুমান কব নোখোজা পৰিয়ালকেন্দ্ৰিক ভিতৰুৱা কথা বোৰ সূধি সুধি মানুহ শিল্পী গৰাকীক মানসিক অস্থিৰতাত পেলোৱাৰ লগতে পৰিয়ালৰ বাকী সদস্য সকলৰ ওচৰত মনোমালিন্য কৰিবলৈ বিশেষ চেষ্টা চলাইছে এই সাংবাদিক গৰাকীয়ে । আপোনাক যথেষ্ট শিক্ষাৰ প্ৰয়োজন । সাধাৰণ জ্ঞান খিনি থকাটো প্ৰয়োজন ।
ইমান কামোৰ দিবা লাগে নেকি
Hoy😢
দ্বীপেন দাক এনেকৈ প্ৰশ্ন কৰাতো মই ভাল বুলি নকওঁ। তেওঁ আমাৰ সম্পদ তেওঁক অলপ শান্তিত থাকিব দিয়ক। ৰমেন দাৰ জীয়ৰীক আৰু ওচৰৰ মানুহক এনেবোৰ প্ৰশ্ন কৰিব লাগে।
কথাবোৰ জানি অতি আচঁৰিত আৰু মৰ্মাহত হলো ৷ এটা ঐতিহ্যমন্দিত আৰু চিৰসন্মানীয় ঘৰত এনে ঘটনা হোৱাটো বৰ দুঃখজনক ৷ প্ৰশ্নবোৰ দীপেনদাক নকৰি ৰমেনদাৰ জীয়েকক কৰা উচিত বুলি ভাবো ৷ দীপেনদাক আৰু আমনি নকৰিলে ভাল ৷ ৰমেনদা ভালে কুশলে ঘুৰি আহক আৰু জীৱনৰ বাকী দিনকেইটা যেন সুখেৰে থাকিব পাৰে, তাৰে কামনা কৰিলো 🙏
ইমান প্ৰশ্ন কিয় কৰি আছে ,এনেয়ে চিন্তাত আছে।
অ.... মানে ছোৱালী জনী য়ে কাল আছিল তেওঁৰ 😢
নিপ কুমাৰ ডাঙৰীয়া আপুনি এনেকৈ প্ৰশ্ন তুলিছে যে আপুনি যেন এজন CID হে। মানুহ হিচাপে মানৱীয়তাৰ ধৰ্ম নিদৰ্শন দেখুৱাওক। reporter হল বোলি আপুনি এনেকৈ প্রশ্নৰ উপৰি প্ৰশ্ন কৰিব নেকি?
ইমান মহান শিল্পীক কিয় ইমান অত্যাচাৰ কৰিছে।
দ্বীপেন বৰুৱাৰ ক্ষোভ আছে সেয়া নিপ কুমাৰে বুজে😂😂😂😂😂
সাংবাদিকে নিজৰ সীমাৰ ভিতৰত থাকি প্ৰশ্ন কৰাটো ভাল। বাকী অনুসন্ধানৰ বাবে দেশত প্ৰশাসন আছে । বাতৰি সংগ্ৰহ কৰিবলৈ গৈছে বাতৰি সংগ্ৰহ কৰক। একেবোৰ কথাকে সুধি মানুহজনক কিয় ব্যতিব্যস্ত কৰি তুলিছে।
দ্বিপেন বৰুৱাক অন্তত: শান্তিত থাকিব দিয়ক। মানুহজনক বিতৰ্কৰ পৰা দূৰৈত ৰাখক।
কৈ দিয়ক দ্বীপেনদা , লুকাবলৈ একো নাই। গোটেই অসমে গম পাইছে জীয়েকৰ অত্যাচাৰৰ কথা।
সাংবাদিক নে অভৰ্দ্ৰ ও ই.... ইমান অশান্তি দিছে যে যা তা প্ৰশ্ন কৰি মানু্হ জনক... পাগল কিছুমান সাংবাদিক হৈ আছে যাৰ অকণো মানৱীয়তা বোলা বস্তু নাই
প্ৰিয় সাংবাদিক মহোদয় ৷ আপোনাক নমস্কাৰ ৷
সাংবাদিক সকলে মানসিক অত্যাচাৰ কৰা যেন লাগিছে।
কি একেটা কথাকে পকাই আছে।ককাইয়েক এজন নাইকিয়া হৈ গৈছে।মনটো অলপ শান্ত হবলৈ দিয়ক।
জীয়েক জেনীক জেৰা কৰিলে সকলো কথা ওলাই যাব।এখেতো কথা বোৰ খোলি ক'ব বিচৰা নাই ।
ঘৰৰ অত্যাচাৰ মূল কাৰণ বহুত পৰিয়াল
কিবা এটা ভিতৰুৱা কথা আছে।😮😮
Respect the legend, don't do such cheap reporting and hounding
সাংবাদিকজন জাজ নে উকীল?
পাগলী জনীক সুধক মানুহ জনক ইমান সুধি আছে
সাংবাদিকতাৰ নামত মানুহক এনেকৈ অতিষ্ঠ কৰিব নালাগে।
সাংবাদিক ভাইসকল, তোমালোকে জীয়েকৰ সাক্ষাৎকাৰ লোৱা। দ্বীপেন দাক আৰু আমনি নকৰিবা
মানুহ জনক শান্তিত থাকিব দিয়ক।বাতৰি সংগ্ৰহৰ নামত মানসিক হাৰাশাস্তি কৰা উচিত নহয়।
দাদা যেন কিবা নিৰাপত্তা হীনতাত ভোগীচে অলপ গুৰুত্ব দিয়াতো ভাল ।
এনেকুৱা পৰিস্থিতিত ইমানকে প্ৰশ্ন কৰি থাকিব বেয়া নালাগে নে !
মানুহক ইমান আমনি নিদিব।
দ্বীপেন বৰুৱাক শান্তি দিয়ক।
তেওঁক কিয় ইমান আমনি কৰিছে ৷
অশান্তি কিয় দিছে😢তেখেতৰ high blood pressure আছে 😢ককায়েকৰ চিন্তাত তেখেত ভাঙি পৰিছে ,,নিপকুমাৰ বৰুৱাই বেছি অশান্তি দিছে ।।
Private kotha kbo bsora ni.. Emn question hudhi ase.. Olp hanti diok..
Respect their privacy please
Nip boruH cid manuh naki ?
কি অদৰকাৰী প্ৰশ্ন শুধি আছে বাৰে বাৰে। সাংবাদিক জনে বুজি নাপাই নেকি অসমীয়া ভাষা ? একে প্ৰশ্নই সুধি আছে বাৰে বাৰে। অশান্তি কিয় কৰি আছে দ্বীপেন বৰুৱাদেৱক।
মানুহ জনক এইবোৰ সুধি কিয় ইমান অশান্তি দি আছে জীয়েক জনিক সোধক তাই পলাইছে
এই মিডিয়াৰ প্ৰতিনিধি সকলৰ একো আবেগ অনুভূতি নাই নেকি।ইমান মানুহজনক কিয় ব্যতিব্যস্ত কৰিচে বাৰু।বাৰে বাৰে তেওঁ এৰাব বিচাৰিছে কিন্তু বাৰে বাৰে তেওঁক প্ৰশ্নৰে থকা সৰকা কৰিছে।ধিক
তেখেতক শান্তিত থাকিবলৈ দিয়ক সাংবাদিক সকল 🙏নাপাই মানুহক কথা শুধিবলৈ এই সময়ত
দ্বিপেন দাক অলপ শান্তিত থাকিবলৈ দিয়ক এনেয়ে মানুহজন অশান্তিত আছে please🙏🙏🙏
Pagol reporter sob....cbi enquiry korise
ইমান দুখৰ মুহূৰ্ততো সাংবাদিকৰ অত্যাচাৰ😢 তথাপি গালি পৰা নাই! সহজ সৰল মানুহ❤
তেওঁক ইমান বোৰ প্ৰশ্ন কৰি আছে যে, তেওঁ ক'ব খোজা নাই ,
এইবোৰ প্ৰশ্ন জীয়েক জনীক কৰক।
ৰিপৰৰ্টাৰ বিলাকে অলপ বেছি কৰে !পৰিয়ালৰ ভিতৰৰ কথা সোধাৰ ক্ষমতা তেওঁলোকৰ নাই ।পাৰে যদি বিছাৰ-খোচাৰ কৰি সনন্ধানহে ওলিয়াব লাগে ।
ইমান কিয় সুধিব লাগে? মানুহজন দুখত আছে।
Right
O takei to imam hudhi thake kobo mon nai hudhi thake
Val reporter kenekoi paleba
বাতৰী সংগ্ৰহৰ নামত ইমান কামোৰ হব নেলাগে
দ্বীপেন দাৰ বয়স হৈছে ইমান প্ৰশ্ন নকৰিবা তেওঁলোক আমাৰ সম্পদ।
True .
ইমান ulta pulta কৈ কিয় একেটা কথাকে সুধি থাকে বুজি নাপাওঁ
Rrt
হয় থিকেই কৈছে ।
Thike koise apuni
এইবোৰ নিজৰ লগত হ'লেহে মানুহে বুজি পায়। ইমান জনপ্ৰিয় মানুহ এজনৰ এনে ঘটনা হৈছে পৰিয়ালৰ মানুহখিনি কিমান দুখ, কিয়নো এইবোৰ সুধিব লাগে। এইবোৰ পুলিচে সুধিলেও বেলেগ কথা এনেদৰে প্ৰত্যক্ষভাৱে জনসাধাৰণৰ মাজলৈ এইবোৰ দিয়া ভাল নাই হোৱা। অন্ততঃ মানসিক শান্তিৰ কথা আছে , সন্মানৰ কথা আছে।
মানুহজনক অলপ নিৰলে থাকিব দিয়কচোন। ককায়েক এজন হেৰাইছে! একেখিনি কথাৰে কিমান আৰু আমনি কৰে! এইবোৰ কথা ৰমেন বৰুৱাৰ জীয়াৰীক সোধক।
দ্বীপেন বৰুৱাক একে খিনি কথাকে সুধি বিৰক্ত নকৰাই ভাল।
ঠিক কৈছে
তেখেতক তেনেকৈ সাংবাদিকে জেৰা কৰাটো আশোভনীয় যেন লাগে।
Journalists are so rude to Dipen Baruah
Absolutely right
চূড়ান্ত অশোভনীয় হৈছে ৷
Yes
Aitu jornalist ne police ne sur. Ehotei anaar hamajor hatru.
সাংবাদিকতাৰ নীতি নিয়ম মানি চলক। পাৰিবাৰিক কথা সংবাদ মাধ্যমে ৰাইজক এনেকৈ কিয় জনাব লাগে? পুলিচে হয়তো তদন্তৰ স্বাৰ্থত সুধিব পাৰে, ৰাইজক জনোৱাৰতো কোনো প্ৰয়োজন নাই। এই পৰিয়ালটো অসমৰ এটা সংস্কৃতিবান পৰিয়াল। ৰমেন বৰুৱা আৰু তেখেতৰ গোটেই কেইজন ভাইৰ তথা গোটেই পৰিয়ালটোৰে অসমৰ সংগীত জগতখনলৈ চহকী অৱদান আছে। তেৰি বেৰি প্ৰশ্ন কৰি ৰাইজৰ আগত পৰিয়ালটোক অপৰাধী নসজাব! তেনেকুৱা প্ৰশ্ন প্ৰয়োজন হলে হয়তো পুলিচে সুধিব পাৰে।
এনেকৈ কামোৰ দিয়াটো কিন্তু অশোভনীয়
Camera tu loi nijoke police buli vabe ne ki ba, ajon journalistor kam anekua hobo nuware.
সাংবাদিক কেইজনক অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ CI D শাখাত পদ খালী আছে যদি এই সকলক সোনকালে নিযুক্তি দিব পাৰে যদি দি দিয়ক ।।।
Thik koise 😂
Mi minimum there
অসমৰ আটাইতকৈ ধৈৰ্য্য থকা মানুহজন 🙏🙏🙏
অসমৰ দৰে নিকৃষ্ট সাংবাদিকতা কটো দেখা নাই বুলি ভূপেন দাই একদম সঁচা কথা কৈছিল। নিপ কুমাৰ বৰুৱা নামৰ এই সাংবাদিক জনক অলপ সুধিব বিচাৰিছো - আপোনাৰ পিতৃক এনেকৈ কোনোবাই অপদস্থ কৰিলে কেনেকোৱা লাগিল হয় । অলপ লাজ আছে যদি মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক।
জীয়েকক এইবোৰ প্ৰশ্ন কৰক 👍
সাংবাদিক সকলক এনে নিকৃষ্ট কাৰবাৰবোৰ দেখি খুউব দুখ লাগিছে ৷
মানুহ জনৰ কথা শুনিলে তেওঁৰ প্ৰতি সম্মান সদাই আৰু বাহি যাই...
কি মানুহ হে এই সাংবাদিকবোৰ, অলপ লাজ পাব লাগে। এনেকৈ আৰু প্ৰশ্ন কৰে নে?!!! তেখেত দ্বিপেন বৰুৱা, অসমৰ এক সম্পদ। অলপটো সম্মান কৰক।
ৰমেন বৰুৱা ছাৰ যতেই আছে আপোনি ঘুৰি আহক। বহুত দূখ পাইছো। ভগৱানে কুশলে ৰাখক তাকেই কামনা কৰিছো🙏🙏
বাতৰি সংগ্ৰহৰ নামত ইমান অসভ্যালি কিহৰ?এগৰাকী মানুহক জোৰ জুলুম কৰি ব্যক্তিগত কথা খুঁচৰি থকাটো সাংবাদিকতা নেকি?তেখেতে একো উল্লেখ কৰিব খোজা নাই কিন্তু অনাহক সন্দেহ কিয়?প্ৰকৃত বাতৰি প্ৰচাৰৰ নৈতিকতা সাংবাদিকে শিকা উচিত।
এবেলা নাযাওঁতেই মৃত স্বামীৰ পত্নীক প্ৰশ্ন কৰিব,অনুভৱ সুধিব,আত্মীয়ক হাৰাশাস্তি কৰিব,টেটু ফালি ফালি চিঞৰিব দুখৰে হওক সুখৰে হওক বাতৰি সম্প্ৰচাৰৰ নামত?এয়াই নেকি অসমৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা?
দ্বীপেন দাৰ বয়স হৈছে।High pressure থকা মানুহ।ৰমেন দাৰ নিৰুদ্দেশ ত তেখেত মানসিক চাপত আছে।এনে পৰিস্থিতিত দ্বীপেন দাক মনত আঘাট দিব পৰা ব্যক্তিগত কথা বাৰম্বাৰ শুধি তেখেতক ব্যতিব্যস্ত কৰাতো Media ৰ একেবাৰে উচিত হোৱা নাই।TRp ৰ বাবে মানুহক যি কোনো প্ৰশ্ন কৰি পৰিয়ালৰ লগত দ্বীপেন দাৰ সম্পৰ্ক বেয়া নকৰিব।তাৰ সলনি বৰুৱা পৰিয়ালৰ এই ঐতিহ্য মন্ডিত ঘৰতো Heritage building হিচাপে ৰখাৰ বাবে চৰকাৰক হেচা প্ৰয়োগ কৰক।
দ্বিপেনদাক শান্তিত থাকিব দিয়ক ৷ তেওঁ আমাৰ মতে অতি বৰেণ্য ব্যক্তি ৷ সাংবাদিক বন্ধু সকলক দ্বিপেন দাক সম্ভ্ৰমেৰে প্ৰশ্ন সুধিবলৈ অনুৰোধ কৰিলোঁ ৷
নিপ কুমাৰ বৰুৱাই যিদৰে জেৰা কৰিছে যেন তেওঁ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ অধিবক্তাহে, দ্বিপেন দাৰ ঠাইত মই হোৱা হেঁতেন কাণতলীয়া চৰ এপাত সোধালো হেঁতেন ।
এনে ইমান দুখ আকৌ ইমান কথা সুধিবলৈ নাপায় । নিজৰ লগত হলেহে গম পোৱা যায় ।
এনেকুৱা এজন মানুহক এনেকৈ কিয় কথা সুধি আমনি কৰিছে
আৰে ভাই তেখেতে কব বিচৰা নাই কিয় বাৰে বাৰে সুধি আমনি কৰি আছে। ঘৰৰ পাৰিবাৰিক কথা তেওঁ ৰাজহুৱা কৰিব বিচৰা নাই আৰু কোনেও নিবিচাৰে লাগিলে প্ৰশাসনক কবটো কিন্তু অপনালোক কিয় cid গিৰি কৰি আছে এজন মানুহ নোহোৱা হৈছে ঘৰৰ পৰা কিমান মানসিক চিন্তাই আবৰি আছে পাৰে যদি মানুহ জনক বিচাৰক ছোৱালীজনীক একো সুধিব নোৱাৰা বাৰে বাৰে সহজ সৰল মানুহ জনক আনমি কৰিবলৈ লাজ লগা নাই নে আপোনালোকৰ
তেখেতে ভয় খাইছে ভতিজাক জনীয়ে ৰাতি হ'লে তেখেতক মাৰিব বুলি --সেইকাৰণে একো নকয় !
Mur monor oktha tuke koise apuni
দিপেন দা বহুত অসহায় আৰু সুধি নাথাকিব সাংবাদিক বন্ধু সকল। 🙏🙏
জীয়ৰী অত্যাচাৰত অতিষ্ঠ হৈ ৰমেন দা মানসিকভাৱে দুৰ্বল হোৱা পৰিপ্ৰেক্ষিতত আজি এই ঘটনা ঘটিবলৈ পাইছে!
100%Right
ভুক্তভোগীক কিয় ইমান অশান্তি কৰে আপোনালোকে।অলপ শান্তিত থাকিব দিব চোন।বিৰাট কামোৰ দেই আপোনালোক।
| কন্য ৰ ওপৰত ৩06 IPC চমত Case লব লাগে
মানুহৰ ব্যক্তিগত জীৱন বুলি বস্তু এটা থাকে। ক'ব নোখোজা কথাখিনি সুধি মানুহক হাৰাশাস্তি নকৰিব... সাংবাদিকতাৰ দোহাই দি আনৰ পাৰিবাৰিক কথা খুচি থকাটো এক প্ৰকাৰৰ মানসিক অত্যাচাৰ!
বহুত দুখ লাগিল
জীয়েক জনীক শাস্তি দিব লাগে নিজৰ পিতৃক তেনে ব∫ৱহাৰ ইমান সন্মানীয় ব∫ওি মনত বহু দুখ পালে চাগে ভগবানক মিনতি কৰিছো ৰমেন দা যাতেভালে ভালে উভতি আহে ❤❤❤❤❤ ৰমেন দা৷
দ্বিপেন বৰুৱাই বিস্ফোৰক কথা কোৱা নাই। আপুনিহে খুচৰি আছে। মানুহৰ private কথা এনেকৈ সোধে নেকি? Please এইবোৰ লৈ Trp ৰ ধানদা নকৰিব।
Hoi diok beya lagise
Xosai bare bare hesi hesi goi xudhi thake
একেবাৰে নিম্নস্তৰৰ সাংবাদিক
অসমৰ কিছুমান সাংবাদিকৰ ক্ৰিয়া কাণ্ড দেখিলে চকু কপালত উঠে। কত কি প্ৰশ্ন সুধিব লাগে বা এজন মানুহক ব্যক্তিগত কথা সোধাৰ পৰিমাৰ্জিত সীমা তেওঁলোকে পাহৰি যায় নে বুজি নাপায় সেয়া আমাৰ বাবে সাঁথৰ যেন হৈ পৰে। সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা নথকা হাতত স্মাৰ্ট ফোন লৈ সাংবাদিকতা কৰা এই সকলৰ অত্যাচাৰ নিয়ন্ত্ৰিত হব লাগে।
আমাৰে ইমান জানিবলৈ মন নাই...যিমান তোমালোকে জনাব বিচাৰিছা..দ্বিপেন বৰুৱাদেৱে অস্বস্তি পাইছে......
অশান্তি সকলোৰে থাকে.....আজি মোৰ...কাইলৈ তোমাৰ ....
অনুগ্ৰহ কৰি আপোনাৰ প্ৰশ্নৰ দ্বাৰা তেওঁক(dipen da)বিচলিত নকৰিব।
ব্ৰজেন বৰুৱাৰ জীয়েকে দম দিলে খাটাং! ব্যবহাৰতেই পৰিচয় দিছিল! 1:21 বৰ্নিকা পলাল! দ্বিপেন দাক সুৰক্ষা দিয়ক! ভতিজা হতে মানসিক ভাবে মাৰিব নহলে! নহলে কোনোবা দিন দ্বিপেন দাও ঘৰ এৰি গুচি যাব! মাটিৰ চক্ৰান্ত! Builders ক দিবলৈ ষড়যন্ত্ৰ! সুৰক্ষা দিয়ক, নহলে এওঁলোকক মাৰি পেলাব ! 🙏
এইবিলাক প্ৰশ্ন জীয়েক জনীক সুবিধা লাগে।
একেখিনি প্ৰশ্ন বাৰে বাৰে,এয়াই নেকি সাংবাদিকতা
Ram Ram Nip Kumar Boruah r ai levelr reporting ..... Chi laj lagise dekhi
দ্বীপেন দাক ইমান প্ৰশ্ন কৰাৰ যুক্তি ক'ত ??
তেখেতক শান্তিত থাকিব দিয়া ।
😢😢সাংবাদিক বোৰলৈ অনুৰোধ কৰিছোঁ.. দ্বিপেন বৰুৱা ডাঙৰীয়াক ইমান প্ৰশ্ন নকৰিব... আৰু দুখ নিদিব এখেতক... মানুহ জন বহুত অকলশৰীয়া হৈছে আৰু দুখ নিদিব আপোনালোকে ইমান প্ৰশ্ন কৰি ..plzzzz
এজন বয়সীয়া ব্যক্তিক ইমান কথা সুধিব নালাগে দেই আপোনালোকে।
সাংবাদিক জনক অলপ শিক্ষাৰ প্ৰয়োজন।এনেকৈ প্ৰশ্ন কৰে নেকি। গৰিহণা দিছো।
আৰক্ষীয়েও তেনেকৈ জেৰা নকৰে নিপ দাই যেনেকৈ কৰিছে।
ৰমেন দা আৰু দ্বিপেন দা মোৰ সৰুপথাৰৰ ঘৰলৈ আহক সুন্দৰ ভাৱে থাকিৱ ৷ মোৰ খুৰা হৱ ৷
শ্ৰদ্ধাৰ দ্বিপেন দাক বেছিকৈ প্ৰশ্ন কৰিৱ নালাগে
অসমীয়াৰ মাজত তেখেত আমাৰ সম্পদ
তেওঁক শান্তিৰে থাকিবলৈ দিয়ক।
কি অসভ্য, অভদ্ৰ, নিকৃষ্ট সাংবাদিক হে।নোকোৱা কথাটো ও কোৱা বুলি দাবী কৰে আৰু বাৰে বাৰে একেটা প্ৰশ্নকে সুধি ব্যতিব্যস্ত কৰে।
পুৰণা শিল্পী সকলক পেন্সন দিব লাগে
বহুতো আছে এনে মহানগৰ সম্ভ্ৰান্ত ঘৰৰ পৰিয়াল যত মাক বাপেকক বেয়া কৰে। আশ্ৰমত থকা প্ৰায় সংখ্যক মাক বাপেকেই মহানগৰীৰ। গাঁওত নবনাই কিন্তু গুৱাহাটী ত আশ্ৰম আছে। এয়াই পাৰ্থক্য গাঁও আৰু চহৰ। গাঁওৰ মানুহৰ অকাল ও নাই ভড়াল ও নাই (no pain, no gain) কিন্তু বহুত সুখী। আমি গাঁৱলীয়া,আমি স্বাৰ্থপৰ নহয়, চহৰৰ মানুহৰ নিচিনা স্বাৰ্থপৰ কতো নাই। একে ঘৰৰ এজনক বেয়া কৰে, আৰু আন জনে কেনেকৈ খোৱা লোৱা কৰিছিল।যত নেকি এজন মানুহ ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়।
দ্বিপেন বৰুৱা দেবেও মুখ খোলা ক্ষেত্ৰত ভয় অনুভব কৰাৰ ভাব হৈছে।
মানুহজনক জেৰা নকৰিব। এনেই অলপ অশান্তিত আছে। কিয় আমনি কৰি আছে বাৰু?? তেওঁলোক বহুত সন্মানীয় লোক, সন্মান কৰিবলৈ শিকক। কিয় কামোৰি আছে চাংবাদিকহত।
সাংবাদিক নে উকীল নে পুলিচ আপোনালোকে , তেখেতক ইমান প্ৰশ্ন কৰে যে, বয়খিয়াল মানুহজনক প্ৰশ্ন কৰে যে ,আচৰিত দে আপোনালোকে
যদি ৰমেন দা কোনোবা ঘৰত আছে তেখেত সকলে জাতে পৰিয়ালৰ ওচৰত লৈ আহে বা অসমৰ ৰাইজক জনাই দিয়ে।যদি ৰমেন দাক আস্কমিক দেখা পায় অসমৰ ৰাইজক জনাই যেন বা আৰক্ষীক সহায় কৰে।
ইমান প্ৰশ্ন কৰি হাৰা শাস্তি দিছে মানুহ জনক
জীয়েকক বিচাৰি কথাবোৰ সুধ পুচ কৰিব লাগে 🎉
তহতি জেং বঢ়াই মজা পোৱা |
এইটো এটা পৰিয়াল,যি পৰিয়ালৰ অসমৰ সংস্কৃতিক জগত খনলৈ আছে বহু মূল্যবান অবদান।ঘটনাটো নিশ্চয় বহু দুখজনক।
জ্বলা জুইত ঘিউ ঢলা এই কেইজনকে কয় নেকি বাৰু ৰাইজ ।।।।
Akhetok eman xudhi nathakib, bohut dukh paise 🙏
মানুহ জনে বাৰে বাৰে কৈ থকা পিছতো কিয় একেষাকে সুধি আছে... সাংবাদিক জনক ধিক্কাৰ দিছো
একেটা কথাকে কিমান সুধি থাকে....
নিপ কোমাৰে নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি ভাবে আচলতে । বেয়া লগা নাই নে এজন জ্যেষ্ঠ মানুহক কেনেধৰণে প্ৰশ্ন কৰিব লাগে । চোৰ ডকাইতৰ দৰে ব্যতিব্যস্ত কৰি আমনি কৰিছে । কিছুমান কব নোখোজা পৰিয়ালকেন্দ্ৰিক ভিতৰুৱা কথা বোৰ সূধি সুধি মানুহ শিল্পী গৰাকীক মানসিক অস্থিৰতাত পেলোৱাৰ লগতে পৰিয়ালৰ বাকী সদস্য সকলৰ ওচৰত মনোমালিন্য কৰিবলৈ বিশেষ চেষ্টা চলাইছে এই সাংবাদিক গৰাকীয়ে । আপোনাক যথেষ্ট শিক্ষাৰ প্ৰয়োজন । সাধাৰণ জ্ঞান খিনি থকাটো প্ৰয়োজন ।
ইমান কামোৰ দিবা লাগে নেকি
Hoy😢
দ্বীপেন দাক এনেকৈ প্ৰশ্ন কৰাতো মই ভাল বুলি নকওঁ। তেওঁ আমাৰ সম্পদ তেওঁক অলপ শান্তিত থাকিব দিয়ক।
ৰমেন দাৰ জীয়ৰীক আৰু ওচৰৰ মানুহক এনেবোৰ প্ৰশ্ন কৰিব লাগে।
কথাবোৰ জানি অতি আচঁৰিত আৰু মৰ্মাহত হলো ৷ এটা ঐতিহ্যমন্দিত আৰু চিৰসন্মানীয় ঘৰত এনে ঘটনা হোৱাটো বৰ দুঃখজনক ৷ প্ৰশ্নবোৰ দীপেনদাক নকৰি ৰমেনদাৰ জীয়েকক কৰা উচিত বুলি ভাবো ৷ দীপেনদাক আৰু আমনি নকৰিলে ভাল ৷
ৰমেনদা ভালে কুশলে ঘুৰি আহক আৰু জীৱনৰ বাকী দিনকেইটা যেন সুখেৰে থাকিব পাৰে, তাৰে কামনা কৰিলো 🙏