It song and melodious voice represented the cultural by legend singer Dr. Bhupen Hazarika .,..,. really a wonderful and hero of the not ally, sociologically but also psychologically upgrade Ed our society in greater way ..., with regards Bhupen mama
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song, my favourite song, I love you this song, my favourite song, amazing song, excellent song, evergreen, marvelous, awesome, superhit most beautiful song
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song
Deka Da, ei geet tur notun version tu xuni bohut bhaal lagise. Agor version tu moi CD t bohut bar xunisu. Apunak eta moi request korim, 'Mor Priyo Geet' Bhupen Hazarika r ei album tur pora apuni jikeita geet upload kora nai, xei geet keiti upload koriboloi anurudh thakile, bixekh koi Bhupen Hazarika r geet keitar notun version keita RUclips upload koribo. Kisuman tu apuni already upload korisei baru.
ইমান আবেগ ঢালি মিছিং সম্প্ৰদায়ৰ লোক কৃষ্টিৰ ৰং সানি ভূপেন হাজৰিকাদেৱে সৃষ্টি কৰা এই গানটো শুনিলে দেহা-মন-মগজু জুৰ পৰি যায়। এইয়া ভূপেন হাজৰিকাৰ বাবে সম্ভৱ।
বহু বছৰৰ পাছত পুনৰ গীতটো শুনিবলৈ পাই আনন্দিত হলোঁ। সুধা কন্ঠ ড:ভুপেন হাজৰিকাই তেখেতৰ গীতবোৰৰ মাজেদি সকলো জনগোষ্ঠীক একতাৰ ডোৰেৰে বান্ধি থৈ গৈছে। প্ৰতিটো গীতৰ মাজতে একোটা ভিন্ন কাহিনী তথা অভিজ্ঞতা সোমাই থকা দেখা যায়।যেনকৈ এই চিৰসেউজ গীতটো ত মিচিং ডেকা-গাভৰু, জংকী-পানেইৰ প্ৰেমৰ কাহিনী সোমাই আছে।
ধন্যবাদ্
কি বুলি মনৰ ভাৱ প্ৰকাশ কৰিম ,মোৰ দৰে মানুহৰ আৱেগ আৰু শ্ৰদ্ধাৰ বাহিৰে একোয়েই নাই । ভূপেন দা, য'তেই আছা শান্তি ৰে থাকা, ।
গানটি চিৰিঙকৈ হৃদয় খন স্পৰ্শ কৰি যায়।
এনে গান কতো নাই,কতো নাই
ইমান প্ৰাণ ঢালি
কোনে গাব পাৰে ।।
সেৱা জনালো হে সংগীত সূৰ্য্য
বৰ সুন্দৰ লাগিছে
তেওঁৰ গীতসমূহ সকলোৰে মাজলৈ আনি তেখেতৰ স্মৃতি খিনি জীয়াই ৰখা বাবে আপোনাক বহুত বহুত ধন্যবাদ ।
ভূপেন মামাৰ প্ৰতিটো গীততেই আছে জীপাল সজীৱ অনুভৱ ...সদায় প্ৰিয় হৈ ৰব এইগৰাকী শিল্পী।
স্বাগতম্
পুৰণি গানবোৰ সংগৃহীত কৰি ৰখাৰ বাবে অশেষ ধন্যবাদ।
স্বাগতম্
After so many year love u from lakhimpur
Best singer Dr.Bhupen Hazarika
ভূপেন হাজৰিকাৰ শব্দ আৰু সু্ৰৰ যাদু আমাৰ নহৈ বেলেগ দেশৰ বা অন্য ৰাজ্যৰ হ'ব লাগিছিল;আমাৰ ইয়াতকৈ 10 গুণ বেছি সন্মান পালেহেতেন;আজিও বহু নৱপ্ৰজন্মই(সকলো নহয়) নাজানে তেখেতৰ গীত কিমান উচ্চ স্তৰৰ,পূৰণি গান গোৱা এজন গায়ক আৰু বচ্!বান্দৰে কি জানে নাৰিকলৰ মোল!!!!
হয়
World no 1 best song, my favourite song, I love you this
খুউব ভাল লাগিল আপোনাক ধন্যবাদ।
স্বাগতম্
Superb, evergreen, world no 1 best song, my favourite song,
Xundor lagise
Best song, my favourite song, Awesome, superb, evergreen, world no 1 best song, my favourite song, Awesome, superb, evergreen, world no 1 best song
মোৰ মাক কাষত বহোৱাই এই দিচাংমুখৰ নিশাটি গীতটো প্ৰথম গাইছিল ভূপেন হাজৰিকা দেৱে ।
স্মৰণীয় মুহুর্ত
Bohut bhal lagil huni
It song and melodious voice represented the cultural by legend singer Dr. Bhupen Hazarika .,..,. really a wonderful and hero of the not ally, sociologically but also psychologically upgrade Ed our society in greater way ..., with regards Bhupen mama
Bohut val lagil 👍👍👍 ganti huni
"মিবু গালোক চোলাটি
পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি?
মূৰত দেখো দুমেৰদি গামোচা আটিলি
আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে
সেউজৰঙৰ জীয়া জীয়া ঐনিতমটো।"
thanks for this new version,its meaning and jolly
❤❤❤
Legend singer never die.
Stayed everyone hearts.
Hosai bohht val lagil
Bohut xundor gan, Bhupen daa xoday priyo
ককা হাতত এবাতি পৰ আপঙ্ লৈ গানটো শুনি থকা যেন লাগিছে ককা
।
I love you this song, my favourite song, Awesome, superhit, beautiful, excellent song, Awesome, superhit, beautiful, excellent song
বহুদিনৰ মুৰত শুনি খুব ভাল লাগিল 🤩🤩🤩🤩🤩🤩🤩🤩
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song, my favourite song, I love you this song, my favourite song, amazing song, excellent song, evergreen, marvelous, awesome, superhit most beautiful song
So wondering imagination ....no explain to how wondering song this song..&&...evergreen & everlasting .
বোলোঁ...
অʼ মিচিং ডেকাটি
বজালি যে পেম্পাটি
সুৰেৰে সজালি দেখোঁ
দিচাংমুখৰ নিশাটি।
মিবু গালুক চোলাটি
পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি?
মূৰত দেখো দুমেৰ দি গামোচা আঁটিলি
আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে
সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি।
বোলোঁ....
অʼ মিচিং গাভৰু
এগে মেখেলাতে তই এন্ধাৰ সানিলি,
অʼ ৰিহাখনিত তামুলি টাকাৰ ৰঙা তৰা বাছিলি!
ডেকাটিৰ সোণৰ বাঁহীৰ সʼতে গুংগাং বজালি,
সৰিয়হৰ ফুল যেন ৰিবিগাচেংখনি তই
বুকুতে বান্ধিলি
আৰু কঁপি উঠে দিচাঙৰে
মিঠা মিঠা মিঠা ঢৌটি।
অʼ বোলোঁ ঘুণাসুঁতিৰ পাৰতে
বহু দিনৰ আগতে,
অʼ মিৰিৰে জীয়ৰী মোৰ পানেইজনী মৰিলে
পিচে, জঙ্কিৰে চিঞৰটি,
অসমীৰে ভাষাতে
শ্ৰীৰজনীকান্তই যুগমীয়া কৰিলে
মনত পৰেনে সেই কথাটি?
অʼ দিচাংমুখৰ ডেকাটি।
আজিৰ পানেই নমৰে
আৰু জঙ্কিয়েও নেকান্দে
এই, জঙ্কি-পানেইৰ মিচিং সমাজ
নিজেই দিচাং আবুং হৈ
অসমীৰে বৰ লুইতৰ সোঁতটি বঢ়াব
মৰমৰে এই যুগটি।।
ধন্যবাদ
🥰🥰🥰
Abung nohoi habung. Habung is a place of Dhemaji district which is related to jonki panoi story.
উপন্যাস সম্ৰাট শ্ৰীৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখনৰ কথাটিও ভূপেনদাই ইমান সুন্দৰকৈ গীতৰ কথাত আনিবলৈ পাহৰা নাই .......... অথচ সেইদিনা তেখেতে গীতটি থিতাতে লেখি সুৰ কৰি পৰিৱেশন কৰিছিল ...... !!
সুন্দৰ
ভূপেন হাজৰিকাৰ চিৰসেউজ গীতসমূহ অসমৰ বিভিন্ন জনজাতিৰ সংস্কৃতিক পৰিক্ৰমাৰে একেডাল ডোলেৰে অসমীয়া জাতিটোক ধৰি ৰখাৰ প্ৰয়াস কৰিছিল।
😍😍😍😍
Bhagya,megh mukti, Ara batar xur, maniram Dewan, putola Ghar, pratidhani,ajola kokai,sameli memseb movie keikhan plz parile upload korok sir❤🙏🙏🙏🙏
এইবোৰ চিনেমাৰ গীত মোৰ সংগ্রহত আছে কিন্তু Upload কৰিলে copyright দি মোৰ চেনেলটো বন্ধ কৰি দিব ।
মই এটা কথা কব বিচাৰো যে আমাৰ নিচিনা নৱপ্ৰজন্মই ভূপেন মামাৰ গীত বিলাক লগতে জ্যোতি,ৰাভা সংগীতবোৰৰ প্ৰতি জনপ্ৰিয়তা নেদেখা হৈ আহিছে,কিন্তু এই বিলাক গীতকো প্ৰাধান্য দিয়া উচিত বুলি মই ভাবো
Thanks for collection.
Bhupen Da... legend 🙏🙏
Thanks for collection the new version of this evergreen song.
অশেষ ধন্যবাদ থাকিল !!
ইমান মধুৰ গীতটো!
সুন্দৰ
শুণি শুণি হেপাহ নপলোৱা গীত, ধন্যবাদ
Proud of you bhupen da
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song
বহু দিন এই গীতটো শুণা নাছিলো।বৰ ভাল লাগিল।
ভূপেনদাৰ আপুৰুগীয়া সমন্বয়ৰ গীত
Moja song dei
Ganbur dhari rakhar babe bahut thank 🙏you
Welcome
জিমানেই সুনু সীমানেই সুনিবো mon jaye
proud to bhupen da
I love this song 🥰🥰
Pranam Bhupen Da.
Amazing song
i like it many years ago,
Bhal lagil
I love Bhupandra song
Xundor
Val lagil bahudinor murot hunilu hiya hat porakoy
Song of unity among the assamese castes ,that is bhupenda ,we missed bhupenda
ঠিক ! ভুপেন থাকতো আমরা ওই আসামে এক অসমীয়া হত । অসমে অনেক সম্প্রদায় লোক আছে। উচ্চ - নীচ্চ ----
ভূপেন দা তোমার ঠেকে চোত নাকি । অল্প Receiipect করতে শিকুন
মোৰ হৃদয়!!!
আপোনাক ধন্যবাদ।
সোণসেৰীয়া গীতৰ সোণালী দিন
সেইবোৰ ।
Happy Ali aye Ligang
Lv u Bpn Da
Deka Da, ei geet tur notun version tu xuni bohut bhaal lagise. Agor version tu moi CD t bohut bar xunisu. Apunak eta moi request korim, 'Mor Priyo Geet' Bhupen Hazarika r ei album tur pora apuni jikeita geet upload kora nai, xei geet keiti upload koriboloi anurudh thakile, bixekh koi Bhupen Hazarika r geet keitar notun version keita RUclips upload koribo. Kisuman tu apuni already upload korisei baru.
Ok
@@h34852 Thnq for the reply. Apuni Bhupen Hazarika r sristi xomuh collection kori ek mohot kaam korise
Maja
Dikshu🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Kamrup, baihata chariali, bor bhal lagise
🙏akhekh dhinyabad
Very nice song
বহুত ভাল পাও এই গীতটি
ধন্যবাদ্
Ei gaantit moi kijani 5k maan view dilu
অতি সুন্দৰ
🙏💜🕊🕊🕊
Moja
Best
nice
👌👌👌
Wawo
Aarushi ejan aromatic eoir nisina mahan gayok aarushi janmon nohobo
💖💖💖💖💖
♥️♥️
Mor priya geet
🙏🙏🙏
❤️❤️❤️
2024 anyone
😭😭😇😇
মোৰ মৰমৰ গীত |
অসমক সকলোৱে অসম বুলি কবলৈ আৰম্ভ কৰিব লাগে অসম নামটো সদায় থাকিবলৈ হলে সকলোৱেই আনকি প্ৰধানমন্ত্ৰীয়েও A=অসম বুলি কব লাগিব
Bohut dinot murot git to khuni bor bhal aru bor unnondo pali.
‘ডেকাতি’ নহয়, ‘ডেকাটি’ হ’ব লাগে। সৰু ভুল। কিন্তু চকুত লাগে।
হয়
star makert upload diyok plz
Bhupen da
katha eta gopone kau
aha janamat moi aponak gan shikam
kintu poisa nalau
enye shikai dim
...... আৰু মই ৰেকৰ্ডিং কৰিম দেই.....
Prolaap bokiso
I love Bhupen Hazarika s song ❤️❤️❤️❤️❤️❤️❤️
Fali dise akdom
সুন্দৰ
❤❤❤
❤❤