চলোমনৰ বিবাহ। গিবিয়োনত ঈশ্বৰে তেওঁক দৰ্শন দিয়া। তেওঁ এক বিচাৰ নিস্পত্তি কৰা

Поделиться
HTML-код
  • Опубликовано: 22 дек 2024

Комментарии • 194

  • @nirmalgohain2400
    @nirmalgohain2400 Месяц назад +1

    Isoror prokhongkha houk. Iman dhuniya avinoi val lagil. Isore hokoluke akhirbat korok Amen Amen Amen Amen ❤❤❤❤❤❤

  • @radhikasahu-nk6hj
    @radhikasahu-nk6hj Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏
    বহুত সুন্দৰ লাগিছে ❤❤
    অভিনয় কৰা সকলো দাস-দাসীকে
    ঈশ্বৰে আশীৰ্বাদ কৰক 🙏🙏
    আমাৰ মহান গুৰপিতাৰ পবিত্ৰ চৰণত সেৱা জনাইছো 🙏🛐🛐

  • @junmonisaikia7360
    @junmonisaikia7360 Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওক প্ৰভু যীচু পিতাই 🙏🙏🙏 মোৰ সমস্যা বোৰ দূৰ কৰি নিয়ক পিতা 🙏🙏🙏

  • @sunshine_14
    @sunshine_14 Месяц назад +1

    Praise the lord. Guru. Pitai. Prabhu kajay mahan❤❤❤❤.hallelujah Aman.

  • @RipaSahu-y5t
    @RipaSahu-y5t Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏ঈশ্বৰৰ আশিৰ্বাদৰ যোগেদি নাটকখন সকলো দাস-দাসীয়ে বহুত সুন্দৰ অভিনয় কৰিলে ❤️🙏🙏ঈশ্বৰে এই নাটৰ যোগেদি সকলোকে জ্ঞান বুদ্ধি শক্তি দিয়ক❤️🙏🙇‍♀️ধন্যবাদ প্ৰভূ🙏🙏

  • @neepasahu735
    @neepasahu735 Месяц назад +2

    Praise the lord🙏Amen🙏নাটক খন বহুত ভাল হৈছে। বহুত ভাল লাগিলে চাই🙏ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক🙏🙏❤️❤️🙏

  • @bitugogoi7131
    @bitugogoi7131 Месяц назад +1

    গুৰুজনা আৰু গুৰুমাক কুঢিকুঢি বাৰ প্ৰণাম জনাইচছু নাত খনি কৰা হকলো দাস দাখিকে ঈশৰে আশীৰ্বাদ কৰক😭😭😭

  • @rintidutta8746
    @rintidutta8746 Месяц назад +1

    সুন্দৰ ❤ গুৰুজনাৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনালো 🛐

  • @ranjitahazarika3743
    @ranjitahazarika3743 Месяц назад +1

    Eshwarr prakhongkha hoak amar mohan Guru devk tekhetok kuti kutibar dhonyabad jonaisu pravu 🙏🙏🙏🙏

  • @gargeedoley
    @gargeedoley Месяц назад +1

    Praise the Lord gurupita Amen 🙏🙏🙏🙏🛐🙏✝️🙏🛐🙏✝️🙏🙏🙏🙏🙏

  • @romeshgogoi7242
    @romeshgogoi7242 Месяц назад +3

    ঈশ্বৰৰ প্ৰশংসা হওক অতি সুন্দৰ হৈছে নাটখনি জীৱন্ত ৰুপ সকলোলৈ প্ৰণাম জনায় গুৰুপিতা আৰু মাৰ শ্ৰী চৰনত সেৱা প্ৰথনা জনায়ছো ❤❤🙏🙏

  • @pinkysaikia2847
    @pinkysaikia2847 Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু পিতা আৰু গুৰু মালৈ ঈশ্বৰৰ ওচৰত কোটি কোটি বাৰ প্ৰনাম জনাইছোঁ 🙏🙏

  • @likudevi1748
    @likudevi1748 Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওক 🙏🏻 গুৰুদেৱ 🙏🏻

  • @binuhazarika2535
    @binuhazarika2535 Месяц назад +4

    বৰ সুন্দৰ হৈছে।সকলো অভিনীত দাস দাসীক ঈশ্বৰে আশীবাদ কৰক।গুৰুপিতালৈ সেৱা জনালো❤❤❤❤

  • @KhagenDeka-cg3bh
    @KhagenDeka-cg3bh Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওক 🙏 গুৰু পিতাই আৰু গুৰু মা চৰনত সেৱা জনালোঁ।

  • @RanjanaGogoi-ed7xw
    @RanjanaGogoi-ed7xw Месяц назад +1

    ঈশ্বৰৰ প্ৰস্ংহা হ ওক ✝️✝️✝️✝️❤❤❤

  • @runuchetiagogoiofficial7626
    @runuchetiagogoiofficial7626 Месяц назад +1

    Praise the lord 🙏
    Bor hundor hoise ❤
    Hokolu Rani kijonike dhuniya lagise ❤ Ishware Gurujona jugedi hokoluke akhibad korok 🙏🙏🙏

  • @dimpolboruah7143
    @dimpolboruah7143 Месяц назад +1

    Praise the lord pitai ❤❤🙏🙏✝️✝️✝️

  • @manmayuribicamiya4801
    @manmayuribicamiya4801 Месяц назад +1

    Praised the Lord Jesus baba,gurujna baba aru mondlir Dipda, dah-dahihkl dhaniyabad jnaisu. Anekuwa culture natkloi apekhiyat asilo. Aji dekhi hukhi hysu.....Amen 🙏🙏🙏🎚🎚❤❤❤❤

  • @chayanikasaikia4861
    @chayanikasaikia4861 Месяц назад +1

    Thank u jesus.prise the lord .amen.

  • @RanjanChutiaTestimony
    @RanjanChutiaTestimony  Месяц назад +21

    চলোমনৰ বিবাহ। গিবিয়োনত ঈশ্বৰে তেওঁক দৰ্শন দিয়া। তেওঁ এক বিচাৰ নিস্পত্তি কৰা।
    1 চলোমনে মিচৰৰ ৰজা ফৰৌণৰ জীয়েকৰ সৈতে বিবাহৰ দ্ৱাৰাই নিজৰ বাবে সম্বন্ধ স্থাপন কৰিলে৷ তেওঁ ফৰৌণৰ জীয়েকক লৈ আহিল, আৰু তেওঁক নিজৰ গৃহ, যিহোৱাৰ গৃহ আৰু যিৰূচালেমৰ চাৰিওফালৰ দেৱাল সম্পূৰ্ণকৈ নিৰ্মাণ নহোৱালৈকে, দায়ুদৰ নগৰত ৰাখিলে। 2 লোকসকলে পবিত্ৰ ঠাইবোৰতহে বলিদান কৰিছিল; কাৰণ সেই কাললৈকে যিহোৱাৰ নামেৰে কোনো গৃহ নিৰ্ম্মাণ কৰা হোৱা নাছিল। 3 চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল।
    4 পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে। 5 গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।”
    6 তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
    7 এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো। 8 আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা। 9 এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক৷ কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
    10 চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে। 11 তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা, 12 এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
    13 ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব। 14 তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
    15 তেতিয়া চলোমনে সাৰ পাই দেখিলে যে, সেয়া সপোনহে আছিল। পাছত তেওঁ যিৰূচালেমলৈ আহি যিহোৱাৰ নিয়ম-চন্দুকটিৰ সন্মুখত থিয় হ’ল৷ তাতে তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাসবোৰৰ কাৰণে এটা ভোজ পাতিলে।

    • @ritagogoi9384
      @ritagogoi9384 Месяц назад

      ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏 ❤️😍 ধন্যবাদ পিতাই 🙏🙏🙏

    • @RipaSahu-y5t
      @RipaSahu-y5t Месяц назад

      ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏

    • @NilakshiSarma-cz6xb
      @NilakshiSarma-cz6xb Месяц назад

      Praise the lord pitai 🙏 hallelujah hallelujah hallelujah 🙏 amen pitai 🙏✝️🛐🙏

    • @pinkysaikia2847
      @pinkysaikia2847 Месяц назад

      ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু পিতা আৰু গুৰু মালৈ ঈশ্বৰৰ ওচৰত কোটি কোটি প্ৰনাম জনাইছো ।🙏🙏

    • @dolimamu3290
      @dolimamu3290 Месяц назад

      🙏🙏🙏😊

  • @mousumiboruah9661
    @mousumiboruah9661 Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🛐। নাটকখনৰ যোগেদি সকলোকে আশীৰ্বাদ কৰিব প্ৰভু🛐🛐🛐🙏🙏🙏✝️

  • @Chayanikadohutia2342
    @Chayanikadohutia2342 Месяц назад +1

    Hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah

  • @manoojhazarika3909
    @manoojhazarika3909 Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক ❤❤।। ঈশ্বৰৰ জীৱন্ত বাক্য নাটৰ যোগেদি উপস্থাপন কৰি আমাক বুজিবলৈ সহায় কৰাৰ বাবে গুৰুজনাক ধন্যবাদ জনাইছোঁ।। অভিনয় কৰা সকলো দাস দাসীৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰক।।আমেন❤❤❤

  • @aniltaye5574
    @aniltaye5574 Месяц назад +1

    Praise the Lord guru pitaai 🙏🙏🙏

  • @alpanadutta5786
    @alpanadutta5786 Месяц назад +2

    ঈশ্বৰৰ প্রশংসা হওক ঈশ্বৰৰে আজি দাস দাসীক সকলোকে আশিবাদকৰক আমেন

  • @ainubaruah5119
    @ainubaruah5119 Месяц назад +2

    Praise the lord 🙏✝️🛐❤️

  • @DipshikhaSonowal-p6e
    @DipshikhaSonowal-p6e Месяц назад +1

    Praise the lord guru pitai ❤❤❤

  • @NilakshiSarma-cz6xb
    @NilakshiSarma-cz6xb Месяц назад +1

    Praise the lord pitai 🙏 Hallelujah 🙏 amen ✝️🛐🙏

  • @PramilaChangmai-z6q
    @PramilaChangmai-z6q Месяц назад +1

    Praise the Lord🙏🙏🙏🙏🙏✝️✝️✝️✝️✝️❤❤❤❤🌹🌹🌹🌹🌹✨🌟

  • @PIKUS-2Y
    @PIKUS-2Y Месяц назад +2

    Praise the lord Jesus Amen 🙏🙏🙏

  • @RajuNath-nu3lk
    @RajuNath-nu3lk Месяц назад +1

    Praise the lord amen 🙏🙏🏾🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @dipaligogoideka4749
    @dipaligogoideka4749 Месяц назад +2

    Praise the Lord🙏🙏🙏 amen🙏🙏🙏

  • @indiramech7241
    @indiramech7241 Месяц назад +1

    Praise the Lord hallelujah amen

  • @RuskinGogoi-sz1dx
    @RuskinGogoi-sz1dx Месяц назад +3

    Praise the Lord 🙏🏻🎵🎸✝️🎸🎵🙏🏻

  • @mamonichutia5842
    @mamonichutia5842 Месяц назад +1

    Praise thee lord amen

  • @rupohilahon3087
    @rupohilahon3087 Месяц назад +1

    Praise the lord 🙏🏻🙏🏻🙏🏻✝️🛐✝️🙏🏻

  • @ProgyaRajkhuwa
    @ProgyaRajkhuwa Месяц назад +2

    Praise the Lord Gurupita Guruma Hallelujah Amen❤✝️🛐🙏

  • @pramilaboruah6601
    @pramilaboruah6601 Месяц назад +1

    Praise the lord❤❤❤ pitai

  • @mintuchutia7591
    @mintuchutia7591 Месяц назад +1

    Praise the lord Pitai🙏

  • @SunilBenarjee
    @SunilBenarjee Месяц назад +1

    Praise the lord 🙏🙏🙏 amen

  • @Swapngogoi
    @Swapngogoi Месяц назад +1

    Praise the Lord. ✝️✝️✝️✝️🙏🙏🙏🙏🙏

  • @minusaikia5131
    @minusaikia5131 Месяц назад +1

    Praise the lord guru pita .

  • @sumkidas500
    @sumkidas500 Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওক। আমেন।

  • @bhonimohan6045
    @bhonimohan6045 Месяц назад +2

    Praise the lord 🙏🙏🙏❤

  • @Ruphinaashi
    @Ruphinaashi Месяц назад +2

    Praise the Lord Amen 🙏

  • @abhijitkalita374
    @abhijitkalita374 Месяц назад +3

    Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA

  • @rubiburagohain635
    @rubiburagohain635 Месяц назад +1

    Praise the lord ✝️✝️🛐🛐🙏🙏🙏❤

  • @sanjaymajhi2948
    @sanjaymajhi2948 Месяц назад +2

    Praise the lord✝👏👏

  • @Rimagogoi20
    @Rimagogoi20 Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🏼✝️🛐

  • @pramilabrahma9323
    @pramilabrahma9323 Месяц назад +2

    Praise the lord Amen 🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤

  • @gitanjalisarmah9482
    @gitanjalisarmah9482 Месяц назад +1

    Praise the lord.

  • @hemantaraajmusic1018
    @hemantaraajmusic1018 Месяц назад +1

    Praise the lord 🛐🛐🛐✝️✝️✝️

  • @BornaliDutta-b6k
    @BornaliDutta-b6k Месяц назад +1

    Praise the lord pitai 🙏

  • @prodipdutta3033
    @prodipdutta3033 Месяц назад +1

    Praise The Lord 🙏 Amen 🙏

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 Месяц назад +1

    ঈশ্বৰৰ প্রশংসা হওঁক🙏 ঈশ্বৰে সকলোকে আশীর্বাদ কৰক🙏🙏🙏🙏

  • @rubiduttaborah6785
    @rubiduttaborah6785 Месяц назад +2

    Pars the Lord help me🙏 amen

  • @simaurang4390
    @simaurang4390 Месяц назад +1

    Praise the lord 🙏🙏🙏🙏🙏♥️♥️♥️♥️♥️

  • @Jungogoi-c9h
    @Jungogoi-c9h Месяц назад +1

    Praise the Lord pitai 🙏

  • @mirapayeng6678
    @mirapayeng6678 Месяц назад +1

    Praise the lord pitai ❤❤❤

  • @aratidevi4519
    @aratidevi4519 Месяц назад +2

    Praise the Lord 🙏🏼🙏🏼

  • @dibyajyotiboruah6959
    @dibyajyotiboruah6959 Месяц назад +1

    Praise the lord.amen

  • @kumarjeetbodoland9534
    @kumarjeetbodoland9534 Месяц назад +1

    Praise the lord Amen

  • @SunaliDuarah
    @SunaliDuarah Месяц назад +1

    Praise the lord. ❤❤❤❤

  • @ranichutia9159
    @ranichutia9159 Месяц назад +1

    Hallelujah ❤

  • @NirupaMgogoi-j4r
    @NirupaMgogoi-j4r Месяц назад +1

    Praise the lord ❤😭🙏

  • @barbiechetia202
    @barbiechetia202 Месяц назад +1

    Praise the Lord . Amen .

  • @pradipgogoi3061
    @pradipgogoi3061 Месяц назад +2

    Praise the Lord. ❤

  • @PuspaDutta-w1s
    @PuspaDutta-w1s Месяц назад +6

    Praise the lord pitai

  • @barbisonowal7894
    @barbisonowal7894 Месяц назад +1

    Praise the lord ✝️ 🙏

  • @dibayashreesaikia4737
    @dibayashreesaikia4737 Месяц назад +1

    ঈশ্বৰৰ প্ৰসংশা হওঁক

  • @rajdutta5094
    @rajdutta5094 Месяц назад +1

    PRAISE THE LORD 🙏🙏🙏 HALLELUJAH 🙏🙏🙏

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk Месяц назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏

  • @hemontauran5346
    @hemontauran5346 Месяц назад +3

    praise the Lord

  • @সংগীতযাত্ৰা
    @সংগীতযাত্ৰা Месяц назад +1

    ঈশ্বৰৰ প্ৰসংসা হওঁক ।

  • @parishmitadutta3455
    @parishmitadutta3455 Месяц назад +2

    Praise the Lord 🙏✝️

  • @GitanjaliHazarika-jp7ur
    @GitanjaliHazarika-jp7ur Месяц назад +1

    Praise the lord amen pita

  • @buluphukangogoi3603
    @buluphukangogoi3603 Месяц назад +1

    Nice drama.Prise the Lord.Amen

  • @nomitasaikia1895
    @nomitasaikia1895 Месяц назад +2

    Praise the lord 🙏✝️🙏✝️🙏✝️🙏❤️🙏

  • @juntidas7283
    @juntidas7283 Месяц назад +1

    Praise the lord ❤😢😢

  • @MridupabanSaikia-cq5lf
    @MridupabanSaikia-cq5lf Месяц назад +1

    Praise the Lord✝️✝️🛐🛐

  • @jyotidoleyassam.5838
    @jyotidoleyassam.5838 Месяц назад +1

    Praise the Lord Jesus bless all 🙏

  • @lipikagogoi4434
    @lipikagogoi4434 Месяц назад +4

    Praise the lord 🙏🙏🙏

  • @RubiRubi-s7r
    @RubiRubi-s7r Месяц назад +1

    Amen 🙏🙏🙏

  • @monaligogoi3785
    @monaligogoi3785 Месяц назад +3

    Amen ❤

  • @BikashBikashBharali-b9t
    @BikashBikashBharali-b9t Месяц назад

    Priase the lorad guru peta aru guru maak khawa janalu 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @popycarplace
    @popycarplace Месяц назад +1

    Praise the Lord❤❤❤❤❤

  • @PrasantaBora-u2i
    @PrasantaBora-u2i Месяц назад +1

    Praise the Lord

  • @_Debashri_
    @_Debashri_ Месяц назад +1

    AMEN❤🙏

  • @Junmonigogoi-be9fs
    @Junmonigogoi-be9fs Месяц назад +1

    Praise the lord guru pitai 🙏🙏🙏 hallelujah hallelujah 🙏❤❤❤❤❤

  • @bharotidutta894
    @bharotidutta894 Месяц назад

    Praise the lord 🙏🏻🙏🏻. Bohut vl lagile.

  • @juntidas7283
    @juntidas7283 Месяц назад

    Bohut Val lagila parvu, praise the lord 😢😢😢❤

  • @moromirisong5157
    @moromirisong5157 Месяц назад

    Praise the lord pitai 🙏🙏✝️🛐🙏🙏🙏

  • @chanokyavlogsmusic5518
    @chanokyavlogsmusic5518 Месяц назад

    ঈশ্বৰৰ প্রশংসা হঁওক পিতাই✝️🙏

  • @xutradharpuwali-hx2ge
    @xutradharpuwali-hx2ge Месяц назад +1

    Amen

  • @ritasaikia7636
    @ritasaikia7636 Месяц назад

    ঈশ্বৰৰ প্ৰসংশা হওঁক 🙏🙏 আমেন হালেলুইয়া

  • @100ffofficial
    @100ffofficial Месяц назад +1

    Priase the lorad aman 🙏🏻 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @DipikaDoley-f4y
    @DipikaDoley-f4y Месяц назад

    Praise the Lord✝️ ✝️🛐🙏🙏🙏

  • @jurismitasonowal9729
    @jurismitasonowal9729 Месяц назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🙏🏼❤️

  • @prakhenjitgogoi2233
    @prakhenjitgogoi2233 Месяц назад

    Praise the lord pitai 🙏🛐✝️