Lajuki- Bihuwan 2023 | Neel Akash | Kussum Kailash | Ramen Danah /Ujjwal Aarong/ New Assamese Song

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • 🎙 Singer : Neel Akash
    📝 Lyrics :Ramen Danah
    🎼Tune : Kussum Kailash & Neel Akash
    🎼 Music : Ujjwal Aarong
    🎶 Mix/Mastered : Ibson Lal Boruah
    🔴 Recorded at Studio Srishti (Moran)
    🎹 Ukulele : Bikash Gogoi
    🎸 Guitar : Koustavmoni Phukan
    🎺 Flute : Bitupan Konwar
    Dhool : Biplov Konwar
    Contact for Live Show 7002712344 - 7002500207
    Special Thanks
    Bharat Saikia
    Mintu Raidingia
    Bull Baruah
    Rajiv Sarmah
    Nancy Phukan
    Ghana Hazarika
    Binod Baruah
    Dinesh Kai
    Chintu Pathak
    Meer Deep
    Nitikesh
    Sanat
    Manab Gogoi
    Jogot Gogoi
    Jayprakash
    Bhargav
    Gojo

Комментарии • 2,3 тыс.

  • @mridulx7
    @mridulx7 Год назад +63

    নীল দাৰ বিহুৱান মানে আমাৰ আবেগ❤️ lv from নলবাৰী🔥

  • @bihuwan47
    @bihuwan47 Год назад +118

    Bihuwan hodai hit❤️
    Neel da অসমৰ এনেকুৱা এজন singer যাৰ প্ৰতিটো গীতেই নিমিষতে জনপ্ৰিয় হৈ পৰে।

  • @zubeengargjukebox
    @zubeengargjukebox Год назад +143

    আগুৱাই যোৱা তুমি নীল দা 😍 সকলোৱে গীত টি মৰমেৰে আদৰি লব 😍💞

  • @Sxrcreation
    @Sxrcreation Год назад +15

    বহুত ভাল লাগিল গীতটি শুনি 😍😍😍

  • @umagogoi
    @umagogoi Год назад +17

    কোনে ও বিহুত বিহুৱান নিদিলেও,নীল দা এ কিন্তু সদাই বিহুৱান দি যায়।💝❤️lajuki is awesome 😌😍love from Moran 💝

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music Год назад +38

    আকৌ যেন সেই বিশেষ শাৰীটো উভতি আহে :
    Neel Akash singing everybody dancing ❤️🔥

  • @RcRanjan22
    @RcRanjan22 Год назад +90

    বিহুৱান 😍🔥😍🔥
    নীল দা বহুত বেছি অপেক্ষা কৰি আছিলো বিহুৱানৰ বাবে 🥺❣️ বিহুৱানৰ সমূহ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল । মাঘৰ বিহু হিলিব লাগিব দেই ৰাইজ 😍😍❤️🔥💫

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Год назад +61

    ককাই অভিনন্দন জনালোঁ❤️মাঘ বিহুৰ উপহাৰ হিচাপে পালোঁ গীত টি

  • @ankita-piu
    @ankita-piu Год назад +12

    মাঘ বিহু আহিলে নীল দা বিহুৱান খনলৈ ৰৈ থাকো ধন্যবাদ নীল দা বিহুৱান খন লৈ অহা বাবে love you নীল দা🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰

  • @story_____axom
    @story_____axom Год назад +12

    মাঘ বিহুৰ উপলক্ষ্যে তুমি এটা সুন্দৰ উপহাৰ দিলা নীল আগন্তুক মাঘৰ বিহুৰ হিয়া ভৰা উলগ জনাইছো।

  • @basantadas4498
    @basantadas4498 Год назад +38

    হেঁপাহৰ বিহুৱান খন আহি পদূলিৰ মুখৰ পালেহি।। কিমান যে আশাৰে ৰৈ আছিলোঁ 😍😍😘😘😘😘😘😘😘

  • @jodudowari
    @jodudowari Год назад +11

    মহঙা মৰম তোৰ কেতিয়া হব মোৰ সুধিছো কবিনে তই 😌😌😌😌💗

  • @nibaran12k
    @nibaran12k Год назад +216

    💞বিহুৱান ৰ প্ৰতিটো গীতেই ধুনীয়া হয়💞
    ❤বিহুৱান ৰ সমূহ পৰিয়াললৈ❤
    💖মাঘ বিহুৰ শুভেচ্ছা থাকিল💖
    LOVE❤ FROM BAIHATA CHARIALI

  • @kunaldas9268
    @kunaldas9268 Год назад +12

    ভাবি আছিলো নতুন বছৰ গ'ল মাঘৰ বিহু পাইছে হি নীল দা নতুন গা কেতিয়া শুনিব পাম , আজি পাই বহুত বহুত.......❤️❤️❤️সুখি সঁচাকৈ, এইবাৰ মাঘৰ বিহু হিট 🔥⚡তোমাৰ গান এটা নুশুনিলে ভাল নেলাগে আজি পাই বহুত বহুত ভাল লাগিছে ❤️ এনেকৈ ধুনীয়া ধুনীয়া গান আমাক আগবঢ়াই থাকিবা ❤️❤️❤️

  • @gourabjyotigharphalia3324
    @gourabjyotigharphalia3324 Год назад +13

    বছৰটো আৰম্ভ হ'ল বুলিলে আপোনাৰ Channel-টোলৈ কেইবাৰ অহা যোৱা কৰোঁ হিচাপ নাথাকে। হেঁপাহ মাথোঁ এটাই এলবামৰ - বিহুৱান। অৱশেষত আজি অপেক্ষাৰ অন্ত। ভাল লাগিল নীল দা।

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music Год назад +39

    গোটেই বছৰটো এটা এলবামৰ বাবেই ৰৈ থাকো , সেয়াই বিহুৱান ❤️❤️❤️❤️

  • @cricoassam1
    @cricoassam1 Год назад +151

    বিহু মানেই নীল দাই দিয়া মৰমৰ বিহুৱান খন........❤️‍🔥❤️‍🔥😊 নীল দাৰ বিহুৱান মৰমৰ আছিল আৰু সদায় মৰমৰ হৈ থাকিব...............🤗🤗 #neelakash

  • @neeldeepmusical6210
    @neeldeepmusical6210 Год назад +24

    বহুত বহুত ভাল লাগিল ককায়দেউ আপোনাৰ গান বোৰ শুনি বহুত ভাল লাগে 🥰 লক্ষীমপুৰ পৰা এগাল মান মৰম জাচিলো ❣️ আৰু লগতে সকলোকে ভোগালী বিহু শুভেচ্ছা জনালোঁ

  • @himangshubaruah9259
    @himangshubaruah9259 Год назад +5

    মুক্তি পোৱাৰ পৰা একেৰাহে 28বাৰ শুনিলো 💞🔥

  • @nishanttmusical7309
    @nishanttmusical7309 Год назад +10

    "বিহুৱান" .. যালৈ আমি বাট চাই থাকো হেপাঁহেৰে ... সদায়ৰ দৰে এইবাৰো অগানুগতিক 😍

  • @hemonta933
    @hemonta933 Год назад +18

    ককাইদেউ ❤️।।
    বিহু বুলি আপুনি হে অকল বিহুৱান দিয়ে 😌
    আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল ❤️।।

  • @rajdeepsaikia123
    @rajdeepsaikia123 Год назад +13

    বিহু সুৰীয়া গান আপোনাৰ কণ্ঠত ভাল লাগেই,এই গানটো বহুত ভাল লাগিল শুভ কামনা ককাইদেউ

  • @kingkohli4856
    @kingkohli4856 Год назад +45

    জুবিন দাৰ পিছতে ভাল পোৱা গায়কজন হৈছে নীল আকাশ দা আপোনাৰ কণ্টত যাদু আছে
    All bihuwan song is superhit ❣️❣️

  • @kankanvlogs3097
    @kankanvlogs3097 Год назад +4

    বিহুত হিলাব গানটো 💕

  • @SMS4144
    @SMS4144 Год назад +50

    খুব ভাল হৈছে গীতটো 👌👌👌 বিহুৱানৰ গীতৰ বাবে সদায় অপেক্ষা কৰি থাকোঁ নীল দা ... এতিয়া যে জুবীন দাৰ পিছতে আপোনাৰ গীত বোৰ শুনি ভাল লাগে 🥰
    আপোনালৈ বহুত মৰম ভাল পোৱা কাকপথাৰ ৰ পৰা 🥰🥰🥰

  • @nhkraktimvlogs2369
    @nhkraktimvlogs2369 Год назад +21

    পখিলাৰ দৰেই সকলোৱে যাতে আদৰি লয় গীততি সুন্দৰ হৈছে 🔥

  • @l__j__r1355
    @l__j__r1355 Год назад +5

    Hi Nell akas da tumar song bahut Val laga

  • @dhanbarteron8890
    @dhanbarteron8890 Год назад +50

    কোন আহি কোনফালে
    উদঙীয়া কলিজাতে❤️❤️
    বহি ললি তই
    তোৰ মৰমৰে সাগৰতে
    ডুবি ডুবি মৰিবলে
    পগলাতো মই 🥰🥰
    মহঙা মৰম তোৰ
    কেতিয়া হব মোৰ
    সুধিছো কবিনে তই 💕
    Lyrics 💕💕💕
    "Bihuwan" is best

  • @milidas9185
    @milidas9185 Год назад +4

    এটা কথা কিন্তু খাটাং এইবাৰ ভোগালী বিহুত বিহুৱান swag হব swag 🤘🤘কাৰণ আমাৰ অতি মৰমৰ ভাইটি দা, ধন দা, নীল দাৰ গীতেৰে এইবাৰ ভোগালী বিহু best memorable hobo kintu ❤️❤️❤️ thank you so so much neel da for your beautiful and amazing gift love you always 😘😘😘❤️❤️❤️🙏🙏🙏

  • @dipjyotithakuria3246
    @dipjyotithakuria3246 Год назад +74

    এইবাৰ বিহুৱান এলবাম ৰ গীতটি আমাৰ নীল দাৰ লাজুকি বৌ জনীৰ বাবেই ❤️😍 লাজুকী ✨💙

  • @surajpleasejk4848
    @surajpleasejk4848 Год назад +59

    জুবিন দা জনমনি এলবাম দৰে
    নিল দা বিহুৱান গানৰ‌ বাবে পগলৰ‌
    ৰাখি থাকো।❤️💫

  • @Ahakalopmanhahu
    @Ahakalopmanhahu Год назад +28

    বহুত বহুত ভাল লাগিল নীল দা কবলৈ ভাষা নাই, 2023 চনৰ আটাইতকৈ শ্ৰেষ্ঠ আৰু হিট গান বিহুৱান vol.8 ❤️❤️❤️

  • @musical_mixer7518
    @musical_mixer7518 Год назад +6

    O monalisha o monalisha ai khoni line jui jui koixu,,, 🔥🔥🔥

  • @ankitaDeka
    @ankitaDeka Год назад +9

    সচাঁই হৃদয় চুই থৈ গ'ল ❤

  • @uniqueboy1490
    @uniqueboy1490 Год назад +428

    Magh Bihu is incomplete without bihuwan song 😍🥰

  • @akasharyanmusical4019
    @akasharyanmusical4019 Год назад +9

    কিমান মৰম দিলে অʼ
    অʼ মনালিছা
    কবি মনৰ কথা অʼ মনালিছা
    অʼ মনালিছা
    💞🌹
    Bihuwan all time hit💞🌹
    Love you Neel Da....My Inspiration 🌹❤️

    • @manalishadas2421
      @manalishadas2421 Год назад

      মোৰ নাম মনালিছা❤😍

  • @sanugogoi753
    @sanugogoi753 Год назад +5

    বহুত দিন অপেক্ষাৰ অন্তত অৱশেষত 😍😍😍😍😍😍😍

  • @dhrubadeka7094
    @dhrubadeka7094 Год назад +14

    ৰৈ থাকো নীল দা আপোনাৰ বিহুৱানলৈ
    অসমীয়াৰ আবেগ #বিহুৱান
    🔥❤️🔥❤️🔥❤️🔥❤️🔥❤️🔥❤️🔥❤️🔥❤️
    ❤️🔥❤️🔥❤️🔥❤️🔥❤️🔥😍🔥❤️😍❤️😍❤️😍❤️😍❤️😍❤️😍❤️😍❤️😍❤️😍❤️😍❤️😍❤️😍❤️❤️❤️😍❤️❤️❤️❤️❤️😍❤️❤️😍❤️😍❤️❤️❤️❤️😍❤️❤️😍❤️❤️😍❤️❤️😍❤️😍❤️😍😍❤️❤️😍❤️❤️❤️❤️❤️😍😍😍❤️❤️❤️❤️😍❤️❤️😍❤️😍❤️😍❤️❤️🔥❤️😍😍❤️😍😍❤️❤️😍😍❤️❤️😍❤️❤️😍😍❤️😍❤️❤️❤️❤️😍😍😍❤️🔥❤️😍❤️❤️❤️❤️😍😍😍❤️❤️❤️😍😍❤️❤️😍❤️❤️❤️😍❤️

  • @Ramdhenu_Zg
    @Ramdhenu_Zg Год назад +64

    নীল দা = বিহুৱান, কুসুম দা = মন মইনা ❤️❤️

  • @গোগামুখৰলৰা
    @গোগামুখৰলৰা Год назад +105

    আগন্তুক মোৰ আৰু মাৰ তৰফৰ পৰা সকলুলৈ ভোগালী বিহু শুভেচ্ছা জনালোঁ🙏🙏🙏
    লগতে নীল দা এই বিহুৱান যেন বিহুৱান হৈ থাকে তাকে কামনা কৰিলোঁ❤️

  • @miss____ruhiiee
    @miss____ruhiiee Год назад +8

    Waiting 🤧💓 lov uh Neel da

  • @dimpulcreation8961
    @dimpulcreation8961 Год назад +15

    নীল দা বিহুৱান শুনি থকা সকলো অসম বাসিলৈ আগতীয়াকৈ ভোগালী বিহু শুভেচ্ছা থাকিল❤️ ।।

  • @rinki2933
    @rinki2933 Год назад +7

    Neel dar geet a ktyaw নিৰাশ nokore❤️❤️ happy bhugali Bihu.. xodai a প্ৰিয় ❤️❤️

  • @poliborah1228
    @poliborah1228 Год назад +3

    সুন্দৰ ♥️

  • @Udit796
    @Udit796 Год назад +6

    হেপাহৰ বিহুৱান খন কাষত পাই ভাল লাগিল, বহু আশাৰে বাট চাই আছিলো,মাঘ বিহুৰ শুভেচ্ছাৰে ধন্যবাদ নীল দা

  • @RcRanjan22
    @RcRanjan22 Год назад +39

    ২০২৩ ত বৰ্তমানৰ লৈকে অহা গীত সমূহৰ ভিতৰত আটইতকৈ শ্রেষ্ঠতম গীতটোৱেই হৈছে আমাৰ মৰমৰ "বিহুৱান" ❤️❤️ । Love you Neel da 😍🔥🔥❤️❤️❤️

  • @jknikilworld143
    @jknikilworld143 Год назад +39

    Neel da aru Zubeen da Axomor এনেকুৱা এজন singer যাৰ প্ৰতিটো গীতেই নিমিষতে জনপ্ৰিয় হৈ Pore ❤❤❤❤

  • @ashimbhattacharjee3042
    @ashimbhattacharjee3042 Год назад +29

    প্ৰত্যেক বছৰে এই মাঘ বিহুৰ সময়ছোৱাত, ইমান ধুনীয়া ধুনীয়া গীত উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ ককাইদেউ। বঙাইগাঁওৰ পৰা বহুত মৰম ❤️❤️

  • @jitumoni804
    @jitumoni804 Год назад +4

    Congratulations neel da ❤😘 moja lagil geet2.... Amak ankuwa moja moja geet aru upohar d apuni aru aguwai jaok..... Happy bhogali bihu...

  • @neelchinmoy6532
    @neelchinmoy6532 Год назад +7

    নতুন বছৰত আপোনাৰ নতুন গানটো শুনি মনটো বহুত ভাল লাগিল নীল দা। লফ ইউ নীল দা❤❤

  • @HimakhiDuwara
    @HimakhiDuwara Год назад +33

    বিহুৱান আমাৰ আৱেগ ❤️
    বিহুৱান আমাৰ হেঁপাহ ❤️🤗

    • @Bishnu-Newar
      @Bishnu-Newar Год назад

      mUr channel tu subscribe kori dibo buli akha thakil ❤️👍

  • @hirenphukanhirenphukan5600
    @hirenphukanhirenphukan5600 Год назад +6

    সকলোৰে গীত পালো। মাথো অপেক্ষা আছিল আপোনাৰ গানলৈ। অৱশেষত পালো। বহুত ভাল লাগিল নীল দা।

  • @sanjibpegu5838
    @sanjibpegu5838 Год назад +6

    নীল দা'ৰ প্ৰতিটো গীতেই প্ৰীয় পৰে ❤️❤️❤️😍😍😍

  • @asanupamworld6611
    @asanupamworld6611 Год назад +2

    🤴🤴জুবিন দাৰ পিছত আপোনিয়ে মোৰ 🔥🔥🔥 প্ৰিয় ♥️♥️♥️♥️♥️

  • @hanifahmed14k
    @hanifahmed14k Год назад +25

    বিহুৱানৰ প্ৰতিটো গীতেই ধুনীয়া
    হয়,,, বিহুৱান ৰ সমূহ
    পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল
    Love Form Nazira😍❤

  • @akashdeepgogoi7915
    @akashdeepgogoi7915 Год назад +5

    তিনি নম্বৰ কলি...Uff ❤️❤️❤️❤️

  • @missmeghali71
    @missmeghali71 Год назад +9

    সমূহ অসমবাসী লৈ মোৰ ফালৰ পৰা আগতীয়া কৈ মাঘ বিহু ৰ শুভেচ্ছা জনাইছো....💓🙂 উৰুকা গান ত নীল দা নহলে ;
    উৰুকাৰ নিশা উকা নিশা হব...😌💝

  • @manujkonwer8400
    @manujkonwer8400 Год назад +2

    মন ফাগুনৰ পছোৱা অ মনালিছা গানটোৰো এছেৰেঙা সুবাহ পোৱা যেন লাগিল । নস্তালজিক হলো ।

  • @kuldeepray9272
    @kuldeepray9272 Год назад +8

    সকলোকে মাঘ বিহু শুভেচ্ছা থাকিল,♥️♥️♥️ love from basugaon

  • @Babu..Lyricxzz
    @Babu..Lyricxzz Год назад +8

    লাজুকী 🥺💜
    মাঘ বিহুত nonstop বজিব 🙃🥀

  • @kiiishor_
    @kiiishor_ Год назад +9

    ককাই বহুত অপেক্ষাৰ মূৰত আজি “বিহুৱান" শুনিব পালোঁ। সঁচাকৈ হেঁপাহ পলাই গʼল। একেবাৰে হৃদয় চুই গʼল। বহুত ধুনীয়া হৈছে গানটো। কণ্ঠ, সংগীত,‌ কথা-সুৰ আদিকে ধৰি সকলোখিনি বস্তু ইমান ধুনীয়া হৈছে, সঁচাই অতুলনীয়। ☺️👍🏻
    আপোনালৈ ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ বহুত বহুত হিয়াভৰা শুভেচ্ছা যাচিলোঁ।
    🥰❤️

  • @moinaediting
    @moinaediting Год назад +6

    বিহুৱান 😍😍❤❤দাদা বহুত অপেক্ষা কৰি আছিলো bihuwan is best 😍❤❤

  • @palashbhuyan1503
    @palashbhuyan1503 Год назад +14

    মোৰ আদৰ্শ নীল দা
    সঁচাকৈ হৃদয় চুই গ'ল😘

  • @shazamff6766
    @shazamff6766 Год назад +6

    বিহুৱানৰ অপেক্ষা অন্ত পৰিল 😍 । এইবাৰ মাঘ বিহুত ইমান ধুনীয়া গান এটা উপহাৰ দিয়াৰ বাবে ধন্যবাদ নীল দা 🙏

  • @archanasaikia4219
    @archanasaikia4219 Год назад +5

    বিহুৱান 🔥🔥🔥🔥 সুন্দৰ 👍👍👍👍👍 আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোলৈ

  • @doliborah2960
    @doliborah2960 Год назад +17

    আপোনাৰ গান শুনিলে শুনি থাকিব।। মন যায়।।💕💕

  • @srimantadas7837
    @srimantadas7837 Год назад +8

    মাঘ বিহুৰ উপহাৰ 🙏❤️❤️❤️। Lové you Neel Daa . Love from MORIGAON ❤️❤️❤️

  • @satyajitboruahvlogs5266
    @satyajitboruahvlogs5266 Год назад +22

    সুন্দৰ বিহুৱান 😍❤️ নীল দাৰ লগতে সমূহ বিহুৱানৰ পৰিয়াল বৰ্গলৈ বহুত বহুত শুভেচ্ছা জনালোঁ ❤️🎉 আৰু সকলোঁলৈ নৱবৰ্ষৰ হুভকামনা জনালোঁ ❤️❤️❤️💗💗। আৰু এটা ভাল অনুভৱ যে আমাৰ টিংখাং অঞ্চলৰ ৰমেন দাৰ পৰা অসমবাসীলৈ এনেধৰণৰ ধুনীয়া ধুনীয়া গীত ৰচিত হৈছে 🥰🥰😍😘 proud to be ৰমেন দা Love from Tingkhong 💗💗💗❤️✌️😊

  • @lclakshi.9470
    @lclakshi.9470 Год назад +4

    Vall lage tur ......😇line hits.....💗

  • @khagenkonwar
    @khagenkonwar Год назад +10

    বিহুৱান এটিয়া আপোনালোকৰ মাজলৈ মৰম দিব সকলোৱে ।। 💞💞💞💝💝💝💝💝😘😘😘😘

  • @aruprmusical8858
    @aruprmusical8858 Год назад +13

    বহু দিনৰ অন্তত আমাৰ অতি মৰমৰ বিহুৱান খন আমালৈ আগবঢ়ায় দিলে মৰমৰ কন্ঠ শিল্পী নীল আকাশ দা এ । ৰাইজে মৰম আৰু আশীৰ্বাদ কৰিবো দেই ❤️ নীল দাক ❤️ হেঁপাহৰ বিহুৱান খনক সদায় সাঁচি ৰাখিম বুকুত ❤️🥰

  • @napresentshort3385
    @napresentshort3385 Год назад +9

    কিমান মৰম দিলে অ' মনালিছা,
    কবি মনৰ কথা অ' মনালিছা... ;;
    কিনো আশা দিলে অ' মনালিছা,
    মোৰলৈ সাঁচি থবি তোৰ যৌৱনৰে ৰূপহী বাগিচা.... 💗🌻
    উফ KAKA Neel Akash Das কি সুৰ Diwana Ho Gya Phir Se 🥺💖
    নীল দাৰ বিহুৱান অবিহনে বিহু আধৰুৱা 💗🌻

  • @RAAJNEELMUSICAL
    @RAAJNEELMUSICAL Год назад +1

    Bohut hundor Neel da

  • @axomiyalora01
    @axomiyalora01 Год назад +2

    Bihuwan 🔥❤️

  • @nayanjyotikalita6593
    @nayanjyotikalita6593 Год назад +8

    অত দিনৰ অপেক্ষা অন্তত,, বহুত বহুত ভাল লাগিছে নীল দা ধুনীয়া গান এটা উপহাৰ দিলে ❤️❤️💖💖👌👌

  • @ArijeetGallery
    @ArijeetGallery Год назад +405

    "Bihuwan" is not just an album or song. It's an emotion. ❤️ . Congratulations and best wishes to Neel & every members of bihuwan. Much love 💕💐

  • @Diiipen
    @Diiipen Год назад +7

    বহুত দিনৰ পৰা ৰখি আছিলোঁ এই গানটোলৈ আপোনাৰ গোটেই কেইটা বিহুৱানই বহুত ভাল লাগে Love you Neel Da ❤️❤️❤️❤️❤️❤️

  • @neehajeyfree1639
    @neehajeyfree1639 Год назад +1

    ভাল লাগিল নীল দা এনেখে গান উলিয়াই থাকিবা I Love You💓💓💓💓💓💓💖💖💖💖💖

  • @bihuwan47
    @bihuwan47 Год назад +4

    নীল দা সদায় super হিট

  • @mrboruah4752
    @mrboruah4752 Год назад +4

    Bohut val lagesay neel da...🎶🎶🎶

  • @mintubarman1795
    @mintubarman1795 Год назад +3

    বিহুৱান আমাৰ বাবে প্ৰিয় ঠিক একেদৰে নীল দা আমাৰ অতিকৈ প্ৰিয় সেইকাৰণে গান তুয়ো বহুত ধুনীয়া 😘🫂🥰🌺🌍

  • @neelakashfuncluab2293
    @neelakashfuncluab2293 Год назад +13

    নীল আকাশ ৰ বিহু ৱান বোৰ অতি আদৰৰ।

  • @jitulkalita4455
    @jitulkalita4455 Год назад +6

    নিল দাৰ কন্ঠত যিকোনো বিহু সুৰীয়া হওকঁ শুনি কিন্ত বহুত ভাল লাগে , বাৰে বাৰে শুনিব মন যায় , যিজনে গীত লিখিছে কথা বিলাকও ধুনীয়া , ৰঙিয়াৰ পৰাই বহুত ধন্যবাদ জ্ঞাপন কৰিলো ,

  • @monalishataid3478
    @monalishataid3478 Год назад +2

    সচাকৈ মন চুই গল

  • @palvlogs3919
    @palvlogs3919 Год назад +60

    ভোগালীৰ আনন্দ কেৱল বিহুৱানৰ সৈতে 🤗❤️

    • @phukongolaghat
      @phukongolaghat Год назад +1

      Logote akash pritom dar megangkori

    • @Bishnu-Newar
      @Bishnu-Newar Год назад

      mUr channel tu subscribe kori dibo buli akha thakil ❤️👍

    • @THUNDERSTORM_Music
      @THUNDERSTORM_Music Год назад +2

      @@phukongolaghat Taak val nologa hol ajikali . Agote iman dhuniya gaan bur uliaisil . Atia he kiba-kibi bur uliai thake . 💔

    • @phukongolaghat
      @phukongolaghat Год назад

      @@THUNDERSTORM_Music heitu hoi pise music olp copy kore Jen lage kintu voice tu Neel Akash dat ke vl

    • @THUNDERSTORM_Music
      @THUNDERSTORM_Music Год назад +1

      @@phukongolaghat Voice tu val . But voice tu hisape last 3 years tar pora val song pua nai

  • @akasharyanmusical4019
    @akasharyanmusical4019 Год назад +12

    Waiting Dada 💞

  • @utpalboruah4601
    @utpalboruah4601 Год назад +3

    Bohut dhunia hoise💞🥰 👍 aru apunar voice tu kintu bohut dhunia 💞🥰🥰

  • @samarkalita6275
    @samarkalita6275 Год назад +2

    ভোগ মানে ভোগালী 😍
    বিহুৱান ৰ গীত মানে নীল দা😍

  • @nitulrajkhowa5223
    @nitulrajkhowa5223 Год назад +1

    সুন্দৰ নীল দা। বিহুলৈ হিট বিহু এটা দিব।

  • @HimakhiDuwara
    @HimakhiDuwara Год назад +7

    বহু অপেক্ষাৰ মূৰত আহি গ'ল সকলোৰে হেঁপাহৰ বিহুৱান 😍❤️💃💃💃❤️❤️❤️❤️❤️

  • @himanshudeka4879
    @himanshudeka4879 Год назад +12

    সকলোকে আগতীয়াকৈ ভোগালী বিহু ৰ শুভেচ্ছা জনালো,,,,, ❤❤❤

  • @deepgogoi1290
    @deepgogoi1290 Год назад +15

    Upcoming maagh bihu big gift 🌚💚💚thank you Neel da 💚

  • @JayantaChutia-zb1ez
    @JayantaChutia-zb1ez Год назад +1

    নীল দা গীত সদায় হিট । তাতে লগত আকৌ ৰমেন দা থাকিলে চুপাৰ হিট । কবলৈ ভাষা নাই ।

  • @shyampait7
    @shyampait7 Год назад +1

    Very Excited To See This Video...
    Waiting Neel Da...!

  • @axomrajytgaming1383
    @axomrajytgaming1383 Год назад +7

    Neel da❤️
    2023 yearr sobotke besi hit hwa song hoi jen tar a kamona❤️

  • @neelakash7668
    @neelakash7668 Год назад +26

    অপেক্ষা কৰি কৰি অৱশেষত গীতটি শুনিবলৈ পালোঁ ❤️ নীল ককাইদেউৰ গীতবোৰত প্ৰায় এটা নতুনত্ব বিচাৰি পাওঁ 😍 বাকী বিহুৱান হিট Love you নীল ককাইদেউ।❤️❤️❤️❤️

  • @tridip57ggogoi
    @tridip57ggogoi Год назад +11

    আৰু অকণমান হিট song লাগে 😙 ভোগালী বিহুৰ শুভেচ্ছা থাকিল নীল দা❤️❤️😙

    • @aimtokill9683
      @aimtokill9683 Год назад

      ruclips.net/video/1qIshniaWOs/видео.html

  • @maniyagaming6422
    @maniyagaming6422 Год назад +5

    Broo apne to agg laga di🔥🔥

  • @vivekvlogs7549
    @vivekvlogs7549 Год назад +1

    Dhuniya আশাবোৰ এতিয়াহে পুৰ হৈছে

  • @bhitalichiring9254
    @bhitalichiring9254 Год назад +1

    Hosakoiye Bihuwan r obihone magh bihu adhorua ❣️☺🤞