দ্বিতীয়বাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী হ’ব নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লা।

Поделиться
HTML-код
  • Опубликовано: 7 окт 2024
  • জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন সুখকৰ নহ’ল বিজেপিৰ বাবে। সুদীৰ্ঘ ১০ বছৰৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনত নেচনেল কনফাৰেন্স আৰু কংগ্রেছে মাৰিলে শেষ হাঁহি। জম্মু-কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু কংগ্রেছ দলৰ মিত্ৰজোঁট চৰকাৰ গঠন হোৱাটো নিশ্চিত হ’ল। দ্বিতীয়বাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী হ’ব নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লা।
    #pratidintime #JAMMU&KASHMIR #ELECTION

Комментарии • 6

  • @sanjibkalita8479
    @sanjibkalita8479 6 часов назад +5

    মুছলিমে আকৌ বিজেপিক কত ভোট দিব ?!? তথাপিও দ্বিতীয় স্থান পাইছে যে। পাকিস্তানী কেইটাই বৰ ভাল পাইছে চাগে

    • @Kalita-l1b
      @Kalita-l1b 5 часов назад +2

      Brother we all Hindu have to vote BJP otherwise Assam can become second Jammu Kashmir

  • @Kalita-l1b
    @Kalita-l1b 5 часов назад +3

    All assam people are request to vote for BJP otherwise assam can become 2nd Jammu Kashmir
    Stop botherhood, secular policy with miya Muslim
    🙏🙏🙏 Request all hindu of assam
    Jai i axom❤❤
    Jai hind ❤❤

    • @TCF573
      @TCF573 5 часов назад

      Who are u ??? Are u a famous politician ??? What is about ur education .??? 😂😂😂

  • @SanjoyKalita-h1r
    @SanjoyKalita-h1r 4 часа назад

    Pratidin time ar manuh bur nasi asa o.... Pratidine mithai khuwaba lagiba kintu

  • @TCF573
    @TCF573 5 часов назад

    Thanks