Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
প্ৰিয় দীপ দাস ডাঙৰীয়া, আপোনাক মনৰ পৰা ধন্যবাদ জনাইছো ....তেতিয়াৰ দিনৰ সুন্দৰ গীতবোৰ শুনাৰ সুবিধা কৰি দিয়াৰ বাবে...
Beautiful evergreen 🎵🎵🎵🎵🎵
১৯৮৩ চনত মুক্তিলাভ অসমৰ দ্বিতীয়টো আধুনিক গীতৰ কেছেট ৰাগিণীত সন্নিৱিষ্ট পৰী বৰদলৈৰ এই গীতটিৰ সুৰকাৰ ভূপেন উজীৰ, গীতিকাৰ হেমন্ত দত্ত। HMVসংস্কৰণটো ৰেকৰ্ড যোগে আকাশবাণীয়ে সম্প্ৰচাৰ কৰিছিল। পৰবৰ্ত্তী সময়ত শান্তা উজীৰকে ধৰি কেইবাগৰাকীয়ে গানটো গাই আহিছে আৰু গাই যাব।
Very nice song ❤
pratham Pari Bordoloi baidewe gaisil aitu pari baideur voice nohoy Santa baideu jen lagise
Original geetir logot xur xoloni kori guar babe bhal napalu ,pori bordoloi e gua xur tu besi bhal lagisil pise
ৰেডিঅত শুনা এই সুন্দৰ গীতবোৰ আজিকালি শুনিবলৈ নোপোৱা হলো । এনেকৈ শুনিবলৈ সুবিধা কৰি দিয়া বাবে আপোনাক ধন্যবাদ জনাইছোঁ ।
দৰদী শিল্পী শান্তা উজীৰ বাইদেউৰ গীতটি বহু বছৰৰ পাছত পুনৰ শুনিবলৈ পাই আপ্লুত হলোঁ। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।
mm
সুন্দৰ গীত
Xundor deepor puhorot ujjol hoi porese geet te
Pori baideo ai geet to agoty akhabani jugy hunisilu .oti monumuha geet.siro hawoj geet.
Sira Natun ,Sira Sundor
অতি সুন্দৰ !গীত বিলাক আপলোড কৰোতে গীতিকাৰ ,সুৰকাৰ, সঙ্গীতকাৰ ৰ নাম description ত দি থলে ভাল আৰু গীতটি কোনচনত প্ৰথম realese হৈছিল !!এইক্ষেত্ৰত বাংলা চেনেল বিলাক বৰ ভাল !তেওঁলোকে এই সকলোবোৰ বিতংকৈ দিয়ে ।আমি গীত ৰ ক্ষেত্ৰত অলপ আগ্ৰহী শ্ৰোতা ,সেয়েহে মনৰ কথা বোৰ ক'লো !!
এইবিলাক গান শুনিলে বতৰলৈ বৰকৈ মনত পৰি যায় ।।
Khub val lagil gaantu singar r baidor namtu janibo bisau
শান্তা উজীৰ বাইদেউৰ কণ্ঠ, ৰেডিঅত শুনিছিলো ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা।
Very nice song
বৰ সুন্দৰ শ্ৰুতিমধুৰ মনপৰশা গীত শিল্প কোন
Pari Bordoloi
Very sweet and beautiful evergreen song💐💐🌹
Ai git tu Shanta Ujira gaisa.
গানটো কোনে লিখা? সুৰ কাৰ?গাইছে কোনে? মিউজিক কাৰ? ইমান সুন্দৰ এটা গান জানিবলৈ মন গৈছে।
Nice song
বৰ ভাল লগা গীত
গানটো বহুত sweet. But কিন্তু, what মানে কি? কি, ক'ত, কিয় বিখ্যাত।একো নাজানিলো।
পৰী বৰদলৈ বাইদেউ এ গাইছে
Origin গীতটোত পৰী বৰদলৈ বাইদেউৱে কণ্ঠদান কৰিছিল । এইটো অৱশ্যে শান্তা বাইদেউ যেন লাগিছে, মইয়ো নিশ্চিত নহয় । origin টো youtube ত search কৰিলে পাব ।
Mur bhut val lage ganto
মনপৰশা শ্ৰুতিমধুৰ গীত
Hoi diyok
শিল্পী গৰাকী নামটি উল্লেখ কৰিব
Origin গানটো পৰী বৰদলৈ বাইদেউৰ । কিন্তু এই গীতটোত কোনে কণ্ঠদান কৰিছে মই নিশ্চিত নহয়, গতিকে শিল্পী গৰাকীৰ নাম উল্লেখ কৰিব নোৱাৰাৰ বাবে দুঃখিত.....
Shanta Ujir.
ভাল পালো |
hsai bht dhunia gaan
শ্ৰুতিমধুৰ মনপৰশা গীত ।শিল্পী গৰাকী নাম উল্লেখ কৰিব।
Pori Bordoloi r kontho
Aitu Shanta Uzir gaise Bhupen Uzir composition.Hamanta Datta likha.
@@shantauzir3765 thank you baideo eman hundor geet bilak amak upohar diyar babe, moi apunar geet bohut val paou ❤️❤️
Original Tu nohoi
Aai gan tur track tu pam na
8876478089 Whatsapp