Doyalu Jon

Поделиться
HTML-код
  • Опубликовано: 3 янв 2025

Комментарии • 284

  • @RanjanChutiaTestimony
    @RanjanChutiaTestimony 3 месяца назад +20

    যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷ 2 তেওঁ প্ৰার্থনা কৰি ক’লে,
    “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা।
    3 মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান।
    তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান,
    তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা।
    4 প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ;
    তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।
    5 কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷
    অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।
    6 চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল;
    মৃত্যু-পাশে মোক মেৰাই ধৰিছিল।
    7 সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ;
    মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ;
    তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে,
    তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।
    8 তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷
    স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল।
    9 তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল,
    তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে;
    তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল।
    10 তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল,
    তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল।
    11 তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল,
    এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল।
    12 আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে,
    তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷
    13 তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা
    জ্বলন্ত আঙঠা ওলাই পৰিল।
    14 যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷
    সৰ্ব্বোপৰি জনে আটাহ পাৰিলে।
    15 তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে,
    তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে।
    16 যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত,
    সমুদ্ৰৰ তলি দেখা গ’ল,
    পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল।
    17 তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে!
    তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷
    18 তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে,
    মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল।
    19 মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল,
    কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল।
    20 তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷
    তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে।
    21 যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷
    মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে।
    22 কিয়নো মই যিহোৱাৰ পথত চলিলোঁ,
    আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷
    23 কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে;
    মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷
    24 তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ,
    আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।
    25 এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে,
    তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে।
    26 যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা,
    যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷
    27 তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা,
    কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা।
    28 তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা,
    কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা।
    29 কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷
    আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷
    30 কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ;
    আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ।
    31 ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷
    যিহোৱাৰ বাক্য নিভাঁজ৷
    তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
    32 কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে?
    আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
    33 ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়;
    তেওঁ সিদ্ধ লোকক নিজ পথত চলায়।
    34 তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে
    আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়।
    35 তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে,
    তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷
    36 তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা,
    আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে।
    37 তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা,
    তাতে মোৰ ভৰি পিছলি নগ’ল২:চমুৱেল:২২

    • @aparajitaborbora1668
      @aparajitaborbora1668 3 месяца назад

      praise the Lord.. Amen🙏🙏🙏

    • @luckydutta3391
      @luckydutta3391 3 месяца назад

      ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক ✝️🛐🙏💚❤️ প্ৰভু তোমাৰ জীৱন্ত বাক্যৰে আমাক সকলোকে আশীৰ্বাদ কৰিবা প্ৰভু 😭🙏 আমেন 🙏❤️💖

    • @RipaSahu-y5t
      @RipaSahu-y5t 3 месяца назад

      ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে প্ৰভূ তুমিয়ে আদি আৰু অন্ত,প্ৰথম আৰু শেষ ,তুমিয়ে একমাত্ৰ ঈশ্বৰ ।হে প্ৰভূ তোমাক সহস্ৰ কুটি বাৰ সেৱা আৰু ধন্যবাদ জনাইছো❤️🙏🙇‍♀️

    • @junmoni000
      @junmoni000 3 месяца назад

      Amen pitai 🙏🏻🙏🏻🙏🏻🛐💗

    • @junaliborsaikia9697
      @junaliborsaikia9697 3 месяца назад +1

      পিতাই গীতটো শুনি খুউব ভাল লাগিছে।।। শুনি হেঁপাহ পলোৱা নাই।।।। গীতটো শুনি গভীৰ প্ৰভাৱ পেলায়। ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক, সু-স্বাস্থ্য কৰি ৰাখক। ঈশ্বৰৰ প্ৰশংসা হওঁক। আমেন।।🙏🙏🙏🙏

  • @mousumirajkonwarsonowal362
    @mousumirajkonwarsonowal362 3 месяца назад +2

    Priase the Lord pitai ❤

  • @junmoni000
    @junmoni000 3 месяца назад +4

    Praise the lord very nice pitai ❤❤❤

  • @rupohilahon3087
    @rupohilahon3087 3 месяца назад +2

    Praise the lord 🙏🏻🙏🏻✝️🙏🏻🛐🛐❤️❤️😭Amen

  • @SunilBabu-zp9pt
    @SunilBabu-zp9pt 3 месяца назад +4

    Praise the lord petai❤❤🙏🙏

  • @DigantaGogoi-qt5rq
    @DigantaGogoi-qt5rq 3 месяца назад +3

    Praise the lord Prabhu 🙏🙏🙏

  • @lakhigogoi5243
    @lakhigogoi5243 3 месяца назад +7

    হে প্ৰভু তোমাৰ এই আত্মাৰ গীতটি শুনিবলৈ বহুত বহুত ভাল লাগিলে ঈশ্বৰে এই আত্মাৰ গীতটি যোগেদি গোটেই পৃথিৱীতে মহিমা কৰক ❤ তাতেই গুৰুজনাই ইমান সুন্দৰকৈ আত্মাৰে গাই বহুত বহুত ভাল লাগিলে ঈশ্বৰৰ আশীৰ্বাদ বহুত বহুত আছে 🛐🙏🛐
    সকলো ৰোগী দুখী সকলক আশীৰ্বাদ কৰক হালেলৈয়া 🛐🛐🛐🛐🛐🛐

  • @mensaipegu7373
    @mensaipegu7373 3 месяца назад +4

    Praise the Lord amen guro pitai hallelujah🙏🙏🙏❤❤

  • @munmidas1405
    @munmidas1405 3 месяца назад +2

    Praised the Lord❤❤❤

  • @Minutemaker-mq8mm
    @Minutemaker-mq8mm 3 месяца назад +3

    Praise the Lord Pitai bohut val hoise git ❤

  • @MohantaChetia
    @MohantaChetia 3 месяца назад +2

    He probhu dhoyobad

  • @AmikhaBoruah
    @AmikhaBoruah 3 месяца назад +5

    ঈশ্বৰ প্ৰশংসা হওঁক ❤❤❤পিতাই

  • @puhita3438
    @puhita3438 3 месяца назад +2

    আমেন 💖🙏🙏🙏

  • @manashigogoi1699
    @manashigogoi1699 3 месяца назад +2

    Prabhu Praise the lord Jesus pita.

  • @mainuborgohain5508
    @mainuborgohain5508 3 месяца назад +5

    Praise the lord ,provu Mur lora suwali dutak alp thanda kori Diya, bohut utpotiya,

  • @BarakhaGogoi-r8z
    @BarakhaGogoi-r8z 3 месяца назад +3

    Praise the lord pitai ❤

  • @l9101-x6k
    @l9101-x6k 3 месяца назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️ 🛐❤️✝️🛐 পিতাই

  • @rajatchandraboruah4265
    @rajatchandraboruah4265 3 месяца назад +4

    ঈশ্বৰৰ প্ৰসংশা হওঁক 🙏🙏🙏🙏❤️🌹

  • @DulumoniGogoi-l1b
    @DulumoniGogoi-l1b 3 месяца назад +4

    Praise the lord 😭🙏

  • @puhita3438
    @puhita3438 3 месяца назад +5

    আমেন 💖🙏🙏🙏

  • @rumenbegum8131
    @rumenbegum8131 3 месяца назад +2

    praise the lord, amen.

  • @nomitasaikia1895
    @nomitasaikia1895 3 месяца назад +4

    Praise the lord 🙏✝️🙏✝️🙏✝️🙏❤️🙏

  • @ainubaruah5119
    @ainubaruah5119 3 месяца назад +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন প্ৰভু 🙏❤️🛐✝️

  • @RipaSahu-y5t
    @RipaSahu-y5t 3 месяца назад +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে প্ৰভূ তুমিয়ে একমাত্ৰ সৃষ্টিকৰ্তা দয়ালু ঈশ্বৰ এই কথা সকলো জাতি-ভাষাৰ লোকে জানক আৰু বিশ্বাস কৰক ।হে প্ৰভূ তোমাৰ পবিত্ৰ শ্ৰীচৰণত আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছো❤️🙏🙇‍♀️ধন্যবাদ প্ৰভূ আমেন🙏🙏

  • @ranjitahazarika3743
    @ranjitahazarika3743 3 месяца назад +5

    Eshwarr prakhongkha hoak amar mohan Guru devk tekhetok kuti kutibar dhonyabad jonaisu pravu 🙏🙏🙏 dhonyabad

  • @Swapngogoi
    @Swapngogoi 3 месяца назад +3

    Praise the Lord. ✝️✝️✝️✝️🙏🙏🙏🙏🙏

  • @nirupoma5935
    @nirupoma5935 3 месяца назад +4

    হালেল্লুইয়া🙏✝️🛐♥️

  • @gargeedoley
    @gargeedoley 3 месяца назад +1

    Praise the Lord gurupita ✝️🙏✝️🙏🛐🙏🛐❤🙏❤🙏❤🙏

  • @jurirajkumari5511
    @jurirajkumari5511 3 месяца назад +5

    Praise the lord❤❤❤❤

  • @gayatriburagohain899
    @gayatriburagohain899 3 месяца назад +4

    Praise the lord 🙏🙏 ameen

  • @jyotiranidoley1065
    @jyotiranidoley1065 3 месяца назад +6

    praise the lord ❤

  • @indrajitgogoi6205
    @indrajitgogoi6205 3 месяца назад +7

    ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই

  • @Rimagogoi20
    @Rimagogoi20 3 месяца назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🏼🛐✝️ সদায় যেন এনেদৰে তোমাক বিশ্বাস কৰি তোমাৰ চৰণত সেৱা লব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিবা পিতা🙏🏼🛐

  • @ProgyaRajkhuwa
    @ProgyaRajkhuwa 3 месяца назад +3

    Praise the Lord Gurupita Guruma Hallelujah Amen 🙏✝️🛐

  • @DipikaDoley-f4y
    @DipikaDoley-f4y 3 месяца назад +3

    Praise the Lord🙏✝🛐hallelujah🙌 🙏✝️🛐

  • @ritagogoi9384
    @ritagogoi9384 3 месяца назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 আমাৰ মহান গুৰুজনা আৰু গুৰু মাক প্ৰনাম আৰু শ্ৰদ্ধা জনাইছোঁ 🙏🙏🙏

  • @pronabmahanti9989
    @pronabmahanti9989 3 месяца назад +7

    Praise the lord....♥️🙏

  • @pranabjyotigogoiflutemusic9493
    @pranabjyotigogoiflutemusic9493 3 месяца назад +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই 🛐🙏 ঈশ্বৰক বহুত বহুত ধন্যবাদ 🙏🙏🛐🛐🛐❤❤

  • @abhijeethdr5920
    @abhijeethdr5920 3 месяца назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক। ধন্যবাদ প্ৰভু যিশু ❤, ধন্যবাদ গুৰু পিতা, হলেলেলেওয়া, আমেন ❤

  • @popycarplace
    @popycarplace 3 месяца назад +1

    Praise the Lord pita❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @NirumaiBaruah
    @NirumaiBaruah 3 месяца назад +2

    ঈশ্বৰৰ প্ৰসংশা হওঁক ❤❤❤

  • @simaurang4390
    @simaurang4390 3 месяца назад +3

    Praise the lord guru pita 🙏🙏🙏🙏🙏🙏🙏🙏🙏❤

  • @nobody6451
    @nobody6451 3 месяца назад +1

    Praise the lord pitai

  • @munmidas1405
    @munmidas1405 3 месяца назад +3

    Praise the Lord pita probhu❤❤❤❤❤

  • @SurengogoiSurengogoi-jj6jq
    @SurengogoiSurengogoi-jj6jq 3 месяца назад +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক ৷🙏🙏🙏

  • @rumimedhi9964
    @rumimedhi9964 3 месяца назад +7

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🏿 পিতাই

  • @BituKalita-fl8ec
    @BituKalita-fl8ec 3 месяца назад +4

    Praise the Lord 🙏✝️🛐 amar porial2 hodai vale rakhiba provu. Ahibo logiya amar konmaniti akhirbad koriba🙏🛐

  • @jurismitasonowal9729
    @jurismitasonowal9729 3 месяца назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🙏🏼 মহান গুৰু পিতা আৰু গুৰু মা লৈ কোটি কোটি বাৰ প্ৰণাম আৰু সেৱা জনাইছোঁ ✝️🙏🏼❤️

  • @pramilabrahma9323
    @pramilabrahma9323 3 месяца назад +4

    Prease the lord Guru pita hallelujah hallelujah hallelujah Amen ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @rantumixmaster6896
    @rantumixmaster6896 3 месяца назад +5

    Praise tha Lord amen ❤❤❤Ami bohut dinor pora jam bule vabi asu kintu jabo pora nai amar horu kasua lora ata asa hi olop dangor hoi lok bule vabisu dukh nodhoreba porvu jisu amen amen amen🙏🙏🙏

  • @DeepaGogoi-j3g
    @DeepaGogoi-j3g 3 месяца назад +6

    ঈশ্বৰৰ প্ৰশংসা হ ওক পিতাই

  • @junaliborsaikia9697
    @junaliborsaikia9697 3 месяца назад +3

    Hallelujah 🙏

  • @anjumonitamuli9090
    @anjumonitamuli9090 3 месяца назад +1

    Praise the lord Amen 🙏🙏

  • @lakhigogoi5243
    @lakhigogoi5243 3 месяца назад +5

    হে প্ৰভু গুৰুজনাৰ এই আত্মাৰ প্ৰাৰ্থনা দ্বাৰাই মোক বহুত বহুত আশীৰ্বাদ কৰিলা আৰু বহুত বহুত ভাল লাগে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক হালেলৈয়া 🛐😭🛐🛐🛐🛐

  • @banitagogoibornitagogoi6933
    @banitagogoibornitagogoi6933 3 месяца назад +4

    O provu tumar prokhonkha houk. provur joi houk.ekmatro provur raijoy houk Amen ❤

  • @junmonisaikia7360
    @junmonisaikia7360 3 месяца назад +5

    ঈশ্বৰৰ প্ৰশংসা হওক প্ৰভু যীচু পিতাই মোৰ সমস্যা বোৰ দূৰ কৰি নিয়ক পিতা 🙏🙏🙏

  • @alpanadutta5786
    @alpanadutta5786 3 месяца назад +5

    ঈশ্বৰৰ প্রশংসা হওক ঈশ্বৰৰে সকলোকে আশিবাদকৰিব আমেন

  • @PramilaChangmai-z6q
    @PramilaChangmai-z6q 3 месяца назад +4

    ঈশ্বৰ প্রসংশা হওঁক 🙏🙏🙏🙏✝️✝️✝️✝️✝️💐🌹🌹🌹🌹🌹🌹💕💕💕❤❤❤

  • @NiruBorgohain-yz2rv
    @NiruBorgohain-yz2rv 3 месяца назад +2

    Praise the Lord.provu parthona huni amoni nalage ratiu huni thakibor monzay provu amak doya kork

  • @prantardowerah7682
    @prantardowerah7682 3 месяца назад +2

    Praise the lord pitai amak kripa kora probhu Tomar joy houk 🙏😭

  • @nobajyotinobajyoti-eh1lq
    @nobajyotinobajyoti-eh1lq 3 месяца назад +4

    Praise the Lord

  • @nayanasenchowa8815
    @nayanasenchowa8815 3 месяца назад +2

    Paise tha lord hodai akhirbaad koriba❤❤

  • @PaporirajkhowaPapori
    @PaporirajkhowaPapori 3 месяца назад +3

    Praise the lord❤ guru pita guru maloi hohoso pronam jonaisu❤

  • @subhalaxmiboruah9700
    @subhalaxmiboruah9700 3 месяца назад +5

    Praise the lord pitai hallelujah ❤❤❤

  • @lakhigogoi5243
    @lakhigogoi5243 3 месяца назад +4

    হে পৰমপিতা পৰমেশ্বৰ তোমাৰ এই অমূল্য বাক্যৰ যোগেদি আমাক সকলোকে জ্ঞান শক্তি দিয়ে 🛐 ধন্যবাদ 🙏🙏

  • @bitupbaruah
    @bitupbaruah 3 месяца назад +4

    Praise the Lord pita

  • @hemontauran5346
    @hemontauran5346 3 месяца назад +2

    ঈশ্বৰৰ প্ৰসংশা হওঁক ।

  • @trishnaborah9893
    @trishnaborah9893 3 месяца назад +4

    Praise the lord

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 3 месяца назад +5

    Praise the lord 🙏ঈশ্বৰৰ গীতে সকলোকে আৰ্শীবাদ কৰক 🙏🙏🙏🙏

  • @bhanibalasaikia5176
    @bhanibalasaikia5176 3 месяца назад +4

    ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ ।আমেন হালীলুইআ ।

  • @minakhichutia3543
    @minakhichutia3543 3 месяца назад +2

    Praise the lord pitai 🙏🙏✝️✝️🖐️🤚

  • @rupohilahon3087
    @rupohilahon3087 3 месяца назад +3

    Praise the lord 🙏🏻✝️🙏🏻🛐🛐🛐🛐🛐❤️❤️❤️Amen

  • @BikramGuwala-u2n
    @BikramGuwala-u2n 3 месяца назад +2

    Persh the Lord 🌹🌹🌹

  • @shikhasaikiagogoideha8558
    @shikhasaikiagogoideha8558 3 месяца назад +4

    Amen

  • @hirensaikia3810
    @hirensaikia3810 3 месяца назад +2

    Praise the lord pitai 🙏🛐❤✝️

  • @BirajDas-ih5mc
    @BirajDas-ih5mc 3 месяца назад +3

    ঈশ্বৰৰ প্ৰসংশা হওঁক 😢😢 ঈশ্বৰ মোক ক্ষমা কৰা মোক ক্ষমা কৰা 🙏🛐🛐🛐🛐

  • @nitubarua3352
    @nitubarua3352 3 месяца назад +1

    Praise the Lord❤✝️🙏

  • @_Mr_Bastab_Dutta_05
    @_Mr_Bastab_Dutta_05 3 месяца назад +3

    ঈশ্বৰৰ প্রসংশা হওঁক গুৰু পিতা আৰু গুৰু মা

  • @MinaTamuli-y6g
    @MinaTamuli-y6g 3 месяца назад +2

    ❤❤❤ প্ৰভু দয়াল কৰা

  • @KironMudi-n3w
    @KironMudi-n3w 3 месяца назад +2

    Praise The lord Amen 🙏🏻🙏🏻

  • @dipakalita1384
    @dipakalita1384 3 месяца назад +2

    Amen❤❤❤❤

  • @mousumiboruah9661
    @mousumiboruah9661 3 месяца назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏।পিতা আৰু মাৰ চৰণত সেৱা আৰু প্ৰণাম জনালোঁ 🛐🛐🙏🙏। পিতাৰ এই প্ৰাৰ্থনাৰে আমাৰ সকলোকে আশীৰ্বাদ কৰিব 🛐🛐।প্ৰভূ যীশুৰ জয় জয় জয় জয় হওঁক 🛐🛐🛐 আমেন।

  • @munmidas1405
    @munmidas1405 3 месяца назад +2

    Praised the Lord pita probhu❤❤❤

  • @RuskinGogoi-sz1dx
    @RuskinGogoi-sz1dx 3 месяца назад +1

    Praise the Lord 🙏🏻🎵🎸✝️🎸🎵🙏🏻

  • @pps550
    @pps550 3 месяца назад +2

    Pitai moi goi asu tumar usoroloi muk akhirbad koriba.
    Moi bohut kostot jiyai asuuu.
    Mur ane lagise tumar usorot gole mur hokolu vl hoi jabo.
    Provu mk soku meli suwa amen halelujaaaa pres the lord ❤❤❤❤

  • @lakhyagogoi9055
    @lakhyagogoi9055 3 месяца назад +1

    Prs the lord amen ❤

  • @NoditaGogoi
    @NoditaGogoi 3 месяца назад +1

    praise the lord 🙏🙏

  • @dipaligogoideka4749
    @dipaligogoideka4749 3 месяца назад +1

    Praise the Lord pitai🙏🙏🙏❤❤

  • @sanjibsaikia6978
    @sanjibsaikia6978 3 месяца назад +2

    Praise the lord 🙏🙏

  • @rumenbegum8131
    @rumenbegum8131 3 месяца назад +2

    probhu muk bar otyasaror pora basua . Mur proti doyalu hua. praise the lkrd, amen. Mur kostobur dur kora.

  • @manideka2250
    @manideka2250 3 месяца назад +2

    Pitai mor Pitai Bajali Bhawanipur ++++++++++++++++++++++++++++++

  • @paporisonowal8153
    @paporisonowal8153 2 месяца назад

    ঈশ্বৰৰ প্ৰশংসা হওক ইমান সুন্দৰকৈ প্ৰভুৰ গীতত কণমানি হতে নৃত্য প্ৰদৰ্শন কৰি আশীৰ্বাদ কৰিলা প্ৰভু তুমি।🙏✝️

  • @GitanjaliHazarika-jp7ur
    @GitanjaliHazarika-jp7ur 3 месяца назад +1

    Praise the lord amen

  • @NababikashSaikia-fj8ph
    @NababikashSaikia-fj8ph 3 месяца назад +1

    Praise the Lord 🙏🙏🙏

  • @minotiborah7350
    @minotiborah7350 3 месяца назад +1

    Praise the lord amen hallelujah hallelujah

  • @simasaikia380
    @simasaikia380 Месяц назад

    Nice song. Bor val lagil Xuni. Praise the lord amen pita ❤

  • @prakhenjitgogoi2233
    @prakhenjitgogoi2233 3 месяца назад +1

    Praise the lord 🙏🛐🛐✝️🛐

  • @ranjitasaikia82
    @ranjitasaikia82 3 месяца назад +1

    praise the lord 🙏🙏

  • @mainuborgohain5508
    @mainuborgohain5508 3 месяца назад +1

    Praise the lord,

  • @bharotisaikia2697
    @bharotisaikia2697 3 месяца назад +1

    Praise the Lord✝️✝️