Puwa te tumar //Ranjan chutia// gospel song// WHPC

Поделиться
HTML-код

Комментарии •

  • @Ppbvlogs-i4z
    @Ppbvlogs-i4z 9 месяцев назад +5

    Praise the Lord Pitai..geet to huni mur atmai bohut hukhi holu.geet tur jugedi hokoluke akhibad koriba Pitai🙏🙏🙏

  • @indukhanikar5457
    @indukhanikar5457 9 месяцев назад +1

    বৰ সুন্দৰ গীত পিতাই। সেৱা জনাইছো পিতাই তুমাক । বৰ ভাল পাও তোমাৰ এই ঈশ্বৰৰ গীতসমূহ তোমাৰ দৰেই পিতাই । ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হালেলুইয়া হালেলুইয়া আমেন🙏🙏🙏

  • @papugogoipapu6473
    @papugogoipapu6473 9 месяцев назад +2

    Praise the Lord pita . muk kipa Kora ✝️💖🙏

  • @nijaragogoi2552
    @nijaragogoi2552 9 месяцев назад +1

    Praise the lord pitai 🙏✝️🛐🙏 pitai ai geetor jugedi hokolu dakhdakhike arkhibad kork 🙏🙏

  • @juntidas7283
    @juntidas7283 9 месяцев назад +3

    Praise the Lord pitai 🙏🏻 bohut val ligisa

  • @maikelkumar4328
    @maikelkumar4328 9 месяцев назад +4

    Isoror prokhonkha ouk praise the lord haleluya Amen ✝️💕🌺

  • @Kironmudi11
    @Kironmudi11 9 месяцев назад +3

    Praise The Lord ✝️✝️✝️🛐🛐🛐🙏🙏 and nice song 🙏🏻🙏🏻🙏🏻

  • @abhijeethdr5920
    @abhijeethdr5920 9 месяцев назад +3

    PRAISE THE LORD, THANK YOU DEAR 😘 LORD JESUS, DHANYABAD GURUPITA, HALLELUJAH,AMEN❤

  • @GitanjaliHazarika-jp7ur
    @GitanjaliHazarika-jp7ur 9 месяцев назад +3

    Praise
    The
    Lord
    Pati
    Amen

  • @Minutemaker-mq8mm
    @Minutemaker-mq8mm 9 месяцев назад +2

    praise the Lord Pitai hallelujah ❤❤

  • @RanjanChutia-l9k
    @RanjanChutia-l9k 9 месяцев назад +23

    ঈশ্বৰৰ লোক মোচিৰ প্ৰাৰ্থনা।
    1 হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
    2 পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে,
    পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে,
    অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
    3 তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা;
    তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।
    4 তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা;
    যেন ৰাতিৰ এক প্ৰহৰ মাত্র।
    5 তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা,
    তেওঁলোক এটা সপোনৰ নিচিনা;
    যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;
    6 ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে;
    গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।
    7 তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে,
    তোমাৰ কোপত আমি ব্যাকুল হওঁ।
    8 তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা;
    তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।
    9 তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়;
    নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।
    10 আমাৰ আয়ুস মাত্র সত্তৰ বছৰ,
    হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে;
    তথাপিতো আমি শক্তিa থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে;
    বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়িb যাওঁ।
    11 তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে?
    তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?
    12 সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা;
    যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
    13 হে যিহোৱা, আৰু কিমান কাল?
    তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।
    14 পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা,
    যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।
    15 যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু,
    যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।
    16 তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম,
    আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।
    17 আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক;
    তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা;
    হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।
    গীতমালা:৯০

    • @mousumiboruah9661
      @mousumiboruah9661 9 месяцев назад +2

      ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏

    • @abhijeethdr5920
      @abhijeethdr5920 9 месяцев назад +2

      AMEN❤

    • @neepasahu735
      @neepasahu735 9 месяцев назад +1

      ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏

    • @rajeshsahu8459
      @rajeshsahu8459 9 месяцев назад +1

      ঈশ্বৰৰ প্ৰশংসা হওঁক ☦️🛐🌸💐🧡❤️🙏

    • @aparajitaborbora1668
      @aparajitaborbora1668 8 месяцев назад +2

      ঈশ্বৰৰ প্ৰশংসা হওঁক, আমেন ❤👏

  • @manabkhanikar3639
    @manabkhanikar3639 9 месяцев назад +3

    Praise The Lord pitai🙏🙏🙏

  • @rekhamonibharali383
    @rekhamonibharali383 9 месяцев назад +7

    ধন্যবাদ পিতা। মহান গুৰুজনাৰ মিঠা কণ্ঠত গীতটি সুন্দৰ ভাৱে উপভোগ কৰিলোঁ। গুৰুজনাৰ জয় হক। গুৰুজনাৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ালো ধন্যবাদ জনাইছোঁ আমাৰ গুৰুজনা সু স্বাস্থ্যৰ অধিকাৰী হয় তাৰে কামনা কৰিলো আমেন।

  • @lakhiramdas4712
    @lakhiramdas4712 9 месяцев назад +6

    Praise the lord pita.aamar guru pita aru guru maa k bhale kushale rakhiba probhu.hallelujah hallelujah.amen❤❤

  • @devikamili9219
    @devikamili9219 9 месяцев назад +3

    Praise The Lord 🙏 praise The Lord , praise The Lord Jisu.

  • @IndrajitGogoi-e8s
    @IndrajitGogoi-e8s 9 месяцев назад +7

    গীতটো সুন্দৰ হৈছে❤❤
    ঈশ্বৰে গুৰুজনাক আশীর্বাদ কৰক 🙏🙏 আৰু আয়ুস বৃদ্ধি কৰক অমেন🙏🙏🙏🙏🙏

  • @MkVlog-tt4wp
    @MkVlog-tt4wp 9 месяцев назад +3

    Praise the lord Pitai 🙏🙏

  • @sumkidas500
    @sumkidas500 9 месяцев назад +3

    Praise the lord Amen hallelujah hallelujah ❤

  • @lakshmirani432
    @lakshmirani432 9 месяцев назад +3

    Praise the Lord. Amen 🙏

  • @neepasahu735
    @neepasahu735 9 месяцев назад +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হে প্ৰভু গীতটো শুনিবলৈ ইমান ভাল লাগিছে। এই গীতৰ যোগেদি ঈশ্বৰে সকলো ক্ষণত আপোনাক শক্তি সাহস আৰু আনন্দ দিয়ক। সদায় সুস্থ হৈ থাকক আমাৰ সকলো আনন্দ আপোনাতেই প্ৰভু। পুৱাই আপোনাৰ পৱিত্ৰ চৰনত সেৱা জনালো🙏🙏 I ❤jesus🙏.

  • @hirengogoi5527
    @hirengogoi5527 9 месяцев назад +3

    Praise the lord ❤ pita.

  • @bipudassonowal9918
    @bipudassonowal9918 9 месяцев назад +1

    ধন্যবাদ, গুৰুজনাৰ এই সুন্দৰ হৃদয় চুই যোৱা গীতটোৱে ৰুগী,দুখী,শোকী সকলো দাস দাসীকে নিৰুগী কৰে যেন।আমেন❤❤❤❤❤❤

  • @abhijeethdr5920
    @abhijeethdr5920 6 месяцев назад +1

    PRAISE THE LORD, THANK YOU DEAR 😍 JESUS,DHANYABAD GURUPITA, HALLELUJAH,AMEN❤

  • @jyotibikashsaikia4683
    @jyotibikashsaikia4683 9 месяцев назад +4

    Praise The Lord🙏🏻✝️❤

  • @rinagogoi4853
    @rinagogoi4853 9 месяцев назад +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক
    আমাৰ মহান গুৰুপিতাৰ গুৰুমাৰ চৰনত শত কোতি প্ৰনাম জনাইছো গিতটী বৰ সুন্দৰ এই গিতটি শুনি সকলো ঈশ্বৰৰ প্ৰেমি দাস দাসিক আৰ্শিৱাদ কৰক আমেন 🙏🙏🙏

  • @RajuNath-nu3lk
    @RajuNath-nu3lk 9 месяцев назад +3

    Praise the lord jesus provu joi hoke 🙏 🙏🙏🙏👏👏👏👏💖💖💖🙏

  • @sonjub1565
    @sonjub1565 9 месяцев назад +3

    Praise the lord amen. 🙏🙏🙏

  • @dharamkamarofficial353
    @dharamkamarofficial353 9 месяцев назад +3

    So nice song god bleese you Amen❤❤

  • @rintidutta8746
    @rintidutta8746 9 месяцев назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক ☦️ গুৰুজনাৰ চৰণত শতকোটি বাৰ সেৱা জনালো 🛐 গীতটো খুব সুন্দৰ হৈছে পিতাই ❤️ আয়ুস থকা লৈকে প্ৰভু তোমাৰে প্ৰশংসাৰ গীত -গান যেন কৰিব পাৰো। আমেন ☦️🛐❤️🙏

  • @abhijeethdr5920
    @abhijeethdr5920 6 месяцев назад +1

    PRAISE THE LORD, TGANK YOU DEAR 😍 JESUS, DHANYABAD GURUPITA🌺, HALLELUJAH AMEN❤

  • @subhalaxmiboruah9700
    @subhalaxmiboruah9700 9 месяцев назад +3

    Praise the lord pitai

  • @junaliborsaikia9697
    @junaliborsaikia9697 9 месяцев назад +1

    Hallelujah 🙏🙏🙏 Dhunia hoise....

  • @bharotidutta894
    @bharotidutta894 9 месяцев назад +1

    Praise the lord pitai 🙏🏻🙏🏻

  • @junmoni000
    @junmoni000 9 месяцев назад +3

    Praise the lord nice pitai 🙏🏻🙏🏻🙏🏻❤

  • @indiramech7241
    @indiramech7241 9 месяцев назад +3

    Praise the lord halleluya amen

  • @bijoyboro7323
    @bijoyboro7323 9 месяцев назад +2

    Praise the lord ✝️🛐🛐🛐💓 Hallylluya

  • @ExcitedCaveWaterfall-ry2cd
    @ExcitedCaveWaterfall-ry2cd 9 месяцев назад +3

    Praise the lord ❤❤❤

  • @dipaliborah1592
    @dipaliborah1592 9 месяцев назад +3

    Praise the Lord.Amen 🙏🙏❤️❤️⚘️⚘️🙌🙌

  • @ranjitahazarika3743
    @ranjitahazarika3743 9 месяцев назад +1

    Eshwarr prakhongkha hoak amar mohan Guru dev jonak kuti kutibar dhonyabad jonaisu pravu 🙏🙏🙏

  • @SumiNeog-h4w
    @SumiNeog-h4w 9 месяцев назад +2

    Praise the lord akhibad koriba amen

  • @hasnasaikia9674
    @hasnasaikia9674 9 месяцев назад +3

    Praise the Lord Amen 🙏 🙌 ❤️

  • @uttamborah2853
    @uttamborah2853 9 месяцев назад +3

    Praise the lord🙏🙏🙏amen🙏🙏🙏

  • @GauriShankar-kt1xh
    @GauriShankar-kt1xh 9 месяцев назад +3

    Amen hallelujah hallelujah hallelujah hallelujah ❤❤❤❤❤

  • @chandanasaikia8769
    @chandanasaikia8769 9 месяцев назад +3

    Praise the lord Guru dauta guru maa

  • @bhanibalasaikia5176
    @bhanibalasaikia5176 9 месяцев назад +4

    ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ ।হালীলুইআ

  • @rikirajchitrakor7506
    @rikirajchitrakor7506 9 месяцев назад +8

    ঈশ্বৰৰ প্ৰশংসা হওক
    পুৱাই পিতাই গীতেৰে সকলো দাস দাসীকে আশীৰ্বাদ কৰক । পিতাইক সু স্বাস্থ্য কৰি ৰাখিবা প্ৰভু
    আমেন ❤❤🙏😰😰🙏

  • @Sumkisonowal
    @Sumkisonowal 9 месяцев назад +3

    Praise the Lord ❤Amen ❤️

  • @JSBMCreativeAngel
    @JSBMCreativeAngel 9 месяцев назад +4

    Praise The Lord 🙏 hallelujah 🙏 Amen 🙏✝️

  • @dipikadoley1683
    @dipikadoley1683 9 месяцев назад +4

    Praise the Lord✝️🙏 amen🙏✝️✨ hallelujah✝️ 🙏✨

  • @dipaktalukdar3905
    @dipaktalukdar3905 9 месяцев назад +3

    Praise the Lord pita

  • @hirensaikia3810
    @hirensaikia3810 9 месяцев назад +4

    ঈশ্বৰৰ প্রশংসা হওঁক

  • @ujjalthengal4643
    @ujjalthengal4643 9 месяцев назад +3

    Praise. Tha. Lord🙏🙏🙏🙏🙏

  • @SubhashHandique-d3c
    @SubhashHandique-d3c 9 месяцев назад +3

    Praise tha Lord ✝️🙏🙏🙏

  • @nitubarua3352
    @nitubarua3352 9 месяцев назад +2

    Praise the Lord❤,Amen✝️🙏✝️

  • @m.ggamers327
    @m.ggamers327 9 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই ❤❤❤🛐🛐🛐🙏🙏

  • @manoojhazarika3909
    @manoojhazarika3909 9 месяцев назад +3

    Praise the Lord ✝️❤🙏✝️🛐❤

  • @barbiechetia202
    @barbiechetia202 9 месяцев назад +1

    Praise the Lord . Amen .

  • @minusaikia5131
    @minusaikia5131 9 месяцев назад +1

    Praise the Lord hallylluya AME n ❤

  • @shyamoliboruah249
    @shyamoliboruah249 9 месяцев назад +4

    Praise the lord ✝️🙏🛐

  • @mrinmoytalukdar6601
    @mrinmoytalukdar6601 9 месяцев назад +3

    Pita tumak pranam ❤❤❤ praise the lord ✝️✝️✝️🙏🙏🙏

  • @lakhigogoi5243
    @lakhigogoi5243 9 месяцев назад +6

    পোৱাই এই আত্মাৰ গীতটী যোগেদি গোটেই পৃথিৱীত মহিমা হওঁক🛐 বহুত বহুত ভাল লাগিলে ঈশ্বৰে গুৰুজনাক আৰু শক্তি দিয়ক আৰু এনেদৰে নতুন নতুন গীত গাবলৈ এই আত্মাৰ গীতটী যোগেদি সকলো ৰোগী দুখী সকলক সুস্থতা দান কৰা আৰু আনন্দ দিয়ক❤আৰু এই গীতটী লগত জড়িত হৈ থকা সকলকো ঈশ্বৰে আশীর্বাদ কৰক শক্তি দিয়ক❤ হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐🛐🛐❤🧚‍♂️🧚‍♀️🧚‍♂️❤🛐🛐🛐

  • @Chiranjib60
    @Chiranjib60 9 месяцев назад +4

    praise the lord✝✝✝✝🙏🙏🙏

  • @munindradrupam322
    @munindradrupam322 9 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক❤❤❤❤❤❤✝️🙏🙏🙏🙏💕💕

  • @jurismitasonowal9729
    @jurismitasonowal9729 9 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🙏🏻🙏🏻 গুৰু পিতাই আৰু গুৰু মা শ্ৰী চৰণত সেৱা জনাইছোঁ ❤✝️🙏🏻

  • @rupohilahon3087
    @rupohilahon3087 9 месяцев назад +3

    Praise the lord 🙏🙏🙏🎉✝️🛐🛐🛐🛐🙏🙏🙏

  • @HelenRay-py6lr
    @HelenRay-py6lr 9 месяцев назад +1

    Praise the lord gurupita 🙏🙏🙏 amen

  • @simiborboruah7476
    @simiborboruah7476 9 месяцев назад +3

    Praise The Lord

  • @munmidas1405
    @munmidas1405 9 месяцев назад +1

    Probhu sohai kora❤❤❤

  • @JhumaKar-yj8oz
    @JhumaKar-yj8oz 9 месяцев назад +4

    Praise the lord 🙏🙏⛪⛪⛪

  • @mousumirajkonwarsonowal362
    @mousumirajkonwarsonowal362 9 месяцев назад +5

    Priase the Lord 🙏🙏🙏

  • @simaurang4390
    @simaurang4390 9 месяцев назад +3

    Praise the lord 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @chandanborbora3844
    @chandanborbora3844 9 месяцев назад +1

    ঈশ্বৰৰ প্ৰ্শংসা হওঁক🙏🙏🙏পিতাইক শতকোটি প্ৰ্ণাম জনালোঁ🙏🙏🙏🙏সকলোকে কৃপা কৰিব প্ৰ্ভু🙏🙏🙏

  • @BarsaRuhi
    @BarsaRuhi 9 месяцев назад +4

    Press tha lord🛐✝️🙏

  • @mohangogoi7446
    @mohangogoi7446 9 месяцев назад +1

    Praise the lord ❤❤❤ pitai

  • @chinumoni7514
    @chinumoni7514 9 месяцев назад +2

    Praise the lord. 🙏❤️🎉🙏

  • @MuskanMini-n1g
    @MuskanMini-n1g 9 месяцев назад +3

    ঈশ্বৰৰ প্রসংশা হওক🙏

  • @rupabora2769
    @rupabora2769 9 месяцев назад +3

    ঈশ্বৰৰ প্ৰসংশা হওঁক গুৰু পিতা আৰু গুৰুমালৈ সেৱা জনাইছোঁ আমেন

  • @luckydutta3391
    @luckydutta3391 9 месяцев назад +2

    ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক ✝️🛐🙏❤️💚 প্ৰভু তোমাৰ জীৱন্ত বাক্যৰে আমাক সকলোকে দেউতাৰ যুগেৰে আশীৰ্বাদ কৰিবা প্ৰভু 😭 দিনটো সুন্দৰ কৈ চলাই নিবা পিতৃ ঈশ্বৰ ✝️🛐🙏💚❤️ আমেন ✝️🛐❤🙏

  • @Bharativlogs102
    @Bharativlogs102 9 месяцев назад +5

    Praise the lord ✝️ Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya ❤️✝️🛐🛐❤️✝️

  • @minotisobor6069
    @minotisobor6069 9 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে পিতা পুৱাতে তোমাৰ চৰণত সেৱা আৰু ধন্যবাদ জনাইছো 🙏❤❤ এই গীতৰ যোগেদি সকলোকে আৰ্শীবাদ কৰিবা পিতা আমেন 👏👏🙏🙏🙏🙏🌸🌸

  • @dikshita399
    @dikshita399 9 месяцев назад +3

    Praise the lord jesus. ❤❤❤

  • @TaralipangingMiliPanging-uc5xb
    @TaralipangingMiliPanging-uc5xb 8 месяцев назад

    গুৰুপিতা গুৰুমালৈ সেৱা জনাইছো🙏🏻🙏🏻🙏🏻

  • @dhairjyalatadas8101
    @dhairjyalatadas8101 9 месяцев назад +3

    Praise the Lord
    Amen 🙏🙏🤲🤲🙏🙏🤲🤲🙏🙏

  • @PIKUS-2Y
    @PIKUS-2Y 9 месяцев назад +3

    Praise the lord Jesus Amen 🙏🙏🙏

  • @mensaipegu7373
    @mensaipegu7373 9 месяцев назад +1

    Praise the Lord amen

  • @gitanjalisarmah9482
    @gitanjalisarmah9482 9 месяцев назад +1

    Praise the lord.

  • @jurinath4945
    @jurinath4945 9 месяцев назад +2

    Praise the lord 🙏🙏🙏🙏

  • @moromirisong5157
    @moromirisong5157 9 месяцев назад +3

    Praise the lord 🙏✝️🛐🙏

  • @Rajumonigogoi890
    @Rajumonigogoi890 9 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏

  • @rajdutta5094
    @rajdutta5094 9 месяцев назад +1

    PRAISE THE LORD 🙏🙏🙏 HALLELUJAH 🙏🙏🙏 AMEN🙏🙏🙏

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 9 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏মহান গুৰুপিতাৰ জীৱন্ত গীতৰ যোগেদি সকলোকে আৰ্শীবাদ কৰক 🙏আমাকো সকলোকেগাবলৈ জ্ঞান আৰু শক্তি দিয়ক 🙏প্ৰভূ যীচু জয় হওঁক 🙏 আমেন 🙏🙏🙏🙏

  • @xutradharpuwali-hx2ge
    @xutradharpuwali-hx2ge 9 месяцев назад +3

    Amen

  • @RuskinGogoi-sz1dx
    @RuskinGogoi-sz1dx 9 месяцев назад +3

    Praise the Lord 🙏💖🌹🎸🎵✝️🎵🎸🌹💖🙏

  • @minakhichutia3543
    @minakhichutia3543 9 месяцев назад +3

    Praise the lord Amen

  • @kabitamoran6158
    @kabitamoran6158 9 месяцев назад +1

    ঈশ্বৰৰ প্ৰসংশাৰ হওক ✝️✝️✝️❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক 🛐🛐🛐আমেন 🙏🙏🙏😭😭😭

  • @krishnapriyakp464
    @krishnapriyakp464 8 месяцев назад

    ঈশ্বৰৰ প্ৰসংশা হওঁক,, মোক দয়া কৰা পিতা ❤ প্ৰতি মুহূৰ্তত ৰক্ষা কৰি থাকিবা ❤

  • @gautamsahu3787
    @gautamsahu3787 8 месяцев назад

    Hallelujah hallelujah hallelujah peta

  • @santanudihingia-mq9sm
    @santanudihingia-mq9sm 9 месяцев назад +1

    Praise.the.lord❤❤❤

  • @AdengChandi-w5i
    @AdengChandi-w5i 8 месяцев назад

    Praise the lord pitai❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Bhaskarjp11
    @Bhaskarjp11 9 месяцев назад +2

    Praise The Lord🙏❤️