KOTONU JATONA // RANJAN CHUTIA // WHPC // ASSAMESE GOSPEL SONG //

Поделиться
HTML-код
  • Опубликовано: 18 дек 2024

Комментарии • 274

  • @putumaibora9829
    @putumaibora9829 10 месяцев назад +7

    শুভ প্ৰভাতি প্ৰিয়ে একাজলী পুষ্পা জলী য়ে হে প্ৰভু যীচু তুমি আহা আমাৰ মাজলৈ ম ই মহা পাপি প্ৰভু দিয়া পৰিতান আচল পাতি ভৃক্ষা দুহাতেৰে বিচাৰো তোমাক হে প্ৰভু তুমি দয়াময় যীচুৰ হাততে আছে আমাৰ জীৱন আমি ৰোগি মহা পাপি কৰা উদ্ধাৰ যীচু আমাৰ ঈচৰ দয়ালু সব শক্তি মান প্ৰাণ ভৰি দিয়া প্ৰভু মোক আশীৰ্বাদ সদাযে তোমাৰ ল ও আমি তোমাৰ মান সৌৱা চোৱা আমাৰ যীচু য়ে আছে আমাক চাই জয় জয় প্ৰভু যীচু প্ৰিয়ে চিৰ যোগমিয়া শ্মৃতি ৰে 20=24=বৰ্ষ প্ৰিয়ে

  • @rintidutta8746
    @rintidutta8746 10 месяцев назад +9

    ঈশ্বৰৰ প্ৰশংসা হওঁক ☦️ গীতটো খুব সুন্দৰ হৈছে পিতাই ❤️ আপোনাৰ চৰণত কোটি কোটি বাৰ সেৱা জনালো 🛐🛐

  • @runuchetiagogoiofficial7626
    @runuchetiagogoiofficial7626 10 месяцев назад +3

    Praise the Lord
    Dhaneyabad provhu
    Kotonu jatonat,moi asilu jiyai
    Aatmaa hoitiya koresilu wopai napai 😢
    Kintu Gurujona juge
    Diley jibon dann💗😢😢😢🙏🙏🙏

  • @sunaliduarah6306
    @sunaliduarah6306 10 месяцев назад +5

    Praise the lord.hotya isware pravo jisu pita prabitra pitri matri pruhit mohan guru pita guru maa gutei akhomote joy hok gutei bishowte joy hok. Amen aru amen.

  • @manjitabhuyanhandique9006
    @manjitabhuyanhandique9006 10 месяцев назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক। গুৰু দেউতা আৰু গুৰুমালৈ সেৱা জনাইছোঁ। গীতটো শুনি বৰ দুখ লাগিছে। গীতটোৰ লগত সুৰটো অতি সুন্দৰ হৈছে, দেউতা। আপোনাক ঈশ্বৰে কুশলে ৰাখক, এয়ে প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏

  • @riturajsonowal5115
    @riturajsonowal5115 10 месяцев назад +3

    🙏🙏 praise the lord
    Hundor git pitai 🙏🙏

  • @manashigogoi1699
    @manashigogoi1699 10 месяцев назад +5

    Nice Probhu heart touching my lord.

  • @kishor451
    @kishor451 10 месяцев назад +3

    কি বুলি ধন্যবাদ দিম ও পিতা আপোনাক গানতুত যিমান খিনি কথা আছে গোটে সেনিয়ে মোৰ যে জীৱনত ঘটিছে ও আপোনাক ধন্যবাদ দিছু পিতা🙏 praise the lord ❤🙏🙏🙏

  • @aparajitaborbora1668
    @aparajitaborbora1668 9 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক ! গুৰু জনাৰ পবিত্ৰ চৰণত সেৱা জনাইছোঁ। এই সুন্দৰ গীতৰ যোগেদি সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক, আমেন প্ৰভু👏👏👏

  • @gayatriburagohain899
    @gayatriburagohain899 10 месяцев назад +3

    Praise the lord 🙏😢 Issor k bahut bahut dhanyavad jonaisu 🙏🙏 pitai geet tu bahut hundor hoise🙏🙏🙏 ameen

  • @gargeedoley
    @gargeedoley 10 месяцев назад +5

    Praise the Lord gurupita gittu huni bhal lagise Amen 🙏✝️✝️🙏🛐🛐🙏✝️✝️🙏🙏🙏

  • @radhikasahu-nk6hj
    @radhikasahu-nk6hj 10 месяцев назад +7

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏
    আমাৰ মহান গুৰপিতাৰ পবিত্ৰ চৰণত সেৱা ও ধন্যবাদ জনাইছো 🙏🛐🛐🛐🛐🛐🛐🛐🛐
    হে প্ৰভু গীতটো বহুত বহুত ভাল লাগিছে পিতা 🙏❤❤❤❤❤
    হাল্লেলুয়া হাল্লেলুয়া আমেন ❤❤

  • @neepasahu735
    @neepasahu735 10 месяцев назад +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 গীতটো শুনি বহুত বহুত ভাল লাগিল পিতা। ঈশ্বৰে তোমাক সদায় শক্তি সাহস আৰু আনন্দ দিয়ক। 🙏🙏❤️❤️❤️

  • @DebajitKonwar-s5g
    @DebajitKonwar-s5g 10 месяцев назад +3

    Praise the loard pravu Hallyuya Hallyuya ❤❤❤

  • @binuhazarika2535
    @binuhazarika2535 10 месяцев назад +7

    ঈশ্বৰৰ প্ৰশ‍ংসা হ‌ওক।বৰ সুন্দৰ হৈছে গীতটো। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏🙏🛐🛐🛐🛐

  • @mithurajj6827
    @mithurajj6827 10 месяцев назад +5

    ইমান সুন্দৰ হৈছে পিতাই ভাষাৰে বুজাব নোৱাৰো গীত বোৰ শুনিলে বহুত শান্তি আৰু শক্তি পাওঁ ⛪✝️🛐

  • @nijaragogoi2552
    @nijaragogoi2552 10 месяцев назад +4

    Praise the lord pitai 🙏✝️🛐🙏 pitai geetor jugedi hokolu dakhdakhike arkhibad kork 🙏🙏

  • @rubulbaruah9669
    @rubulbaruah9669 10 месяцев назад +7

    ঈশ্বৰৰ প্ৰশংসা হত্তঁক গীতটো শুনি হ্ৰদয় চুই গৈছে পিতাই ইমান সুন্দৰ হৈছে ✝️✝️✝️🙏🙏🙏

  • @mrigenboruah7493
    @mrigenboruah7493 10 месяцев назад +1

    Praise the lord pitai আপোনাৰ এই গীতটো শুনি বহুত ভাল লাগিছে আপোনাক যেন ঈশ্বৰে সদায় ভালে ৰাখে। ধন্যবাদ

  • @bishwajitboruah7488
    @bishwajitboruah7488 10 месяцев назад +5

    ঈশ্বৰৰ প্রশংসা হওঁক। অতি সুন্দৰ গীত পিতাই। গুৰুজনাৰ এই মহান সৃষ্টি ৰাজিক কুটি কুটি বাৰ প্রণাম জনাইছোঁ। আমেন Praise the lord 🙏🙏🙏

  • @lipikagogoi4434
    @lipikagogoi4434 10 месяцев назад +11

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🛐,হে ঈশ্বৰ তোমাক হত কোটি প্ৰণাম আৰু কোটি কোটি ধৈনবাদ, আৰু আমাৰ মহান গুৰুপিতা আৰু গুৰু মালৈ মোৰ সহস্ৰ প্ৰণিপাত নিবেদৰিছোঁ 🛐🛐🛐 ঈশ্বৰৰ এই গীতটি গোৱা ধৰণেৰে মোৰ জীৱনৰ গতি আছিল আৰু বহু দুখ কষ্টৰ পিছত ঈশ্বৰক পালোঁ আৰু গুৰুপিতাৰ দ্বাৰা ঈশ্বৰে মোক সহায় কৰিলে ।আজি মই এই শান্তিৰ জীৱন কেৱল মাত্ৰ ঈশ্বৰৰ পৰা পাইছোঁ 🙏 ,হে ঈশ্বৰ তুমি সকলোকে আশীৰ্বাদ কৰিবা পিতা আৰু যি সকল লোকে তোমাক এতিয়াও জানিব পৰা নাই তেওঁলোকক তুমি তোমাৰ চৰণলৈ শীঘ্ৰেই মনোনীত কৰিবা প্ৰভু ধৈনবাদ ,হালেলুইয়াহ, আমেন🛐🛐🛐🙏🙏🙏🙏

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk 10 месяцев назад +7

    সৰ্বশক্তিমান ঈশ্বৰক ধন্যবাদ জনাইছো 🙏✝️

  • @lakhigogoi5243
    @lakhigogoi5243 10 месяцев назад +6

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    ঈশ্বৰে দিয়া গীতটী শুনিবলৈ বহুত বহুত ভাল লাগিলে এই গীতটী যোগেদি গোটেই পৃথিৱীত মহিমা হওঁক হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐🛐🛐🛐🛐

  • @BarsaRuhi
    @BarsaRuhi 10 месяцев назад +6

    Dhoinnobad Amar atmar pita✝️🙏🛐🛐🛐💝 ay গীতৰ যোগেদি সকলো মানৱ জাতিয়ে যেন পৰিত্ৰাণ পাই hallyluah press tha lord ✝️🙏 Amen🛐💝✝️🙏 mon pran horir hat pori jua get dhoinnobad pitai ✝️💝🙏🛐

  • @ajantapatar1901
    @ajantapatar1901 10 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক।অতি সুন্দৰ হৈছে পিতাই
    ।🙏🙏

  • @Junmonigogoi-be9fs
    @Junmonigogoi-be9fs 10 месяцев назад +5

    Praise the lord guru pitai 🙏🙏🙏 hallelujah hallelujah hallelujah 🙏✝️🛐🙏

  • @bububorah1727
    @bububorah1727 10 месяцев назад +3

    Praise the Lord pitai🙏🙏🙏

  • @sumkidas500
    @sumkidas500 10 месяцев назад +7

    Praise the lord Amen hallelujah hallelujah

  • @nirojdeori7130
    @nirojdeori7130 10 месяцев назад +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক ❤❤❤ মহান গুৰু পিতা আৰু গুৰু মা লৈ সেৱা জনাইছোঁ, আমেন ❤❤❤

  • @NibhaChangmai-jz7xo
    @NibhaChangmai-jz7xo 10 месяцев назад +5

    ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক। আপোনাৰ অপাৰ মহিমাক কোটি কোটি ধন্যবাদ। 🙏🙏🙏

  • @manashpratimgohain210
    @manashpratimgohain210 10 месяцев назад +2

    Hee Jesu tumia mur hohai hoi ahisa provu.. Doya kriba😢❤❤

  • @rumenbegum8131
    @rumenbegum8131 10 месяцев назад +1

    praise the lord, amen. Ishwar ammak ghur bipodor pora uddhar kora.

  • @leenagogoi9664
    @leenagogoi9664 10 месяцев назад +5

    ঈশ্বৰৰ প্ৰশংসা হওক ৷ গুৰুদেৱক ঈশ্বৰে কুশলে ৰাখক ৷গুৰুপিতালৈ শতকুটি প্ৰণাম জনালোঁ ৷🙏🙏

  • @mrinmoytalukdar6601
    @mrinmoytalukdar6601 10 месяцев назад +2

    Pranam pita parmeshwar ❤❤❤ praise the lord 🙏 🙏🙏

  • @rinagogoi4853
    @rinagogoi4853 10 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক
    গুৰুপিতাইৰ চৰনত প্ৰনাম জনাইছো ঈশ্বৰৰ গীতটি বৰ সুন্দৰ হৈছে 🙏🙏😘😘

  • @barbiechetia202
    @barbiechetia202 10 месяцев назад +3

    Praise the Lord . Amen .

  • @rupabora2769
    @rupabora2769 10 месяцев назад +7

    হে ঈশ্বৰ তোমাৰ এই গীতটোৰ জৰিয়তে সকলোকে আশীৰ্বাদ কৰিলা, গুৰু পিতা আৰু গুৰুমালৈ সেৱা জনাইছোঁ আমেন

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 10 месяцев назад +7

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏গুৰুপিতাৰ চৰনত শ্ৰদ্ধা আৰু সেৱা জনাইছো 🙏হে যীচু পিতা জীৱন্ত আত্মাৰ গীতৰ যোগেদি আমাক সদাই ধৰি ৰাখিবা 🙏আমেন 🙏🙏🙏

  • @RajuNath-nu3lk
    @RajuNath-nu3lk 10 месяцев назад +3

    Praise the lord halleluya amen 🙏 halleluya 🙏 halleluya 🙏 amen 🙏

  • @namitasaikia7730
    @namitasaikia7730 10 месяцев назад +2

    ইশ্বৰৰ প্ৰশংসাৰ হওক পিতাই আপোনাৰ যোগেদিয়েই জীৱনৰ পথ বিচাৰি পালো🛐 ।1 যোহন 5:11সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।✝️✝️ গীতটোৰ শুনি ভাল লাগিল🎉💓 পিতাই।

  • @deepdutta6846
    @deepdutta6846 10 месяцев назад +2

    অতি সুন্দৰ 🎉

  • @GitanjaliHazarika-jp7ur
    @GitanjaliHazarika-jp7ur 10 месяцев назад +6

    Praise
    Tje
    Lord
    Pita
    Amen

  • @parijatsaikia184
    @parijatsaikia184 10 месяцев назад +6

    ঈশ্বৰৰ প্ৰশ্ংসা হওঁক। গুৰুপিতাক প্ৰনাম আৰু সেৱা জনাইছোঁ। আমেন 🙏🙏🙏

  • @mohonsaikia1433
    @mohonsaikia1433 10 месяцев назад +2

    Praise the lord ✝️❤️❤️ guru pitai ✝️✝️🙏🙏 halleluya amen

  • @debeswarpayeng9036
    @debeswarpayeng9036 10 месяцев назад +3

    Praise the lord, Amen❤❤❤

  • @bijoyboro7323
    @bijoyboro7323 10 месяцев назад +3

    Praise the lord ✝️🛐🛐🛐🛐🛐💓 Hallylluya

  • @dikshita399
    @dikshita399 10 месяцев назад +4

    Praise the lord jesus. ❤❤❤❤❤. Ameen.

  • @junalikonwarjunalikonwar6725
    @junalikonwarjunalikonwar6725 10 месяцев назад +3

    Praise the lord Pitai 🙏🙏

  • @nitubarua3352
    @nitubarua3352 10 месяцев назад +5

    ঈশ্বৰৰ প্ৰশংসা হওক❤,পিতাই গীতৰ যোগেদি প্ৰভু যীচু ৰ কৃপা অনুগ্ৰহ সকলো লৈ হওক,আমেন🙏✝️🙏

  • @JyotishmanGogoi-z7p
    @JyotishmanGogoi-z7p 10 месяцев назад +4

    ঈশ্বৰৰ প্ৰশংসা হওক। গুৰুদেৱ আৰু গুৰু মালৈ সেৱা জনাইছো।এই ঈশ্বৰৰ গীতে সকলোকে আশীৰ্বাদ কৰিবা প্ৰভু আমেন।।🙏🙏

  • @babaisto4019
    @babaisto4019 10 месяцев назад +6

    ঈশ্বৰৰ প্ৰশংসা হওক,হে গুৰুজনা তুমি মহান।

  • @Ppbvlogs-i4z
    @Ppbvlogs-i4z 10 месяцев назад +3

    Praise the Lord Pitai 🙏🙏🙏😢😢

  • @bhanibalasaikia5176
    @bhanibalasaikia5176 10 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ ।আমেন হালীলুইআ ।

  • @mylittleheartdristipratiks7470
    @mylittleheartdristipratiks7470 10 месяцев назад +1

    Praise the lord for jesus...Amen

  • @kacharibulilong
    @kacharibulilong 10 месяцев назад +3

    Praise the Lord 🙏 Amen

  • @ProgyaRajkhuwa
    @ProgyaRajkhuwa 10 месяцев назад +1

    Praise the Lord Gurupita Guruma Amen 🙏❤

  • @RipaSahu-y5t
    @RipaSahu-y5t 10 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক❤️🙏হে দয়ালু প্ৰভূ তোমাৰ এই জীৱন্ত মহিমাময় গীতৰ যোগেদি সকলোকে আশিৰ্বাদ কৰিবা❤️🙏🙏হে প্ৰভূ তোমাৰ পবিত্ৰ চৰণত শতকুতি বাৰ সেৱা আৰু ধন্যবাদ জনাইছো❤️🙏🙇‍♀️🙇‍♀️

  • @nirupoma5935
    @nirupoma5935 7 месяцев назад

    ঈশ্ৱৰৰ প্ৰশংসা হওক 🙏 গীতৰ প্ৰত্যেকটো বাক্যই হৃদয় চুই গৈছে।কঠোৰ বাস্তৱে বহুত বাৰ আমাকোএনে ভাৱনাৰ সৃষ্টি কৰাইছিল।। কিন্তু নেদেখা জন আমাৰ সহায় আছিল। ধন্যবাদ প্ৰভু🙏✝️🛐♥️❤️♥️

  • @pranabborpatragohain9111
    @pranabborpatragohain9111 10 месяцев назад +2

    Praise the lord...❤❤❤

  • @jyotibaruah7954
    @jyotibaruah7954 10 месяцев назад +3

    Praise the Lord 🙏🙏🙏🌷🌸🌻

  • @Bhaskarjp11
    @Bhaskarjp11 10 месяцев назад +3

    Praise The Lord🙏❤️

  • @papugogoipapu6473
    @papugogoipapu6473 10 месяцев назад

    Praise the Lord Guru pitak . Prabhu jisure hakalu dakh dakhik akhibad karok. amen. 🙏💐✝️

  • @B2pn84
    @B2pn84 10 месяцев назад +1

    Praise the Lord,My ❤ Jesus, Glory Jesus 🙏 Amen ✝️🛐

  • @PIKUS-2Y
    @PIKUS-2Y 10 месяцев назад +5

    Praise the lord Jesus 🙏🙏🙏

  • @fitnessworkout7689
    @fitnessworkout7689 10 месяцев назад +3

    Praise the lord .🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @JunGogoi-uc9un
    @JunGogoi-uc9un 10 месяцев назад +2

    Praise the lord 🙏🙏❤❤ hallelujah ❤️🙏 Amen 🙏🙏

  • @_Debashri_
    @_Debashri_ 10 месяцев назад +3

    praise the lord❤🙏

  • @alakabaruah4991
    @alakabaruah4991 10 месяцев назад +2

    ঈশ্বৰৰ প্ৰশংসা হওক, ধন্যবাদ গুৰু পিতা , গুৰু দেৱৰ পৰিয়ালৰ লগতে আমাৰ সকলো মনদলী, আৰু সদস্যৰ পৰিয়ালৰ লগতে দাস দাসী হৈ গৃহ মনদলীৰ পৰিয়ালৰ মঙ্গল হওক,🙏🙏🙏🙏✝️☦️🙏🙏🙏 আমাৰ সকলোৰে হৈ পৰমেশ্বৰ ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ মই অলকা, ভালেৰে ৰাখিব । আমেন , হালেলূৱা।

  • @bphukan9263
    @bphukan9263 10 месяцев назад

    Praise the lord ! Hallelujah ! Amen

  • @jonaligogoi572
    @jonaligogoi572 10 месяцев назад +5

    Praise.the.lord

  • @pramadas5958
    @pramadas5958 10 месяцев назад +4

    Praise the lord 🙏✝️❤❤

  • @RuskinGogoi-sz1dx
    @RuskinGogoi-sz1dx 10 месяцев назад +2

    Praise the Lord 🙏🏻💖🌹⚡🎵✝️🎵⚡🌹💖🙏🏻

  • @prodipdutta3033
    @prodipdutta3033 10 месяцев назад +5

    ঈশ্বৰৰ প্ৰশংসা হ ওক 🙏 ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏 গুৰু পিতা লৈ কোটি কোটি সেৱা জ্ঞনাইছো 🙏 আমেন 🙏

  • @hirensaikia3810
    @hirensaikia3810 10 месяцев назад +1

    অতি সুন্দৰ পিতাই 🙏🙏

  • @pujachangmai4143
    @pujachangmai4143 10 месяцев назад +3

    Praise the lord 🙏 amen

  • @abhijeethdr5920
    @abhijeethdr5920 10 месяцев назад

    PRAISE THE LORD, THANK YOU DEAR 😘 LORD JESUS, DHANYABAD GURUPITA, HALLELUJAH,AMEN❤

  • @nikidulia
    @nikidulia 10 месяцев назад +2

    Praise the lord 🙏

  • @abhijitkalita374
    @abhijitkalita374 10 месяцев назад +1

    Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA

  • @Songitaboruah93
    @Songitaboruah93 10 месяцев назад +2

    Praise the lord ✝️ ✝️✝️

  • @BbLeKbL
    @BbLeKbL 10 месяцев назад +7

    Praise the lord

  • @NiharikaTeronpi
    @NiharikaTeronpi 10 месяцев назад +1

    প্রথমে আপোনাক প্রনাম জনাইছো গুৰু দেউতা 🙏 মই বহু দিনৰ পৰা প্ৰাৰ্থনা গৃহত জাবলৈ চেষ্টা চলাই আছো কিন্তু আজিলে অসমৰ্থ হৈয়ে আছো পিতা। কাৰণ মই মূৰ্তি পূজা কৰা মানুহলে বিয়া হৈছো, মই এওক বহুত বাৰ কলো কিন্তু এও আজিলে মনা নাই পিতা।
    সেয়ে মোক অলপ দয়া কৰি প্রাৰথনা গৃহত যাব পৰাৰ সৌভাগ্য দিয়া পিতা🙏 ।
    মই ফন কৰিও কব নোৱাৰাৰ অৱস্থা সেয়ে msj কৰিয়ে জনালো পিতা, মোক অলপ দয়া কৰা পিতা ।

  • @DeepaGogoi-j3g
    @DeepaGogoi-j3g 10 месяцев назад +2

    Prasie the lord pitai bahut bahut dhanyawad disu

  • @papagodyouhelpme2282
    @papagodyouhelpme2282 10 месяцев назад +1

    Praise the lord ❤🎉

  • @shyamoliboruah249
    @shyamoliboruah249 10 месяцев назад +2

    Praise the lord ✝️🙏🛐

  • @DulalGoswami-d2m
    @DulalGoswami-d2m 10 месяцев назад +1

    Praise the Lord Amen

  • @hirengogoi5527
    @hirengogoi5527 10 месяцев назад +1

    Praise the lord❤❤

  • @santoshsahu-pz3yy
    @santoshsahu-pz3yy 10 месяцев назад +1

    Praise the Lord ✝️🙏🏻

  • @pramilaboruah6601
    @pramilaboruah6601 10 месяцев назад

    Praise the lord 🙏🏻🙏🏻 hallelujah hallelujah hallelujah

  • @minotisobor6069
    @minotisobor6069 10 месяцев назад +1

    Praise the lord pita 🙏🙏

  • @crazybhargobi
    @crazybhargobi 10 месяцев назад +5

    Priase the lord 🙏🛐❤️

  • @mridupabansaikia8647
    @mridupabansaikia8647 10 месяцев назад +2

    Praise the Lord amen✝️⛪️✝️

  • @gautamsahu3787
    @gautamsahu3787 10 месяцев назад

    Praise the lord peta ❤❤❤

  • @PujaChetia-b1q
    @PujaChetia-b1q 10 месяцев назад +1

    Praise the Lord✝️ 🛐🙏

  • @monishagogoi4596
    @monishagogoi4596 10 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🛐

  • @pompidas4698
    @pompidas4698 10 месяцев назад +3

    ঈশ্বৰৰ প্ৰশংশা হওক আমেন,

  • @manashpratimgohain210
    @manashpratimgohain210 10 месяцев назад

    Praise the Lord pitai .. Mur exam Tu je val howuk parthna kri dibo akolua❤❤

  • @prunimasarkar9511
    @prunimasarkar9511 10 месяцев назад +1

    Praise the lord 🙏❤

  • @arunburagohain3962
    @arunburagohain3962 10 месяцев назад +6

    ঈশ্বৰৰ প্ৰসংশা হওঁক। গুৰু পিতাৰ এই মধুৰ গীতটিৰ দ্বাৰা সকলো দাস দাখিকে ঈশ্বৰে আশীবাদ কৰক। Amen 🛐🛐🛐

  • @mousumiboruah9661
    @mousumiboruah9661 10 месяцев назад +2

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏।প্ৰভূ পিতা আমাৰ পাপ অপৰাধ ক্ষমা কৰি আমাক আশীৰ্বাদ কৰিব 🙏🙏🙏🙏😭😭 আমেন।

  • @Rimagogoi20
    @Rimagogoi20 9 месяцев назад

    হেই প্ৰভু ঈশ্বৰ🛐❤️... আপোনাৰ মহিমা অপাৰ অজানিতে কিবা ভুল কৰিলোঁ যদি ক্ষমা কৰিব ...বহুত কষ্টত ভুগি আছোঁ প্ৰভু আপুনিয়েই ভাল কৰি দিয়ক ইমান শক্তি নাই মোৰ, যে মই আৰু hojyo কৰিব পাৰিম ❤️✝️🛐😔 পোহৰ বাত দেখুৱাব প্ৰভু 😔😭😭 নহলে মোক শেষ কৰি নিয়ক... আমেন 🙏🏼