THE PRIME SHOW | কোটি টকীয়া মথাউৰি নে সোণৰ কণী পৰা হাঁহ? বানপানী একাংশৰ বাবে যেন লুণ্ঠনৰ অস্ত্ৰ!

Поделиться
HTML-код
  • Опубликовано: 5 окт 2024
  • THE PRIME SHOW | কোটি টকীয়া মথাউৰি নে সোণৰ কণী পৰা হাঁহ? বানপানী একাংশৰ বাবে যেন লুণ্ঠনৰ অস্ত্ৰ!
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #assamflood2024 #assamflood #cmhimantabiswasarma #pijushhazarika #parthajyotibora
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 30

  • @MukutDeka-f8y
    @MukutDeka-f8y 3 месяца назад +2

    আমি এই সময়ত ৰাজনৈতিক ভাষণ শুনাৰ আমাৰ ইচ্ছা নাই ।

  • @binoykalita7597
    @binoykalita7597 3 месяца назад +2

    সোনৰ কনী পৰা হাহত পৈণত হৈছে হাতীমূৰা মথাওৰি।সোনৰ কনীৰ ভাগ ঠিকাদাৰ, মন্ত্ৰী, আৰু কৰ্মচাৰী মাজত ভাগ হয়।

  • @utpalgoswami1990
    @utpalgoswami1990 3 месяца назад +2

    বৃহত পূখূৰী খণ্ডা থিকাটো ভূঞানী বাইদেউক দিবনে গুজৰাট বা হাৰিয়ানাৰ ঠিকাদাৰক দিব ? জনাবনে ? গুডী মিদিয়াৰ বংশধৰ--

  • @RomaBora-pj6pu
    @RomaBora-pj6pu 3 месяца назад +12

    যেতিয়া লৈকে অসমৰ প্ৰকৃত হিতাকাংঙ্খি এখন চৰকাৰ নাহে। তেতিয়া লৈকে ইয়াৰ সমাধান নহব। এনে অনুভৱ হৈছে, চৰকাৰৰ কাম কাজ দেখি।

  • @subhashsut2215
    @subhashsut2215 3 месяца назад +3

    নমামী ব্ৰহ্মপুত্ৰ উৎসব নপাতে নেকি? ‌ বিজেপি য়ে‌ ?

  • @LilaSaikia-y1l
    @LilaSaikia-y1l 3 месяца назад +5

    বাপপনী হলে চৰকাৰে ভালহে পায়। কাৰণ ঠিকিদাৰৰ লগত মিলি টকা ঘটিব

  • @ujjalkonwar2859
    @ujjalkonwar2859 3 месяца назад +4

    বিজেপিৰ ব্ৰহ্মপুত্ৰ নমামি এই কি আছিল আলোচনা নহয় নেকি ? বান মুক্ত অসম বাক্যবোৰ বন্ধ হল নেকি ? এইবাৰ নতুনকৈ বৃহৎ পুখুৰী নিৰ্মাণ ! ! অহা বছৰত আপোনাক এনেদৰে আকৌ আলোচনাত বহিব । বানপানী আহিব আলোচনাত বহিব । বানপানী শেষ হব আলোচনা পাহৰি যোৱা হল ।

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 3 месяца назад +5

    মাথাউৰী ওপৰৰ মালেহে বনাইছে

  • @MukutDeka-f8y
    @MukutDeka-f8y 3 месяца назад +1

    মাটিৰে নিৰ্মিত মঠাউৰী সমূহ বৰ্তমান পকীকৰন কৰক। মাটিৰে মঠাউৰী বন্ধা আঁচনি আজিৰ পৰা ৬০ বছৰ আগৰ এটা পুৰণি কলীয়া অবাস্তৱ ধাৰণা।

  • @mintisaikia
    @mintisaikia 3 месяца назад +1

    সোনৰ কণী পৰা হাঁহেই হয়। এনেয়েনো ফাইভ ষ্টাৰ হোটেল, ৰিজৰ্ট ব্যৱসাষ কৰিব পাৰে নে?

  • @digantaanthony27
    @digantaanthony27 3 месяца назад +10

    ভাগৱতি ডাঙৰিয়াৰ মন্তব্য খিনি শুনি বৰ ভাল লাগিল, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো 🙏

    • @RabulGagoi
      @RabulGagoi 3 месяца назад +1

      Ban. Homore.. Naharkatera.. M. A. L.. Nenda😂

  • @sangitaChetia-p4o
    @sangitaChetia-p4o 3 месяца назад

    আমাৰ তামুলিখাতত বহুত বেছিকৈ বানপানী হʼল । যাৰ ফলত আমাৰ খেতি ‌‌-বাতি বেয়া হৈ গৈছে।

  • @binudas8708
    @binudas8708 3 месяца назад +1

    সময় অহাৰ লগে লগে তহতে তহতৰ সকলো হাতলৈ আনি ল। এই বাৰিসাতে নহলে আকৌ এবছৰলৈলৈ ৰব লাগিব। গতিকে তহতি তহতৰ খিনি লৈ ল। ৰাইজৰ চিন্তা কৰি আমাৰ কি লাভ হব।

  • @BinudaDihingia-rl6we
    @BinudaDihingia-rl6we 2 месяца назад

    মানুহে জনা নাই পানি হৈছে অভাৰ বিৰজত উঠি থাকিলেই হয়

  • @MukutDeka-f8y
    @MukutDeka-f8y 3 месяца назад

    আপোলোকে কিয় উপলব্ধি নকৰে যে বাৰিষা নদীৰ পানীৰ লগত বালি আৰু পলস সমানে আহে ।

  • @utpalgoswami1990
    @utpalgoswami1990 3 месяца назад

    আপোনাক - মোক থগিহে এই নপুংস সোপায় লাখটকীয়া চোলা, নাইটী পিন্ধিবলৈ পায়ছে নহয় ?

  • @DimbeswarRai
    @DimbeswarRai 3 месяца назад +1

    Lutibole BJP valdin

  • @PobonHazarika
    @PobonHazarika 3 месяца назад

    Good morning news 18... from Aditya hazarika PSKO office Soraideo.Sir amar pension cell operator 33 jonor dormoha March mahor r pora pua nai.Gotike apunalukor News18 channel r juge di honorable CM Assam aru khikha montri k Assam k jonabole anurudh jonalu.Aru amar salary bur March mahor pora regular kora r babee anurudh kora hol.Thank you

  • @ruhitdihingia8210
    @ruhitdihingia8210 3 месяца назад

    শিৱসাগৰীয়া গগৈয়ে আজিৰ জনতা বানত উপঙি থকা প্ৰেক্ষাপটত কিবা এটা কব লাগে বুলি নিজে অনুভৱ যেতিয়া নকৰিব, তেওঁ studio ত 10 - 12 বছৰৰ পূৰ্ৱৰ বুৰঞ্জীৰ বকলা মেলি নিজৰ দায়বদ্ধতাৰ সীমাবদ্ধতা দেখাবলৈ নাহিলেই হ'ল। আৰু বহুত কব মন গৈছে , নোকোৱাই ভাল । কংগ্ৰেছৰ দিনত তেওঁৰ বুৰঞ্জী অতি মধুৰ নে তিক্ততা পূৰ্ণ ???

  • @probirsharma3703
    @probirsharma3703 3 месяца назад

    Tarun Gogoi Sarkar aur Mani Mohan ke Sarkar aane ka time hai abhi jo Halat tha Sham ka chahe vah Modi ji hai Himanshu Sharma ji hai Sambhal Jila Nigam Asam Mein Aaj Bhi Har Sal Bahar Aane per pura 3% Aasan Tu Bhi jata hai😅 panel Mein baithkar discussion karne se Kuchh Nahin hoga😅 on the spot or long time Koi Aise project launch Ho Jo Aane Wale 20 Sal Mein 25 Sal Mein ya 10 Sal Mein ya 5 Sal Mein guarantee De sake ki yah Samadhan hoga main Asam public se request Karunga ki is chijon ko Is Tarah Se Duniya Mein uthaegi vah Ek International issue Bane tabhi Ham Asam vasiyon ko Mukti milega😅 dusri bar Bina Roe man Tak dudh Nahin pilata Hai To yah to rajnitik party hai bhai❤

  • @axomlife7349
    @axomlife7349 3 месяца назад

    Ministeror bhaiyeke jodi kam kore seito ki kam habo bhai

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 3 месяца назад

    😮😮😮😮😮😢😢😢😢😢😢😢

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 3 месяца назад

    হিমুৱে দুদিনতে বনাব

  • @rajibroyroy-vr7dk
    @rajibroyroy-vr7dk 3 месяца назад

    Mathari bhal khy banaly akhuai nahi.😊

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 месяца назад

      Long-term কৰিলে year wise commission কৰ পৰা আহিব ।বানপানীৰ কাৰনেই কিছুমান মানুহৰ কাৰনে সোণৰ কণী পৰা হাহ জনম হৈছে ।