Sir, l like your speech. There is none in new . B. J. P like you. You are a gentle, honest and the best. M. P.for the norteast. We proud on you sir. Thank you sir.
আৰে ভাই এয়াইতো বিজয়৷ ডিব্ৰুগড়ত যে লুৰিণ নামৰ ডেকা লৰাটোৱে সৰ্বা বুঢ়াক হিলাই দিছিল৷ কিন্তু কথমিপে সৰ্বা নন্দ ৰক্ষা পৰিল ৷ নহলে বাকি কি হল হয় গম পালি হেতেন
অতি সুন্দৰ বক্তব্য ছাৰ অশেষ ধন্যবাদ জনালোঁ
আমি জানো ২০২৬ত আপোনাৰ নেতৃত্বতত অসমত নতুন চৰকাৰ হবলৈ গৈ আছে। আপুনি মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিব। আৰু আগতীয়াকৈ শুভেচ্ছা থাকিল।
Gaurav gogoi jindabad ❤❤❤
Next chief minister hbo lage assamor. ❤❤❤
পিয়াজ হাজৰিকাৰ দেখাদেখি নাই যে 😢 তেওঁ গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত তামোল পানৰ দোকান দিয়ক অতিছিঘ্ৰে
😂
😂😂😂Moja disa dei
A😅
@@sunitalama3572
গৌৰৱ গগৈ জিন্দাবাদ।।
ইমান ভাল কথা কৈছে আপোনাক আমি বহুত ভাল পাওঁ আপোনালৈ আমাৰ বহুত শুভেচ্ছা থাকিল ভালে থাকক
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়া অসমৰ নহয় ভাৰতৰ গৌৰৱ হয়
U r next CM of Assam
আপুনি যেন সদায়েই এনেধৰণেৰে অহংকাৰহীন হৈ থাকে। এই বিনয়ী গুণে আপোনাক ৰাইজৰ মৰমৰ নেতা কৰি তুলিছে ।
আপোনাৰ ভাল হওক। ৰাইজৰ ভাল হওক।
ইমান সুন্দৰ কৈ কৈছে।
শেষৰ বক্তব্য টো কিন্তু বৰ বেয়াকৈ এচাত দিলে দেই!😂😂
ধন্য তুমি অসমৰ গৌৰৱ।
😂
শেষৰটো শুনি ভাল লাগিছে।
অসমৰ গৌৰৱ 💚
গৌৰৱ গগৈয়ে কথা ক'লে তেখেতৰ পিতৃ তৰুণ গগৈয়ে কথা কৈ থকা যেন লাগে
একদম হচা
আজি মই কথা এটা কৈ থওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই এদিন প্ৰধান মন্ত্ৰী হোৱাটো নিশ্চিত।
মোহন ভংগ হোৱা নাই, কিন্তু আপুনি তুলনামূলকভাৱে আনজনতকৈ যোগ্য বাবে আপুনি জিকিল । আপুনি বহু বিজেপি আৰু অগপৰ ভোট পাই বিপুল ভোট ত জয়যুক্ত হ'ল । আৰু বিজেপি ৰ অহংকাৰ ভংগ হ'ল ।
Hmm jkjpjk
Sir, l like your speech. There is none in new . B. J. P like you. You are a gentle, honest and the best. M. P.for the norteast. We proud on you sir. Thank you sir.
গৌৰৱ গগৈ দাঙৰিয়া আপোনাৰ নিৰপেক্ষ ভাষণ বোৰ শুনি বৰ ভাল লাগে শুনি থাকিব মন যায়।
Aapuni jen hodai Gaurav dai hoi thake..kam korak...juji jauk.. aapunar lgt aji all Assam ase
Bohut kotha ase apunar pora xikibole dada....apuni aru aguwai jaouk...🙏👏
So polite, soft hearted, class gentleman. You are really great sir. Your behaviour really inspiring us. Thank you sir, thank you.
Gaurav gogoi sir ❤️💯🔥juiiii 🔥💯
Dada last or kothakhini bohut bhal lagil
Next CM Gaurav Gogoi ❤🎉🎉🎉🎉
Gaurav gogoi zindabad
The great leader of Assam is Gaurav gogoi sir.
I love congress.all assames should love congress for their best
Ujjawald ❤ bhi
We are always in love with Himanta as a dynamic leader❤❤❤❤❤❤❤
Mojja disa gorov daa i love you
Sir, বহুত ভাল লাগে আপোনাৰ গহীন গম্ভীৰ কথাবোৰ, কিমান ভাবি চিন্তি কথা কৈ আপুনি, আপোনাৰ পৰা যধা মূৰ্খ কিছুমানে শিকিব লগীয়া বহুত আছে।।
দিল্লী হিলাই দিয়া পৰা নেতা
বিজেপিৰ চামচাবোৰে লাজ পাই আবুল তাবুল বকিছে।
❤ love you sir
আমাৰ গৌৰৱ অসমৰ গৌৰৱ
He is so humble ,innocent,nd honest❤️
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ ভুপেন বৰা দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ তিনি গগৈ জিন্দাবাদ
Sauk dangoriya...Apuni notun projonmok hanghatik muhise. Apunar kotha aru asar byobohar khub val lage.
Naxt 26 at assam c m habale khuvassa thakil gaurav sir ❤❤❤
২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.
Next cm
মই পলাশবাৰী ৰ পৰা আপনাকে ন্যায় বিচাৰি নীমনটন জনালো নম্বৰ মোৰ নহয়
ভাল মানুহৰ ভাল কথা।।
Gaurav Gogoi zindabad
Gaurab Gogoi only real politician of Assam
Amar moromor Gaurav iman bhodro iman hanto boktoibyo bilak oti hundor ❤👍🙏🏽
Very nice taking, Gaurav gogoi sir......
Love you Gaurav gogoi
ভাল লাগে চাৰক
Yes
He is only one politician who is not diplomatic...Great personality..🙏
Gaurab gogai zindabad
Gaurav zindabad.
Good
Incredible Figure From Assam & North East, High Fives 👋
Bjp কেইজন মান নেতাই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আচাৰ ব্যৱহাৰ শিকক কেনেকৈ নিৰপেক্ষ ভাৱে কথা কিছূমান কব লাগে।
🙏🙏🙏🙏
Congratulations 👏 👏
Gaurav Gogoi Jindabad
Quality leader
Good news
I love Congress❤
Next cm gorav gogoi
We the Assamese people love you Gaurav gogoi.you are the only Assamese person who loves his State people very much.we love you very very much.
Love you dada
Very good speech 🙏
Good job sir
Congratulation
Gaurav Gogoi zindabad 💯🙏💪💪💪💪
Gogrob gogoi jindabat❤❤❤❤❤❤
Next CM of Assam
Good very good I love you so much sir
ধন্যবাদ দাদা
কংগ্ৰেছে কেতিয়াও অসমত জিকিব নোৱাৰে।
আমাৰ জীৱন কংগ্ৰেছে শেষ কৰি দিছে আমি টকা দিৱ নোৱাৰাৰ বাবে চাকৰি নাপালো
বিজেপি য়ে মেধাবী ছাত্ৰক চাকৰি দিয়ে সেই বাবে অসমৰ মানুহে কংগ্ৰেছ ক ভোট নিদিয়ে
তিনি খনত জিকিয়েই ইমান গুন বখানি থাকিব নালাগে।দুবাৰ জিকি কি কি কাম কৰি দেখুৱালে। আপুনি বিদেশীৰ সমস্যা অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিবনে । Congress তিনিখন আৰু বিজেপি ন খন আসন পাইছে আগতকৈ দুখন বেছিকে পাইছে তেওঁলোকে চুপ চাপে আছে দেখন আৰু আপুনি।লাভ নাই এইখন mpৰ হে election বিধান সভাৰ নহয়।😅😅😅😅😅
Toi faltu comments dii thak toi joliso 🔥😅 niiii
Congratulations to you Gaurav Sir, Salute for your Vision and wisdom.
A Great Hope to see you as Chief Minister of Assam in coming future.
অকল যোৰহাট লৈ বহি থাক তই
গৌৰৱ গগৈ আৰু নগাও সাংসদ গৰাকী বাদে বাকী কাৰোকো ভাল নালাগে
Teu khub binomro❤
গৌৰব গৈগৈ অসমৰ সম্পদ
অসমৰ বিজেপি চৰকাৰখনৰ প্ৰতি যোৰহাটৰ একাংশ ৰাইজৰ বাহিৰে আন খিলঞ্জীয়াৰ মোহভংগ হৈছে বুলি কব নোৱাৰি ৷ ধুবুৰী আৰু নগাঁৱৰ সংখ্যালঘু ৰাইজেহে এআইইউডিএফক প্ৰত্যাখান কৰি কংগ্ৰেছক ভোট দিলে ৷ যোৰহাটৰ পূৰ্বৰ সাংসদ গৰাকীৰ কিছু বিফলতাইহে তাত কংগ্ৰেছক বিজয়ী কৰিলে ৷
আৰে ভাই এয়াইতো বিজয়৷ ডিব্ৰুগড়ত যে লুৰিণ নামৰ ডেকা লৰাটোৱে সৰ্বা বুঢ়াক হিলাই দিছিল৷ কিন্তু কথমিপে সৰ্বা নন্দ ৰক্ষা পৰিল ৷ নহলে বাকি কি হল হয় গম পালি হেতেন
Bjp neta bilakor ahankari swabhabor karone jorhator raije bjp k eibar vote dia nai.baki gaurav gogoir personality ei khetrot main factor hisape kam koise.prakton hankhod gorakik jorhator raije jothesto bhal pai.
আমি নগাঁও জিলাৰ মিয়া নহয়, কথা জানি কব কংগ্ৰেছক ভোট দিছোঁ। বৰদলৈ ভাল মানুহ কাৰণে ভোট দিছোঁ।
বাংলাদেশী প্ৰেমী বিজেপিৰ অহংকাৰৰত প্ৰস্ৰাৱ কৰি দিবলৈও বহুতো মানুহে বিজেপিক বাদ দি যাকে ভাল পাইছে তাকে দিছে৷
Outstanding
BJP hatao Assam basao Congress zindabad
গৌৰৱ গগৈ ডাঙৰীয়া আপুনি সাংসদ য়েই নহয় এটা অনুষ্ঠান।
Gaurav gogoilong live❤
❤❤❤
Best wishes sir 🙏
😢😢😢sir 🙏👌♥️♥️ 1:05
সেইকাৰণে 99 আৰু 241
👍
Congress zindabad
Gentleman
Moza dise
Hemontoi Assam hakh krila. Hosa kotha
❤
কলিয়াবৰত হাৰিম বুলি ভাবি, যোৰহাট পালিগৈ ,এতিয়া চাধা মুহাৰি মুহাৰি গাজা দি থাকক ।
congrest.Murdhabad❤❤❤.
Gourav gogoi go back
Lagte roho
Dhuburi==Nagaon==Jorhat
Gaurav gogoi should practice Assamese language pronounciation 😂
Eyake koi Val neta ❤namrata
The policians should follow the formula of ” sportman sprites ”