Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বৰ সুন্দৰ লাগিল , দুয়োৰে মনোমোহা কণ্ঠ । 😊
খুবেই সুন্দৰ হৈছে গীতটি ।
অতি সুন্দৰ, বৰ ধুনীয়া হৈছে 👌👏👏
অন্যতম প্ৰিয় গীতটো আপোনাৰ কণ্ঠত বহুত ভাল লাগিল বাইদেউ
wow absolutely amazing 😍❤
খুব সুন্দৰ হৈছে গীতটি। বৰ ভাল লাগিল শুনি।
Xundor poribexon baido... Bhut Val lagil xuni
Bohut Dhuniya hoise
সুন্দৰ গীত ! বৰ ভাল লাগিল ৷
অতি সুন্দৰ হৈছে নীলাক্ষি । দুয়ো ইমান সুন্দৰকৈ পৰিবেশন কৰিলা ....ক'বলৈ ভাষা নাই 💚 অনন্য 💚 দীপজ্যোতিৰ কণ্ঠৰ সৈতে পুনৰ গীত পোৱাৰ আশা কৰিলোঁ ।
Wow bhut dhuniya gaan xosa koi bhut val lagile ❤
Bah..... Oti sundor
দুয়ো গৰাকী কণ্ঠশিল্পীৰ দ্বৈত কণ্ঠত পৰিবেশন কৰা সুন্দৰ গীতটি শুনি আপ্লুত হ'লো, অভিনন্দন জনাইছো দুয়ো গৰাকীক।।
গীতটি শুনি অভিভূত হ'লো। ইমান সুন্দৰ পৰিবেশন, খুবেই ভাল লাগিল। আপোনাৰ এই যাত্ৰা সুগম, সুন্দৰ হওঁক তাকেই কামনা কৰিলো।
সুন্দৰ লাগিচে। আপ্লুত মই।
👏👏ইমান সুন্দৰ হৈছে বহুত ভাল লাগিল। মোৰ প্ৰিয় গীত টি অতি সুন্দৰ কৈ পৰিৱেশন কৰিলে।
দীপ আৰু বাইদেউৰ কণ্ঠত সচাকৈ বহুত ভাল লাগিছে লগতে বাদ্যযন্ত্রী সকলক মোৰ ফালৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
Duyujonore voice lekhot lobo logiya kintu...khub dhuniya lagil khuni...keibar khunilu thik nai...👌👌👌❤❤❤
Excellent 👌👌👌
Very nice song & voice👌👌👌
সদায়ে ভাল লগা এটি বৰ প্ৰিয় ৰোমান্টিক গীত মোৰ। দুয়োৰে সুমধুৰ কণ্ঠত গীতটি শুনি বৰ ভাল লাগিল। তোমাৰ কণ্ঠৰ গীত শুনিতো সদায়ে ভাল লাগে। দীপজ্যোতিৰ মিঠা কণ্ঠ আৰু সুৰীয়া গায়কীয়েও মন মুহিলে। মন ভৰি গ'ল দুয়োৰে কণ্ঠত গীতটি শুনি। দুয়োলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ। আগলৈও এনেকৈয়ে আৰু সুন্দৰ সুৰীয়া উপহাৰ পাই থাকিম বুলি আশা কৰিলোঁ...।🎉🎉🎉
সুন্দৰ চিৰসেউজ গীত, দ্বৈত কণ্ঠত সুমধুৰ গীতটো শুনি বৰ ভাল লাগিল ।।❤❤
Excellent voice🙏💐💐💐💐
খুব সুন্দৰ পৰিবেশন।
নীলাক্ষী দৈতকণ্ঠৰ গীতটি অতি মনোমোহা হৈছে। ধন্যবাদ।
Bohut dhuniya♥
bhut dhuniya🌼
সু প্রভাত জনালোঁ বৰ সুন্দৰ গীত সুন্দৰ পৰিৱেশন বহুত ভাল লাগিল শুনি
❤❤
So lovely song❤🎉🎉
Bar bhal lagil 👌❤
Birat dhuniya 🌸
Nice
বিৰাট ভাল লাগিল
সকলোকে ধন্যবাদ জনালোঁ
Excellent
❤
👍👍👍👍👍
🫶👏👏
❤❤❤❤❤
😮😮😮
❤❤❤❤
বৰ সুন্দৰ লাগিল , দুয়োৰে মনোমোহা কণ্ঠ । 😊
খুবেই সুন্দৰ হৈছে গীতটি ।
অতি সুন্দৰ, বৰ ধুনীয়া হৈছে 👌👏👏
অন্যতম প্ৰিয় গীতটো আপোনাৰ কণ্ঠত বহুত ভাল লাগিল বাইদেউ
wow absolutely amazing 😍❤
খুব সুন্দৰ হৈছে গীতটি। বৰ ভাল লাগিল শুনি।
Xundor poribexon baido... Bhut Val lagil xuni
Bohut Dhuniya hoise
সুন্দৰ গীত ! বৰ ভাল লাগিল ৷
অতি সুন্দৰ হৈছে নীলাক্ষি । দুয়ো ইমান সুন্দৰকৈ পৰিবেশন কৰিলা ....ক'বলৈ ভাষা নাই 💚 অনন্য 💚 দীপজ্যোতিৰ কণ্ঠৰ সৈতে পুনৰ গীত পোৱাৰ আশা কৰিলোঁ ।
Wow bhut dhuniya gaan xosa koi bhut val lagile ❤
Bah..... Oti sundor
দুয়ো গৰাকী কণ্ঠশিল্পীৰ দ্বৈত কণ্ঠত পৰিবেশন কৰা সুন্দৰ গীতটি শুনি আপ্লুত হ'লো, অভিনন্দন জনাইছো দুয়ো গৰাকীক।।
গীতটি শুনি অভিভূত হ'লো। ইমান সুন্দৰ পৰিবেশন, খুবেই ভাল লাগিল।
আপোনাৰ এই যাত্ৰা সুগম, সুন্দৰ হওঁক তাকেই কামনা কৰিলো।