Hirlo Hirlo Hirloya by Kanteswar and Jusica || New Tiwa Song || 2023

Поделиться
HTML-код
  • Опубликовано: 6 сен 2024
  • 🙏নমস্কাৰ🙏
    তিৱা স্বায়ত্ব পৰিষদৰ দ্বাৰা প্ৰযোজিত অতি জনপ্রিয় পাৰম্পৰিক প্ৰচলিত তিৱা গীত "HIRLO HIRLO HIRLOYA" পুন: নতুন ৰূপত আগবঢ়ালো। 🙏💖💖। গিতটো কণ্ঠদান কৰিছে আজিৰ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী কণ্টেশ্বৰ দাৰফাং (বৰদলৈ) আৰু জুছিকা মুনিয়ে। গীতটো পৰম্পৰাগত সুৰ অতুত ৰাখি জনমানসত প্ৰচলিত হৈ থকা কিছু কথা সংগ্ৰহ কৰি সংযোগ কৰা হৈছে।
    পাৰম্পৰিক গীতৰ কথা, সুৰ সংগ্ৰহ আৰু সংযোজক
    *শ্ৰীযুত বাদল মুনি।
    সংগীত, শব্দ সংমিশ্রণ
    *দিলৰাজ ডেকা।
    ভিডিও সম্পাদনা
    *ভাস্কৰ ৰাগ।
    কৃতজ্ঞতা স্বীকাৰ শ্ৰীযুত জীৱন চন্দ্র কোঁৱৰ,
    মূখ্য কাৰ্য্যবাহী সদস্য,
    তিৱা স্বায়ত্ব পৰিষদ : মৰিগাঁও, অসম।
    🙏 শুভাকাঙ্ক্ষী ৰাইজলৈ বিশেষ অনুৰোধ চেনেলটো like, comment, share অথবা subscribe কৰে যেন💖।

Комментарии • 73