কুন্তি আই জনমৰ প্ৰভাতী বেলা | কন্ঠ- অনুপম শইকীয়া | হৰিনাম | সূত পুত্র কৰ্ণ (১৯৯৪) | সোণ প্ৰডাকচন

Поделиться
HTML-код
  • Опубликовано: 22 янв 2025

Комментарии • 9

  • @tonikgogoi1698
    @tonikgogoi1698 4 месяца назад +1

    Superb singing 👌👌🌹🌹🌹

  • @binauzir3971
    @binauzir3971 Месяц назад

    অতি সুন্দৰ, ভাল লাগিল ❤

  • @tutumoniborthakur7015
    @tutumoniborthakur7015 3 года назад

    বহুত দিন এই গানতো বিচাৰি আচিলো আজি পাই।বহুত ভাল লাগিছে ।

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  3 года назад

      আৰু অকণমান ভিডিঅ' সমূহ খুচৰি চাওঁক। হয়টো বহুতো পুৰণি স্মৃতিৰ মনত পৰিব।

  • @DigantaBorahDiganta
    @DigantaBorahDiganta 4 месяца назад

    আজি এই নাম ভাগী পালো 5 বছৰতে সুনিছিলো

  • @pranitanath8198
    @pranitanath8198 4 года назад +1

    Nice

  • @sanjeevkumarmahanta7084
    @sanjeevkumarmahanta7084 3 года назад

    ভাল লাগিল, সৰুতে শুনিছিলোঁ এই গীতটো থকা অডিঅ'টো ।
    আৰাধনা নামৰ এটা টোকাৰী গীতৰ এলবাম আছিল ,তাৰ গীতবোৰ পালে আপলোদ কৰিলে ভাল পাম

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  3 года назад

      অহা সপ্তাহত আপলোড কৰা হ'ব আৰাধনা কেছেটৰ হৰিনাম সমূহ। সোণ প্ৰডাকচনৰ প্ৰত্যেকটো কেছেটৰ হৰিনাম অসমবাসী ৰাইজলৈ আগবঢ়োৱা হ'ব। ধন্যবাদ🙏🏻

  • @TechsInAssamese
    @TechsInAssamese 3 года назад

    বহুত বিচাৰি বিচাৰি আজি এই নাম ভাগি বিচাৰি পালোঁ... লগত দূপৰৰ বেলিয়ে মাৰ যাওঁ বুলিলে টোও... বহুত বহুত ধন্যবাদ...