প্ৰভু ,আপোনাৰ পৰা নজনা কথা জানিব পাৰি বহু সুখি হলোঁ ,আপোনাক বহু বহু প্ৰনাম ৷কিন্তু যেতিয়া কোনোবাই কোনোবাক ধৰ্মকলৈ নিন্দা বা তিৰস্কাৰ কৰে তেতিয়া অন্তৰ বহুত আঘাত লাগে ৷
কৃষ্ণ কৃষ্ণ 🙏🙏। হয় হয় ইয়াত শিৱৰ নাম উল্লেখ নাই। আমি নাম অপৰাধৰ কাৰন সমূহ হে ব্যক্ত কৰিছোঁ। কোন শ্ৰেষ্ঠ,, কাক পূজা কৰিব, কাক নকৰিব সেই কথা প্ৰকাশ কৰা নাই। কেৱল কোনো জনক নিন্দা নকৰা কথাটোৱে প্ৰকাশ কৰা হৈছে। তথাপি অজ্ঞাতে যদিও আপোনাৰ অন্তৰত কষ্ট দিলোঁ তেন্তে অপৰাধ বিনাশন 🙏🙏🙏 কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
প্ৰভু ,আপোনাৰ পৰা নজনা কথা জানিব পাৰি বহু সুখি হলোঁ ,আপোনাক বহু বহু প্ৰনাম ৷কিন্তু যেতিয়া কোনোবাই কোনোবাক ধৰ্মকলৈ নিন্দা বা তিৰস্কাৰ কৰে তেতিয়া অন্তৰ বহুত আঘাত লাগে ৷
Krishna Krishna 🙏🙏 xuni val lagil xewa jonisu 🙏
ধন্যবাদ 🙏। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
তুমি বহুত ভাল কথা কলা।এইটো kiliyar হব পাৰি ভাল লাগিল ।ধন্য তুমি।
ধন্য ঈশ্বৰ অথবা পৰমেশ্বৰ, ধন্য সৎ ভকত জন, আমি কেৱল প্ৰয়াস হে কৰিছোঁ। তদুপৰি কথাখিনি সৎ ভাবে লোৱা বাবে ধন্য আপোনাৰ চিত্ৰ। আপোনাৰ মন্তব্যৰ বাবে আমি কৃতজ্ঞ হ'লো, কৃষ্ণ কৃষ্ণ 🙏🙏🙏
সুন্দৰ বাখ্যা আগবঢ়ালে, বহুত ধন্যবাদ যাছিলো।
আন্তৰিকতাৰে ধন্যবাদ জনালো কৃষ্ণ 🙏
সুন্দৰ ব্যাখ্যা ভাল লাগিল।
ধন্যবাদ 🙏 কৃষ্ণ 🙏☺️
আপোনাৰ প্ৰতিটো ব্যাখ্যাৰ বাবে অপেক্ষা কৰি থাকো। শ্ৰদ্ধাৰে আপোনাক সেৱা আগবঢ়ালোঁ 🙏🙏। আপোনাৰ প্ৰতিটো ব্যাখ্যাৰ তত্ত্ব সমূহে আমাক নতুন জ্ঞানৰ সন্ধান দিয়ে। ধন্যবাদ বাপ 🙏🙏🙏
আপোনালোকৰ আশীৰ্বাদত কৃতজ্ঞ হ'লো প্ৰভূ 🙏🙏 কৃষ্ণ কৃষ্ণ 🙏
Krishna bap ratipuyai apunar Amrit bani khuni dintur babe aji ami bahut kritatha holu apunar ai vdeo tu pai apuni anekoi khakolure mangalar babe bhagabanar Amrit bani khadai jate d thake apuni vale thakok khusta thakok amak bhagabanar gun jakh khunua babe
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 সেৱা নিবেদিছু বাপ 🙏 আপুনি সকলোৱে মংগল হোৱাকৈ বহুত গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে 🙏 আমাৰ মনৰ আন্দিত হৈছোঁ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾🌺🌷🪷
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ 🙏। আপোনালোকৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো, কৃষ্ণ 🙏
সুন্দৰ পৰিবেশন কৰা হৈছে কৃষ্ণ কৃষ্ণ সেৱা জ্নালো
ধন্যবাদ 🙏 কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ 🙏 সুন্দৰ ব্যাখ্যা,🙏🙏
কৃষ্ণ 🙏
krishna krishna
Bor val lagil bapjon
Bhut.val.lagil. bap.Krishna🙏🏻🌄🙏🏼
ধন্যবাদ, কৃষ্ণ 🙏
Auspicious advice. Thank you .
Krishna krishna Baap
Apunar shree mukhe nigorit hua Aadhiyatmik gyane Amak bout nojona kotha bujai diat bohut upokit holu pranap baap pravu iswar
জানিব পাৰি ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
ভাল পালো কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ 🙏
Kouty kouty dandavat pranam aru namaskar 🙏🏻
কৃষ্ণ কৃষ্ণ ভাল হৈছে বাপ
বৰ সুন্দৰ ❤😂❤
Prabhu. Sarwan. Kari. Anandra. Lagil. ❤😊
অতি আনন্দ পালোঁ। কৃষ্ণ 🙏
অতি সুন্দৰ ভাৱে বুজায় দিছে আপুনি।
আপোনাৰ নাম অপৰাধৰ বাখ্যা শুনি অতিকৈ ধন্য হলো ।
আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ কৃষ্ণ 🙏🙏🙏
বৰ সুন্দৰ বাখ্যা আগবঢ়াইছে 🙏🙏
ধন্যবাদ 🙏 আৰু আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
কৃষ্ণ বাপ শতকৌটি প্ৰনাম জনালোঁ নাম অপৰাধৰ বিষয়ে অৱগত কৰা কাৰনে ধন্যবাদ জনালোঁ৷কৃষ্ণঃ৷
কৃষ্ণ কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ ... যথেষ্ঠ উপকৃত হলোঁ
সুন্দৰ ব্যাখ্যা।
Bohut vl lgil sir ❤
ধন্যবাদ দেই ☺️
কৃষ্ণ। সুন্দৰ বিশ্লেষণ।
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ 🙏
বহুত ভাল লাগিল ❤
ধন্যবাদ 🙏 কৃষ্ণ
বহুত ভাল লাগিল , কৃষ্ণ কৃষ্ণ
ধন্যবাদ 🙏 কৃষ্ণ কৃষ্ণ
bohu giyan palu pobhu. apunar soronot koti koti pornam jonalu. 🙏🙏🙏🙏🙏🙏🙏God bless you🌹🌹🌹🌹🌹
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏☺️
Val lagil Krishna
কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏
Bor hundor ke bujai dise val lagil dai krishna krishna
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
প্ৰভুজনা বৰ সুন্দৰ হৈছে, কৃষ্ণ, সেৱা ধৰিলো, পিছে ব্ৰহ্মা হৰি হৰ , হৰি বুলি কোৱাটো বুজি নাপালোঁ। কৃষ্ণ। অপৰাধ নধৰিব আকৌ।
অপৰাধ ধৰা ক্ষমতা আমাৰ নাই বাপ 🙏। কৃষ্ণ কৃষ্ণ 🙏🙏
হৰি-হৰ কথা ভাগ পাছত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম, কৃষ্ণ 🙏
ভাল লাগিল প্ৰভূ কৃষ্ণ কৃষ্ণ
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
Dhanyabad .Krishna Krishna krishna.ene shastgyan agaloi ku asha karilu.
কৃষ্ণ কৃষ্ণ 🙏, ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম 🙏
,😁🙏🙏🙏bor val koise
Thank you
,খুব ভাল লাগিল।
কৃষ্ণ 🙏 ধন্যবাদ
Aponak dhanyabad bahut najana katha janilu 🙏🙏🙏
ধন্যবাদ 🙏 । আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
Nam oporadh huni bohut val lagil
ধন্যবাদ কৃষ্ণ 🙏🙏
শ্ৰী কৃষ্ণৰ প্ৰভু হৰে হৰে গোবিন্দ নম নাৰায়ণ নম
Bhut val lagil 🙏🏼🙏🏼🙏🏼🙏🏼
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
Bast hundor lagil.
আপোনাৰ মন্তব্যত কৃতজ্ঞ হ'লো প্ৰভূ 🙏। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
,বহুত বহুত ধন্যবাদ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ। আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna bap. ...Bor hundor hoise.🙏🙏
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ
ভাল লাগিল কৃষঞ.
ধন্যবাদ। কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ। বহুত ভাল লাগিছে।
ধন্যবাদ 🙏
শ্ৰীমদ্ ভাগৱৎ নিখুত ভাবে অধ্যায়ন কৰি বাখ্যা কৰি জীবক উদ্ধাৰ কৰাতো ভাল কৃষ্ণ কৃষ্ণ ঃজয় গুৰু শংকৰ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ 🙏
Val katha sunib nowarato dokh janak
সুন্দৰ 🙏🙏🙏
ধন্যবাদ 🙏 কৃষ্ণ
কৃষ্ণ ভাল লাগিল বাপ।।
ধন্যবাদ কৃষ্ণ 🙏🙏
Bohutbhal lagil.
ধন্যবাদ 🙏 কৃষ্ণ
Bahut val lagiise
ধন্যবাদ, কৃষ্ণ 🙏
Sundar bhaykha❤❤❤
কৃতজ্ঞ হ'লো আপোনাৰ আশীৰ্বাদৰ বাবে 🙏 কৃষ্ণ
Bohut kotha janu dei apunar video pora
ধন্যবাদ 🙏☺️ কৃষ্ণ
এনেকৈ বুজাই দিয়া বাবে উপকৃত হৈছোঁ৷কৃষ্ণ কৃষ্ণ
কৃষ্ণ
সুন্দৰ হৈছে
ধন্যবাদ 🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤
কৃষ্ণ 🙏
Krisno krisno🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ সুন্দৰ
ধন্যবাদ । কৃষ্ণ 🙏
Thanks bahut val lagise
ধন্যবাদ 🙏
ভাল লাগিল চাৰ 🙏🙏
ধন্যবাদ ☺️
Sir emn dhuniya
ধন্যবাদ দেই, 😀
Bapjana suni bahut gan palu
Bor hundor koi baakkhya kora hoise.
ধন্যবাদ 🙏
🙏 Krishna
কৃষ্ণ 🙏
Bor hundor khotha
ধন্যবাদ 🙏
শুন্দৰ বিশ্লেষন ভাল লাগিল ।
ধন্যবাদ কৃষ্ণ 🙏☺️
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
আপোনালোকলৈও সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
Jai shree krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ কৃষ্ণ 🙏
Kirichna.kirichna❤❤❤.val.lagil.
ধন্যবাদ। কৃষ্ণ কৃষ্ণ 🙏🙏
Val lagil pravu
ধন্যবাদ 🙏 কৃষ্ণ 🙏🙏☺️
Sondar hoise bora bap
আন্তৰিকতাৰে ধন্যবাদ জনালো বাপ 🙏🙏
Joy guru Shanker 🙏🏻❤
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
মাধুৰ্য বৰা লগত মুখা মুখি অনুষ্ঠানত হে ভাল এটা সমীক্ষা ওলাব।।
সাক্ষাৎকাৰ অনুস্থান এইজন বাপৰ দ্বাৰায়ে হয়, তদুপৰি comment ৰ বিশ্লেষণো হয়। গতিকে সাক্ষাৎকাৰ অনুস্থানত উপস্থিত হ'লেও হৱ।😊 কৃষ্ণ 🙏
কৃষ্ণ
কৃষ্ণ 🙏
Krishna baap 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লৈ সেৱা। নিবেদিলো ।
ধন্যবাদ 🙏 কৃষ্ণ আপোনালৈকো সেৱা আগবঢ়ালোঁ 🙏
Namaparadhar 10 Lakshanto. Aru Aber dibo krishna
@@anantabarman-6652, নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏
Krishna🙏
কৃষ্ণ
বাপ, জনা, বৰ, সুন্দর, হৈছে,। এই, অভাবনীয়, বহুত, উপকৃত, হলো,।, কিন্তু, নেহা, শইকীয়া, নামৰ, আই, এগৰাকী য়ে,, আপোনাৰ, নাম, অপৰাধৰ, বৃাখাক, লৈ, অলপ , বিতর্ক মুলক, আৰু, আধাতমিক, , তথা,, ভাগৱত পুৰাণ, ৰ, মুল, , অথক, আওকাণ,,, কৰি, , কিতন, অথক,, পৃথক, ভাবে, বুঝিয়ে, যেন, পাও,,। আই, গৰাকীয়ে,, প্রাণজিত, গগৈ, জগত, বণিয়া, বাপ, কেইজনৰ, পাৰ্গত ালিকহে, চিকৃতি, দিব, বিচাৰিছে, যেন, পাও।
অতি সুন্দৰ
কৃষ্ণ কৃষ্ণ 🙏
Akola.abar.sarban.ai.vag..jnibar.bhut.eshsa.asil.Krishna. Krishna. 🙏🏻🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ 🙏🙏। আপোনাৰ আগ্ৰহৰ বাবে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
কৃষ্ণ ,আপোনৰ নাম অপৰাধ আলোচনা ভাগি শুনি ভাল লাগিল । ভগবানৰ নাম প্ৰচাৰ হোৱাটো ভাল ।ক
ধন্যবাদ কৃষ্ণ 🙏
সুন্দৰ ব্যাখ্যা
ধন্যবাদ 🙏
❤krishna pronam probhu❤
Krishna Krishna
কৃষ্ণ 🙏
Krishna bap ...........
কৃষ্ণ কৃষ্ণ 🙏
krishna krishna বাপ বহুত ংভাল লাগিল
কৃষ্ণ 🙏, ধন্যবাদ থাকিল আপোনালৈ
সুন্দৰ ভাল লাগিল
ধন্যবাদ, কৃষ্ণ 🙏
Sundar. Katha. Vallagil
ধন্যবাদ 🙏। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏
Krishna Krishna Krishna 🙏🙏❤️🙏🙏❤️🙏
Krishna
কৃষ্ণ 🙏
হৰি চৰণ সদা আৰাধান্ত ব্ৰহ্মা হৰ পুৰন্দৰ । হেন হৰি পদে শৰণ নলৱে কিনো বুদ্ধিহীন নৰ ।।(২৭৯ ) জগতৰ নাথ সংসাৰৰ আদিমূল । বিষ্ণুকেহে পূজি প্ৰথমতে দিবো ফুল ।। বিষ্ণুতে অৰ্পিবো যত পূজা যজ্ঞ দান । বিষ্ণু ব্যতিৰেকে দেৱ নাজানোহো আন ।। ২৬ ইয়াত শিৱৰ কথা ক'ৰ পৰা আহিল !!!
কৃষ্ণ কৃষ্ণ 🙏🙏। হয় হয় ইয়াত শিৱৰ নাম উল্লেখ নাই। আমি নাম অপৰাধৰ কাৰন সমূহ হে ব্যক্ত কৰিছোঁ। কোন শ্ৰেষ্ঠ,, কাক পূজা কৰিব, কাক নকৰিব সেই কথা প্ৰকাশ কৰা নাই। কেৱল কোনো জনক নিন্দা নকৰা কথাটোৱে প্ৰকাশ কৰা হৈছে।
তথাপি অজ্ঞাতে যদিও আপোনাৰ অন্তৰত কষ্ট দিলোঁ তেন্তে অপৰাধ বিনাশন 🙏🙏🙏
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
Krishna krishna krishna
কৃষ্ণ 🙏
সুন্দৰ
ধন্যবাদ
কৃষ্ণ 🙏
কৃষ্ণ 🙏
🙏🙏
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏🙏
সুন্দৰ ছাৰ 🙏
ধন্যবাদ