Eman val kam korese dada apunak hosakoi bohut dhoinyabad.. Apunar karone loratuu a ata notu jibon paboloi goi ase... Hodai val vl kam kore jawok.. Apuniuu val a thakok.. God bless u .
Jai mahakali Jai Sashan kali jai Durga maa Jai bhadrakali jai situla devi jai rop Devi jai morengka baba ki karbi dehal thaan jai aithaan jai monshama jai bhadrakali
তোমাক ধন্যবাদ দিবলৈ তোমাৰ বিষয়ে কবলৈ মোৰ ওচৰত কোনো ভাষা নাই, ভাষা তোমাৰ কামৰ ওচৰত তেনেই নগণ্য, মনৰ পৰা যি অনুভৱ হয় সেই অনুভৱৰ জানো কিবা ভাষা থাকে, তোমাৰ video বোৰত কেৱল মোৰ চকুপানী ওলাই।
মানৱ সেৱাই পৰম ধৰ্ম আগবাঢ়ি যোৱা
তোমালোকৰ সাহসৰ আৰু মানৱতাৰ সেৱাক শত শত প্ৰণাম জনাইছো, জয়ী হোৱা সকলো ভাল ক্ষেত্ৰত...!🙏
ৰাকেশ ভালো হয় তাকে আশীবাদ দিলো
ধন্য তুমি, ধন্য তোমাৰ মাতৃ,যি গৰাকী য়ে তোমাক জন্ম দিছে । ভগবান তোমালোকৰ সহায় হোক। আগবাঢ়ি যোৱা।
Good job ❤
ৰাকেশ সোনকালে সুস্থ হৈ উঠক তাকেই কামনা কৰিছো।
ৰাকেশৰ দেওতাকৰ চুলিখিনি কাটিলে বহুত ভাল লাগিব,আৰু ৰাকেশ ভাল হক ।
ঈশ্বৰ কাক কয় ? সাক্ষাৎ ত তোমাৰ দৰে লোককেই কোৱা হয় ।মোৰ আয়ুস তোমালৈ যাওক ।🙏🙏🙏
Full support dada 🥰 ✅💯💯
ৰাকেশ সোনকালে ভাল হৈ উঠক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো
aagbarhi juwa tumi. Tumi ajon bhogowan buli koLeu bhul nohobo
ৰাকেশ সোনকালে সুস্থ হৈ উঠক আৰু লগতে ভগবানে আপোনাক আৰু শক্তি দিয়ক আৰু ভালে ৰাখক তাকে ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো।
বহু বহু ধন্যবাদ।এনেকৈ মানুহক সহায় কৰি যাওক। পাছলৈ আমিও পৰাপক্ষত আৰ্থিকভাৱে সহায় কৰাৰ চেষ্টা কৰিম। মই এজন আৰ্থিকভাৱে সৱল ব্যক্তি নহয় সেয়ে মূহুৰ্তত আৰ্থিকভাৱে সহায় কৰা মোৰ বাবে সম্ভৱ হৈ নুঠে। কিন্তু ইচ্ছা বহুত। কাৰণ মই নিজেই এজন আনৰ সহায়ৰ প্ৰয়োজনীয় ব্যক্তি। তথাপি বৰ্তমান মোৰ স্বাস্থ্য ভালে বাবে যেনতেন কৰি চলি আছোঁ মোৰ বাবে চিন্তা কৰাৰ প্ৰয়োজনতা বোধ নকৰোঁ। কিন্তু আনক সহায় কৰাৰ ক্ষমতা বৰ্তমান নাই। পাছলৈ চেষ্টা কৰি যাম। এটা কথা ঠিক যে আমাৰ অজগৰজনে হাতীবোৰ ডাঙৰ হোৱা বাবে মুক্ত বিচৰণত সুচল কৰি দিয়ে কিন্তু আমাৰ দৰে ভেকুলীবোৰক ৰাস্তাই ঘাটে ভেটি ভেটি তেজ শুহি দিয়ে এয়াই মহা বিপদ।সৰু মানুহবোৰৰ আজিৰ দিনত নিষ্ঠাৰ নাই।
সময় দা...ৰাকেশৰ দেউতাককো অলপ চাপ - চিকুন কৰি দিব চোন। মানে চুলি খিনি কাতি অলপ চফা কৰি দিব।
You Are god for rAkeshm
👍
ৰাজৰ মা 🙏🙏🙏
ধন্যবাদ সকলোলৈ ।
ৰাকেশ সোনকালে আৰোগ্য হৈ উঠক তাকেই কামনা কৰিলো 🙏
Eman val kam korese dada apunak hosakoi bohut dhoinyabad.. Apunar karone loratuu a ata notu jibon paboloi goi ase... Hodai val vl kam kore jawok.. Apuniuu val a thakok.. God bless u .
মানৱ সেৱাই পৰম ধৰম ভগৱানে তোমাক মংগল কৰক
মানব সেৱাই আচল সেৱা
Rakesh hunkale husto hoi uthok tare kamona korilu
ভগৱানে ভালে ৰাখক তোমাক আৰু সকলোকে প্ৰাৰ্থনা কৰিছো 🙏♥️
Isore আশীৰ্বাদ কৰক❤❤
ভাল কাম কৰিছে আৰু আগববাঢ়ি যাওগ
অ' সময় তুমি বৰ মহান, তোমাৰ প্ৰেৰণাই আৰু মানৱতাই হ ওক নিসঙ্গতাৰ জীৱন!
অ'সময় তুমি আমাৰ
সাৰথি হোৱা,
তোমাৰ বিশাল প্ৰেমৰ
পৰিচয় দিয়া।।
(ভাল লাগে তোমাৰ আদৰ্শ)
❤❤❤❤❤❤
তোমাৰ কষ্ট সাৰ্থক হওঁক, ৰাকেশ হুষ্ট হৈ উঠক, ভগবানৰ ওচৰত প্ৰাথনা জনিছো 🙏
ৰাকেশ সোনকালে ভাল হওক ' তোমাৰ লগতে তোমাৰ টিমতো মঙ্গল কামনা কৰিলো ।
দা দা সুন্দৰ কাম কৰি গৈ আছে
জয় কৃষ্ণগুৰু ভগবানে ৰাকেশক বহুত বহুত সোনকালে কৃপা কৰে যেন
এতিয়াতু কাটিলেই আগতে বহুত দীঘল আছিলে
বৰ ভাল কাম কৰিছে ।
Bondhu rakesh xunkale xustho hua
❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏
ভগৱান আছে সোনকালে ভাল হ'ব
বহুত ভাল পদক্ষেপ কৰিছা ভগৱানে তোমাক আৰু আগুৱাই নিয়ক ৰাকেশো ভাল হওঁক 🙏🙏🙏
ঈশ্বৰে ৰাকেশক মঙ্গল কৰক।
মানব শেরাই পৰম ধম
ভগৱানে তোমাক মঙ্গল কৰক
তুমি ভাল কাম কৰিছা ল'ৰাটো ভাল হ ওক❤❤❤❤
ধুনিয়া কাম কৰিছে , আপুনি ।
Rakesh sonkale VL hook🙏❤️
তুমি মহান কাম কৰি আছা সময়, আৰু আগলৈ এনেকুৱা কাম কৰি যাবা।
ৰাকেশ ভাল হওক।
❤❤❤❤❤
বহুত সুন্দৰ
Tumak ki buli Aarshibad dim !bhakha nai.God bless you ❤❤tumar nisina hantan janma Diya nari goraki kiman mahan punyowati hobo pare🙏🙏
ধন্যবাদ সকলোকে দিছোঁ বহুত বহুত
Xomoi daa ji parisu take kiba ata disu, rakesh jate xunkale val hoi ru apuni u healthy ru strong hoi thake❤❤❤❤❤
ভগৱানে মংগল কৰক।
সময় সুস্থ থাকা। মঙ্গল লে থাকা। তুমি ভাল থাকিলে সকলো ভালে থকিব।
Bohut val lagil ❤❤❤❤❤❤
Jai mahakali Jai Sashan kali jai Durga maa Jai bhadrakali jai situla devi jai rop Devi jai morengka baba ki karbi dehal thaan jai aithaan jai monshama jai bhadrakali
সোনকালে সুস্থ হওঁক তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏
Xnkle সুস্থ হওঁক ৰাকেশ 🙏🙏
তোমাৰ কষ্ট বোৰ সাৰ্থক হ ওক ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো লগতে তোমাক অশেষ ধন্যবাদ জনাইছো।
ৰাকেশ ৰ সুস্থ, স্বাস্থ্য কামনা কৰিলো 🙏🙏🙏 ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনাওঁ সোনকালে ভাল কৰি তুলক
God bless you homoy.. ❤❤bhaiti👍👍👍👍
আগুৱাই যোৱা তুমি❤❤❤
Rakesh ok june june help korise tehetok bohut bohut dhyonno baad God bless you❤❤❤❤
Jay shree krishna radhe radhe 💐💐💐💐💐🙏🙏🙏🙏🙏🥰🥰❤️❤️❤️❤️❤️😊😊
ৰাকেশ সুস্থ হৈ উঠক আৰু তোমাৰো দীৰ্ঘায়ু কামনা কৰিলো
ৰাকেশ সোনকালে ঠিক হৈ উঠক তাকে কামনা কৰোঁ 🙏
Val hob aru val hok,vogobane apunak aru hahok diyo aidore kre thakible
লৰাজন সোনকালে ভাল হ'ব লাগে 🙏🙏🙏🙏🙏
Hokolu kamote success hbole prarthona krisu👍👍👍
Rakesh k sunkale val hauk pravu.🙏 . Aru Samay Gogoi k vale rakhak Vagawan.
God always with Rakesh..🙏🏻
মানৱ সেৱাই আচল ধৰ্ম , তুমি সময়ত সকলোকে লগ দিছা সহায়ৰ হাত আগবঢ়াই আশীৰ্বাদ পাইছা সময় গগৈ তুমি সচাই নিৰ্ভিক এজন নবপ্ৰজন্মৰ যুৱক ৷ সদায় সাহসেৰে জয়ী হোৱা জীৱনত বহুতো কাম বাকী আছে নহয় জানো ?❤❤❤
তোমাক ধন্যবাদ দিবলৈ তোমাৰ বিষয়ে কবলৈ মোৰ ওচৰত কোনো ভাষা নাই, ভাষা তোমাৰ কামৰ ওচৰত তেনেই নগণ্য, মনৰ পৰা যি অনুভৱ হয় সেই অনুভৱৰ জানো কিবা ভাষা থাকে, তোমাৰ video বোৰত কেৱল মোৰ চকুপানী ওলাই।
অতি সুন্দৰ ।
ভাষা নাই ;তোমাক কি বুলি ধন্যবাদ জনাম;
সোন কালে ভাল হোৱা কামনা কৰিলো।
আপুনি সচাই ভগৱান , আগবাঢ়ি যাওক।❤❤❤❤❤
Hundor
Rakesh khunkale bhal hoi uthok buli kamona korisu
Good job 👍🏻.val Kam karise apuni.Bhagobane apunak Mangal karok🙏
ভগৱান সহায় হওক
❤প্ৰম মাজুলী ❤️
Get well soon Rakesh may God bless you always 🙏
Provu Rakesh r swasthya hunkale hustha hoi uthe jen... 🙏🙏
anirudha ,lakhyajit and raj daa bohut bohut thanks logote xomoi daak o
265 subscriber complete ho Gaye thanks audience 🎉🎉
ৰাকেশ সোনকালে সুস্থ হৈ উঠক তাকেই কামনা কৰিছো
Love you xomoy ..... keep it up and god bless you...
Rakesh hunkala Val hoi utok Tare prathona korilu
Good sir what you have done to poor family. I appreciate you.trying to save the meaning of humanity.
ৰাকেশ সোনকালেই সুস্থ হৈ উঠক।
Vogoban r rupot tumi help kori sa তেওঁলোকক tumi mohan ❤️🙏🏻🙏🏻 thank you so much dada
#cfbr
Great... Keep going 👏👍
Rakesh bhagawanr kripaat xusto hoboi mur xeitu iswarr parthanaa🙏🙏🙏🙏 praise the lord Jesus Christ
সোনকালে সুস্থ হৈ হৈ উঠক তাৰে কামনা কৰিলোঁ 🙏🙏🙏
সময় দাদা আপুনি মহান দয়ালু,, সদায় ভগৱানে আপোনাৰ সকলো দিশত মংগল কৰক 🙏🙏🙏🙏🙏🙏🙏
Anirudha aru Lakshyajit bhaitiloi oxex dhoinnobad .
God bless u Rakesh
Rakesh hunkali val korok vogoban 🙏🙏🙏
Tumi mohan ❤❤❤
সোনকালে ভাল হব দিয়া ।ভগৱান সহায় আছে ।
Vl lagil bhut ❤❤❤
তোমাৰ লগতে বাকি তিনিও জনলৈ বহুত বহুত ধন্যবাদ ❤
শুনকালে ভাল হক ৰাকেশ
Rakesh hunkale bhl hole hoi aru😢❤❤