Mahendra Das Nagara Naam মহেন্দ্ৰ দাসৰ নাগাৰা নাম

Поделиться
HTML-код
  • Опубликовано: 6 сен 2024
  • নাগাৰা নামৰ পূজ্য পাঠক মহেন্দ্ৰ দাস। নাম আধুনিকতাৰ কৰাল গ্ৰাসত পৰা সময়তো অলৰ অচৰ হৈ থাকি তেওঁ চিৰদিনলৈ এজন কিংবদন্তি হৈ পৰিল।

Комментарии • 92

  • @diliplahkar3165
    @diliplahkar3165 5 лет назад +12

    Best Nagara naam pathak of Assam late Mahendra Das, he was famous for Tal and old nagara nam, but not available today, I salute him always

  • @guwahatielectricalsubdivis5183
    @guwahatielectricalsubdivis5183 4 года назад +2

    Most important & valuable data for Assamese culture.

  • @bhusanchsarma9623
    @bhusanchsarma9623 5 лет назад +6

    I'm much more grateful to him those who preserve it

  • @aniruddhabarman7780
    @aniruddhabarman7780 5 лет назад +11

    এই নামটোৰ জৰিয়তে নাগা
    ৰা নামৰ পিতমহ ‌‌৺ মহেন্দ্ৰ দাস দেৱক নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ বাবে আপোনালৈ অযুত নিযুত ধন্যবাদ

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад +2

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

    • @chinmayentertainment9011
      @chinmayentertainment9011 Год назад

      @@assameseculturenagaranaam5555 binod dasr naam r link 2 dibo sun

  • @sanjibdutta9862
    @sanjibdutta9862 5 лет назад +9

    ভিডিঅ কৰোতা জনক কি বুলি ধন্যবাদ জনাম, কবলৈ ভাষা বিছাৰি পোৱা নাই, এই আমাৰ অসমৰ লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদ, এয়া হৈছে আচল নাগাৰা নাম, নাগাৰা নামৰ পিহামহ শ্ৰদ্ধাৰ পাঠক স্বৰ্গীয় মহেন্দ্ৰ দাস দেবলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো | এই নাম বিলাক সংৰক্ষনৰ ব্যৱস্থা কৰিব লাগে, যাতে আমাৰ বৰ্তমান আৰু ভবিষ্যত প্ৰজন্মই চাব পাৰে আৰু গম পায় নাগাৰা নাম আচলতে কেনেকুৱা |

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  5 лет назад +1

      comment তো পঢ়ি বৰ আনন্দ পালো।এটা ভাল কাম কৰা বুলি ভাবিব পাৰিলো। ধন্যবাদ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад +1

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @debendas1413
    @debendas1413 2 месяца назад +1

    M.das.and.k.malakar.dukhani.avai,saranat.prAnam.karilu.krishna.agin.come.at.assam.janmavumit

  • @diliplahkar3165
    @diliplahkar3165 5 лет назад +4

    Once upon a time Mahendra Das and Kushal Malakar was best nagara naam pathak of assam

  • @bipullahkar1380
    @bipullahkar1380 11 месяцев назад +2

    গুৰু জনাক প্ৰণাম জনাইছো

  • @rupjyotiduckquailfarm4661
    @rupjyotiduckquailfarm4661 5 лет назад +13

    ভিদিও কৰা জনলৈ কি বুলি ধন্যবাদ জনাম কবলৈ ভাষা নাই। হেৰাই যোৱা সম্পদ বিছাৰি পালো আজি।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

  • @pratapsagarsarma5826
    @pratapsagarsarma5826 Год назад +1

    It is my fortune that I had got chance to see him performing and in other ways. He was a superb Nagra Naam artist and his spellbounded performances will always be source of great delight and reverence.
    Posting his performance in social media will give people opportunity to watch his artistic excellence. Thank you whoever posted this video. He will always be remembered with reverence for his extraordinary artistic talent.

  • @specialdirectorgeneralregi3091
    @specialdirectorgeneralregi3091 5 лет назад +2

    bahut vl lagil nagara nam2 xuni..ru tekhetor dore sage konowe tall ghurabo nowaribo ru

  • @gobindalahkar3218
    @gobindalahkar3218 4 года назад +6

    আমাৰ অঞ্চলৰ গৌৰব আমাৰ অহংকাৰ মাননীয় মহেন্দ্ৰ দাস ডাঙৰীয়া
    ধন্যাবাদ আপোনাক ভিডিঅ টো আপলোড কৰা বাবে
    আৰু আছে যদি দিবচোন

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

  • @voiceofjitumaniculturalxap6751
    @voiceofjitumaniculturalxap6751 4 года назад +7

    নাগাৰা নামৰ পিতামহ এই ভিডিও যি জন ব্যক্তিয়ে কৰিছে তেখেতক শতকৌটি প্ৰণাম জনাইছো মই 🙏🙏🙏

  • @bipullahkar1380
    @bipullahkar1380 7 месяцев назад +2

    সেৱা জনাইছো

  • @KP-bk9pf
    @KP-bk9pf 4 года назад +6

    এই নামটো চাই নিজকে ধন্য মানিছো। জীৱিত অৱস্থা তেখেতক চোৱা সৌভাগ্য নহল। তেখেত প্ৰণাম জনালোঁ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад

      ধন্যবাদ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад +1

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

    • @KP-bk9pf
      @KP-bk9pf 4 года назад +1

      @@assameseculturenagaranaam5555 বাৰুকৈ চাম। প্ৰকাশ পালে মোলৈ share কৰিব নেপাহৰিব।
      9101229244

  • @bivan867
    @bivan867 4 года назад +1

    Bahut val lagil.ajir juv prajanmor jibilk pathak ase teoloke xikiba lga bahut ase buli moi vabu ...ane dangar dangar ke gai thakile nam nahai..tar xakalo dikh saba lge sur,Angi,Vangi Adi xakalo....aiboror prati alp gyan lage buli moi vabu

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад

      ধন্যবাদ। চেনেলটো subscribe কৰিব। কেইটামান ঝুনা নাম দিয়া হৈছে,সময় উলিয়াই চাব।

  • @kumudchandratalukdar3445
    @kumudchandratalukdar3445 8 месяцев назад +1

    Legend of nagara nam First president of Assam Nagara nam Sangha It provides bhakti and enterprising Lost a legend But New generation Pathaks?

  • @jatindeka6978
    @jatindeka6978 Год назад +1

    ভাল লাগিল। এই তাল নাগাৰাৰ শৈলীটো (যিটো বৰ ঢুলীয়াৰ চেও ৰ লগত মিলে ) ৰূপেন ডেকাৰ পৰিবেশনত দেখা পোৱা যায়।

  • @snigdhaparasar9001
    @snigdhaparasar9001 Месяц назад +1

    নাগাৰা নামৰ পিতামহ জনালৈ প্ৰণাম।

  • @nihakalita3641
    @nihakalita3641 11 месяцев назад +2

    Nagara namr roja..tekhtor onsolot jonmi moi dhonyo hoiso

  • @subhashnathentertainment4595
    @subhashnathentertainment4595 5 лет назад +10

    আকৌ এনেকুৱা নাম ওভতাই আনিবলৈ পৰা হেতেন!!!!

  • @bhupendas1114
    @bhupendas1114 Год назад +1

    Very nice your naam .this is my goru.

  • @hpgaskhetri3331
    @hpgaskhetri3331 4 года назад +1

    Original Great nagara naam of Assamese folk culture

  • @ranjandeka4200
    @ranjandeka4200 5 лет назад +2

    বহুত ধন্যবাদ

  • @PranjitParagCreation
    @PranjitParagCreation 5 лет назад +2

    🙏🙏🙏

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @dharanisaikia9239
    @dharanisaikia9239 3 года назад +1

    Nagara Nam of king

  • @bipullahkar1380
    @bipullahkar1380 7 месяцев назад +1

    চালে চাই থাকিবৰ মন যায়

  • @debendas1413
    @debendas1413 2 месяца назад +1

    22:18 22:18 22:18

  • @kusumanidevi1895
    @kusumanidevi1895 5 лет назад +2

    Pranam

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @shashishukla5237
    @shashishukla5237 5 лет назад +1

    Very good .thanks

  • @manojdeka2948
    @manojdeka2948 5 месяцев назад +1

    সেৱা জনাই ছো চাৰ

  • @hiranyapravanath5075
    @hiranyapravanath5075 4 года назад +1

    Dhuniya

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @hemantasarma362
    @hemantasarma362 4 года назад +1

    Mja

  • @nabajyotikalita7443
    @nabajyotikalita7443 5 лет назад +3

    Agor nambor sowar pisot aji kalir kosuman pathokor naamor poribexon byevisari Jen lage
    Xosakoi kushal malakar aru mahendra das sir xokole ji naam poribexon korisil aji Kali xeiboor xova nohoa hoi gol nagara naamot

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

    • @RajuDas-ww7wq
      @RajuDas-ww7wq 2 года назад

      যিমান হ'লেও পৌৰাণিক নামক আধুনিক নামে পাত্তা নাপায়।

  • @pranjitdeka656
    @pranjitdeka656 4 года назад +1

    Mojja

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @iicelovesspice
    @iicelovesspice 5 лет назад +2

    Anekua nambor kot heral ?

  • @utshabdeka9958
    @utshabdeka9958 3 года назад

    Puroni sanskriti rokha karone dhonyobad

  • @debendas1413
    @debendas1413 2 месяца назад +1

    Krishña.o.hàri.o.ram0

  • @kishorbaishyaentertainment4724
    @kishorbaishyaentertainment4724 2 года назад +1

    Nice

  • @heramabakalita798
    @heramabakalita798 4 года назад +1

    Veery nice

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @user-nc6ej2fj7e
    @user-nc6ej2fj7e Месяц назад +1

    তেখেতক সেৱা জনাইছো ।

  • @RajuDas-ww7wq
    @RajuDas-ww7wq 2 года назад +1

    সচাকৈয়ে আধ্যাত্মিকতাৰে ভৰা নাম এইটো । সম্পূৰ্ণ নাম ভাগ দিয়া হ'লে শ্ৰোতাই আৰু ৰস তথা মাহাত্ম্য বুজি পালেহেতেন কাৰন এই নামভাগত ব্ৰজাৱলী ভাষাৰে প্ৰয়োগ কৰা আছে তথাপিও আপোনাক ধন্যবাদ আমাৰ শ্ৰদ্ধাৰ চিৰনমস্য পাঠক দেৱৰ স্মৃতি ৰক্ষা কৰি ৰখা বাবে।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  2 года назад +2

      আপোনাক বহুত ধন্যবাদ। এই নামটো ২০০৭চনতে ৰেকৰ্ড কৰা হৈছিল যদিও বিভিন্ন কাৰণত ২০১৯হে আপলোড কৰিলো। Original CD খনৰ বহু খিনি বেয়া হৈছে। মিলাই মিলাই কৰিব লগা হৈছে। নামটো ২২ মিনিটৰ ৰেকৰ্ড কৰা হৈছিল। আপোনাৰ অনুভৱ বহুতে ব্যক্ত কৰিছে। মোৰ ও বেয়া নলগা নহয়।

  • @debendas1413
    @debendas1413 2 месяца назад +1

    He.krishna.kiba.punayan.r.bhagat
    Prabhú
    Ganak.dekhA.palú.vul
    Hoba.paré.aparadh
    Bina,son.tuj.nam............

  • @KP-bk9pf
    @KP-bk9pf 5 лет назад +3

    ভাই নথৈ আনন্দিত

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @dinanathphukan6023
    @dinanathphukan6023 2 года назад +2

    Mahandapathaknumber

  • @Basanta_Bayan_Pathak
    @Basanta_Bayan_Pathak 5 лет назад +1

    😃😃

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 года назад +1

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @jigyashudeka5882
    @jigyashudeka5882 5 лет назад +2

    ভাষা বিচাৰি পোৱা নাই ।।।।।। কি কম ।।।।

  • @raktimkalita3659
    @raktimkalita3659 3 года назад

    Moi nam to download kri publish krib parim ne?

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      কত পাবলিষ্ট হ'ব?

    • @raktimkalita3659
      @raktimkalita3659 3 года назад

      @@assameseculturenagaranaam5555 mane whatsapp status,good memes taior nam collection kri aso mane mor ghar baranghati r amar osorr manuh ata atiya to nai a so sin buli mor saru RUclips channel t dim jate ketiyao gusi nejai

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 года назад

      You tube ত মইছোন দিছোয়ে।সদায় থাকিব। যদি কিবা সন্দেহ আছে এখন চিঠি বনাই সংৰক্ষণ কৰি থব পাৰি।

    • @raktimkalita3659
      @raktimkalita3659 3 года назад

      @@assameseculturenagaranaam5555 mane permission nidye niki

    • @raktimkalita3659
      @raktimkalita3659 3 года назад

      @@assameseculturenagaranaam5555 amar gharar kaxore manuh so request kri aso

  • @dhareswardeka1650
    @dhareswardeka1650 Год назад +1

    Bar,val,Palo,bahudin,pasat,ane,naam,dekha,palo

  • @advanceassam6285
    @advanceassam6285 5 лет назад +1

    Kokar bol bohot ase