Sui Sai Somoki | Official Lyrical Video | Maitrayee Patar | Mridul Haloi | Anshuraj K | Naibedya N
HTML-код
- Опубликовано: 5 фев 2025
- SUI SAI SOMOKI is a soft romantic track in Assamese. Beautifully penned by celebrated Assamese poet Mridul Haloi and musically interpreted by the talented duo Anshuraj and Naibedya, the song blends the expression of music with the subtlety of poetry.
#suisaisomoki #maitrayeepatar #music assamesesong
AUDIO CREDITS :
Vocals - Maitrayee Patar
Lyrics - Mridul Haloi
Composition - Anshuraj Kashyap
Music - Naibedya Nath
Mix & Master - Hriday Goswami
Guitars - Kaushik Saikia
Tabla - Raja Baruah
Flutes - Lakhinandan Lahon
Background Vocals - Daradi Patar, Sneha Baruah
Tabla & Flute recorded by Nikhilesh Bora
Guitars recorded by Nilutpol Talukdar
Studios - Kauzzy Records & X Noise
VIDEO CREDITS :
Protap Hazarika
Writwika Nisha Saikia
SPECIAL THANKS :
Daradi Patar
Lyrics in Assamese:
চুই চাই চমকি
থমকি ৰওঁ তোমাত
মেঘ মন গৰজি
বৰষি বয় তোমাত
আখৰ লিখে জীৱনে
ধূলিৰ আৰণি জোকাৰি
ক'ত আছিল অতদিন
সোণালী মোৰ এই প্ৰভাত
সৰি পৰা পাখি এটা
দিনৰ কবিতা গঠা
জিৰালে প্ৰাণ বলুকাত
ঘূৰি আহোঁ এই বাটে
গধূলিৰে ঘাটে ঘাটে
স্নেহতৰা জ্বলি উঠে তোমাত
দেশে দিশে আন্ধাৰ মচি
আশা হৈ মন-জোনাকী
পাহ মেলে চকুতে তোমাৰ
আখৰ লিখে জীৱনে
ধূলিৰ আৰণি জোকাৰি
ক'ত আছিল অতদিন
সোণালী মোৰ এই প্ৰভাত
চুই চাই চমকি
থমকি ৰওঁ তোমাত
মেঘ মন গৰজি
বৰষি বয় তোমাত
দুহাতৰে মুঠি খুলি
পাহৰা দিঠকে যদি
জোকাৰে মন আকৌ এবাৰ
লুকুৱাই জোনাক বিহগী
নিৰাশাৰে মেঘে যদি
ভৰি উঠে তৰালি আকাশ
ঘূৰি আহোঁ এই বাটে
গধূলিৰে ঘাটে ঘাটে
স্নেহতৰা জ্বলি উঠে তোমাত
আখৰ লিখে জীৱনে
ধূলিৰ আৰণি জোকাৰি
ক'ত আছিল অতদিন
সোণালী মোৰ এই প্ৰভাত
চুই চাই চমকি
থমকি ৰওঁ তোমাত
মেঘ মন গৰজি
বৰষি বয় তোমাত
Not gona lie but she is the real person who owns a peaceful voice. My therapist maitrayee🌻
Maitrayee ৰ গান মানেই শব্দ আৰু সুৰৰ মন চুই যোৱা যুগলবন্দী❤️ কণ্ঠ তোমাৰ সদায়ে প্রিয়...বহুত ধুনীয়া গান ❤️👌👌
গানটো শুনাৰ পাছত মন মগজু পাতল পাতল লাগিছে, কিবা এটা relax feel krilu🌼
শব্দবোৰ যেন এই কণ্ঠৰ বাবেই,একেদৰে কণ্ঠটিয়ো যেন এই শব্দবোৰৰ বাবেই৷ শব্দ আৰু কণ্ঠৰ অনবদ্য যুগলবন্দী!
Woow so beautiful the song is...love it so much ❤❤❤... thank you so much for the song 🥰
ভাল লাগিল 🎉🎉🎉
গানটো শুনি গভীৰ প্ৰেমত পৰিব মন যাই। ❤❤❤
My real therapist ❤❤
Such a beautiful and sweet composition. Majestic voice. Great work, team. Can listen to this repeatedly.
Ki je ata apurba konthor adhikari. Mat tu xunilei mon jur pori jai. Gantu bare bare xuniu hepah polua nai. Congratulations to the team🎉🎉
Nice Voice 🎉❤
Matured lyrics and Justified soothing composition. Thanks to the team. ❤
Beautiful song ❤ with lots of positivity and refreshments 🌷
Congrats Maitrayee Ba for your new song and it's perfect lyrics that you have discovered. The lyrics is contant with balanced bass and tuning tu pura bhal hoisae...gaan tur logot pura vibe tu match korisae....pin kori diba aru comment tu🙃
Hosa gaan tu bhal hoisae ekdom mon hanto hoi jai 😌
Touched me like the first drop of rain ❤Beautiful.
গীতিকাৰৰ কলিজা সুৰকাৰ জনে বুজি পালে এনেকুৱা যাদু হৈ যায়। গম পালো এন্ধাৰত পোহৰ দেখা মানুহ কেইটামান কোনোবা এটা ৰুমত সোমাই জ্বলি ৰৈছে পোহৰ দিবলে। অভিনন্দন দুয়োলৈ , আৰু মেত্ৰেয়ী পাটৰ, সংগীত সংগত কৰা সকলোলৈকে। বহুত মৰম,সিমান প্ৰেৰণা,যিমান জীৱন স্ংগীৰ পৰা বিচৰা হয়।😍🎉🎉🌞🌞🎈🎯🎵🎼🎶🥰🥰🥰🥰🥰🥰🥰🥰✅🎯🎯🎯🎯🎯🎯🎯🌍🎂
Ki sundar kantho...ki dhuniya gaan aah mon val lagi gol...❤❤❤❤
Uff❤️ গানৰ কথা, সুৰ, কণ্ঠ, music, মুঠতে সকলো perfct,👌👌👌👌
Heart touching voice, lyrics, 💓... sweetness overloaded
বহুত ধুনীয়া হৈছে। আগুৱাই যোৱা ভাইতি।
গীতৰ শব্দ , সুৰ আৰু কণ্ঠই চুই গ'ল ৷
সুন্দৰ❤❤❤গীতৰ কথা, সুৰ,কণ্ঠ বৰ অনুপম 💐💐💐
❤❤❤bhaxa nai koboloi bohut val hoise ❤❤❤
শব্দৰ এনে সুন্দৰ প্ৰয়োগে মন যুৰাই তুলিছে....আগলৈও এনে অন্তৰ চুই যোৱা গীতৰ অপেক্ষাত....♥️☺️
উফফ, হৃদয় চুই গ'ল❤❤বহুত মৰম তোমালৈ বা❤❤
Dhunia lagil baa ❤️
শব্দ, কণ্ঠ সকলো ফালৰ পৰাই ইমান সুন্দৰ ❤❤❤❤❤ শুনিলেই শুনি থাকিম যেন💙💙🌻🌻🌻
Soft, melodious, poetic...
Outstanding voice
This is pure bliss! Loved it so much ❤️
উফ্!!❤️সুবাসী শৰতৰ প্ৰথম টোপাল নিয়ৰৰ দৰেই যেন স্নিগ্ধতাৰে ভৰি আছে গীতটি!!🌼
Your voice is so soothing..It made my day💖
Lots of love to you😊
কথা,সুৰ আৰু কন্ঠ বৰ অনুপম ❤
অন্তৰ চুই গৈছে, শব্দৰ গাঁথনিয়ে
হৃদয় চুইছে তোমাৰ কণ্ঠই
বহুত শুভবোধ জ্ঞাপন কৰিছো
আগুৱাই যোৱা 💐🙏❣️ @Moitreyee
মনভৰা কথা মনভৰা সুৰ....mridul da maitrayee ba🙏🙏
Very smooth singing ❤
bhut val lagil suni.sabdabor jipal hi pre aponar kalamat
Bohut val lagil baa❤
Ahhha❤
So beautiful, so soulful ❤❤❤
খুব ধুনীয়া গীতটি❤
You never disappoint us ❤ xodai anekoi a geet bur di jaok.
Oti xundor geet ! Bor bhal lagil xuni. 😄
A morning gift to the world ❤
Emmmaaan dhuniya ❤❤❤
Val lagil baa❤ gantu xuni.
ইমান কোলাহলৰ মাজতো আপোনাৰ কন্ঠত মগজুৱে জিৰণি পাই।😊
ভাল লাগিল বহুত❤
❤❤❤❤❤❤❤❤❤❤ so beautiful song ❤❤❤❤❤❤❤
Bohut hundor kontha.
Khub meetha sur, gaan, gola
Thanks 👍👍👍👍👍👍👍👍👍😊😊😊😊 nice to song o mor miss 😊
Geet tuye mon vori gol ❤hridoy xat pori goise ❤
Geet tur video dekhibo pam buli axsha rakhiku❤😊
ম-মৃ বহুত ভাল লাগিল দেই❤
Dhuniya baideu❤
Vocal lyrics composition music...Waoo
Lovely song ❤
অসমীয়া ভাষা কিমান ধুনীয়া... ময়েত্ৰী বাৰ গান শুনিলেই গম পোৱা যায় ।
মনতো বহুত শান্তি পাইছোঁ তোমাৰ গাণ চাই আৰু শুনি ❤❤❤❤❤❤
Ufff lyrics💚🕊
I told you earlier also, you have got a divine voice.. love to hear from you.God bless you
Khubai khundor hoisa......
❤❤Got my new favourite 😊
Val lagil khuni baa
উফ অতি সুন্দৰ!❤
বৰ সুন্দৰ কথা,সুৰ,কণ্ঠ....মন ভৰি গল।
So beautiful song baa ❤
Best and best wishes to you baa khubei besi bhal lagil , Love from Mongeet team (Ashim Borah) ❤️
(Commented before listening it 😅)
মৃদুল হালৈ দাৰ শব্দ ❤মৈত্ৰেয়ী বাৰ কণ্ঠ❤উফ❤
বৰ সুন্দৰ ,সুৰ আৰু কথা হৃদয় পৰশা !
বহুত ভাল লাগিল l আৰু আগবাঢ়ি যাবলৈ অজস্ৰ শুভেচ্ছা আৰু শুভকামনা জনালোঁ l
খুব মিঠা ❤ মাত কথা ❤ সকলো মন ভৰি যোৱা 💐💐
কণ্ঠ যে বহুত ধুনীয়া। কথা, সুৰ সকলো ধুনীয়া।❤❤
Bohut dhunia ❤
Refreshing mind
এইবোৰ হে গান❤❤❤❤
Bhal lagil❤
Cute voice frd
Shankuraj+maitrayee pator=Jui
মৃদুল দাদা, আপোনাৰ শব্দবোৰে মানুহক টানি লৈ যাব পাৰে। বহুত ধুনীয়া।🌻
ইমান যে ধুনীয়া বা...!
Very meaningful and soulful...
বহুত ভাল লাগিল মৈত্ৰেয়ী❤❤❤
ইমান ধুনীয়া ❤❤🥰
Heart touching 💓
😌❤️
তুমি সদাই প্ৰীয়, সুন্দৰ সৃষ্টি, কথা সুৰ,কণ্ঠ বৰ ধুনীয়া❤
You deserve more❤
Ohhhh ❤ Hukhanubhuti❤️🤗
মনভৰা কথা মনভৰা সুৰ....mridul da maitrayee ba🙏🙏
So sweet voice
Bhal lagil 🎉
Uff.. Voice❤
Maitriy ba tumar matu akoman huwola koriba tetiya besi val lagib alop rokhi hurote gaboloi saba baki khini valei hoise viry nice 🎉❤❤
The jesigue voice superb ❤❤❤❤❤ epilogue
So beautiful ❤️
অপূৰ্ব ❤
My favourite ❤❤
সুন্দৰ 🌻
ভাল লাগিছে গীতটো ❤
ধুনীয়া এটি মিঠা গীত ❤