ৰাগ-বিৰাগ IIRaag - Birag II
HTML-код
- Опубликовано: 7 фев 2025
- #assameseshortmovie
সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
#assamesefilm
#assamesemovies
#assameseshortfilm
#assameseshortmovie
#lumixg85
সুন্দৰ কাহিনী ।খুব ভাল লাগিল।
বৰ ভাল লাগিল চাই 👌👌👌
সুন্দৰ হৈছে ❤
সুন্দৰ ।👌👌
ভাল লাগিল কাহিনী টো। ধুনীয়া হৈছে ❤।
ৰাগ বিৰাগ চালো দেই ! ভাল লাগিল। সকলোৱে ভাল অভিনয় কৰিছে।
সুন্দৰ অভিনয়
সুন্দৰ দৃশ্যায়ন। সঘন সমস্যাই জুমুৰিদি ধৰা পৰিয়াল কেন্দ্ৰীক কাহিনীভাগ চাই দৰ্শকৰ শাৰীত মুগ্ধ হৈছোঁ। মুদ্ৰাস্ফীতিৰ যুগত মধ্যবিত্ত শ্ৰেণীৰ উচ্চাভিলাষ আৰু নগৰীয়া সংস্কৃতিৰ লগত ফেৰ মাৰিব পৰা প্ৰত্যাহ্বানবোৰ স্পষ্ট হৈছে। ঘটনাৰ আঁত বিচাৰোতে ৰস এটাই আচ্ছাদিত কৰিলে। আচলতে এইবোৰ ঘটি থাকে। কিন্তু প্ৰতিবাদ কৰিবলৈ স্পষ্ট প্ৰতিবাদীৰ অভাৱ। কৰুণ স্বীকাৰোক্তিয়ে বিভূষিত কৰিলে। অভিনয় সকলোৰে নিপুণ হৈছে। সংগীত পৰিচালনা সুন্দৰ। best of luck . সীমাহীন আনন্দ প্ৰকাশ কৰিলোঁ।
ভাল লাগিল দেই সুন্দৰ অভিনয় ।❤❤
Bohut val lagise
❤oti xundor
Dhunia....xundor message ata agg borhaisa....
ভাল লাগিল
Wow nice ❤️
Superb acting Gayatri 👐🥰...God bless you 🙏 keep it up 🤟🤟🤟
Borhia
Each an everyone is excellent ❤️..... awesome 😍😍😍😍😍
Bohut val lagil. 👍🏻👍🏻
❤
বৰ ভাল লাগিল । সুন্দৰ কাহিনী , মুগ্ধকৰ চিত্ৰ্নাট্য , দক্ষ অভিনয় , কাৰিকৰী দিশ উন্নত সৰ্বাংগ সুন্দৰ এখন উপভোগ্য চুটি চলচিত্ৰ ।
সুন্দৰ উপস্থাপন ❤❤❤
❤
❤❤❤❤
Nice
ভাল লাগিল !
সমাজক সাবধান কৰি দিয়া চিত্তাকৰ্ষক চুটিছবি। এনে লাগিছিল যেন আৰু অলপ দীঘল হোৱা হেতেন!!
চাৰিত্ৰিক বৈপৰীত্য ই বহুু নোকোৱা কথা কৈছে। দক্ষ অভিনেতা অভিনেত্ৰীৰ পৰা
মনে বিছৰা অভিনয় পৰিচালকে উলিয়াই ল'ব পাৰিলে।
১০০শতাংশ মনোগ্ৰাহী…
তিনিটা কথা সকলোৱে বুজিলে…জিলিকিলে সোন নহয়।
মনে মনে থকা মানেই অসত্য গ্ৰহণ কৰা নুবুজায়।
পৰিশীলিত জীৱন ধাৰাই মানুহক সাহসী কৰে।
Excellent ❤
বাঃকি মন্তব্য আপোনাৰ! ইমান সুক্ষ্ম দৃষ্টিৰে উপভোগ কৰি প্ৰকৃত অৰ্থ বুজাই দিছে৷ অশেষ ধন্যবাদ আপোনাক!
Apunare lora .swalik khela buli vabe
Sorry beya napabo .apunar lora nububou pare .kinto maikik xonman koribo janibo lage
❤❤❤