প্ৰেমত কোনে কষ্ট দিলে Priyanka Bharali ক...?? সকলো খুলি ক'লে প্ৰিয়ংকা ভৰালীয়ে, চাওঁক শেষলৈ
HTML-код
- Опубликовано: 19 апр 2022
- অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ প্ৰেম কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়ায় দিলো...😍😍
ভিডিঅ'টি শেষলৈ উপভোগ কৰিব আৰু আনজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🤗🤗
Follow me on Facebook-
Mayur Manash
Follow me on Instagram-
Mayur Manash
Camera-
AnuRaag
#priyankabharalilovestory #priyankabharalisong - Развлечения
প্ৰীয়াংকা ভৰালী ৰ কথাবোৰ ভাল লাগে,, একদম চিধাচিধি,,ভাল লাগে,, সদায় সুখী হৈ থাকে যেন যেনেকৈ বিচাৰে
মোৰ প্ৰিয় গায়িকা।। কথাবোৰ বহুত ভাল লাগিল।। শুদ্ধ চিন্তাধাৰা
প্ৰিয়ংকাৰ গুণৰ তুলনা নাই। তাই নজনা কাম কমেই আছে। যি টো দেখে তাই এবাৰ চালেই কৰিব পাৰে । মাত্ৰ তাইৰ এটাই দোষ আছিল; এতিয়া আছেনে নাই নাজানো। সেইটো হৈছে অকমান খং এটা আছিল। ঈশ্বৰে এটা ভাল কণ্ঠ দিছে। তাইৰ মনোবাঞ্চা পূৰণ হওক। ভগৱানে কূুশলে ৰাখক।
প্ৰথম প্ৰেম জীৱনত কেতিয়াও পাহৰিব নোৱাৰি সঁচা কথা দেই ভাল লাগিল প্ৰিয়ংকা বাৰ কথা খিনি♥️❣️
নিজতকৈ আনক আপোন কৰি লোৱা কাৰণেই আজি কান্দিব লগা হৈছে ।বহুত ভাল লাগিল প্ৰণাদায়ক কথাবোৰ শুনি ।সচাকৈ ই নিজক ভাল পোৱাটো ভাল ।কাৰণ আজি প্ৰজন্মই এইটোৱেই বাস্তৱ ত বহুতক কন্দোৱাইছে ।মোৰ জীৱনত মই ও ভুগি আছোঁ ,,,,,আৰু কান্দিছোঁ প্ৰিয়ংকা
প্ৰিয়ংকা, তোমাৰ কথাখিনি বহুত ভাল লাগিল । সাধাৰণতে বিবাহ বিচ্ছেদৰ কথা জানিব পাৰিলে আমাৰ মনত এক বেয়া ভাৱহে ওপজে । কিন্তু তোমাৰ কথাখিনিয়ে সেইটো ও দূৰ কৰিলে । তুমি এনেকৈয়ে সুন্দৰৰ পূজাৰীৰ দৰে হৈ থাকা ।তোমাৰ গীত পৰিৱেশন ও সুন্দৰ হওক , এই কামনাৰে।
True soul.. true person
Salute to Priyanka baa...
Khasa kotha kobo pora manuh bohut kom ulai ... Tat o koi kom ulai nijr decision vul hua buli kua manuh... Bohut dur r aguai jaok .. bohut bohut khubha kamona thakil baa apunaloi
মস্ত ভাল পাওঁ Priyanka কা বাক
Priyanka ba lots of love❤️❤️❤️life ot Jiman beya situation ahileu xodai mind tu positive nd strong hoi thakibo lage.
প্ৰিয়ংকা ভৰালীৰ কথা খিনি বহুত ভাল লাগিল ময়ূৰ ।বিহুৰ শুভেচ্ছা থাকিল
Feel really proud of Priyanka. Real love,l think like root below the earth who doesn't claim any reward for making its branches fruitful
My favorite Assamese singer. God bless you piiyanka
ভৰালী বাইদেউৰ কথা শুনি বহুত ভাল লাগিল দেই 💓💓
প্ৰিয়ংকা ভৰালীয়ে কোৱা কথাবোৰ সচাকৈয়ে বহুমূলীয়া। জীৱনৰ অভিজ্ঞতাৰ পৰা শিকা কথাৰ মূল্য কোনো কাৰণতে কম নহয়। ঈশ্বৰে মঙ্গল কৰক।
বহুত ভাল লাগিল প্ৰিয়ংকা । ভালে থাকা।
❤প্ৰেমৰ সংজ্ঞা বহু আছে ৷
Bohut moromor singer hoi baa apuni amar .❤😍💕
কথাবোৰ ধুনীয়াকৈ কব পৰাটো সহজ ,কিন্তু বাস্তৱ সদায় বেলেগ।ভিন্ন পূৰুষৰ প্ৰতি আসক্তিক প্ৰেম বূলি নকয়।ইজনক এৰি সিজনলৈ যোৱাটো,বা ইজনক এৰি সিজনৰ লগত প্ৰেম কৰাটো আসক্তি আৰু শাৰিৰীক আকৰ্ষণ ৰ বাহিৰে একো নহয়।প্ৰেম শব্দ টো কলুষিত নকৰিব।অকলে থাকিব শিকিছে বহুত ভাল কথা।
ভালে থাকক সদায় প্রিয়ংকা বা।জীৱনটো বৰ জটিল।মৰম থাকিল বা।সদায় থাকিব❤❤
বৰ সুন্দৰ কৈ কথা খিনি কৈছে।।ভাল লাগিল।।সুখী হওঁক সদায়।।।
beautiful and my favorite singer. God bless u .
My favourite singer.... love you baa
Only two words for her..."Honest Confession"...and love for her for being so candid.
প্ৰিয়ংকা ভৰালী বাৰ কথা সমূহ বাস্তৱবাদী । তেওঁৰ কণ্ঠত দৃঢ়তা আছে । ভাল লাগিল সঁচাই 💛
i like this singer i love you priyanka bharali because you are kind hearted and simple and you have a lots of knowledge of life
❤কথাখিনি বিৰাট সুন্দৰ প্ৰিয়ংকা
এগৰাকী অসমীয়া মৰমীয়াল হৃদয়ৰ কণ্ঠশিল্পী ❤️ প্ৰেমত বুজাবুজি প্ৰতিটো সময়তে জৰুৰী 🙏
তোমাৰ কথাখিনি শুনি ভাল লাগিল,কোনো লোক ঢাক নকৰাকৈ কৈছা,ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলো।
bahut ভাল লাগিলে Priyanka বা interview টো। আপুনি বোৰ clearly কথা বোৰ কৈ গৈছে।
Priyanka ji koise thikei koise ❤️Tumi BHT BHT agbahi juwa Priyanka
Dhuniya dada.. love from Sorbhog Priyanka ba ❤️
God bless you prinkiya ba Take care.
respect to Priyanka
Heart touching speech & words. On ❤
I want to stand with Priyanka Bharali.
Don't worry life is a very hard game please try to play it.
Never give up.
Keep play.
Bohut val lgil 😍😍priyongka Baideu tumi hodai apun amr bbe
Love you Priyanka Baa, Tumar gaan bohut base val pau moi , Tume eman dhunea love you too much
Val lagile, Kotha bur khundr koi kua babe.
Prem bur tenekoi hoi.
Prem ahi thake, prem rastai rastai goi thake...premr khex nai. Prem nokori Okole thokai besi val hoi...🙏🙏🙏🙏
Priyanka bar kthakhini bohut val lagil huni... God bless u Ba❤
ভাল লাগিল কথাবোৰ শুনি প্ৰিয়ংকা বা ৰ❤
বহুত ভাল পাও বা ❤️
ভাল লাগিল প্ৰিয়ংকা বা, ইমান ধুনীয়াকৈ কথা কয় আপুনি।
Every word she had said.. Really inspiring lady...So meaningful words ba..God bless u❤️
Bohut val lagel priyanka bar kotha huni logte bohut hahok palu jibonot agbahi jboloi
What a word Priyanka baa...Love=respect..❤️👍
1st time I saw her interview.. Bhal lagile kothabur...Respect Tu important 🙏🙏Hosa kotha
Always my favorite singer...
Priyanka baa tumk bohut val lage... tumi hodai aguwai juwa. Tumi bohut simple ru straight
Very nice presentation.. salute to her
ইমান ধুনীয়াকৈ কৈছে কথাবোৰ , ভাল লাগিল বহুত ।
My crush💕
After seeing this video I became more and more attracted towards her. Her smile, her eyes, the way she talks and not to forget about her singing🥰..
Everything about her is just so perfect...
Wish u a lot of success in the coming years my lady crush.. God bless you and always keeps u healthy♥️
God bless you
Thinking of Priyanka Bharali is very good. I like her life style. She is very experience holder in love life.
God bless you, সদায় আগবাঢ়ি যোৱা ।
Good ma'am God bless you n stay happy stay safe.
All tym fvrt priyanka baa😍
Bohut val lagil priyanka bhorali bar kotha xuni ...🥰🥰
ভাল লাগিল শুনি কথাবোৰ
কথাবোৰ শুনি বহুতেই ভাল লাগিল❤️ সকলো সময়তে জনা হোৱাৰ পৰাই অন্তৰত স্হান পোৱা প্ৰিয় গায়িকা প্ৰিয়ংকা বা❤️ বহুত বহুত মৰম বা 🥀💝 সদায় নিজৰ লগত সূখী হোৱা বা 🥰 হৈ যোৱা বেয়া পৰিস্থিতিৰ বোৰ আৰু দূখ বোৰ যেন সদায় তোমাৰ অতীত হয়❤️
বৰ ভাল লাগিল দুয়োজনৰ কথোপকথন।শুভেচ্ছা জনালোঁ।
বৰ ধুনীয়া কথা koisa প্ৰিয়ংকা।কথা খিনি শুনি বৰ ভাল লাগিল
Respect priyanka bharali ba ur big fan ❤
Mr all-time fvrt singer ❤️..
অসমৰ এগৰাকী প্ৰিয় গায়িকা......
Really, first love is true love, liked the video and priyanka's opinion on love and respect. It's true
Bohut vl ktha koise Priyanka ba 😘
Hosakoi priyanka ba kothabur pora bhut kotha hikibo parilu ..love you ba 🥰🥰🥰🥰
❤️❤️ovly spece i always love her👌👌
ভাল লাগিল প্ৰংকা বা কথাবোৰ শুনি ।
priyanka baa r mon khon hosai bohut val ☺
In the Entire conversation she said everything so confidently ,she is so adorable and Mayur da big fan ♥️thanks for making such a beautiful videos🤘
সচাঁ কথা। বহুত সাহস পালো বাৰ কথা শুনি
প্ৰিয়ংকা বাৰ কথা - বতৰাবোৰ খুব ভাল লাগে ।💝💝
My crush priyanka ...❤❤❤ i love u
খুব সুন্দৰ কথা কৈছে ভাল লাগিল কিছু নজনা কথা জানিব পাৰিলোঁ।
Love you Priyanka baa❤️❤️❤️❤️
বহুত গঠনমূলক তথা ইতিবাচক দৃষ্টিভংগীয়ে কথা খিনি উপস্থাপন কৰিলে ভাল লাগিল 1
Artistic thought......My respect to you
One thing that I always believe is, everyone should first learn to love themselves before loving others. We do learn things from our experience, but somehow we get carried away in love unknowingly. That's also a part n parcel of our live during our growing phase. Priyanka, you seems to be strong headed person and pray that you remain as it is. Whatever happens, always happens for the good. Maybe, there is something better awaiting for you in your life ahead. All the best!! May God bless you.
একদম সঁচা কথা । সহজ সৰল হ'লে বহু সময়ত মনুকষ্ট পোৱা যায়।
বহুত ভাল লাগিল কথা বোৰ শুনি ❤️
Priyanka ba r kotha khini suni val lagil gotai khini iman val kori koisa
প্ৰিয়াংকা তোমাৰ কথা খিনি বহুত ভাল লাগিল
One of My favorite singer
Eman moram loga Priyanka ba
Love from bokakhat
Tumar pora bahut kotha sikilu...muru life tu tumar logot milise...khub carefully decisions bilak loba..take care....God bless you
Love you baa,,u are my crush 🌹❣️❤️❣️🌹😘❣️❣️❣️😘😘❣️❤️😘I really love you
Mayur daa bohut bohut dhonyobaad Priyanka baar interview luar babe, bohut bisari asilu teur notun interview aji palu bhl lgil
VL lgil.. Priyanka baa r kothabur khuni..
IAM EXCITED 😊😆
LOVE FROM BAKSA, KARNACHARA
Really experience give us lesson what is bad and what a right and that is real knowledge,
My all time favorite singer Priyanka baa ❣️ lot's of love u to and this channel also 🥰
Priyanka Bharali kothabur huni bohut bohut val lagise
❤আৰুনো কি কম কথা বিলাক শুনি দোষ অনুভৱ কৰো
Priyanka ba apunar buhotu kata huni vhal lagil manuhor jibonot aibor hoyei
Priyanka baa apuni mor ataikoi val loga singer . Ketiyaba log pab bhut mon jai . I am a defence person and speaking from Ladakh.
Favorite singer ♥
Dhuniya kotha koise Priyanka baa
❤তোমাৰ জীৱনৰ কাহিনী শুনি সচাই দোষ লগা
ভাল লাগিল কথা বোৰ ,, বা কণ্ঠ খুব সুন্দৰ
Well Good Priyanka .
Br xundr kotha kole priyankai.
সচাকে বাৰ কথাখিনি বহুত ভাল লাগিল ❤️❤️❤️❤️
Priyanka baa r kotha pora bhout sikibo laga ase