Kon2 dish r pra bht vl pala ... script namr sei ghati khn vl paisa ?... samajat ki msg dise ei ghati namr series khne... brain2re vbie koisa ne kotha khari
Bahut vl lagil agor kotha bur monot pori gol 10 r xei vl pua aji nathakibo pare tai mour logot school t porhi thokar dore life aru nai aru agor xei gaor poduli bor bahut manat pore
Bhut dhunia... everything is perfect.... Screenplay 🔥 Direction acting next lvl....bgm touching....kudos to the whole team .. specially pranab daa ❤ 🔥 🙏
খুব সুন্দৰ 😍...pure পুৰণি দিনৰ Filling দি দিছে Episode খন e🥺...Uff Ki kom aru Quality+video editing+Scrip+acting 🔥...99% Rating Mur Falor Pora 🚀💫...Baki 1% Eatu বাবে কমিল (Army wife r অভদ্র Script Di dia babe😢)
ajiloi k upolobdhi koribo pora nasilu amar agor lorali dinburor kotha kiman j modhur asil hei dinbur....atiya bisarile u tenekua poribekh napao bohut miss krisu loralir hei dinburoloi ...series khon sai bhut val lagil anekua lagisil jen akhon popular assamese movie....pisor episode bur hunkale diya wait kri thakim....
স্কুলীয়া দিনৰ নিভাজ প্ৰেমলৈ মনত পৰি গ'ল ❤❤ ভাল লাগিল নষ্টালজিয়া 😊
Um😅😅
দশম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথাবোৰে বাৰুকৈয়ে আমনি কৰিলে । কিছু সময়ৰ বাবে কল্পনাৰ সাগৰত ডুবি গৈছিলোঁ । সেই প্ৰথম প্ৰেমৰ মাদকতা....❤ উফ...💐 ভাল লাগিল ।
Class 10 th val pai .... aji breakup hoise !
Tumi kun class atiya@@jaanbora2196
একমত
@@jaanbora2196 হয় নেকি । প্ৰেম বহুত তিক্ত 😥
@@Mahantabimal998 হয়, ধন্যবাদ জনালোঁ 🙏
চিত্ৰৰ হিচাপত ঠাই বোৰ আমাক পুৰণি দেখুৱাইছে।।। কিন্তু বৰ্তমান সময়ত বাস্তৱত ঠাই বোৰ এতিয়াও এনেকুৱা এ।।। সঁচাকৈ ঠাই বোৰ ইমান ধুনীয়া।।।একেবাৰে গাঁৱলীয়া পৰিবেশ।।। কাহিনীৰ লগতে ঠাই বোৰ ও বহুত বহুত বেছি ধুনীয়া।।।
Lord for a reason 🙏
@@Chinmoymedhi3 mane toi o series khen saisa
Amr tare hoi bajali r choukhuty r school,,kaljira para..and director o amr gaore ❤❤❤❤
@@MunChoudhary-vo9fg bhut dhuniya thai...
@@sanjibdas1891 tq 🙏
এটা স্মৃতি থৈ গলো ভৱিষ্যতে কোনোবাই মোৰ coment টোত like কৰিলে series খন এবাৰ চম।
বহুতো স্মৃতি জড়িত হৈ আছে স্কুল দিনৰ কথা বেছিকৈ নৱম আৰু দশম
স্কুল দিনৰ প্ৰেম সফল নহ'লেও সেই প্ৰেম আজীৱন স্মৰণীয় হৈ থাকিব ❤❤ ভালে থাকক ,,,,
আমি স্কুলত পঢ়া বয়সত প্ৰেম কি নাজানিছিলোঁ,, মাথোঁ এটাই আছিল কিবা ফাকি এটা মাৰি ঘৰলৈ কেনেকৈ যাম,, পিছে তুমি ইমান বৃদ্ধ বয়সতো স্কুলতে আছিল নে?
Yya you are right
@@bhaitynarah9338 tumi aitah fokotiya asah tumar kothate janibo pari...########
Same history ❤❤❤❤
@@bhaitynarah9338😂😂
কি কম ভাষা নোহোৱা হল👏👏👏👏👏
আকৌ এবাৰ এই দিনবোৰ গুৰি অহা হলে❤😔😔😔😔
"এই শান্ত পৃথিৱীখনৰ হাবি কাটি এদিন মানুহে গাওঁ সাজিছিল, তাৰ পিছত গাওঁবোৰ কাটি নগৰ আৰু এতিয়া নগৰ কাটি নৰক বনাই আছে ....."
Sui goisil aikhar ei❤
@@AlimpyshreyamGogoi um
Bah bah
মই বাক্য শাৰীতেই লাইক কৰিলো
@@AlimpyshreyamGogoixosakoi suii gol ghr kot tumar
" এতিয়া নগৰ বোৰ কাটি নৰক বনাইছে " best dialogue ❤😍
Supasupi nohoi chupachupi
হলত দিয়া চিনেমা বোৰত অভিনয় কৰা সকলতকৈ ইয়াত অভিনয় কৰা সকলৰ অভিনয় বহুত ভাল হৈছে । কাহিনীও ভাল । ❤️
অভিনয় অতি সুন্দৰ
Xosakoi bhut val val potiva lukai ase ayulukor
Saptarshi Gogoi's transformation was wild. Costume and makeup team deserves the praise !!
আজিকালিৰ ডিজিটেল যোগৰ লৰা-ছোৱালীয়ে আমাৰ স্কুলীয়াদিনৰ প্ৰেম-ভালপোৱা অনুভূতিৰ সৈতে কিমানদূৰ একাত্ম হব পাৰিব নাজানো, কিন্তু আমাৰ দিনৰ চিঠিখনৰ মাজত, এটি হাঁহিৰ মাজত আবদ্ধ হৈ থকা মৰম-ভালপোৱাবোৰত এক অনন্য শিহৰণ আছিল ৷ ভাল লাগিল লৰালিকালটোক আকৌ এবাৰ ৰোমন্থন কৰিবলৈ সুযোগ দিয়া বাবে ৷
🥺🥺🥺🥺
Monot pori gol hei dinbur😢
সকলো দিশৰ পৰাই উন্নত মানৰ হৈছে .....ইমান ভাল Quality ৰ web series 🎉এখন ইউটিউবত দিয়াত আচৰিত হৈছোঁ
Right
বালৰ web series
Balor bonaise kla hoi a@@palashdeka7534
Kon2 dish r pra bht vl pala ... script namr sei ghati khn vl paisa ?... samajat ki msg dise ei ghati namr series khne... brain2re vbie koisa ne kotha khari
@@lsd4889toi bht vl msg di aso jhra
উফ্ সেই শৈশৱৰ স্মৃতি বোৰ সেই স্কুলৰ দিনবোৰ ভাল লগা পৰা ভাল পোৱা ❤ সকলোৰে অভিনয় খুব সুন্দৰ ❤
😢😢😢😢😢
বহুত ভাল লাগিল পুৰণা স্মৃতিবোৰ মনলৈ আহিলে আৰু মুখত অলপ হাঁহি আৰু চকুপানী দিলে সেই হাঁহি চকুপানীয়ে মৰমবোৰ এতিয়াও জীয়াই আছে আগলৈও থাকে যেন । মোৰ মনৰ সেইজন ব্যক্তি যেন সদায় ভালে কুশলে থাকে ❤
বহুত ধুনীয়া লাগিছে আগৰ দিনবোৰৰ মনত পৰি গোল।হেৰায় যোৱা দিনবোৰ কিমান ভাল লগা আছিল। সেই স্কুলৰ দিনবোৰ সেই ভালপোৱা উফ্ কি কম।
28 minutes ketia par hol gomei napalu..well Done pranob bharali ❤ waiting for the next episode❤
জোনবাই-জানমণি-অঞ্জনাৰ দিনবোৰলৈ মনত পৰি গ'ল। ধন্যবাদ প্ৰণৱ দা 🙏
কিবা এটা ভাল লাগিল চাই ।।
হিমাংশু প্ৰসাদ দাস থাকিলে অলপ বেলেগ ধৰণৰ হয়
সংগীত পৰিছালনাও সুন্দৰ
অভিনয় সুন্দৰ
Nostalgic ....❤❤❤❤ jibon tu bohut pisuwai gol......Dhonyobad
assamese web series revolution hoi ase ... bohut boriya boriya boriya ..
বহুত ভাল লাগিল ।
( তেতিয়াৰ দিনত মাষ্টৰণী বাইদেউক "মে'ম" বুলি সম্বোধন কৰা নাছিল , 'বাইদেউ' বুলিহে মাতিছিল । মাষ্টৰণী বাইদেউৰ চাদৰৰ দহিখিনিৰ দিজাইনটো বৰ্তমানৰ ।)
গোটেই বাইদেউজনীয়ে বৰ্তমানৰ
নষ্টালজিক বেঞ্চত crush ৰ নাম লিখা😌😌
সুন্দৰ উপস্থাপন ❤
সচাঁই খুব ধুনীয়া হৈছে অভিনয় আৰু কাহিনীও,পুনৰ এবাৰ উভতি যাবৰ মন গ'ল শৈশৱলৈ😊❤
Bahut vl lagil agor kotha bur monot pori gol 10 r xei vl pua aji nathakibo pare tai mour logot school t porhi thokar dore life aru nai aru agor xei gaor poduli bor bahut manat pore
Xosaii xeii school r purona din bur mnt pori gol deiii uff kmn dhuniya din bur jee par kri ahiluu etiya mnt prile bht bea lgee deii
Binge Watched it last night. Such a sweet and simple premise but deep dark twists. Kudos 👏🏻
❤️❤️✨
Dada video ketia ahibo
Video lga dada ❤
Video lge jldi
Ketiya notun video ahibo dada
Romantic scene খিনিত বজাই দিয়া মিউজিকটো Southৰ চিনেমাৰ vibeএটা আহি গৈছে। প্ৰথমখিনি ভালেই লাগিল বাৰু, নিজৰ অতীতকো দেখাৰ দৰে।♥️
Uff tumi ❤😫
স্কুলিয়া জীৱনৰ কাহিনীখিনি বহুত ভাল লাগিল কিন্তু আৰ্মিৰ পত্নীগৰাকীৰ চৰিএটো এনেকুৱা হব নেলাগিছিল। ভাল লাগিল প্ৰথম খণ্ডটো চাই 😍
1st episode aji he salu mojja lagil sai aru himangshu dar abhinoy sai o bhal lagil keep it up himangshu da God bless you ❤
1St time Assamese web series sai asu...vl lagil 💗
Tinibar Shiva r naam loi koisu... Acting juiii 🔥🔥🔥
অসমীয়া সমাজত জোৱানৰ পত্নী ক সদায় এক সন্দেহ ৰ দৃষ্টি ৰে চোৱা হয় , কিছু লোকে ঠাট্টা কৰাও শুনিছো জোৱানৰ পত্নী সন্তানক, তেনে স্থলত অসমীয়া চিনেমাবোৰত এনেকুৱা বোৰ চৰিত্ৰ উপস্থাপন কৰিলে মানুহবোৰ ৰ মানসিক তা বোৰ আৰু বেছি ঘৃনণীয় হব তেঁওলোকৰ প্ৰতি। মনোৰঞ্জন হিচাপে চালে ভাল লাগিব পাৰে এক শ্ৰেণী ৰ দৰ্শকৰ কিন্তু লগতে এটি ঘৃনণীয় বাৰ্তা ও যাব সমাজত।
Hosa kotha moiu bhal pua nai drishyo tu
Kotha toh nuhuwaa nhy
Karwa sach he ye..
কথাটো নোহোৱা নহয় । আমাৰ সমাজৰ মানুহবোৰে সকলো বিলাক Negative টো ভাবি লয়।
🗿
কাহিনীটো সুন্দৰ উপস্থাপন হৈছে ।সেই স্কুলৰ শৈশৱৰ স্মৃতিবোৰ মনত পৰি গ'ল । বেঞ্চত নিজৰ নাম লিখা দিনটো ❤❤
The script 🗿 the story🗿 the actor and actress🗿 the camera quality 🤡🥹
Data saver on kori sali quality beya a hobo 2160p saba sun kene hoi quality
@@RupjyotiDebnath-vy5lktakei😂
4G ahi atya 5G u ahil. Apuni 3Gt sai ase jen pau.
140t sale kot valke dekhibi laura💀?
Tur tu 1080t sabole aukat ei nai🤡 Limited data tate akow rati hilabou lagibo 100mb maan🤡🤡
Your mobile 🤡
পুৰনা স্মৃতি বোৰ মনত কৰি দিয়া বাবে দন্যবাদ❤❤
সকলো দিশৰ পৰাই এখন উন্নত মানৰ অসমীয়া Webseries❤ ধন্যবাদ চুপা চুপি. Team 🎉🎉
Reals চাই ইউটিউবত চাব আহিছিলো, প্ৰথম episode টো চাই বহুত ভাল লাগিছে। মৰম ভালপোৱা, স্কুলৰ প্ৰেম, বন্ধুত্ব, গাঁৱলীয়া পৰিবেশ, চিঠি লিখাৰ কাহিনী, PCO ত গৈ আপোন জনৰ লগত কথা পতা আদিৰে সুন্দৰ ভাৱে সমবেত কৰি অভিনয় কৰিছে ❤।
মন মোৰ জুৰ পৰি গ'ল। বহুত দিনৰ পিছত আধুনিক কিবা এটা বিচাৰি পালোঁ you tube ত
মন চুই গল : Pranab Bharali । আকৌ প্ৰথম আৰম্ভণিত ঘূৰি আহি লিখিব মন গল । হলে ও পলম কৈ কিন্তু। মন চুই গল কাহানি এ 💐
Bohut bohut val lgil sai....❤❤ Agor din bor agor xomoi bor dekhwar bbe❤
one of the best Assamese Web series till date 🔥
খুব ভাল লাগিল। অভিনন্দন সকলোলৈ।
দমকলৰ পাৰৰ কাপোৰ ধোৱা দৃশ্যটো মনোজ বাজপেয়ীৰ সেই বিখ্যাত দৃশ্যটোৰ পৰা অনুপ্ৰাণিত যেন লাগিল
মন চুই গল ❤❤। আমাৰ দিনৰ স্কুলীয়া প্ৰেম বোৰ এনেকুৱাই আছিল
Bohut bhal lagil aagor purona ismitibur roloi monot pori gol.aagor dinbur jen aako gurai pua hole....
স্কুলীয়া দিনবোৰলৈ মনত পৰি গ'ল। মনটো যেন কিবা এটা বেলেগ হৈ গ'ল❤
খুৱেই ভাল লগিছে দেই.... উফ কি উপস্থাপন....কি অভিনয়....❤️❤️✨
প্ৰণৱ ভৰালী মানেই ভাললগা হৈ আহিছে ❤
অসমীয়া ভাষাত এনে ধৰণৰ সৃষ্টি মনলৈ আশাৰ সঞ্চাৰ কৰে । Welcome to Sajjanpur ৰ film খনৰ সামান্য ছায়া দেখা পালো। পৰিচালক লৈ আন্তৰিক শুভ কামনা থাকিল।
Bahut val lagile....❤❤❤ Assamese Webseries akhn sai🥰
Pure reflection of hidden secrets all the boys have. Made everyone nostalgic. Mobile is the Kaal😂
বহুত ভাল লাগিল বিশেক কৈ স্কুলৰ দিনবোৰ❤❤
স্কুলীয়া দিনৰ কথাবোৰ মনত পৰি গল।😁 সুন্দৰ হৈছে❤️❤️
বহুত আপেক্ষা পিছত আজি চাই ভাল লাগিল✨💕
First assamese short film
95k like❤❤❤
Wonderful
স্কুলীয়া দিনৰ ৰেখাৰ লগত প্ৰেম কৰা কথা মনত পৰি গ'ল ও।❤
Eagerly waited for 12th June. And the team has succeeded to keet viewers expectations intact I think. ..Acting 🔥🔥.. congratulations Jeet and the team
পুৰণি কালৰ সোণালী স্মৃতি বোৰ যে আকৌ এবাৰ চকুৰ আগত ভাঁহি উঠিছে এই কাহিনীৰ জৰিয়তে ❤
উফ্ সেই শৈশৱৰ স্মৃতি বোৰ, সেই স্কুলৰ দিনবোৰ ভাল লগা পৰা ভাল পোৱা❤
অপূৰ্ব এক কাহিনী🌟
Hello Tumi muru frd hba ni moiu back krim
Thank you Deh Ake loge all episodes diya babe 🎉nohole rokhi thakibo logiya hoi
Hello Tumi muru frd hba ni moiu back krim
@@dhunurumurlife6151 kot frd hbo lagibo
এই অসমীয়া চুটি ছবি খনে আমাৰ সমাজত চলি থকা কিছুমান চৰিত্ৰ বা সছা কাহিনীৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে বহুতেই ভাল লাগিছে ছাই।।।।
Old school love ❤❤....... bohutora bhout memories aru katiyau koi khotom koribo nuwura mrm vl puwa bur ....asolta ha bura sagay pure asela ❤
ভাল লাগিল ! পিছে কি জানে, মৰম ভালপোৱা মানে নো কি তাৰ সাৰাংস হইতো কোনেও আজিলৈকে কব জে পাৰিব তাৰ কোনো সীমা নিধাৰন কৰিব নোৱাৰি!!!! মোৰ মৰমবোৰো তেনে দৰেই হেৰাই গল ! ভাল পাইছিলো মই এটা সময়ত ,পিছে সকলো মুহুতত আজিও আমনি কৰে! ১৫ বছৰ হল মাথো সেই মৰম .... মৰম হই থাকিল ! কোনো দিনে আপোন নহল ???? সকলোৱে এটা কথা মানি লোৱাতো ভাল ,মৰম নিজৰ নহলেও আনৰ লগতে খুসী হৈ থাকক দিয়া ! আমনি কৰিব নায়াব ;pls....... miss u bhanita .....আজিও তোমাক মৰম চ'ধা কৰো !!!!!!❤
❤
❤️
Val lgil
Kot ghr asil bhanita r
Isshhhhh..😢xuni val lagil💕
Bahut dhuniya story mon sui gol
Borhia ❤😊 background music uffff 😍
পি চি অ:
তেওঁৰ হৈ গল চাগে !!!
-- টাইম আপ
😂😂😂❤❤
আজিকালি অৱশ্যে মবাইল হ'ল
৩ - ৪ বাৰ মান ক'ল কৰে চাগে ।।
এইবোৰ কথা পিছে পৰে হব'।
কিন্তু এনেধৰণৰ বিষয়বস্তৰে সমৃদ্ধ অসমীয়া ধাৰাবাহিক যুগৰ পাছত চাবলৈ পাই মনটো ভাল লাগি গ'ল ।
চিত্ৰনাট্য, কহিনী, সংলাপ আৰু লগতে সকলো চৰিত্ৰৰে অভিনয় আৰু ৰপায়ণ ইমান নিখুঁতভাৱে কৰাৰ বাবে গোটেই টীমটোকে শলাগিলো । পুৰণি দিনবিলাক মনত পৰি গল ।
বহুত ভাল লাগিল , অতিতৰ দিনবোৰলৈ মনত পৰিলে , বহুত লগা আছিল সেই ইস্কুলৰ দিনবোৰ , ইস্কুলীয়া জীৱনত প্ৰেমৰ কৰা দিনবোৰ আজিও চিৰস্মৰণীয় দে , ভাল কাহিনীটো চাই ,
'এতিয়া নগৰবোৰ কাটি নৰক বনাইছে' এটা ভয়ানক সঁচা কথা
muru same
Atlas creations Thank you so much....agr din r memories bur ghuriya diya r babe....uff ki j nostalgic ❤❤😌🙃
Atiyau monot pore xei school r donor Prem ...ki mudhur xomoi asil xeibur ❤😊
Val lagil film khon sai❤❤😊😊😊
এনেকুৱা গাঁৱলীয়া স্থান এতিয়াও আছে দেখি গা মন জুৰ পৰি যায় । হুমুনিয়াহ এটা ওলাই আহিল।
এৰি অহা সেই শৈশৱৰ স্মৃতি বোৰ সঁচাকৈয়ে বৰ সুন্দৰ আছিল ❤❤
Pranab bharli botany manjor loi director hola...borhiya..congrates
Bhut dhunia... everything is perfect....
Screenplay 🔥
Direction acting next lvl....bgm touching....kudos to the whole team .. specially pranab daa ❤ 🔥 🙏
Bhut Val amr din buror kotha mont pri gol ❤😊
অতি সুন্দৰ sala sai thkibo mon Jai ❤️👏🏻
Assamese web series iman development...... Incredible .
Development too hoise kintu amar poha dinor Prem kahini burole monot pori golge wahh
ভাল লাগিল, বহুখিনি দৃশ্য গ্ৰহণ আমাৰ গাঁওত আনকি আমাৰ ঘৰটো হৈছিল।
Kot hoi apunr ghrt tu
Chakhuti.
Kun district
@@Garrison923Bajali
@@Garrison923jorhat
স্কুলত শিক্ষক জনে দিয়া বেত'ৰ কুব তু নিমিলিল | হাত খন স্পর্শ হৈছে বেতৰ ঠাইত | চোলাৰ ভিতৰত বিস্কুটৰ কাৰ্তনৰ টুকুৰা সোমাই দিলে কুব তু পৰিল হেতেন আৰু শব্দ হল হেতেন ! বাকি বঢ়িয়া 👌
Kub r sound nulaleo Sound effect add koribo parile hoi.
Yaadein taza ho gayi yar🥺❤️..kash fir se wo din ji pata...
বৰ মনত পৰিছে দেই
কি যে ভাল লগা দিন আাছিল
ফাহি আহিছে চকুত দিন বোৰ
বহুত সুন্ধৰ কাহিনী আৰু অভিনয় ❤❤ কমেডী বোৰ বহুত ধুনীয়া হৈছে হাঁহি ৰখাব পৰা নাই😂😂
খুব সুন্দৰ 😍...pure পুৰণি দিনৰ Filling দি দিছে Episode খন e🥺...Uff Ki kom aru Quality+video editing+Scrip+acting 🔥...99% Rating Mur Falor Pora 🚀💫...Baki 1% Eatu বাবে কমিল (Army wife r অভদ্র Script Di dia babe😢)
Now Assamese Web series are becoming so better ❤❤
Juneu sai ase I want last episode le sai jen❤,,mon tu jdiu fast forward kori sabo mon goise tothapiu jen olop djhyo re sai😌
Schoolr dinor smritibor monot pori gol val lagil Sai ❤❤❤
What a acting yaar.. viral hbo lage ene webseries ❤❤❤❤❤❤
I am here only for Boibhabi😊
Pise loi jaa taik ru ontor hou
Fuck u if you here only for boibhabi , there are more artist 💀
Bhabi he tumhari 😄
Tumhari bhabhi hai 😅
সেইবুলি ভাবি( bhabi) থাক তহঁতি🤣
Xundor ,,,dhunia lagil dei
Bohut val lagil logor lorah jone sabo disil aji sam buli kol kintu Sai bohut val lagi
সকলোৰে বহুত ধুনীয়া অভিনয়। বাস্তৱ যেন অনুভৱ কৰোৱা বাবে গোটেই Team members ক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ
Ki acting behh.....mojaa mojaa
The first Assamese web series with such intensity!
কাহিনী টো শুনি বহ্নত ভাল লাগিল
Part -10টোলৈ অপেক্ষা থাকিল
ajiloi k upolobdhi koribo pora nasilu amar agor lorali dinburor kotha kiman j modhur asil hei dinbur....atiya bisarile u tenekua poribekh napao bohut miss krisu loralir hei dinburoloi ...series khon sai bhut val lagil anekua lagisil jen akhon popular assamese movie....pisor episode bur hunkale diya wait kri thakim....
School r kotha bur mon t Pelai dile… bhouuut dhunia ❤
সকলো ভাল লাগিল,,,, সৈনিক জনৰ লগত হোৱা কাহিনী ভাগ কিবা এটা ভাল নেলাগিল,,,,ইপানে উপস্থাপন কৰিছে কাশ্মীৰৰ ৯০দশকৰ জোৱান ,,,মানে সকলোৱে জানে কি পৰিস্থিতি,,, কাহিনী নাটকত সকলো হ'ব পাৰে,,,, হ'লেও উপস্থাপনতো ,,,,???????
Xsai bht dhuniya bonaisa o❤🥺🔥
The best part is army's wife and that p. C. O wala.. And jeet da you nailed it. Amazing.. Hope in nxt episode we will get to hear prabin's song. ❤
Hello Tumi muru frd hba ni moiu back krim
নব্বৈ দশকক ইমান ধুনীয়াকৈ উপস্থাপন কৰা বাবে শত কোটি প্ৰণাম।
অপেক্ষাৰ অন্ত পৰিল অপূৰ্ব অভিনয় ❤️❤️