Это видео недоступно.
Сожалеем об этом.

জোনবাই ৰ দেশলৈ - Going back to 2004 , Junbai VCD time

Поделиться
HTML-код
  • Опубликовано: 30 сен 2022
  • normal vlog ....where I visited the place where junbai VCD was shooted
    #assamesesong #dimpubaruah

Комментарии • 3,6 тыс.

  • @anuragkonwar4001
    @anuragkonwar4001 Год назад +875

    Thanks… eman unique content bur bonua’r babey.. its a emotion . “Daamfulll” was my favourite dialogue.

  • @manalishadas2421
    @manalishadas2421 Год назад +713

    জোনবাই is emotion ❤❤❤ সৰুকালৰ স্মৃতিবোৰ মনত পৰি গল 😍

    • @Azira.com1st
      @Azira.com1st Год назад

      😀😀😀
      ruclips.net/video/nak1NAWvTXo/видео.html

    • @lkcreation2022
      @lkcreation2022 Год назад +1

      Yes

    • @JahirulShort
      @JahirulShort Год назад

      *please abar saok video too **ruclips.net/video/5Cg-ak0jz98/видео.html*

    • @JahirulShort
      @JahirulShort Год назад

      ruclips.net/video/5Cg-ak0jz98/видео.html

    • @Arif-93
      @Arif-93 Год назад

      -please abar saok video too ruclips.net/video/5Cg-ak0jz98/видео.html*

  • @rajdeepplahon5695
    @rajdeepplahon5695 Год назад +301

    সেই দিনবোৰ যে কি দিন আছিল❤️❤️❤️ ।। সচাকৈ জোনবাই চিনেমা খন অসমীয়াৰ আবেগ❤️

    • @JahirulShort
      @JahirulShort Год назад

      ruclips.net/video/5Cg-ak0jz98/видео.html

    • @Arif-93
      @Arif-93 Год назад

      ruclips.net/video/5Cg-ak0jz98/видео.html

    • @gowrangamoon5292
      @gowrangamoon5292 Год назад

      Hxk n😁

    • @bishaldekaofficial
      @bishaldekaofficial Год назад

      Bhai mor channel tu Saba de mok olop support koriba

    • @arifulislam1513
      @arifulislam1513 Год назад

      ruclips.net/video/jh604TIoYWA/видео.html

  • @myheartwillgoon8961
    @myheartwillgoon8961 Год назад +25

    ভাওনাতে ভীমৰে ভাও দি ভাগৰি পৰিলো অ মইনাজান 👸 বিয়াখন পাতিম পাতিম বুলি ভাবোতে লগৰবোৰে ললে হৰিনাম 😍 বাপ্পাৱৈ কেনে এটা সুৰ আৰু কথা... ভাবিলেই ভাল লাগে
    ..মানস ৰবীনদাক অনুৰোধ জনালো পুনৰ এক অনন্য প্ৰয়াসেৰে অসমীয়াৰ মাটিৰ গোন্ধ থকা আন এক জোনবাই আমাক উপহাৰ দিবলৈ ,,🙏

    • @THUNDERSTORM_Music
      @THUNDERSTORM_Music Год назад +1

      দাদা এই গানটো শুনিলে ম‌ই আজিও কান্দি উঠো । শৈশৱলৈ বৰ বেয়াকৈ মনত পৰে এই গানটো শুনিলে 💔😫

  • @jintuahmed889
    @jintuahmed889 Год назад +71

    শৈশৱ কাললৈ মনত পৰি গ'ল।বেলেগৰ ঘৰত বস্তাত বহি জোনবাই চোৱাৰ আমেজেই বেলেগ আছিল😍।প্ৰথমে আপোনাৰ ভিদিও টো চালো।চায়েই 2004 চনৰ জোনবাই আকৌ চালো আজি ।জোনবাই চাই আকৌ আপোনাৰ ভিদিও চালো।বহুত বেছি nostalgic হৈ গ'লো 🥺।শৈশৱ কালৰ বহুত কাহিনী আজি চকুৰ আগত ভাহি আহিল।আৰু কাৰ কাৰ ক্ষেত্ৰত এনেকুৱা হৈছে বাৰু??

    • @hirakgoswami9057
      @hirakgoswami9057 11 месяцев назад

      RUclips t dakhun chinema khon nii , kot Pam jonabo

  • @_technicalknowledge_
    @_technicalknowledge_ Год назад +171

    আকৌ ডেমফুলৰ সময়লৈ উভতি যাব মন যায় ৷

  • @kashyapprotimgogoi2447
    @kashyapprotimgogoi2447 Год назад +119

    A big thank to Dimpu......কিমানযে স্মৃতি জড়িত হৈ আছে এই ডেমফুলৰ লগত ❤️🥺

  • @rajdeeponowal1989
    @rajdeeponowal1989 Год назад +16

    Junbai ,VCD,NK production,zubeen da, manos robin, black& white tv ...uff ki hundor din ..🥺 আকৌ যদি হেই সময়বোৰ ঘূৰাই পোৱা হলে😍

  • @xhjn12911
    @xhjn12911 Год назад +11

    সৰুকালৰ কথা মনত পৰি গল with জুবিন দাৰ humming ❤️😍
    এই চেগতে বন্ধু ফিল্ম খনৰ প্ৰমোচন ও হৈ গল

  • @user-dn3wk8mx8i
    @user-dn3wk8mx8i Год назад +53

    আমাৰ গাঁওখন ❤️ বহুতো পুৰণি স্মৃতি মনত পেলাই দিলা , সেইদিনবোৰত আমি স্কুলৰ পৰা আহিয়েই স্বুটিং চাবলৈ দৌৰ মাৰো 😂
    নয়ন নীলিম ককাইদেউৱে বৰষাৰাণী বিষয়াক দলংৰ কাষত দাঙি ঘূৰাওতে এবাৰ পেলাই দিছিল 😂😂😂
    দিনবোৰ গ'ল ভাল লাগে কেতিয়াবা অসমতে গাঁৱৰ পৰিচয় কৰাই দিলে ,
    সকলোকে আমাৰ গাঁৱত আহি পুৰণি স্মৃতি ৰোমন্থন কৰিবলৈ ভিডিঅ' আগবঢ়াই দিয়া বাবে অশেষ ধন্যবাদ আগতে গম পোৱা হ'লে ভালকৈ আদৰণি জনালোঁ হয় কিন্তু আমাৰেই দুৰ্ভাগ্য লগ নাপালোঁ ।🙏🙏🙏

  • @nobitasvlog4709
    @nobitasvlog4709 Год назад +173

    Nostalgic hoi porisu... চকু দুটা সেমেকি উঠিছে৷ সঁচাই বহুত ভাল লাগিছিল চাই ,, সৰুকালৰ দিনবোৰ মনত পৰি গৈছে❤❤ ‍ Old is Gold .. Nayan Nilim daa🔥 Thanks Dimpu daa 😊

  • @raja1381
    @raja1381 Год назад +8

    নয়ন দা আজি চকু পানী উলাই গল‌ সেই দিন বৰৰৈ কঠা মনত পৰি তেতিয়া মানুহ বৰৌ মন বৰ খুব ভাল আছিল জেদ ভাব খুব কম আছিল আৰু জোনবাই জুবিন দাৰ সুৰ বৰ জেন অতিত ঘুৰি জাবলৈ মনজায়

  • @mridulrabha622
    @mridulrabha622 Год назад +4

    এইবোৰৰ কাৰণেই আপোনাক বহুত ভাল পাওঁ Dimpu দাদা ।

  • @Frustratedmitu
    @Frustratedmitu Год назад +125

    ভাওঁনাতে ভীমৰে , জোনবাই বেজী এটি দিয়া , জীৱন কচু পাতৰ পানী . ufffff the whole album was fucking mesmerizing ❤️🥵 Zubeen Garg you're a living legend ✨

  • @unstablesourav1098
    @unstablesourav1098 Год назад +156

    সেই সৰু কালৰ দিনটো লৈ মনত পৰি গল, যেতিয়া আমি গোটেই বোৰে মিলি Black and white TV ত চোতালত বহি এই জোনবাই খন চাইছিলো, তেতিয়াৰ পৰাই মোৰ প্ৰিয় অভিনেতা আছিল নয়ন দা ❤️❤️বহুত ভাল্ লাগিল, love from morigaon ❤️

  • @Mainaborgohain9141
    @Mainaborgohain9141 Год назад +12

    উফ বহুত বহুত ধন্যবাদ দিম্পু তোমালৈ আজি ইমান বছৰৰ পাছত জোনবাইৰ shootingৰ সেই ঠাইডোখৰ অৰ্থাৎ গাওঁখন দেখা পালোঁ তোমাৰ জৰিয়তে,,জোনবাই অাছিল আমাৰ শৈশৱ,,জোনবাইৰ কাহিনী, প্ৰতিটো গীত, চৰিত্ৰৰ লগতে সেইসময়ত নয়নদা, গায়ত্ৰীবা, বৰষাবা,নেত্ৰ কাই, জুৰি আইতা আৰু মাধুৰিমা বাইদেউৰ যি অভিনয় সেইয়া আমাৰ মাজত এনেকুৱাকৈ সাঁচ বহুৱাই গল দুচকুত আজিও জোনবাই বুলি কলে সকলো চকুৰ আগত জল জল পত পতকৈ ভাঁহি থাকে,,পাহৰিব নোৱাৰি কেতিয়াও। অজিও চাও জোনবাই,, আৱেগিক হৈ পৰো।।

  • @Monjitart
    @Monjitart 2 месяца назад +1

    সেই পৰিবেশত এবাৰ উখাহ লবলৈ মন গৈছে । ইমান সুন্দৰ গাঁৱলীয়া পৰিবেশ।

  • @chandragogoi133
    @chandragogoi133 Год назад +155

    স্মৃতিবোৰে ৰিঙিয়াই মাতিলে সেই দিন বোৰলৈ , কি দিন আছিল কি হৈ গল । দিন বোৰলে মনত পৰি মনটো সেমিকি গল কিছু সময় কাৰনে , ধন্যবাদ দিম্পু ।

  • @SahidTechnology
    @SahidTechnology Год назад +55

    Back to 2004 .. Thank For Sharing Old Memories

  • @likukalita6771
    @likukalita6771 Год назад +2

    Nayan da apunak xosakoi monor pora val lage...vale thakok dada apuni...bohut dinor pist apunak anekoi dekhisu val lagise ❤️

  • @myheartwillgoon8961
    @myheartwillgoon8961 Год назад +4

    সচাঁকৈয়ে বিমুগ্ধকৰ...জোনবাইৰ গীতবোৰে আজিও আমাক শৈশৱৰ সেই সোনালী দিনবোৰলৈ ওভটাই লৈ যায়...ধন্যাবাদ ডিম্পু আৰু জোনবাই ভিসিডিখনৰ লগত জড়িত সমুহ কলাকুশলীবৃন্দলৈ লগতে নিমাইজানবাসী ৰাইজলৈ 👏👏👏🙏🙏👏👏

  • @CrazyBoy-cc1tm
    @CrazyBoy-cc1tm Год назад +15

    সচাঁকৈ আজি আকৌ এবাৰ ল'ৰালিলৈ উভতি গ'লো ।
    Love you নয়ন নীলিম দা (ডেমফুল)🥰🥰

  • @anuwarabegum6937
    @anuwarabegum6937 Год назад +125

    Dimpu noyan da tumatke bhout purona ajob actor hoi n axomor protek manuhe cini pai ki j huda..tharot uthisane buli huni bya lagil ..

  • @sristireekhuj...8982
    @sristireekhuj...8982 Год назад +3

    নষ্টালজিক হ'লো। ধুনীয়া ভিডিঅ' এটা উপহাৰ দিলা। ভাল লাগিল।

  • @mausumiroy5628
    @mausumiroy5628 Год назад +53

    Nostalgia 🥺 মনে পৰে আজি সেই শৈশৱ দিন কেইটালৈ ❤️

  • @_sajid1274
    @_sajid1274 Год назад +51

    পুনৰ সেই পোৰণা ষ্মৃতি মনত পৰি গল আজি, VIDEO তু চাই বুজাব নোৱাৰা কিবা এটা অনুভৱ বহুত ভাল লাগিল ।
    মই শিৱসাগৰ দিখৌ দলঙৰ ওচৰত থাকিও নিচেই কাষত থকা নিমাইজান গৈ পোৱা নাই , আজি SUNDAY অজি জাম নিমাইজান ফুৰিম ।
    Thanks Dimpu 😊

    • @bishaldekaofficial
      @bishaldekaofficial Год назад +1

      Bhai mor channel tu Saba de mok olop support koriba

    • @_sajid1274
      @_sajid1274 Год назад

      @@bishaldekaofficial ok bhi

  • @sumibaishya9670
    @sumibaishya9670 Год назад +1

    Junbai khn atiya u mont porile naiba sale, gaan hunile Ami e nostalgic hoi poru dimpu da... Ru nayan nilim dadar sage kiman val lagise.. Haikhn gaont punor goi😊

  • @santanujaishreeram7582
    @santanujaishreeram7582 Год назад +1

    Nayan nilim da all time favourite ❤️ জোনবাই VCD খন নয়ন দা আৰু মানস ৰবীন দাই নতুন চিন্তা চৰ্চা পৰিকল্পনাৰ মাজেৰে আকৌ এবাৰ নতুন ৰূপত ৰাইজৰ মাজলৈ আগবঢ়াই দিব বুলি আশাবাদী।। Jonbai বুলি কলে অন্তৰ চুই যায়।

  • @dipankaroza531
    @dipankaroza531 Год назад +44

    " জোনবাই "Emotion❤️❤️ নয়ন দা 💕

  • @rupomray8162
    @rupomray8162 Год назад +7

    জোনবাই কথা মনত পৰিলে আজিও সেই পুৰণি সৰু কালৰ কথা মনত পৰে কিমান ধুনীয়া আছিল যে সেই দিনবোৰ ।ধন্যবাদ ডিম্পু ইমান ধুনীয়া ভিডিও আগবঢ়া বাবে ।

  • @dhanmanireeyandas7434
    @dhanmanireeyandas7434 Год назад +2

    সচাই আবেগিক হৈ পৰিলো চকু মন প্ৰান সেমেকি সেই দিন বোৰৰ শৈশৱলৈ যাবলৈ মন গল 🙏😘ধন্যবাদ দিম্পু দা🙏

  • @bikashhazarika7702
    @bikashhazarika7702 Год назад +5

    Hamming king , zubeen da❤️❤️

  • @dhanjitnath3395
    @dhanjitnath3395 Год назад +18

    পাহৰিব নোৱাৰা দিন সেইবোৰ ।। আগৰ দিনবোৰৰ কথা মনত পৰি গ'ল । জোনবাই, জানমণি, অঞ্জনা আদি চিনেমা বোৰ আজিও আমাৰ মনত জীয়াই আছে।। ❤️❤️❤️❤️

  • @hiyasriDas
    @hiyasriDas Год назад +60

    Nostalgic 😭😭😭❤️❤️..jonbai and those happy days without any tnsn . ....life was so good.....

  • @koushikgogoi9292
    @koushikgogoi9292 Год назад +1

    Nostalgic kori dila. ❤️Damful❤️

  • @dipikaboradipikabora7070
    @dipikaboradipikabora7070 Месяц назад

    Bohut val Film junbai....ru Nayan nilim dada bohut val actor

  • @bharatzg25
    @bharatzg25 Год назад +10

    সচাকৈ এক অতুলনীয় ক'বলৈ ভাষা নাই বহুতেই মনত পৰে♥️🙏লগতে জুবিন দাৰ সেই গানবোৰ😌♥️🥀

    • @dipjyotimedhi6021
      @dipjyotimedhi6021 Год назад

      Xisai vai xei dinor kotha bilak monot pori gol jonbai anjona janmoi kesetor vara 10 toka asil dui dinot tako napaw ye akow lage xei dinoloi uvoti jaboloi mon jai

  • @AlexLive043
    @AlexLive043 Год назад +251

    Kothay ase n.... J old is gold. Thik heidore agor smriti bilag monot porile ba olp vhabile fellings tu Jen kenekua lage de... Ekdom beleg lage. Vhohut vhal lage ..... Miss to past life..

  • @pilingadeka
    @pilingadeka Год назад +1

    আমাৰ মৰমৰ জনপ্ৰিয় অভিনেতা dem ful নায়ন dak bohut dinor muror pasot dekhilu ভাল লাগিল মজ্জা লাগিল boria

  • @bikashdecorator1511
    @bikashdecorator1511 Год назад

    Dimpu xosai bht vl lgil video2 sai bhtei vl lgil

  • @rangiardiganta9030
    @rangiardiganta9030 Год назад +25

    সৰু কালৰ দিন বোৰ য়ে ভাল আছিল 😒💔
    বহুত মিচ কৰো সৰু কালৰ দিন বোৰ 😥❤
    #ৰঙিয়া 💚

  • @abhijitdeka3780
    @abhijitdeka3780 Год назад +12

    পৰিবেশ 🌻 শিৱসাগৰ ৰ গাঁওৰ দৃশ্য বোৰ বহুতে ভাল লাগে।

  • @rashideusufali8718
    @rashideusufali8718 Год назад +1

    বহুত ভাল লগা ফিল্ম আছিল এইখন জোনবাই ২০০৪ 💓💓

  • @anikeshhiloidari7445
    @anikeshhiloidari7445 Год назад

    Video Tu sai bhut ismriti mnt porise bujabo nuara mnt bhab kenekuaje dn asil ❣️❣️noyon nilim da and dimpu da dui jonoke thnks

  • @Prem0292
    @Prem0292 Год назад +36

    My favorite Assamese actor Nayan Nilim ❤

  • @onlyfoujilover9196
    @onlyfoujilover9196 Год назад +30

    বহুত আশাৰে ৰৈ আছোঁ নয়ন নীলিমৰ দা বন্ধু 🥰 চাবলৈ।
    Love from sivasagar ❤️
    Happy Durga Puja 🥰

  • @greatmentors391
    @greatmentors391 Год назад

    Maja ahi Jai...dimpu da vlog Sai

  • @rajengogoi206
    @rajengogoi206 Год назад +1

    Dhonyobad dimpu bohut besi val lagil

  • @bidi7453
    @bidi7453 Год назад +80

    Nostalogic ❤️... No one can beat nayan nilim ❤️ he's forever ❤️

  • @bichitra_konwar
    @bichitra_konwar Год назад +5

    সৰু কালৰ স্মৃতি বোৰ জিপাল হৈ উঠিল thank you dimpu da..... জুনবাই is emotion😍♥️

  • @noobgaming6623
    @noobgaming6623 Год назад +1

    Bht dinor pst dimpu dar video 2 bohut vl lagil.... Apunr agor video bur ghuri oha dore lagil 🙂🙂🙂🙂🙂🙂

  • @diprajbongshi2019
    @diprajbongshi2019 Год назад

    Xosai bhut bhut lagil dimpu

  • @Assam.Ka__Lora
    @Assam.Ka__Lora Год назад +27

    Love from Assam, Morigaon 😍😘😘😘Next level 😘😘😘

  • @rimjhimnijaraproduction8641
    @rimjhimnijaraproduction8641 Год назад +5

    সঁচাকৈ দিম্পু দা আপোনাৰ content বোৰ uncommon সঁচাই লেখত লবলগীয়া বহুত বহুত মৰম আপোনালৈ গোৱালপাৰা ৰ পৰা ❤️ সৰু কালৰ কথা বোৰ মনত পৰি গল 😢

  • @pranablaskar3795
    @pranablaskar3795 Год назад +1

    Mone bisora video ai2❤️❤️❤️

  • @debasishsarma5852
    @debasishsarma5852 Год назад

    Nice video... Eman puroni smriti but ghurai onar babe... It was like revisiting my childhood

  • @VillageBoyg
    @VillageBoyg Год назад +3

    বহুত ভাল লাগিল, জোনবাই ৯০ শতিকাৰ প্ৰজন্মৰ বাবে আবেগ।

  • @pranjalray4677
    @pranjalray4677 Год назад +14

    The Iconic dialogue ’Damful’ 🥲😅😅😅

  • @Rrrtx7390
    @Rrrtx7390 Год назад

    Imotionl hoi goisu dimpu tumr atu vlog sai thank u amak dhuniya k vidio bur diya karone

  • @chayanikamedhi1674
    @chayanikamedhi1674 Год назад

    সময়‌ পালে আজি ও জোনবাই মাজে মাজে চাও ,শৈশৱৰ দিনবোৰ মনত পৰি গল আকৌ‌। thank you dimpu daa.

  • @candyboy5294
    @candyboy5294 Год назад +6

    জোনবাইৰ কথা মনত পৰি গ’ল আবেগিক হলো বহুত… ৫ম শ্ৰেনীৰ ছাত্ৰ আছিলো তেতিয়া আমি ….

  • @bhaskarjyotichangmai
    @bhaskarjyotichangmai Год назад +12

    "Junbai" music tu huni a goosebmps ahi goise😍 proud to be a sivasagarian❤️

    • @Xml_boy267
      @Xml_boy267 Год назад

      ruclips.net/user/shorts2UuEnP_jJzM?feature=share

  • @ronid9602
    @ronid9602 Год назад +32

    Love to see how actor Nayan Nilim still maintains his health and looks so well, 15years is a long time still the actor managed to keep himself fit and so energetic we can see his transformations within time to time he has done a hard work for it hee will definetly bring some good news to our assamese film industry, all thanks to Dimpu daa hee manged to show us the nostalgic times that we have left so many years ago with love,hope and respect.

  • @samsinghanse408
    @samsinghanse408 Год назад

    Amar loralir kotha refresh hoi gol..tetiya pora Zubeen da r voice huni ajiloike huniye asu..bht bht val lagil..aru demful iman soft aru friendly vobai nasilu

  • @Rituraj0284
    @Rituraj0284 Год назад +9

    Memories bring back♥️...
    Aru enekua video amak dia dimpu daa💕

  • @hrishikeshzg150
    @hrishikeshzg150 Год назад +6

    Joi.. Zubeen da💝
    & Upcoming flim bandhu...
    I am waiting 🤩

  • @mridulkalita995
    @mridulkalita995 Год назад

    Val lagil Sai.. Dimpu

  • @sankarvlogs1234
    @sankarvlogs1234 Год назад

    Bahut val lagil sai .purana snriti manot paril..demful... 🔥🔥

  • @The_fact95575
    @The_fact95575 Год назад +5

    😊 বুজাব নোৱাৰি কিমান যে ভাল লাগিল thank you so much dimpu Bhai 💚

  • @nirupdas5224
    @nirupdas5224 Год назад +5

    জীপাল হ'ল স্মৃতিবোৰ...

  • @Kaushik632
    @Kaushik632 Год назад

    জোনবাইৰ স্মৃতিয়ে সৰু কালছোৱা লৈ আকৌ উভতাই লৈ গ'ল।
    বৰ ভাল লাগিল।💞💞💞

  • @gamingrabi8501
    @gamingrabi8501 Год назад

    Bhut bhut val lgil video bur xai

  • @upasanasvlogs2439
    @upasanasvlogs2439 Год назад +12

    শৈশৱৰ দিনবোৰলৈ মনত পৰি গ'ল...junbai মোৰ বৰ প্ৰিয় আছিল এতিয়াও প্ৰিয় তাত থকা প্ৰতিতো চৰিত্ৰ প্ৰতিতো গানে অন্তৰ চুই যাই ❤️

  • @DevidDas
    @DevidDas Год назад +18

    আমাৰ শৈশৱৰ মিঠা অনুভূতি আছিল এইবিলাক, জোনবাই ❤️

    • @Arif-93
      @Arif-93 Год назад

      ruclips.net/video/5Cg-ak0jz98/видео.html

  • @siranjitdas2458
    @siranjitdas2458 Год назад

    Dimpu da apunar aei video2 bhut bhut val lagil..i Love you dimpu da

  • @chandragogoi2252
    @chandragogoi2252 8 дней назад

    সচাই ভাললাগিল ,

  • @nikitagogoi9285
    @nikitagogoi9285 Год назад +12

    Bhut wait kri asilu video Tu ketia dibo dibo buli 🥺 finally aji palu but apunak log pua nhol bor dukh lagile.. Amr ghorle ahi golhe mur luck nasile topthapiu apuni mur namtu luar krne thank you 😍😍 amr junbai ghr khnr mur bortta ghor ru amr ghort sah khai jua , amr ghorr manuh bur apuar videot dekhibole pai bhut hukhi thank you dimpu da ako log puwar akhare from Nikita... Thank you so much 🥰🥺❤

  • @abinashkumar1859
    @abinashkumar1859 Год назад +8

    Eyyy beh.. Pura nostalgia feeling... I love nayan nilim da.. His acting is 😍😍😍😍

  • @digantanag9114
    @digantanag9114 Год назад

    Love you Dimpu Daaa because aapuni puroni esmriti bur punor aamar majot prokhak koriboloi🥰🥰🥰

  • @keshorjyotisingha6169
    @keshorjyotisingha6169 Год назад

    A mojja Dimpu da bhal lagil sai

  • @abhijitdeka6373
    @abhijitdeka6373 Год назад +9

    গাৰ নুম আজিও ঠিয় হৈ যায় । জুবিন দায়ে গোৱা জোনবাই সেই ঐতিহাসিক ঠিম চংটো শুনি। "দেমফুল" আমাৰ কাৰণে আবেগ ।

  • @madhurjyaborah8827
    @madhurjyaborah8827 Год назад +7

    Love from Dibrugarh Naharkatia sasoni ❤️

  • @nabajitsaikia962
    @nabajitsaikia962 Год назад

    Bht val lagise aji loike jiman video salu ei 2 best video Purona Kotha bur mnt pori gol....

  • @deepjyotidas2961
    @deepjyotidas2961 Год назад

    বহুত ভাল লাগিল dimpu da . সৰু
    কালৰ স্মৃতিবোৰ মনত পৰি গল ।😍😍❤️❤️

  • @kabyashreemahanta885_
    @kabyashreemahanta885_ Год назад +5

    এইটো ভিডিও লৈয়ে যেন ইমান দিন ৰৈ আছিলো 💞 কি যে এটা আবেগ

  • @nayanjyotinath2786
    @nayanjyotinath2786 Год назад +4

    আজি গান্ধী জয়ন্তীৰ এই শুভ ক্ষণত জাতীৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ । 🙏

  • @anupkrkoch
    @anupkrkoch Год назад

    Bohut val lagil Noyon Dak Dkhapai hi dinbur hosake monot pore

  • @dhanjitdas1770
    @dhanjitdas1770 Год назад

    akhomiya film industry r musium ata lage bhut vl kotha koise apuni dimpu da love you...

  • @deltagaming9106
    @deltagaming9106 Год назад +20

    Best one yet Dimpu awesome. Nostalgic memories those days were so simple how can we forget watching "Junbai" at home or that compact disc. Damfull & Nayan Nilim da and the heart touching songs of Zubeen da Life was good at that time. Hmmmmm

    • @arifulislam1513
      @arifulislam1513 Год назад

      ruclips.net/video/jh604TIoYWA/видео.html

  • @kaushikbatista4097
    @kaushikbatista4097 Год назад +11

    Sweet memories thank you Dimpu for everything you do. Best channel on RUclips, hands down. Keep up the fantastic work.

  • @rajusarma5647
    @rajusarma5647 Год назад

    ভাই.....মানিছোঁ আৰু তোক.....ইমান ধুনীয়া ধুনীয়া কনটেণ্ট লৈ ভিডিও বনোৱা....hats of ভাই

  • @dipanitagogoihazarikadailyvolg

    hoai khub dhuniya vl lagil 👍❤️

  • @SubrataDas-du6lq
    @SubrataDas-du6lq Год назад +8

    Nostalgic vidio dada 🙏🏻 love from Hailakandi Assam 🙏🏻 জুনবাই আমাৰ ইমচন, শৈশৱৰ দিনবোৰ মনত পৰি যায়। তেতিয়া মোৰ ৯ বছৰ আছিলে।

  • @jyotirmaybhuyan6043
    @jyotirmaybhuyan6043 Год назад +9

    Thank you for sharing our childhood memories ❤️

  • @bappysutradhar4798
    @bappysutradhar4798 Год назад

    Bohot val lagil agor din t goi pua Jen lagile ..thank you Dimpu ..

  • @sagarsaikia8314
    @sagarsaikia8314 Год назад

    ♥️♥️💥💥 hara hura vgi dim gdr kubat🥰🥰

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 Год назад +7

    Nayan da always love ❤😍

  • @pubalisarmah7660
    @pubalisarmah7660 Год назад +6

    জুনবাই আমাৰ আৱেগ ♥️

  • @rumipathak3481
    @rumipathak3481 Год назад

    Nostalgic hoi porisu. Thank u dimpu.

  • @kangkanjyotinath3911
    @kangkanjyotinath3911 Год назад +2

    Joonbai buli roboi nuwarilo sidhai like.Bht emotion ase