Cracks In Opposition Bloc: Can Assam Congress Overcome The Lack Of Cohesion?

Поделиться
HTML-код
  • Опубликовано: 23 дек 2024

Комментарии •

  • @rakhyakkubeer99
    @rakhyakkubeer99 13 дней назад +7

    মুখ্যমন্ত্ৰী হোৱাৰ দুৰ্বাৰ হেঁপাহ আছে লুৰিণজ্যোতিৰ।

  • @BhaskarGogoi-k2c
    @BhaskarGogoi-k2c 12 дней назад +2

    লুৰিনৰ সিদ্ধান্ত সুদ্ধ। যেহেতু অখিলেহে খেলি মেলি কৰি আছে। অখিলৰ মতে উঠা বহা কৰিলে , লুৰিন যে শেষ হৈ যাব, তাক লুৰিনে বুজি পাইছে। তাৰ বাবে লুৰিনক ধন্যবাদ।

  • @jahirulislam4311
    @jahirulislam4311 13 дней назад +2

    অসমত যিমান দিনলৈকে অসম কংগ্রেছৰ দায়িত্ব বহি ৰাজ্যৰ নেতা জিতেন্দ্র সিং ডাঙৰীয়া থাকিব তেতিয়ালৈকে কংগ্রেসৰ আসনৰ সংখ্যা শূন্যতাৰ দিশলৈ গতি কৰিব। তাৰ মূল কাৰণ হৈছে বহি ৰাজ্যৰ নেতা জিতেন্দ্র সিং দুবাৰকৈ নিৰ্ব্বাচনত পৰাজয় হোৱা আৰু শেহতীয়াকৈ হৈ যোৱা 2024 ৰ লোকসভা নিৰ্ব্বাচনত প্ৰাৰ্থীত্বৰ সাহস নকৰা জিতেন্দ্র সিং।

  • @budheswarnath6516
    @budheswarnath6516 12 дней назад +3

    তোমালোকে জল্পনা-কল্পনা কৰি থাকোতেই যাবগৈ যেন পাইছো.... আমি ভোটাৰ সকলে লক্ষ্য কৰি আছো কিন্তু !!!

  • @bubulsaikia463
    @bubulsaikia463 13 дней назад +3

    20 বছৰ লৈ BJP ক কোনেও হৰুৱাব নোৱাৰিব ।

  • @ParthaFF45
    @ParthaFF45 11 дней назад +1

    বিৰোধী বুলি কংগ্রেছ আছে বাকী একো নাই | ৰাইজৰ দলত ৰাইজ নাই |

  • @pgoswami5378
    @pgoswami5378 13 дней назад +1

    বিৰোধী লাগি থাকক দিয়ক। ভালেই হৈছে নিৰ্বাচন নিৰ্বাচন লাগি থাকিব।
    অৱশেষত ৰাইজে দুটা ফৈদকহে গুৰুত্ব দিব যেন লাগে-- এটা বিজেপি আৰু মিত্ৰদল আনটো কংগ্ৰেছ। সময়ে ৰাইজক যি বাৰ্তা
    আৰু বিশ্বাস দিব তাৰেই ফল ভাল হব। বাকী দলে কেৱল ভোট কটাতহে সহায় কৰিব যেন লাগে।

  • @rakhyakkubeer99
    @rakhyakkubeer99 13 дней назад +12

    লুৰিণজ্যোতিয়ে কিয় কিহঁৰ স্বাৰ্থত ৰাইজৰ দলৰ লগত এক নহয়?লুৰিণক কোনেও বিশ্বাসত নলয়।

  • @swapankumarsarma6840
    @swapankumarsarma6840 13 дней назад +1

    কংগ্ৰেছক একাষৰীয়া কৰিলে কংগ্ৰেছো হাৰিব আৰুবাকী বিৰোধী দলো হাৰিব ।

  • @amiyachetia2017
    @amiyachetia2017 13 дней назад +2

    নিমাতী কইনা মাত ওলাল কেৱল আনৰ বদনাম। একেখিনি ভাষন মুখস্থ।

  • @bhairabbarman1340
    @bhairabbarman1340 13 дней назад +3

    আত্ম সন্মান তহতৰ নে লুৰিণ ? জনগণৰ

  • @bhairabbarman1340
    @bhairabbarman1340 13 дней назад +4

    লুৰিণ ফটোৱাজ | ভাষা কলে জাতীয়তাবাদ বুলি নকয়

  • @hemakantamili8532
    @hemakantamili8532 10 дней назад

    মাননীয় APCC President মহোদয় সকলো পাৰ্টীৰ লগত মিলি জুলি বিৰুধীক পৰাস্ত কৰি দিয়ক। Plz Sir

  • @HKWorld80
    @HKWorld80 13 дней назад +1

    মুখা অস্থায়ী খোল খালে আচল ৰূপ ওলাই পৰে

  • @manujyotidihingia8652
    @manujyotidihingia8652 13 дней назад +1

    অখীলে আনক আমনি কৰা
    মানুহ ৰাইজে বুজী পাইছে

  • @swapankumarsarma6840
    @swapankumarsarma6840 13 дней назад

    বিৰোধী কেবাটাও দলৰ সমষ্টি বুলি নাভাবি বিৰোধী এটা দল বুলি কাম কৰক ।বিৰোধী not mixture but compound বুলি যুজত নামক ।

  • @rakhyakkubeer99
    @rakhyakkubeer99 13 дней назад +1

    সেইকাৰণে গুহাৰা দি আছা দুয়োবাৰে।

  • @HariPrasadSwargari
    @HariPrasadSwargari 13 дней назад +1

    punoh punoh bar ahe aase Bjp sorkar je bastob.Aae hokolor kotha botora mathu midiya ba hotel aadi kore.ALL IS WELL...

  • @NarenBorah-t3n
    @NarenBorah-t3n 13 дней назад +1

    Ehator Sathar Babe.

  • @dijengohain718
    @dijengohain718 12 дней назад +1

    King. Macker. 100. Percent. Sure. King. Make😅r.. 100. Pe 2:42
    2nd. Position. Plus. 3rd. Position. Combine. Will. Form. Govt. In. 26. Election
    Mantir. Vag. Batuat. Akao. Bemejali. Haba. Aru. Sarker. Patan. Haba

  • @himanshudutta609
    @himanshudutta609 13 дней назад +1

    lurinor atmamarjyada buli akoo bostuaein nai

  • @sanjoy.sanjoy71
    @sanjoy.sanjoy71 13 дней назад +2

    Lurin.juti.gogoi..misa.kotha..koi

  • @debasishkmp
    @debasishkmp 13 дней назад +1

    A worthless person who has no relevance in Assam's politics is being interviewed!!😅😅

  • @himanshudutta609
    @himanshudutta609 13 дней назад +1

    bad diyahe lurin tumio hoisa miyapremi akhilor dore . kalanta mamaie kiba atatoo padakhep loise

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk 13 дней назад +3

    Kam ni ehotor gu haron debo

  • @rupamtalukdar6570
    @rupamtalukdar6570 13 дней назад +1

    Cm hoba mn asa nki tur

  • @ParthaFF45
    @ParthaFF45 11 дней назад

    তহতে মানে সাংবাদিক ক কব বিচাৰো তহত ফাল্টু নেকি? BJP য়ে কি বেয়া কাম কৰিছে ? অসমৰ মানুহ বহু উপকৃত হৈছে | তহতে ফাল্টু হতৰ লগত কি হব কি নহব সিহঁতে কি ?

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 12 дней назад

    Cong. Nijor pothat thakile cong. Zero hobo.

  • @rupamtalukdar6570
    @rupamtalukdar6570 13 дней назад +1

    Toi jodi emn vl asele 2.3.bar kio harila a vii

  • @ChandraSarmah
    @ChandraSarmah 12 дней назад

    Lorin jyotie congressar pithit uthi aku kariba nuware.

  • @BhupenHandique-c4x
    @BhupenHandique-c4x 11 дней назад

    Tomalok agploi joabhal

  • @robinbora5950
    @robinbora5950 9 дней назад

    You don't have any other topic to discuss? You are actually a big hopeless. Without degree what are you doing? Stop this.