দল বা সংগঠন যদি সু-সংগঠনে থাকি লক্ষ্যত কাম নকৰে কেতিয়াও লক্ষ্যত উপনীত হব নোৱাৰে । ই সম্পূৰ্ণ বিজ্ঞান ভিত্তিত কোৱা কথা । বিৰোধী দল সমূহ নিম্ন বা উচ্চ পৰ্য্যায়ত গাঁও বা চহৰত কিমান সাংগঠনিক কাম কৰি আছে নিজে নিজকে বিশ্লেষণ কৰিবলৈ শিকক । নহলে যিমানেই বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ৰাজনীতি কৰক কেতিয়াও বিজেপিক পৰাস্ত কৰিব নোৱাৰে । এই বহুত লেকচাৰ কমাই সাংগঠনিক কামত লাগকক well organized হব চেষ্টা কৰক নহলে বাকী সকলো কথাই মিছা । Without a well organisation can't be success you ....
Decisions of Mr Akhil Gogoi is too Praise worthy, wish him to get achievements as warrented by him ,Congress should be considered for accepting the co operation with the opposition political parties of Assam,
Axomor bohute ansolikotabad nibisare ,axomkhon muthor uporot hekh hoboloi goi ase .Bohiragtor ji agrakhon hol buja goise axomot ansolikotabador akha nai ako BJP jikibo,eta homoyot axomiya manuhbur heiburor ghorot housemaid aru security guardor kam koribo.
Yes. Sir. I. Love. . speech. Akhil. Sir. Thnks
অখিল গগৈ zindabad right kotha
সত্য কথা কৈছে বুলি ১০০% ভাবো ।
Very good .
Right
Akhil gogoi really think about assamese people.
এটা পাগলৰ প্ৰলাপত অসমৰ জনতা আসস্ট নহয়।
Akhil gogoi zindabad 💯
ইলুটি সিলুটি কান্ধুলী মাছ ।
Right akhil gogoi da
যদিহে সত্য, আদৰণীয়
দুজন নেতাই একলগ হ'লে নিৰ্বাচনত জিকিব নেকি জনসাধাৰণ আৰু ই ভি এম মেচিনে জিকাব। কথা বিলাক হাগ্ৰামা মহিলাৰী নিচিনা হৈ গৈছে
Akhil Gogoi jindabad
আপুনাৰ মূল্য বহুত আছিল। কিন্তু ৰাজনৈতিক ভাৱে গঠন মূলক সমালোচনা কৰিব লাগে।আপোনাক সুবিধা নিদিয়ে ই বেলেগ দলবোৰে ই।।ভয় কৰে।
Right.
আপুনি খতি কৰা মানুহ যিহেতু খতি কৰি থকাই ভাল। অসমত ভাল খেতিয়কৰ বহুত প্ৰয়োজন।
Zindabad
Akhil gogoi is the best leader of assam
Bjp কোনো কাৰণত হিলাব নোৱাৰে ❤
Boria dialogue Akil Da 😊
100% Right Akhil Da❤❤❤
অখিল গগৈ দাই কোৱা কথাখিনিৰ সঁচাকথা কইছৈ।
খেতিৰ সজুলি কেইটাৰ নাম নজনা মানুহ অলেখ আছে।
আপুনি অকল সমালোচনা কৰি ভাল পায় আপুনি নিজে কাম কৰি দেখাব লাগে
ইয়াৰ জোলোঙাটো কি হ'ল ?
Akhil Da great Leader 👍👍👍
অখিল গগৈযে কিয অকলে নিৰ্বাচন খেলিব নোখোজে ।
Vaal koise ❤❤❤❤❤AVM bondho hobo laage
অখিল দা অসম বচাও😊
Dhonyobad akhil.Sir.Gwjwnthwng😢😢😢
ভালে কৈছে কিনতু সময়ে2 যে উকায় ।
💯 , Right. Salute
বিৰুধি সঙগঠন বোৰ ককালত টঙালি বান্ধি একত্ৰিত হ'বৰ হ'ল। জয় আই অসম। জয় আই অসম ❤❤❤❤❤❤
খেতিতে মনোযোগ দিয়া ভাল ।
পানী যোগানৰ আঁচনি বেৱস্থা কৰি দিয়ক।
দল বা সংগঠন যদি সু-সংগঠনে থাকি লক্ষ্যত কাম নকৰে কেতিয়াও লক্ষ্যত উপনীত হব নোৱাৰে । ই সম্পূৰ্ণ বিজ্ঞান ভিত্তিত কোৱা কথা ।
বিৰোধী দল সমূহ নিম্ন বা উচ্চ পৰ্য্যায়ত গাঁও বা চহৰত কিমান সাংগঠনিক কাম কৰি আছে নিজে নিজকে বিশ্লেষণ কৰিবলৈ শিকক । নহলে যিমানেই বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ৰাজনীতি কৰক কেতিয়াও বিজেপিক পৰাস্ত কৰিব নোৱাৰে ।
এই বহুত লেকচাৰ কমাই সাংগঠনিক কামত লাগকক well organized হব চেষ্টা কৰক নহলে বাকী সকলো কথাই মিছা ।
Without a well organisation can't be success you ....
তুমি ৰাজনীতি কৰিব নালাগে খেতি কৰা ।
তুমি ১২৫০ পাইচা
Akhil Gogoi zindabad
Eman Khula Monor Manuh U. Mukto koñthor. Manuh Asómot Raije. Bisari. Napai. Jodi. Nubuje. Nije. Prostabo. Joi Aai Asom Joi Aai Asom Joi Aai Asom Akhil Gogoi Jindabad Jindabad Jindabad
Decisions of Mr Akhil Gogoi is too Praise worthy, wish him to get achievements as warrented by him ,Congress should be considered for accepting the co operation with the opposition political parties of Assam,
A moja akhil gogoi
Akhilor nissina neta ataw nai abigota thoka akhil gogoi anek anek thank you
👍
ই যে লেবেল দি আছে,ই অসমৰ মুখ্যমন্ত্ৰী হ'লে কি কৰিব,
CM Himantho Bisho Sarma Sir Zindabad 🇮🇳
অখিল মূৰ্দাবাদৰ কথা ৰাইজে নুশুনে। নিজৰ স্বাৰ্থৰ কাৰনে লাজ নাইকিয়া চিঞৰি থাকে।
নেক্সট CM 3026 ত।
ভাল লাগিল
অসমৰ কাৰণে আপোনাৰ অৱদান কি সেইটো কওক আৰু লগতে আপুনি খিলঞ্জীয়া অসমীয়াৰ ৰক্ষক নে বাংলাদেশী মিয়াৰ ৰক্ষক সেইটো আগতে স্পষ্ট কৰক
Axomor bohute ansolikotabad nibisare ,axomkhon muthor uporot hekh hoboloi goi ase .Bohiragtor ji agrakhon hol buja goise axomot ansolikotabador akha nai ako BJP jikibo,eta homoyot axomiya manuhbur heiburor ghorot housemaid aru security guardor kam koribo.
তুমি আন্দোলন কৰা মানুহ ৰাজনিতি কৰা মানুহ নহয়
Himanta biswa sharma great cm
সচা কথা টো অলপ টান হয়
অকলেই বিজেপিক হিলাবই নোৱাৰে
একমাত্ৰ বিৰোধী নেতা যিয়ে মুখ্যমন্ত্ৰীকো কটাক্ষ কৰি কথা কব পাৰে ।
💯👍👍👍👍👍👍👍👍👍👍👍
বিজেপি জিন্দাব
তিনি গগৈ লগ লাগি নিৰ্বাচন খেলা তেতিয়া বিজেপি হাৰিব নহ'লে ❤❤
Three ediots নামৰ এখন হিন্দি চিনেমা কৰিছিল। এতিয়া অসমত তিনি পাগলৰ নামত কৰা চিনেমা চাবলৈ ৰাইজে অধিৰ আগ্ৰহেৰে বাট চাই আছে।
এখেতে এজেপিৰ লগত একেলগ হ'বলৈ সকলো এৰিবলৈ সাজু। গতিকে তেওঁ এজেপিৰ দলত যোগদান কৰি ৰাইজৰ দলটো বিলিন কৰাই দিলেই সমস্যাটো সমাধান হৈ গ'ল হয়।
কেলা মনে মনে থাক 😮
আপোনাৰ নিচিনা নেতা আৰু এজন বিৰোধিত প্ৰয়োজন আছিল।
২০২৬ চনত আপোনাক ভোট দিবনে কোনোবাই …… ???
তুমি সৰ্বঅধিষ্ঠাতা অসমৰ
akhil gogoi shotiya
Ak dom hosa katha koise akhil dai
BJP jindabad
পাগল
Akhil dhurandhar
আপুনি অকলে নিৰ্বাচন খেলাৰ সাহস কিয় নকৰে।ককালত বল থাকিব লাগে পুৰুষ হলে।কথাৰ মতা হলে নহব কামৰ মতা হব লাগিব !
He doesn’t know you. But you know him. You got your answer
@@arifmahmudansariপাগলৰ পৰিচয় দিয়েই তো বিখ্যাত হ'ল। এতিয়া পাগলৰ নাটক কৰি আছে ৰাইজে চাই উপভোগ কৰিছে।
Akhil is right but Lurin's act will lead Assam to the astray I think.
Good
ইমান আশা কৰি লাভনাই ।আপুনি কি ৰিছে
অখিল খুৰা আপোনাক 2026 ত ডাঙৰ জখলা এটাত উঠাই চন্দলৈ পঠাই দিয়া হব ।আপুনি চন্দ মামা হৈ থাকিব দেই ।😅😅😅😅
No vote for bjp
আপুনি 26 অত cm hobu parebu
Akhil eta bhut danger pagl hoi
Val lage akhil dar kotha bilak
Akhil hol 2no kajriwal
🎉🎉🎉 moi janu
Bjp jindabad Jay Shri Ram ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
What about the 2 files agaist Himanta .....which were stolen away from Police station ?
About Barmis SUPARI ?
Akhil.dada.apuni..basi.heio.hobo.nalaga..26..apuni...harebo
ধেৎ, বইজ্বাত
100% hsa nhle hemo mama celandar nhye
2026 t 2mi 40 khon maan bisariba 😂
Congrese Apunak lobh Bisoranai Aapuni 😂😂😂
Nikhil babu tumi over lactur marilabh nai
Gaonor Mnuhe chandmari nijora parot thake
Khyti kora a val
Himanta dada giri loi axamar kunu manuhe voi nakare
Your Extortion case .........RajMohol Hotel ?:
ফটুৱা নং ১
Congresse jodi akhil lurinok logot rakhe , tetiya hole axomor Congress zero.
Gosot kothal , uthot tel , na khaite sel-bel 😂😂😂
Eman val koy kowtau Gowrob gogoy a buje paysa na baru?
Pandit 😅😅😅
Lkhim purt tumi jikibane nai 2026 t
Rashanic sharar dam control korok tar karana andolan karok odieanc a thanks divo
Mia kaitak loi politics koribo nalage
Akhil sir amar hs scooty karone abar mat matok
Hemontoy aeybur senta korebo nay.okol HENDU Musolmaan.bjp go back
1