#Bhagwat_Path

Поделиться
HTML-код
  • Опубликовано: 15 янв 2025

Комментарии • 302

  • @gitalineog6489
    @gitalineog6489 3 года назад +1

    Krishna Prabhu pronam 🙏 🙏🙏. Apunar Sri saranat koute koute pranam Prabhu krishna.

  • @nirmalihazarika8855
    @nirmalihazarika8855 4 года назад +5

    Hare Krishna Prabhu moy aponar sharnt pranam janaishu..

  • @aaimonisingha4881
    @aaimonisingha4881 3 года назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @junmonidutta4330
    @junmonidutta4330 2 года назад +1

    ৰা ম ৰা ম 🙏🙏🙏🙏

  • @bulbulisarma8578
    @bulbulisarma8578 3 года назад +1

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏 ohari 🙏 oram 🙏❤️🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 2 года назад +1

    কৃষ্ণ প্ৰভূ 🙏 !

  • @ganeshkoch561
    @ganeshkoch561 3 года назад +2

    Krishna'ram 🙏🙏🙏

  • @ranudas4561
    @ranudas4561 3 года назад +4

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মুখেৰে পিতৃ,মাতৃ আৰু কন্যা সন্তানৰ মহাভাগৱত শ্ৰৱণ কৰালে সহস্ৰাধিক প্ৰণাম কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @kuhideka
    @kuhideka 2 года назад +1

    প্ৰভু আমাসবৰ সেৱা গ্ৰহণ কৰিব ।

  • @manashidevi9262
    @manashidevi9262 2 года назад

    Joi guru Sankar 🙏🙏🙏🙏🙏🙏

  • @anupkumardutta1838
    @anupkumardutta1838 4 дня назад

    কৃষ্ণ ❤❤❤❤🙏🙏🙏🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад +3

    কৃষ্ণ প্রভু ঈশ্বৰ সশ্রদ্ধ সেৱা নিবেদিলো আপোনাৰ চৰণ যুগলত কৃপা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @bhaskarjyotiborah6776
    @bhaskarjyotiborah6776 4 года назад +1

    কৃষ্ণ প্ৰভু বাপ আপোনাক সেৱাহে যাচিলোঁ অতি সুন্দৰ বাখ্যা

  • @kabitadeka1839
    @kabitadeka1839 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @mainabordoloi2479
    @mainabordoloi2479 3 года назад +1

    কৃষ্ণ প্ৰভু🙏

  • @name5041
    @name5041 4 месяца назад +1

    Krishna ❤

  • @gitaranigogoi4167
    @gitaranigogoi4167 3 года назад +1

    Krishna Prabhu 🙏🙏

  • @elimonidas3557
    @elimonidas3557 3 года назад

    Krishna Krishna 🙏 🙏

  • @lombitmoran4759
    @lombitmoran4759 4 года назад +2

    কৃষ্ণ🙏🙏

  • @daisyrabha2343
    @daisyrabha2343 4 года назад +2

    Amaran suni jam prabhu Krishna 🙏🙏🙏🙏🙏🙏🙏🙏

  • @ritatalukdar7264
    @ritatalukdar7264 4 месяца назад

    Krishna Krishna 🙏🙏🙏💐🌺❤❤❤❤❤❤

  • @ankitamalakar3130
    @ankitamalakar3130 4 года назад +2

    কৃষ্ণ কৃষ্ণ....🙏🌼🙏

  • @nilimachoudhury5019
    @nilimachoudhury5019 2 года назад

    কৃষ্ণ কৃষ্ণ শতকৌটি প্ৰণাম 🙏🙏🙏🙏🙏❤️

  • @Lakshiprava
    @Lakshiprava 2 месяца назад

    Krishan krishna krishna

  • @dipakborah1152
    @dipakborah1152 3 года назад

    🌺🙏Krishna Baa🌺🙏

  • @mohonsaikia1433
    @mohonsaikia1433 4 года назад +2

    Jai shri krishna 🙏🙏 🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @japanidas6859
    @japanidas6859 3 года назад

    কৃষ্ণ ৰাম ৰাম ৰাম ৰাম

  • @kabitadas61
    @kabitadas61 3 года назад

    কৃষ্ণ কৃষ্ণ ।

  • @omduari5181
    @omduari5181 4 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @rinachutia3723
    @rinachutia3723 Год назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাক সেৱা জনাইছো প্ৰভু, কৃষ্ণ ।

  • @nilimadas1784
    @nilimadas1784 Год назад

    বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব । তৃতীয় স্কুন্ধ দেবহুতীৰ খন্দটো শুনি বহুত ভাল লাগিল । আমাকো ঈশ্বৰে কৃপা কৰিবলৈ আশীৰ্বাদ কৰিব । কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @thanuramngatey6541
    @thanuramngatey6541 3 года назад

    কৃষ্ণ কৃষ্ণ ৰাম

  • @amlanjyotidutta6406
    @amlanjyotidutta6406 4 года назад +3

    কৃষ্ণ কৃষ্ণ 🙏

  • @bhargavsaharia1957
    @bhargavsaharia1957 11 месяцев назад

    Krishna provu ❤

  • @MintuMedhi-o1w
    @MintuMedhi-o1w 2 месяца назад +1

    Ram Krishna

  • @runumikakati4335
    @runumikakati4335 4 года назад +3

    হে সত্ৰাধিকাৰ বাপজনা,কৌটি কৌটি প্ৰণাম নিবেদন কৰিলো ।দুদিনৰ বিৰতিৰ মুৰত ভাগৱতৰ অমৃত পান কৰিবলৈ সক্ষমহলো ।ভাবিছিলো সত্ৰাধিকাৰৰ দৰে গুৰু দায়িত্ব অৰ্পন কৰাৰ কাৰণে সময়ৰ নাটনিৰ ফলতআমি আৰু ঈশ্বৰ পুৰুষৰ কথা শুনাৰ পৰা বঞ্চিত হৈ ৰম ।পিছে প্ৰভুই কৃপা কৰিলে ।কৃষ্ণ কৃষ্ণ ।মনটো বৰ বেয়া লাগিছিল ।অবিৰত ভাৱে শুনাৰ আশাৰে------।কুশঁলে থাকক ।কৃষ্ণ কৃষ্ণ ।

  • @sanjeebkonwar853
    @sanjeebkonwar853 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @binadeka9674
    @binadeka9674 4 года назад +2

    Krishna Krishna bap .

  • @PranjitSaikiaYT
    @PranjitSaikiaYT 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ ।।

  • @aranyorvitorsora601
    @aranyorvitorsora601 4 года назад

    কৃষ্ণ বাপ। বাখ্যা শুনি অতি আপ্লুত হ'লো

  • @prasantakumarnath9469
    @prasantakumarnath9469 3 года назад

    কৃষ্ণ কৃষ্ণ বাপ জন সেৱা আগবঢ়ায় চো অতি সুন্দৰ ভাগৱত পাঠ শুনি মুগ্ধ হৈছোঁ , আপোনাৰ চৰণত কোটি কোটি প্ৰণাম 🙏🙏🙏

  • @vyt679
    @vyt679 Год назад +1

    krishna bap

  • @diptichetia2401
    @diptichetia2401 4 года назад +3

    হে বাপ দুদিন বিৰতিৰ পাছত পাঠ ভাগ পাই জী উঠিলো।যেনেকৈ বৃক্ষই খৰালি কালত পানী নাপালে নিশকতীয়া হৈ মৰি যাব ধৰে ঠিক তেনে অৱস্থা আমাৰো হৈছিল।পাঠভাগে বৰ্তমান সমাজত আমাৰ দৰে মনুষ্যৰ বাবে সংস্কাৰ শব্দৰ অৰ্থৰ ভাল শিক্ষা দিছে। পশ্চিমীয়া ধঙে আমাক বাৰুকৈ জুৰুলা কৰি পেলাইছে। মই ভাবো সংস্কাৰী জীৱন এটা পাবলৈ হ'লে ঘৰখনত মাক-দেউতাকে তেনেকুৱা পৰিৱেশ এটা নিজে গঢ়ি তুলিব লাগিব। সেই ক্ষেত্ৰত মাক-দেউতাক প্ৰতিটো দিশতে সংযমি হ'ব লাগিব।তেতিয়াহে এই প্ৰচেষ্টাত সফল হ'ব।বাপজনা আপোনাৰ পাঠ ভাঙনিৰ সৰলতাই আৰু সুমধুৰ কণ্ঠৰে নিগৰি অহা বাক্যসমূহে আমাৰ অন্তৰ চুই গৈছে।আমি শান্তি লভিছো।এই আপাহতে আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছো আৰু হিয়াভৰা আৰ্শীবাদ জ্ঞাপন কৰিছো।সকলো দিশতে সফল হ'ওক।কৃষ্ণ কৃষ্ণ।।

  • @pareshbora816
    @pareshbora816 3 года назад

    Krishna krishna🙏

  • @joyramnathhazarika2750
    @joyramnathhazarika2750 4 года назад +1

    বাপজনৰ এই খনড্ শুনা পলম হয়। শুনি শুনি হেপাহেই নপলায় । আপুনি কুশলে থাকক বাপজন

  • @duludas3345
    @duludas3345 4 года назад +3

    Krishna Krishna🙏🙏🙏

  • @entonideka5891
    @entonideka5891 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ আপুনাক প্ৰনাম জনাইচু কৃষ্ণ

  • @rekhagogoi322
    @rekhagogoi322 4 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱাভাগ জনাইছো ।আজি দুদিন বিৰতিৰ পিছত আপোনাসৱৰ ধাৰাবাহিক পাঠ পুনৰ শ্ৰৱণ কৰিবলৈ পায় নথৈ আনন্দিত হৈছো ।আমাৰ মনত ধাৰনা হৈছিল আপোনাসৱৰ যিহেতু দায়িত্ব অলপ বাঢ়িছে সেয়ে সেই কামত অলপ ব্যস্ত হ'ব লগা হৈছে ,পাছত আপোনাসৱৰ শ্ৰীমুখে কথাটো জানিব পাৰি অত্যন্ত সুখী হৈছো কাৰণ আমাৰ ধাৰণাটো সত্য প্ৰমাণিত হ'ল কৃষ্ণ জয় গুৰু শঙ্কৰ ।

  • @PaurabKhamon100million
    @PaurabKhamon100million 6 месяцев назад

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад +1

    প্ৰভু জনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা কৰোতে মাত টো বৰ কোমল কোমল হয় বাবে ভাল লাগে।কৃষ্ণ।

  • @sarajanisardar8651
    @sarajanisardar8651 4 года назад +2

    Krishna Krishna Krishna 🙏🙏🙏

  • @bijurajkhowa7114
    @bijurajkhowa7114 4 года назад +1

    আপোনাৰ ভাগৱত পাঠ শুনি আমি ধন্য হৈ ছো।

  • @Artandcraftking12
    @Artandcraftking12 4 года назад +1

    Krishna!

  • @ranjudeka5852
    @ranjudeka5852 3 года назад +1

    কৃষ্ণ কৃষ্ণ, প্রভু সেৱা গ্ৰহণ কৰিব।

  • @bantigohain4676
    @bantigohain4676 4 года назад +2

    কৃষ্ণ, কৃষ্ণ বাপজন সেৱা জনালো ।

  • @gitikadas5438
    @gitikadas5438 2 года назад

    Krishna Krishn Bap apunar kothat moi o ekmat. Bahut bhal lagile apunar kotha xuni.

  • @pranjoldutta7038
    @pranjoldutta7038 4 года назад +1

    Krishna bap jon bor monurom ....gd morning

  • @nivatalukdar6195
    @nivatalukdar6195 2 года назад

    🙏🙏🙏🙏🙏

  • @dilipdas3549
    @dilipdas3549 4 года назад +2

    হে দয়াল গুৰু আমাৰ সেৱা গ্ৰহণ কৰিব ।নামঘৰত এই প্ৰবিন ভাদ মাহৰ আন্তি নাম সাৰ তিনি ঠাইত লোৱা হল তোমাৰ কৃপাত।হে গুৰু তোমাক দেখা নাপাই তোমাৰ মুখৰ মহা মহা ভাগবত বাখ্যা চবন কৰিব নোৱাৰা বাবে হে দয়াল গুৰু ভগৱানৰ ওচৰত সলাই পাৰ্থনা তোমাৰ ও তোমালোকৰ সকলো পৰিয়াল বগলৈ।হে নিৰাশাৰ প্ৰভু ।

  • @gitikamahanta2227
    @gitikamahanta2227 4 года назад +3

    বাপ,কৃষ্ণ, 🙏,আমাৰ পৰম সৌভাগ্য যে ইমান সুন্দৰ ভাগৱত বাখ্যা আপোনাৰ মুখে শুনিবলৈ পালোঁ।অনাগত দিনবোৰ তো যাতে ভাগৱত শুনিব পাৰো, আশীৰ্বাদ কৰিব 🙏

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 года назад +1

    ৰাম কৃষ্ণ হৰি

  • @bhupendas1971
    @bhupendas1971 4 года назад +2

    কৃষ্ণ বাপ !
    হৃদয়ৰ গভীৰ শ্ৰদ্ধা আৰু ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিলোঁ..... কৃষ্ণ, কৃষ্ণ বাপ, স্বীকাৰ কৰিব |
    দুদিন অধীৰ অপেক্ষাৰ শেষত ভাগৱতৰ পাঠ ভাগ শ্ৰৱণ কৰিলোঁ |
    অতি বিতোপন পাঠ আৰু ব্যাখ্যাই অন্তৰখন অধিক আহ্লাদিত কৰিলে
    বাপ |আমি অতিশয় প্ৰভাৱিত হৈছোঁ
    প্ৰভূ | আমি অতি আগ্ৰহৰে অপক্ষা কৰিলো বাপ আপুনি যিমান সোনকালে পাৰে ৰাধিকা শান্তিৰ আখ্যান ভাগ ভিডিঅ ৰূপে প্ৰকাশ কৰি প্ৰচাৰ কৰক | নাৰী সমাজৰ সংস্কাৰ সাধন আৰু অশৃংখিলিত অথবা অবাটে যাব বিচৰা সকলো যুৱতী তথা নাৰী সমাজৰ সংস্কাৰ পথ মুকলি হ'ব লগতে আমি ভৱিষ্যতৰ বাবে এখন সুন্দৰ নাৰী সমাজৰ অধিকাৰী হ'ম | আপোনাৰ এনে প্ৰচেষ্টাই নাৰী সৱলীকৰণ আৰু নতুন সময়ৰ মূল্যবোধৰ
    দলিল ৰূপে চিহ্নিত হৈ ৰব |ধন্যবাদ ...|
    কৃষ্ণ, কৃষ্ণ..... শুভৰাত্ৰি |

  • @rumumonidas6378
    @rumumonidas6378 4 года назад +1

    Krishna krishna ram krishna.

  • @priyashidoloi9345
    @priyashidoloi9345 3 года назад

    🙏 কৃষ্ণ

  • @rubigogoi5227
    @rubigogoi5227 4 года назад +1

    🙏কৃষ্ণ

  • @anjanarupadas6601
    @anjanarupadas6601 4 года назад +3

    🙏কৃষ্ণ প্ৰভু ভক্তি ভৰা সেৱা নিবেদিছো।গ্ৰহণ কৰিব।আমাৰ হৃদয়ত অনুৰিত অনুমান সত্য প্ৰমাণিত হল।প্ৰভুৰ ভাগৱত মূৰ্তি য়ে আৰু আপোনাৰ শ্ৰীমূখে প্ৰকাশ কৰিছে যে পৰম পুৰুষ ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে প্ৰভুয়ে আনন্দ পাইসকলো প্ৰকাৰে সহায় কৰি আহিছে কৰি আছে আৰু কৰি যাব ।জন্মৱদ্ধি আমাৰ সুদৃঢ় বিশ্ৱাস।প্ৰভু আপোনাসৱৰ শ্ৰীমূখে কৃষ্ণ কথা শুনিব নাপায় এইদুদিন অন্ধকাৰ সদৃশ দিন পাৰ কৰিলো।এতিয়া হে ভাল লাগিছে।আপোনাৰ সুবাসনাৰ পথত ভগৱন্তৰ কৃপা সৰ্বদা সহচৰ হওক।প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনালো কৃষ্ণ 🙏

  • @rajivkachari9342
    @rajivkachari9342 4 года назад +3

    কৃষ্ণ প্ৰভুজনা প্ৰণাম।বিৰসত ভুগিছিলো বৰ্তমান ভাল লাগিল কৃষ্ণ। হে মহামসন্ত হয়,আমাৰু আশা জীৱনৰ শেষ প্ৰজ্যন্ত লৈকে যাতে হৰিগুণ শ্ৰৱন কীৰ্ত্তন হয়। কৃষ্ণ।আমাৰ একমাত্ৰ সন্তান কপিলক প্ৰভুৱে ১২বছৰ সুকলমে পাৰ কৰাইছে, গতিকে ভগৱন্তৰ কৃপাৰপাপ্ত হৱৰবাবে,প্ৰভু আশীষ প্ৰদান কৰক কৃষ্ণ

    • @rajivkachari9342
      @rajivkachari9342 4 года назад

      প্ৰভু,গ্ৰন্থ ভাগহে আমাৰ কৃপা নহ'ল কৃষ্ণ

  • @pabansaharia4408
    @pabansaharia4408 3 месяца назад

    ভগৱানে আপোনাক কুশলে ৰাখক।

  • @rajeswardas4984
    @rajeswardas4984 4 года назад +2

    He prabhu Apunar Shrimukhar baikya huni punar krithartha halu 🙏

  • @madhusmitadas2305
    @madhusmitadas2305 4 года назад

    Krishna sanakarguru madhab .sewa jonaiso . Vagabane apunak vale rakhak .

  • @thuleswardas6880
    @thuleswardas6880 4 года назад +1

    Paramesware kripa Karla. Krishna.

  • @lababania4178
    @lababania4178 4 года назад

    Krishan🙏🙏🙏🙏 Bap🙏

  • @nareswarbarman6763
    @nareswarbarman6763 3 года назад

    KRISHNA KRISHNA KRISHNA........ram.....ram......bap.....

  • @rivachiringphukan1440
    @rivachiringphukan1440 4 года назад +1

    কৃষ্ণ বাপ , আহিন মাহটো মলমাহ

  • @ronjitborah1997
    @ronjitborah1997 Год назад +1

    Punor sunilu,pronam.

  • @mukullahkar5380
    @mukullahkar5380 4 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ বৰ সুখী হলো ।

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 4 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ সেয়া গ্ৰহণ কৰিব ।

  • @ratuldeka3368
    @ratuldeka3368 4 года назад

    Hay mahavagowot tumar chorone pronam, krishno Prabhu

  • @bhubenthakuria9006
    @bhubenthakuria9006 4 года назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত,বাপ কৃষ্ণ। অভাজনৰ জন্ম দিন 20 চেপ্তেম্বৰত সেৱা প্ৰভু ভগৱন্তৰ চৰনত প্ৰণাম।

  • @bhabitachoudhury5531
    @bhabitachoudhury5531 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত শত সহস্ৰ প্ৰনাম।

  • @benukurmi2527
    @benukurmi2527 4 года назад +1

    Krishna bap

  • @ranjukonwar7919
    @ranjukonwar7919 4 года назад +1

    Pranam prabhu ,heya nibedilu krishna krishna Ram joy joy Ram.

  • @dipsikhabaruah3145
    @dipsikhabaruah3145 4 года назад +1

    Krishna 🙏🙏🙏

  • @atulokalita4134
    @atulokalita4134 4 года назад +1

    Baap aponar sumadhur Bhagabat bakhya sunibo pai thakim buli asha rakhiso. Aponar Satra r karya sunder parisalana hobo buli asha rakhiso. Krishna Krishna

  • @monilatahazarika3113
    @monilatahazarika3113 4 года назад +3

    প্ৰভু কি বুলি সেৱাৰ কৰিম ভাযা নাই বাবজনাৰক কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷

  • @taralanath3876
    @taralanath3876 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম কৰো

  • @archanasaikiadas9058
    @archanasaikiadas9058 4 года назад +1

    Ram krishan bap. Apunar saranat hewahe. Krishan kotha srabon kariboloi aashibad karibo.

  • @jeswitasharma4990
    @jeswitasharma4990 4 года назад +1

    Krishna bap pranam.

  • @arunpachoni1993
    @arunpachoni1993 4 года назад +2

    ৰাম কৃষ্ণ প্রভূ 🙏

  • @gouripravadas7435
    @gouripravadas7435 4 года назад +1

    Krishna, bap sewa janalo, aasirbad karib, Krishna, 🙏🙏🙏💐💐🙏

  • @tridipsaloi7282
    @tridipsaloi7282 4 года назад +1

    pronam pravhu🙏🙏🙏

  • @nibirentertainment8672
    @nibirentertainment8672 4 года назад +3

    Krishno...provu eshor krishno🙏🙏🙏🙏🙏

  • @joyadevi2447
    @joyadevi2447 4 года назад +4

    ৰাম কৃষ্ণ অতি সুখী হ'লো এই বাক্ষ্যা শুনি । ভক্তি ভৰা সেৱা অৰ্পণ কৰিলো । জয় কৃষ্ণ ।

  • @gitadas9203
    @gitadas9203 4 года назад +2

    Krishna krishna Bap Val lagise🙏🙏

  • @brajakumarsaikia5255
    @brajakumarsaikia5255 4 года назад +2

    প্ৰণাম প্ৰভূ ঈশ্বৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৰুনা ময়।

  • @dekatechnology5403
    @dekatechnology5403 4 года назад +1

    ধন্য ধন্য বাপজন

  • @Sashanka-y1n
    @Sashanka-y1n 4 года назад +1

    Namaskar Prabhu Iswar

  • @dhaneswarnath984
    @dhaneswarnath984 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ আমাৰ সেৱা গ্ৰহণ কৰিব