#Bhagwat_Path

Поделиться
HTML-код
  • Опубликовано: 18 янв 2025

Комментарии • 320

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +2

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @beautifulassam8308
    @beautifulassam8308 3 года назад +3

    হে গুৰু বৰ আপোনাৰ শ্ৰীচৰণত এই পাতকীৰ শত সহস্ৰ প্ৰণিপাত ইশ্বৰৰ আশীষেৰে জনালো । আজিৰ এই সন্ধিক্ষণত আপোনাৰ শ্ৰীমুখ নিসৃত, আমাৰ হিন্দু সনাতন ধৰ্মক প্ৰকৃতাৰ্থত আধ্যাত্মিক তত্বৰ মহাৰসেৰে এক মানৱজাতিৰ পৰিসীমাত মহানন্দৰ একাত্মবোধ আনিব পৰা আমাৰ হৃদয়ৰ মহা প্ৰাণ মহা ভাগৱত ভাগিৰ যি ৰসাল মৰ্মাৰ্থ প্ৰকাশ পাই আহিছে, সেয়া সচাঁকৈয়ে মহা অমৃতময় । আজিৰ এই যান্ত্ৰিকতাৰ যুগৰ সফল ব্যবহাৰৰ যোগেদি ধাৰ্মিক তথা প্ৰকৃত নিগূঢ় তত্ব জনাৰ হাবিয়াস পৰম ভক্তি ভাবেৰে সকলো স্তৰৰ জন সাধাৰণৰ মাজত যি আপ্লুত বানীৰে পুলকিত কৰিছে, তাৰ বাবে আপোনাৰ চৰণ পঙ্কজত পুনৰ বাৰ সেৱা নিবেদিলো ।

  • @PurnimaDas-vl9qo
    @PurnimaDas-vl9qo 2 года назад +1

    হে বাপ প্রভু ঈশ্বৰ গুৰু জন আপোনাৰ অমৃতময় ৰসাল ভাগৱত বাখ্যা শুনিলে হেঁপাহ নপলাই শুনিলে শুনি থাকিবলৈ মন যায় বহুত সুন্দৰ, আপোনাৰ সবাৰো শ্রী চৰনত শতকোটি ভক্তি ভৰা সেৱা অৰ্পন কৰিলো বিহাৰৰ পৰা সেৱা ভাগ নিবেদিছো গ্রহণ কৰিব জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад +10

    কৃষ্ণ প্রভু ঈশ্বৰ ভক্তি ভৰা সেৱা ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো কৃপা কৰিব। আপোনী কোশলে থাকক দীর্ঘায়ু হওঁক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 3 года назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱাভাগ গ্ৰহণ কৰিব বাপ কৃষ্ণ ৰাম। অতি সুন্দৰ ৰসাল পাঠ ব্যাখ্যা আৰু তত্ত্ব কথা আপোনাৰ শ্ৰীমুখে শ্ৰৱণ কৰি পৰম কৃতাৰ্থ হলোঁ। এনেদৰেই ভগৱন্তৰ গুণ নাম কীৰ্ত্তন কৰিবলৈ ঈশ্বৰ ভগৱন্তই আপোনাক সুস্বাস্থ্য কৰি ৰাখক কৃষ্ণ।
    🙏 জয় গুৰু শঙ্কৰ 🙏

  • @debojitbora9152
    @debojitbora9152 3 года назад +1

    কৃষ্ণ প্ৰণাম প্ৰভূঈশ্বৰ আপোনাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনালো।আপোনাৰ শ্ৰীমুখে ওলোৱা ভাগবত বাখ্যা শুনি হৃদয় গদ গদ হৈ উঠিছে।প্ৰভূঈশ্বৰ কৃপা কৰি সম্পুৰ্ণ ভাগবত ভাগবত শুনাব বুলি আশা কৰিলো।বহুত হেপাহ আছে আপোনাৰ শ্ৰীমুখে ওলোৱা ভাগবত বাখ্যা শুনিবলৈ।কৃপাময় প্ৰভূঈশ্বৰ কপা কৰি আমাৰ মনোবাঞ্চা পূৰণ কৰে যেন।🙏🙏🙏

  • @pankajboruah3673
    @pankajboruah3673 3 года назад +7

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @bontiborah5014
    @bontiborah5014 3 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু আপোনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ সেৱা আগবঢ়ালো ,গ্ৰহণ কৰিব প্রভু ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @ganeshkoch561
    @ganeshkoch561 3 года назад +4

    Krishna'ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏 krishna'ram oti xundar bappp

  • @nabajyotidas6117
    @nabajyotidas6117 Год назад +1

    Bap krishna ohari Oram pranam janalo pravu krishna

  • @jyotimoni3048
    @jyotimoni3048 3 года назад +7

    প্ৰভূ আপোনাৰ শ্ৰীমুখে কৰা ভাগৱতৰ কথা শুনি আমাৰ মনৰ সংশয় দূৰ হৈছে Iশুনি থকিলেও আমাৰ আমনি নালাগে I

  • @sabitrimedhi6564
    @sabitrimedhi6564 3 года назад +2

    কৃষ্ণ কৃষ্ণ ঈশ্বৰপ্ৰভূ" আন্তৰিকতাৰে আপোনাৰ শ্ৰীচৰণত সেৱা নিৱেদিছোঁ লগতে সমস্ত ভক্তগণৰ শ্ৰীচৰণত প্ৰণিপাত জ্ঞাপন কৰিছোঁ প্ৰভূ" ৰাম কৃষ্ণহৰি ৰাম ৰাম

  • @himakshithakuriya6003
    @himakshithakuriya6003 3 года назад +5

    কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো ভগৱানে আপোনাক দীৰ্ঘদিন ধৰি জীয়াই ৰাখক আৰু লগতে কৃষ্ণ কথা কোৱাৰ বাবে অধিক শক্তিশালী কৰিবলৈ কামনা কৰিলো কৃষ্ণ 🙏

  • @binandadas9675
    @binandadas9675 3 года назад +2

    ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ পূৱাৰ সেৱা জনালো🙏🏼🙏🏼🙏🏼🙏🏼 কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি আজি ভাগতিৰ পৰা বহুটো নজনা কথা শুনিবলৈ পালো কৃষ্ণ কৃষ্ণ পুনৰ প্ৰনাম জনালো কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼।।

  • @name5041
    @name5041 15 дней назад +1

    Jay Hari ram krishna jagannath ❤

  • @a.nexperimenty.t306
    @a.nexperimenty.t306 3 года назад +1

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ মাধৱ প্ৰভুৰ শ্ৰী চৰণত প্ৰণিপাত জনায়ছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @rinahaloi2198
    @rinahaloi2198 3 года назад +2

    প্ৰভুজনা আপোনাৰ ভাৱ,ভাষা উপদেশৰ তুলনা নেদেখো। সকলো কথাতে ইমান সুন্দৰ কৈ বিবৰণ দিব পাৰে আমি বহুত উপকৃত হৈছো।আজিৰ পাঠে ও মন জুৰ পেলাইছে।কৃষ্ণ।

  • @prafullabora5386
    @prafullabora5386 3 года назад +9

    হে প্রভু জন, শত সহস্ৰ কোটি প্রণিপাত গ্রহন কৰিব । কৃষ্ণ কৃষ্ণ । জয় গুৰু শঙ্কৰ

  • @junalimech6504
    @junalimech6504 2 года назад

    Kirshna Kirshna Kirshna Kirshna Kirshna Kirshna 🙏🙏🙏🙏🙏🙏 Bapjana kirshna kirshna kirshna kirshna kirshna kirshna 🙏🙏🙏🙏🙏🙏

  • @anuraggogoi4455
    @anuraggogoi4455 3 года назад +2

    কৃষ্ণ !
    সেৱা জনালোঁ প্ৰভুজনা

  • @oujaribhurbandha3982
    @oujaribhurbandha3982 3 года назад +6

    বাপ ঈশ্বৰ প্ৰনাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @দিগন্তবৰদলৈ
    @দিগন্তবৰদলৈ 3 года назад +3

    কৃষ্ণ ৰাম ।বাপ ঈশ্বৰ আপোনাৰ কথাখিনি শুনি বৰ আপ্লুট হ'লো । নেৰিবা বান্ধৱ জীৱনে মৰণে কৃষ্ণ আপোনাৰ মংগল হওঁক কৃষ্ণ ।

  • @manjulabora8219
    @manjulabora8219 3 года назад +4

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ সেৱা আগবঢ়ালোঁ । আপোনাৰ সান্নিধ্য ই সু প্ৰভাত আপোনালৈও আগ বঢ়ালো🙏🙏🙏🙏 প্ৰভু।পৰম ধন্য হৈ ছো । কৃষ্ণ কৃষ্ণ ৰাম ৰাম ❤️❤️❤️❤️।

  • @dipalidas8073
    @dipalidas8073 3 года назад +15

    ৰাম কৃষ্ণ প্ৰভু 🙏তুমি ব্যতিৰেকে নাহি আনবন্ধু যি মোৰ চিন্তা কৰয়, তুমি হেন যদি নাথ পাও আমি কহিতো নাহিকে ভয় 🙏🙏🙏🙏

  • @sangitamedhi553
    @sangitamedhi553 3 года назад +2

    প্রনাম প্ৰভূ, আপোনাৰ কথা বোৰে হৃদয় চুই গৈছে। আপোনি কোৱাৰ দৰে আমাৰ সমাজৰ বিশৃঙ্খল তা বোৰ আমাৰো ভাল নালাগে। যা হওক আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।

  • @atulokalita4134
    @atulokalita4134 3 года назад +1

    বাপ কৃষ্ণ কৃষ্ণ। আপোনাৰ সমধুৰ ভাগৱত কথা শুনিব পাই অতি আনন্দ আৰু মন শু ধ

  • @violeenalaskar3742
    @violeenalaskar3742 Год назад

    কৃষ্ণ কৃষ্ণ,বাপ ঈশ্বৰ আপোনাৰ শ্ৰী মুখে ভগৱন্তৰ তত্ত্ব কথা শুনি নিজকে ধন্য মানিছো। আপোনাৰ ভাগৱত বাখ্যা, অতুলনীয় , হৃদয় চুই যায়,অনাগত দিনত এনেদৰেই কৃষ্ণ কথা‌ শ্ৰৱন কৰিযাম। ভগৱন্ত ই সকলো কে কৃপা কৰক। কৃষ্ণ।।

  • @padminikonwar34
    @padminikonwar34 3 года назад +1

    Krishna baapjona xotokoti pronipat jonalu .otyanto xundor apunar byoktigot aru bhagwat bixlekhon xrobon Kori xanti lovisu .mongalmoi Kori rakhok bhagwantoi apunak.

  • @jayasaharia5055
    @jayasaharia5055 3 года назад +5

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু সেবা ভাগি নিবেদিলো ।

  • @mainabordoloi2479
    @mainabordoloi2479 3 года назад +10

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ🙏🙏🙏

    • @mainabordoloi2479
      @mainabordoloi2479 10 месяцев назад

      কৃষ্ণ প্ৰভু,আপুনোৰ পৰা আকৌ ভাগৱত শ্ৰৱণ কৰিৱলৈ ৰৈ থাকো🙏🙏🙏

  • @binadeka9674
    @binadeka9674 3 года назад +3

    Krishna Krishna Bap.

  • @banamalimedhi5097
    @banamalimedhi5097 3 года назад +6

    কৃষ্ণ বাপ ঈশ্বৰ প্রণাম কৃষ্ণ 🙏🙏🙏

  • @archanmaladevi188
    @archanmaladevi188 3 года назад +6

    Sewa jonalu probhu Iswar🙏🙏🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 3 года назад +5

    Om namah bhagawate vasudevaya.

  • @urmilachamuah8785
    @urmilachamuah8785 3 года назад +2

    প্ৰণাম প্ৰভূ বহত।দিনৰ।মুৰত আপোনাৰ।ভাগৱত শাঠ পুণৰ শুনিলো

  • @basundharikakati2310
    @basundharikakati2310 3 года назад +6

    Krishna krishna prabhu pronam..,.,..

  • @subhrajithazarika4705
    @subhrajithazarika4705 3 года назад +2

    কৃষ্ণ বাপ জনা ''আপুনাৰ বাখ্যা শুনি আমাৰ মনত শান্তি পাও ।কৃষ্ণ

  • @gitalineog6489
    @gitalineog6489 3 года назад +1

    Krishna Prabhu krishna pronam Prabhu 🙏🙏🙏🙏🙏🙏

  • @dulumonisaikiaborah6552
    @dulumonisaikiaborah6552 3 года назад +8

    কৃষ্ণ,প্ৰভু ঈশ্বৰ পুৱাৰ সেৱা ভাগ জনালোঁ। কৃষ্ণ কথাই মনত বৰ আনন্দ দিয়ে। ঈশ্বৰে সকলোকে কৃপা কৰক। কৃষ্ণ🙏🙏🙏

  • @anjalitalukdar7156
    @anjalitalukdar7156 3 года назад +5

    কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম।🙏🙏

  • @minskshibora8569
    @minskshibora8569 3 года назад +1

    Pronam bap jon apunar sundor kantht Bhagbatr omia bani suni apluto holu Krihna Krishna Krishna

  • @gitagogoi3214
    @gitagogoi3214 3 года назад +2

    প্রভু বাপ ঈশ্বৰৰ কথা আপোনাৰ মূখে বহুত ভাল লাগে! আগলৈ এনেকৈয়ে ঈশ্বৰৰ গোন গাবলৈ ভগবানে কৃপা কৰক প্রভু !

  • @bulbulisarma8578
    @bulbulisarma8578 3 года назад +2

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @gunamaidevi4570
    @gunamaidevi4570 3 года назад +1

    Krishna Krishna 🙏🏿🙏🏿 satkowti pranam prabhu

  • @999tacion6
    @999tacion6 3 года назад +1

    Krishna bap Krishna.

  • @laksheswarkalita192
    @laksheswarkalita192 3 года назад

    Krishna Prabhu eeswar saran tattar atma sudhi r path bhagi swaban kari bahut bhal lagil prabhu eeswar KRISHNA

  • @dhaneswarnath984
    @dhaneswarnath984 3 года назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @nabakantanath9163
    @nabakantanath9163 3 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম ..….🙏🙏🙏.... কৃষ্ণ

  • @bhogramnath6500
    @bhogramnath6500 3 года назад +2

    কৃষ্ণ ইমান সুন্দৰ কৃষ্ণ কথা শ্ৰবণ কৰালে । আনন্দিত । ইশ্বৰে আপোনাক সু-স্বাস্থ্য দি্ৰ্ঘায়ু কৰি ৰাখক। কৃষ্ণ ।

    • @gulabchandchoudhury871
      @gulabchandchoudhury871 Год назад

      हे प्रभु आपको चरणों में कोटि-कोटि नमन करता हूं❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад +5

    কৃষ্ণ , প্ৰভুজনা ভগৱন্তই ভালে ৰাখে যেন কৃষ্ণ 🙏।

  • @hirengogoi6431
    @hirengogoi6431 2 года назад

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। বাপ জনা সেৱা নিবেদিছোঁ, আপোনাৰ বাখ্যা ভাগ বাস্তৱ মুখী হৈছে। বিশেষকৈ ভাগৱত পদ্মৰাগ আৰম্ভ কৰি যদি ঘণ্টা ঘণ্টা জুৰি ভাঙনি বা বাখ্যা দি থাকে তেতিয়া ভাগৱততকৈ নিজকে শ্ৰেষ্ঠতা দেখুওৱা দৰে হয় বুলি ভাবো। ভাগৱখন প্ৰকৃতাৰ্থত ব্যাখ্যা হৈ আছে আমি বুজি নোপোৱা শব্দ কেইটা বুজায় গ'লে হয় বুলি ভাবো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @gangadevi4089
    @gangadevi4089 3 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ।

  • @dipaliborgohain6284
    @dipaliborgohain6284 3 года назад +2

    আপোনাৰ পৰা ভাগৱতৰ মহান বাণী বিলাক সদায়ে শুনিবলৈ পাম বুলি আশা কৰিলোঁ 1 ভগৱানে আপোনাক কুশলে ৰাখক 1

  • @mallikaacharjya6281
    @mallikaacharjya6281 3 года назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @bantipator8687
    @bantipator8687 3 года назад +7

    "কৃষ্ণ প্ৰভু জন, আপোনাৰ শ্ৰীচৰত এই পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ।"

  • @rajivkachari9342
    @rajivkachari9342 3 года назад +1

    কৃষ্ণ প্ৰভুজনা শতকোতি প্ৰণাম জনালোঁ। তুমি সেন জ্ঞান ৱন্তপুৰুষৰ শ্ৰী মুখৰ হৰিকথা অমৃত় আমি প্ৰাণকৰি জীৱনত শান্তি পাও,হৰিৰচৰন বিছাৰীপাও। তুমি সেন মনত কষ্টদিলে আমাৰ বহু দোষ লাগে । সকলোৱে হৰিৰ অমৃতৰস প্ৰাণ কৰিৱলাগে,বিৰস কৰিৱনালাগে কৃষ্ণ

  • @saratmedhi3923
    @saratmedhi3923 3 года назад +6

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিলোঁ কৃপা কৰি গ্ৰহণ কৰিব ।

  • @Ankurkochari
    @Ankurkochari 3 года назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @dambarusingh6973
    @dambarusingh6973 3 года назад +1

    krishno krishno krishno

  • @Kuldeep-v6k
    @Kuldeep-v6k 3 года назад

    কৃষ্ণ কৃষ্ণ‌ প্ৰভূজন ।শতকোটী প্ৰনাম জনালো । কৃষ্ণ

  • @kamalibarua6213
    @kamalibarua6213 3 года назад +1

    কৃষ্ণ কৃষ্ণ, প্ৰণাম

  • @ranjumoniborah6449
    @ranjumoniborah6449 3 года назад +4

    🙏কৃষ্ণ প্ৰভু, আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণিপাত জনালোঁ, গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ🙏

  • @monikaboradutta915
    @monikaboradutta915 3 года назад +1

    হে প্রভু শ্ৰীচৰণত সেৱা নিবেদিছোঁ।মই অতি মূৰ্খ মতি।তথাপিও আপোনাৰ শ্ৰী মুখৰ অমৃত বাণীএ ভগন্ত পুৰুষৰ সাক্ষাৎ পোৱাৰ আশাবাদী হোৱাৰ প্ৰেৰণ দিয়ে।মহাপ্ৰভু শিৱৰ প্ৰাৰ্থনাই মনত এই শংকাৰ সৃষ্টি কৰিছে যে ,এই অভিলাশ অজানিতে অপৰাধ নেকি প্ৰভু!!!পুনৰ সেৱা জনাইছো।

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  3 года назад +1

      কৈছে সেইখিনি কথা এবাৰ আকৌ শুনক আই

  • @chintakonwar5695
    @chintakonwar5695 3 года назад

    বাপ ঈশ্বৰ, আপুনি যত্ন কৰি বনোৱা অমৃত আমি বিনা পৰিশ্ৰমে পান কৰিছো , বিনিময়ত আপোনালৈ এভাগি সেআহে নিবেদিছো । ভগৱানে আপোনাক সদায় কোশলে ৰাখক । কৃষ্ণ ।

  • @junmonisaikia3831
    @junmonisaikia3831 2 года назад +1

    হে প্ৰভু ইশ্বৰ প্ৰনাম 🙏🙏🙏🙏

  • @jadavdas-gv8mx
    @jadavdas-gv8mx 7 месяцев назад

    সুন্দৰ ব্যাখ্যা ভগৱানে, আপোনাক কুশলে, ৰাখক কৃষ্ণ প্ৰভূ

  • @surenbaruah1770
    @surenbaruah1770 3 года назад +5

    কৃষ্ণ।কৃষ্ণ।

  • @premadharligira532
    @premadharligira532 3 года назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰী চৰনত এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ।

  • @rinachutia3723
    @rinachutia3723 Год назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ , সেৱা জনাইছো প্ৰভু , কৃষ্ণ ।

  • @rimaborah6457
    @rimaborah6457 3 года назад +7

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ পুৱাৰ সেৱা গ্ৰহন কৰিব৷

  • @RanjanitaSaikia-u2s
    @RanjanitaSaikia-u2s Год назад

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত শতকৌতি প্ৰনাম জনাইছো, ভগৱানে আপোনাক কুশলে ৰাখক 🙏🙏🙏🙏

  • @promilagogoi9665
    @promilagogoi9665 3 года назад +6

    কৃষ্ণ কৃষ্ণ প্ৰভূজন অভাজনৰ সেৱা গ্ৰহণ কৰিব ।

  • @daisyrabha2343
    @daisyrabha2343 3 года назад +1

    Krishna Krishna prabhu 🙏🙏🙏🙏

  • @dinabandhudas6110
    @dinabandhudas6110 3 года назад +1

    KrishnO Provu

  • @junumech653
    @junumech653 3 года назад +5

    কৃষ্ণ বাপ ঈশ্বৰ প্ৰভূ চৰণ সেৱা প্ৰণিপাত কৰিছে প্ৰভূ 🙏🙏🙏🙏কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ

  • @mantukalita7052
    @mantukalita7052 3 года назад +1

    Ram krishna krishna krishna

  • @jonalirajbongshi3725
    @jonalirajbongshi3725 3 года назад +5

    কৃষ্ণ কৃষ্ণ বাপ 🙏

  • @gobindakhakhlari5227
    @gobindakhakhlari5227 3 года назад +1

    Ram Krishna Krishna ram bapjja🙏🙏🙏🙏

  • @ranjannath2474
    @ranjannath2474 3 года назад +3

    Krishna prabhu.

  • @golapidas565
    @golapidas565 3 года назад +1

    Eeswar purukh pravu pranam

  • @navakantathakuria264
    @navakantathakuria264 2 года назад

    আপোনাৰ মুখে ভাগৱত কথা শ্ৰৱণ কৰি ধন্য মানিলো প্ৰভু।

  • @deepanajlidas4523
    @deepanajlidas4523 3 года назад +2

    Krishna. Bap aponar xoronot xeuwa jonalo 🙏🙏🙏

  • @rupalikonwarhazarika8009
    @rupalikonwarhazarika8009 3 года назад +4

    Krishna Madhav 🙏🙏🙏🙏

  • @nilimapathak4130
    @nilimapathak4130 3 года назад +3

    Krishna pravu pranam 🙏🙏

  • @arunpachoni1993
    @arunpachoni1993 3 года назад +5

    কৃষ্ণ প্ৰভূ
    🙏🙏🙏🙏

  • @manashpathak3594
    @manashpathak3594 3 года назад

    Ram Krishna madhobo tumaro sorone rohuko muro jonome jonme bhokoti ehi kora kripa hori tumi narayon, Krishna

  • @manjulabora8219
    @manjulabora8219 3 года назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ ভক্তি পূৰ্ণ শ্ৰদ্ধা নিবেদন কৰিলো 🙏🙏🙏🙏 আমি অধমে আপোনাৰ লাইভ পাছতিয়াকৈ চোৱা হৈছে । একেবাৰে উচচ ত ৰাখিছোঁ। নিজে ই নাজানো কিয় জানো আপোনাৰ বিনে আমাৰ গতি স্তব্ধ।🙏🙏🙏🙏❤️❤️❤️❤️ বুজাব নোৱাৰা অনুভূতি লাভ কৰাইছে পৰম সুখী হৈছোঁ 🙏🙏🙏🙏 কৃষ্ণ প্ৰভু ঈশ্বৰ‌

  • @dimbeswari_patar
    @dimbeswari_patar Год назад

    Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏

  • @pranatibaishya4614
    @pranatibaishya4614 3 года назад +6

    কৃষ্ণ

  • @gouribaruah219
    @gouribaruah219 3 года назад +1

    Krishna Krishna🙏🙏🙏🌹🌹🌹

  • @rubulbarman7396
    @rubulbarman7396 3 года назад

    Krishna sewa laba Prabhu 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @kumudrajkhowa68
    @kumudrajkhowa68 2 года назад

    Krishna prabhu bhagawat suni bohut bhal lagalil krishna prabhu

  • @bijusaikiasaikia8387
    @bijusaikiasaikia8387 3 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনাইছো ।

  • @daduldas1643
    @daduldas1643 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব।

  • @renukakalita2459
    @renukakalita2459 3 года назад +5

    কৃষ্ণকৃষ্ণ

  • @nirmaltalukdar4562
    @nirmaltalukdar4562 3 года назад

    Krishna...
    Baap Eswaar loi pranam..

  • @swarnalatagogoi1774
    @swarnalatagogoi1774 3 года назад +2

    Apunar bhagowt kotha honi bohut bhal lage.

  • @bilimaichangmai6300
    @bilimaichangmai6300 3 года назад +1

    Pronam Probhu.

  • @pallabboraxmusic
    @pallabboraxmusic 3 года назад +1

    Krishna 🙏🙏

  • @LokhiNath-w2b
    @LokhiNath-w2b 8 месяцев назад

    Krishna provu eswar apunar soronot khawa jonalu 🙏