Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
পৰম কৃপালো গুৰু জনা আপোনাৰ চৰণ যুগলত পুৱাৰ সেৱা নিবেদিলো। আপোনী ধন্য প্রভু আপোনাক ভাষাৰে বুজাব নোৱাৰি প্রভু মন প্রাণ বিলিন হৈ গৈছে প্রভু কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 😢
কৃষ্ণ কৃষ্ণ প্ৰভু অহা কালিলৈ আপোনাৰ জন্মদিন উপলক্ষে শুভকামনা জনাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰভু আপুুনাৰ শ্ৰীমুখৰ ভাগৱত কথাই যিদৰে সকলো ভক্তপ্ৰানৰ হৃদয় জয় কৰিছে সেইদৰে প্ৰভু আপোনী অদ্বিতীয় ব্যক্তি ৷ প্ৰনাম কৃষ্ণ প্ৰভু
Prnam aaponak prabhu krishna krishna krishna
ইমান সুন্দৰ লাগিল কি কম আৰু আপোনাৰ দিঘায়ু কামনা কৰিলো।
হে সত্ৰাধিকাৰ বাপজনা, প্ৰথমে সেৱাঁ নিবেদিলো ।আজিৰ খণ্ডটো শুনি বহুত ভাল লাগিল ।কৃষ্ণ ।ঈশ্বৰে আপোনাক কুশঁলে ৰাখক ।কৃষ্ণ কৃষ্ণ ।
3
কৌটি কৌটি প্ৰনাম বাপ কৃষ্ণ।আশীৰ্বাদ কৰিব সদায় যাতে আপোনাৰ মুখে ভাগৱত শ্ৰবন আৰু কীৰ্ত্তন কৰিব পাৰোঁ।কৃষ্ণ কৃষ্ণ।
কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰআপোনাৰ ভাঙনিয়ে আমাৰ জীৱন ধন্য হ'ল ।আপোনাক সহস্ৰ প্ৰনীপাত জনালোঁ কৃষ্ণ ।কৃষ্ণ ।🙏🙏🙏
krishna.krishna.satradhakar.bap.apanak.pranam🙏🙏🙏🙏
পৰম কৃপালু গুৰু জনা আপোনাৰ ৰাতুল চৰনত কৌটি কৌটি সেৱা নিবেদিলো। আপোনাৰ ভাগৱত পাঠ এদিন নাপালেও আমাৰ মনত বৰ দুখ পাও। প্ৰভু আজি দীঘলীয়া ভাগৱত ভাগি শুনি আমাৰ জীৱন ধন্য হৈছে প্ৰভু। আপোনাক সেই একে জন প্ৰভু ভগৱান কৃষ্ণই কুশলে মঙ্গলে ৰাখক। কৃষ্ণ প্ৰভু কৃষ্ণ।
J 🇦🇩
কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাক শতকোটী সেৱা জনাইছো আপোনাৰ অমৃতময় ভগৱন্ত কথা শ্রৱণ কৰিবলৈ পাই আমি অধমে বহুতো গিয়ান পালোআৰু আমাৰ চকু মুকলি হল আমি সদাই আপোনাৰ পাঠ শ্র ৱণ কৰোঁতে ঢকুপানী ওলাই যায় আপোনি এজন ভগবান সদাইযেন এনেদৰে আমাক শ্রৱণ কৰাই থাকিবলৈ ভগবানে আপোনাক কুশলে ৰাখক কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna provu ❤
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏 সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব বাপ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে ৰসময় অমৃত বাণী শ্রৱণ কৰিব পাই অতিকৈ আনন্দিত হৈছোঁ। এনেকৈ যেন ভগৱন্তৰ গুণ নাম কীৰ্ওন কৰিবলৈ সদায় ভালে কুশলে থাকে তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ, হে মহান কৃষ্ণ কথা কৈ আপুনিওঁ ধন্য হৈছে লগতে আমাকো ধন্য কৰিছে।বহু আগ্রহেৰে ৰৈ থাকো,কৃষ্ণ কথা আপোনাৰ মুখেৰে শুনিবলৈ।বহু নজনা কথা শিকিব পাৰিছো প্রভু।যিবোৰ হয়তো আপোনাৰ সংস্পর্ষত নাহিলে সম্ভরে নহলহেতেন।আপোনাক বহু বহু ধন্যবাদ।সেরাৰে কৃষ্ণ।।
Krishna🙏Krishna🙏Krishna🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু সেৱা গ্ৰহণ কৰিব,লগতে সকলো ভক্ত বৃন্দকে প্ৰণিপাত জনালোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ , প্ৰভু কোটি কোটি প্ৰনাম । আপোনাৰ ৰসে ভৰা ভাগৱত ব্যাখা আৰু ত্তত্ত্ব গধুৰ আধ্যাত্মি কতাৰ জ্ঞান বাৰে বাৰে শুনি থাকিবলে মন যায় । ভগবানে আপোনাক দীঘায়ু কৰক এইয়ে কৃষ্ণ চৰনত সশ্ৰদ্ধ পাৰ্থনা । জোনাই চিমেন চাপৰি পৰা
কৃষ্ণ কৃষ্ণ প্ৰভু শতকোটি প্ৰণাম গ্ৰহণ কৰিব ।আপোনাৰ শ্ৰীমুখে কৃষ্ণকথা শুনি অতি আনন্দিত হলো । জয় গুৰু শঙ্কৰ ।
কৃষ্ণ🙏 সুপ্রভাত প্রভু । সশ্রদ্ধ সেৱা গ্ৰহণ কৰিব । আপোনাৰ মুখে মহাভাগৱত বাখ্যা শ্রৱণ কৰিব পায় বহুত সুখী হৈছো।🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন শুনি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলো কে এই দাসৰ ভক্তি ভৰা সেৱা নিবেদিছো জয় কৃপাল গুৰু
কৃষ্ণ কৃষ্ণ ৰাম ।
Ki a""8n. Mkj I'm jn. L gLow pu FTWqassamiss
@@kumudgayan1664 h
কৃষ্ণ ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভূ সেৱা গ্ৰহণ কৰিব কৃষ্ণ ৰাম হৰি ৰাম
কৃষ্ণ বাপজনা।সএাধিকাৰ পদবীৰে অলংকিত হোৱা হেতুকে আপোনৰ চৰণ কমলত সেৱাধৰিলোঁ বাপ ।এই ৭৩ নং অমৃত ব্যাখ্যাচয়ৎ দৈৱশকতিৰ অতি তত্ত্বগধূৰ কথা প্ৰকাশ কৰিছেবাপ।শুনি অতিশয় আনন্দিত হৈছোঁ।কৃষ্ণ
কৃষ্ণ কৃপাৰে সমৃদ্ধ হওক
11 noK
হে মোৰ গুৰু জনা ইমান সুন্দৰ ভাঙনি মোৰ হিয়া হাত পৰি গল।
🙏🙏ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏
হে মহান, এই অধ্যায়ভাগে মনত ইমানেই ৰসৰ সঞ্চাৰ কৰিলে ভাষাৰে বুজাব নোৱাৰিম ৷কৃষ্ণ
কৃষ্ণ প্ৰভূ শতকৌটি প্ৰণাম জনাইছো আপোনাক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাক কুশলে ৰাখক।
Krishna Krishna provu eswar apunar soronot khawa jonalu 🙏
প্ৰভুজনা আমি বুজি পাইছো আপোনাৰ সময়ৰ বহুত অভাৱ হৈছে ।সত্ৰ এখনৰ বহুত দায়িত্ব থাকে ।তথাপি আপুনি ভি,দি,অ, পঠাইছে ।সেই বাবে আপোনাক বহুত বহুত ধন্যবাদ ।আপোনাক ভগৱন্ত ঈশ্বৰে কুশলে ৰাখক এই কামনা কৰিলোঁ ।কৃষ্ণ,মাধৱ
প্ৰভু ভগবন্ত আপোনাৰ ভাগৱতৰ অমৃত বানী শুনি মোৰ জিৱন সফল হ'ল 🙏🙏🙏🙏
প্ৰভূ জনা তোমাৰ ভাগৱত কথা, শ্ৰৱণ কৰি অশ্ৰু সিক্ত নয়নে গংগা স্নান কৰি জীৱন, শৰীৰ, আত্মা কৃতাৰ্থ কৰিছো ।
🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম প্ৰভু মাধৱ পূবাৰ সেৱা ভাগী গ্ৰহন কৰিব ।আশা কৰোঁ ঈশ্বৰে আপোনাক মঙ্গলে ৰাসক। সএাধিকাৰ ভাৰ কান্ধত সুষম ভাৱে লৈ পালন কৰাত সহায় মূৰালিকৰক ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু মাধৱ পূনৰ সেৱা ভাগী গ্ৰহন কৰিব 🙏🏼🙏🏼🙏🏼🙏🏼।।ঃঃঃঃঃঃঃঃ।
বাপ বৰ মধুৰ হৈছে পাঠ ধন্যবাদ
কৃষ্ণ কৃষ্ণ গুৰুজনা পুৱাৰ সেৱা নিবেদিলো কৃষ্ণ🙏🙏
হে প্ৰভুজন ভগৱানৰ এই অমৃত ময় বাণীয়ে আপোনাকো ধন্য কৰাৰ লগতে আমাকো ধন্য কৰিছে ।🙏🙏
কৃষ্ণ কৃষ্ণ..এই লেছাৰি ভাগ বৰ ভাল লাগে আমি প্ৰায়েই শ্ৰৱণ কৰোঁ ।
কৃষ্ণ কৃষ্ণ প্ৰভু,কৃপাৰ কৰা,আপোনাৰ মুখে ভাগৱত শ্ৰবন কৰি,ম ই অতিকে আনন্দিত, প্ৰভু মোৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব❤🎉 🎉🎉
কৃষ্ণ, কৃষ্ণ হৰি ৰাম........ |ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ,গ্ৰহণ কৰিব প্ৰভূ.... কৃষ্ণ, কৃষ্ণ |অনেক প্ৰজ্ঞাৰে পৰিপূৰ্ণ ভাগৱত ভাগ একান্ত মনে শ্ৰৱণ কৰিলোঁ বাপ |হৃদয় পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈছে আৰু নিজকে ঈশ্বৰমুখী কৰিবলৈ প্ৰেৰণা পাই ধন্য হৈছোঁ | সুধাময় ঈশ্বৰ প্ৰসাদ প্ৰাপ্তি কৰোৱাই বাপআমি হেন অবোধ সকলক পৰিত্ৰাণ পাবলৈ পথ মুকলি কৰি দিয়া বাবে আপোনালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ | আপোনাৰ চিৰ কল্যাণ কামনা কৰিলোঁ যাতে ঈশ্বৰে সৰ্বদা আপোনাক সুৰক্ষিত ৰাখি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে তাৰেই কামনা কৰি তেৰাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ | কৃষ্ণ বাপ, কৃষ্ণ.... |সুপ্ৰভাত |
কৃষ্ণ। ধন্যবাদ জ্ঞাপন কৰিছোঁ
বাপ ঈশ্বৰ কৃপা কৰি এই অভাজনৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏🙏
"সত্ৰাধিকাৰ বাপ চৰণত সেৱা জনালোঁ ।"কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Provu hewa jonalu ..bhogobane Apunak kuhole rakhok ....🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ , আজিৰ ভাগৱত ভাগিৰ ইমান সুন্দৰ সুৰ , শুনি থাকোতে অজানিতে আমাৰ চকুলো বাগৰিছে । এই কৃত্বিত্ব আপোনাৰ ।
Om" Krishna provu satradikar aponak sewa 🙏🙏🙏
হে মহান লগতে কৃপা কৰিব যাতে এহিমতে ঈশ্বৰপুৰুষৰ ৰূপ অধমে হৃদয়ত ধ্যান কৰিব পাৰো ৷
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণত ভক্তিভাৱেৰে কৌটি কৌটি প্ৰণাম
Ram ram ram..........
কৃষ্ণ বাপ আনন্দিত হলো অপেক্ষাৰ অন্তত আপোনালৈ কৌটি কৌটি সেৱা জনালোঁ🙏🙏🙏🙏
হে কৃষ্ণ বাপ, আপোনাৰ ঋণ পৰিশোধ কি দৰে কৰিম । কৃষ্ণ পৰম কৃপালু বাপ ঈশ্বৰ।
সু প্ৰভাত বাপ আপোনাৰ মুখেৰে ইমান সুন্দৰ ভাঙনি আমি শুনি বৰ ভাল পাও সদায় শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
Joy Sri Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আমাৰ সেৱা গ্ৰহন কৰিব ঈশ্বৰ প্ৰভু ॥
কৃষ্ণ কৃষ্ণ প্ৰভু, আৰু ভাষা নোলাই প্ৰভু, কৃষ্ণ
কৃষ্ণ হে প্ৰভু আমাক পৰম কৃপা কৰিলে।
Really prabhu (dukh Hari Narayan)all my anxiety and suffering vanished while i listening Hari katha. Pranam prabhu , may God bless you and us.
কৃষ্ণ কৃষ্ণ প্ৰভু শত কৌটি নমস্কাৰ গ্ৰহণ কৰিব। প্ৰভু আপোনাক ভাগৱত শুনি কৃত কৃত হৈছোঁ । লক্ষী কান্ত পাটৰ ।
কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা আগবঢ়ায়ছো গ্ৰহণ কৰিব কৃষ্ণ ৰাম,🙏🙏🙏🙏
হে সত্ৰাধিকাৰ প্ৰভুজনা অধীৰ মনটো আজি সুস্থিৰ হৈছে আপোনাৰ অমৃত পাঠ শুনি।দিনে দিনে আমাৰ গিয়ান মুকলি কৰি আছে।নাজানো কিদৰে আপোনাৰ ঋণ পৰি শোধ কৰিব পাৰো।সেৱা জনালো।
Llllll
কৃষ্ণ কৃষ্ণ। প্ৰভু আপোনাক প্ৰণাম জনালোঁ। আপোনাৰ video চাই মনটো বৰ ভাল লাগে। সদাই ৰাতি শুৱাৰ আগত এবাৰ চালে হে যেন টোপনি ভাল দৰে আহে। বৰ্তমান আমাৰ পৰিয়ালটোৰ শৰীৰ অলপ অসুস্থ। ভগৱানৰ ওচৰত সকলোৰে শৰীৰ আৰোগ্য কৰিবলৈ যেন প্ৰাৰ্থনা জনাই।
কৃষ্ণ কৃষ্ণ সত্ৰাধিকাৰ প্ৰভুজনা শতকৌটি প্ৰধান ।
বাপ ঈশ্বৰ আপোনাৰ চৰণত শতকোটি প্ৰণাম জনালো!
কৃষ্ণ পভু সেয়া গ্ৰহণ কৰিব, দেহা শাঁত পৰি গল কুশল কামনাৰে-- --
krishna krishna bap pranam bhgabt amrit suni anndita hioso
কৃষ্ণ কৃষ্ণ প্ৰভু । সেৱা জনালোঁ । আপোনাৰ ভাগৱত ব্যাখ্যাৰ মধুৰ ৰস শুনি ব নাপালে দিনটো লৈ ভালেই নালাগে । সদায় শুনাৰ আশাৰে ৰলো ।
কৃষ্ণ প্ৰভু ,আমি কৃষি কাৰ্য লগত জড়িত মানুহ।ৰাতি 11 মান বজালে থাকিব পাৰো।হেতুকে পোৱাৰ ভাগতে শুনিবসময় নাপাওঁ।কিন্তুআজি পুৱাৰ ভাগত মূশল ধাৰ বৰুষণ বৃটিপাত ক্ৰমেও 2ঘণ্টা।সেয়েহে পথৰলে যাব নোৱাৰিলোঁ শেষ ত আপোনাৰ গা ভালে থাকক,দীঘয়ু কৰক ভগৱন্তৰ ওচৰত কাকুতি জনাইছো।আপোনাৰ চৰণ ধূলিৰ কৃপাঠি আমি।কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Krishna.
সএাধিকাৰ ইশ্বৰ প্রভু সেৱা হে নিবেদিছু ৰাম কৃষ্ণ হৰি নাৰায়ণ💖😞
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম । প্ৰণাম বাপ , সেৱা গ্ৰহণ কৰিব ।❤️❤️❤️
হে মহাপ্ৰভূ কৌটি কৌটি সেৱা নিবেদিলোঁ ৷ সুন্দৰ ভাঙনি ব্যাখ্যাৰে আমাৰ মন প্ৰাণ আহ্লাদিত হৈছে ৷ ঈশ্বৰ সনাতন প্ৰভূৱে আপোনাক সৰ্বতোপ্ৰকাৰ কৃপা বৰষি মোৰ দৰে অধম পামৰক হৰি কথা হৃদয় ভৰি সুনাত কৃপা কৰক ৷ এয়াই মোৰ কাতৰ মিনতি … ৷
প্ৰভু ঈশ্বৰ কৃপা কৰিব পৰিয়াল বৰ্গ ক সেৱা হে প্ৰভু ঈশ্বৰ ভক্তি ৰসতমজি আছো
কৃষ্ণ কৃষ্ণ,,।শ্রী চৰণত সেৱা নিবেদিছোঁ,প্ৰভু।
Krisno Krisno provu pronam jonaisu krisno
শুভ প্ৰভাত 🙏🙏 সত্ৰাধিকাৰ বাপ ঈশ্বৰ কৌটি কৌটি প্ৰণাম গ্ৰহণ কৰিব 🌹🌹 কৃষ্ণ কৃষ্ণ 🙏🙏
ৰাম কৃষ্ণ হৰি
কৃষ্ণ প্রভূ ঈশ্বৰ প্রণিপাত জনালো
কৃষ্ণ প্লভূ বাপ ঈশ্বৰ আপোনাৰ কৃপা ৰসে আমাৰ গতি । নিৰন্তৰে আমাক শুনাবলৈ ঈশ্বৰে আপোনাক কুশলে ৰাখক । ৰাম কৃষ্ণ ।
Ram Krishna
Krishna Rama Hari Govinda Madhav Baap pranam
Krishna krishna prabhu Satkokuti pranam janalu krishna
Pranam Prabhu Ishwar. Krishna Krishna Krishna Krishna Krishna Krishna Karunamoi.
বাপ ঈশ্বৰ আপোনাৰ এই ভাগৱত পাঠ মাইকত দি শুনিলে বহুত ভাল লাগে ভকতে বৰ আকৰ্ষিত হৈছে আপোনাক আদৰি লৈছে ।
ধন্যবাদ
ৰাম কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালো আপোনাৰ শ্ৰী চৰণত ।
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম । আপোনাৰ ভাগৱত পাঠ শুনি অতি আনন্দ পালোঁ ধন্যবাদ ।
কৃষ্ণ, কৃষ্ণ বাপজন ।সেৱা জনালো । কৃষ্ণদেৱে আপোনাক কৃপা কৰক ।
Krishno Krishno Krishno hewa jonaisu
কৃষ্ণ সত্ৰাধিকাৰ প্ৰভূজনআমাৰ হিয়া ভৰা সশ্ৰদ্ধ প্ৰণামগ্ৰহণ কৰিব । আপোনাৰ শ্ৰীচৰণলৈ কৌতি কৌতি শতকৌতি সেৱা নিবেদিলো ।কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
Krishna Krishna bap jona. Chewabhagi Nibediso Krishna Krishna
কৃষ্ণ প্ৰভু জন, সু প্ৰভাত ; স-শ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব । যথা সময়ত শ্ৰৱণ কৰিব নোৱাৰিলো । ধন্য প্ৰভু জন ধন্য , খন্দটি শ্ৰৱণ কৰি পৰম অানন্দ লাভ কৰিলোঁ । অাজিৰ খন্দত ব্যাখ্যা হোৱা খিনিকে অভাজনও অাশা বাঞ্চাকৰো । সকলোৰ প্ৰতি অান্তৰিক কৃতজ্ঞতা অাৰু সম্ভাষণ জ্ঞাপন কৰিলো । কৃষ্ণ ॥
কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহণ কৰিব🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ সেৱাহে ।
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ🙏🙏🙏
Hay Prabhu gurujona tumar chorone pranam
Krishna Krishna bap .
Krishna 🙏
🙏🙏🙏 Krishno krishno probhu
ভক্তিভৰা সেৱা গ্রহন কৰিব প্রভুজন |আপোনাৰ শ্রীমুখে ভাগৱত বাখ্যা শ্রৱন কৰি বহুত শান্তি পাও |🙏🙏🙏
Krishna bap, pranam janalu. 🙏🙏
Joi guru Sankar 🙏🙏🙏🙏 kishno kishno
ক়্ষ্ণ..ক়্ষ্ণ..সেৱা জনালোঁ ! শ্ৰৱণ কৰি সুখী হলো ..ক়্ষ্ণ...🙏🙏🙏
Krishno ..provu amar hotokuti hawa grohon koribo ...🙏🙏🙏🙏
কৃষ্ণ,শৰীৰটো যেন ভাগৰুৱা অনুভৱ হৈছে বাপ আপোনাৰ৷
"সশ্ৰদ্ধাৰ সত্ৰাধিকাৰ প্ৰভু ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব। ভগৱানে আপোনাক কুশলে ৰাখি ভক্তবৃন্দক কৃষ্ণ কথা শ্ৰৱণকৰাই থাকিব পাৰে কৃষ্ণ।''
কৃষ্ণ°°সুপ্ৰভাতম°শ্ৰীশ্ৰীশঙ্কৰগুৰুদেৱৰ পদপঙ্কজত কৰযোৰে অঞ্জলি নিৱেদিছোঁ প্ৰভূ 'হে প্ৰভূ ৰঘূনাথ প্ৰণামো দমায়ো মাথ°°তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম ৰঘূা-কুল-নন্দন মুৰাৰি,।।কৃষ্ণ°°মই দাসীক কৃপা কৰিব প্ৰভূ°°°°কৃষ্ণ°
Krishna Krishna Krishna 🙏🙏🙏
Kishno kishno joi guru sankar🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ সেৱা জনালোঁ কৃষ্ণ
পৰম কৃপালো গুৰু জনা আপোনাৰ চৰণ যুগলত পুৱাৰ সেৱা নিবেদিলো। আপোনী ধন্য প্রভু আপোনাক ভাষাৰে বুজাব নোৱাৰি প্রভু মন প্রাণ বিলিন হৈ গৈছে প্রভু কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 😢
কৃষ্ণ কৃষ্ণ প্ৰভু অহা কালিলৈ আপোনাৰ জন্মদিন উপলক্ষে শুভকামনা জনাই ভগৱানৰ ওচৰত
প্ৰাৰ্থনা জনাইছোঁ প্ৰভু আপুুনাৰ শ্ৰীমুখৰ ভাগৱত কথাই যিদৰে সকলো ভক্তপ্ৰানৰ হৃদয় জয় কৰিছে সেইদৰে প্ৰভু আপোনী অদ্বিতীয় ব্যক্তি ৷ প্ৰনাম কৃষ্ণ প্ৰভু
Prnam aaponak prabhu krishna krishna krishna
ইমান সুন্দৰ লাগিল কি কম আৰু আপোনাৰ দিঘায়ু কামনা কৰিলো।
হে সত্ৰাধিকাৰ বাপজনা, প্ৰথমে সেৱাঁ নিবেদিলো ।আজিৰ খণ্ডটো শুনি বহুত ভাল লাগিল ।কৃষ্ণ ।ঈশ্বৰে আপোনাক কুশঁলে ৰাখক ।কৃষ্ণ কৃষ্ণ ।
3
কৌটি কৌটি প্ৰনাম বাপ কৃষ্ণ।আশীৰ্বাদ কৰিব সদায় যাতে আপোনাৰ মুখে ভাগৱত শ্ৰবন আৰু কীৰ্ত্তন কৰিব পাৰোঁ।কৃষ্ণ কৃষ্ণ।
কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ
আপোনাৰ ভাঙনিয়ে আমাৰ জীৱন ধন্য হ'ল ।আপোনাক সহস্ৰ প্ৰনীপাত জনালোঁ
কৃষ্ণ ।কৃষ্ণ ।🙏🙏🙏
krishna.krishna.satradhakar.bap.apanak.pranam🙏🙏🙏🙏
পৰম কৃপালু গুৰু জনা আপোনাৰ ৰাতুল চৰনত কৌটি কৌটি সেৱা নিবেদিলো। আপোনাৰ ভাগৱত পাঠ এদিন নাপালেও আমাৰ মনত বৰ দুখ পাও। প্ৰভু আজি দীঘলীয়া ভাগৱত ভাগি শুনি আমাৰ জীৱন ধন্য হৈছে প্ৰভু। আপোনাক সেই একে জন প্ৰভু ভগৱান কৃষ্ণই কুশলে মঙ্গলে ৰাখক। কৃষ্ণ প্ৰভু কৃষ্ণ।
J 🇦🇩
কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাক শতকোটী সেৱা জনাইছো আপোনাৰ অমৃতময় ভগৱন্ত কথা শ্রৱণ কৰিবলৈ পাই আমি অধমে বহুতো গিয়ান পালো
আৰু আমাৰ চকু মুকলি হল আমি সদাই আপোনাৰ পাঠ শ্র ৱণ কৰোঁতে ঢকুপানী ওলাই যায় আপোনি এজন ভগবান সদাইযেন এনেদৰে আমাক শ্রৱণ কৰাই থাকিবলৈ ভগবানে আপোনাক কুশলে ৰাখক কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna provu ❤
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏 সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব বাপ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে ৰসময় অমৃত বাণী শ্রৱণ কৰিব পাই অতিকৈ আনন্দিত হৈছোঁ। এনেকৈ যেন ভগৱন্তৰ গুণ নাম কীৰ্ওন কৰিবলৈ সদায় ভালে কুশলে থাকে তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ, হে মহান কৃষ্ণ কথা কৈ আপুনিওঁ ধন্য হৈছে লগতে আমাকো ধন্য কৰিছে।বহু আগ্রহেৰে ৰৈ থাকো,কৃষ্ণ কথা আপোনাৰ মুখেৰে শুনিবলৈ।বহু নজনা কথা শিকিব পাৰিছো প্রভু।যিবোৰ হয়তো আপোনাৰ সংস্পর্ষত নাহিলে সম্ভরে নহলহেতেন।আপোনাক বহু বহু ধন্যবাদ।সেরাৰে কৃষ্ণ।।
Krishna🙏Krishna🙏Krishna🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু সেৱা গ্ৰহণ কৰিব,লগতে সকলো ভক্ত বৃন্দকে প্ৰণিপাত জনালোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ , প্ৰভু কোটি কোটি প্ৰনাম । আপোনাৰ ৰসে ভৰা ভাগৱত ব্যাখা আৰু ত্তত্ত্ব গধুৰ আধ্যাত্মি কতাৰ জ্ঞান বাৰে বাৰে শুনি থাকিবলে মন যায় । ভগবানে আপোনাক দীঘায়ু কৰক এইয়ে কৃষ্ণ চৰনত সশ্ৰদ্ধ পাৰ্থনা । জোনাই চিমেন চাপৰি পৰা
কৃষ্ণ কৃষ্ণ প্ৰভু শতকোটি প্ৰণাম গ্ৰহণ কৰিব ।আপোনাৰ শ্ৰীমুখে কৃষ্ণকথা শুনি অতি আনন্দিত হলো । জয় গুৰু শঙ্কৰ ।
কৃষ্ণ🙏 সুপ্রভাত প্রভু । সশ্রদ্ধ সেৱা গ্ৰহণ কৰিব । আপোনাৰ মুখে মহাভাগৱত বাখ্যা শ্রৱণ কৰিব পায় বহুত সুখী হৈছো।🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন শুনি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলো কে এই দাসৰ ভক্তি ভৰা সেৱা নিবেদিছো জয় কৃপাল গুৰু
কৃষ্ণ কৃষ্ণ ৰাম ।
Ki a""
8n. Mkj I'm jn. L gLow pu FTWqassamiss
@@kumudgayan1664 h
কৃষ্ণ ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভূ সেৱা গ্ৰহণ কৰিব কৃষ্ণ ৰাম হৰি ৰাম
কৃষ্ণ বাপজনা।সএাধিকাৰ পদবীৰে অলংকিত হোৱা হেতুকে আপোনৰ চৰণ কমলত সেৱাধৰিলোঁ বাপ ।এই ৭৩ নং অমৃত ব্যাখ্যাচয়ৎ দৈৱশকতিৰ অতি তত্ত্বগধূৰ কথা প্ৰকাশ কৰিছেবাপ।শুনি অতিশয় আনন্দিত হৈছোঁ।কৃষ্ণ
কৃষ্ণ কৃপাৰে সমৃদ্ধ হওক
11 no
K
হে মোৰ গুৰু জনা ইমান সুন্দৰ ভাঙনি মোৰ হিয়া হাত পৰি গল।
🙏🙏ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏
হে মহান, এই অধ্যায়ভাগে মনত ইমানেই ৰসৰ সঞ্চাৰ কৰিলে ভাষাৰে বুজাব নোৱাৰিম ৷কৃষ্ণ
কৃষ্ণ প্ৰভূ শতকৌটি প্ৰণাম জনাইছো আপোনাক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাক কুশলে ৰাখক।
Krishna Krishna provu eswar apunar soronot khawa jonalu 🙏
প্ৰভুজনা আমি বুজি পাইছো আপোনাৰ সময়ৰ বহুত অভাৱ হৈছে ।সত্ৰ এখনৰ বহুত দায়িত্ব থাকে ।তথাপি আপুনি ভি,দি,অ, পঠাইছে ।সেই বাবে আপোনাক বহুত বহুত ধন্যবাদ ।আপোনাক ভগৱন্ত ঈশ্বৰে কুশলে ৰাখক এই কামনা কৰিলোঁ ।কৃষ্ণ,মাধৱ
প্ৰভু ভগবন্ত আপোনাৰ ভাগৱতৰ অমৃত বানী শুনি মোৰ জিৱন সফল হ'ল 🙏🙏🙏🙏
প্ৰভূ জনা তোমাৰ ভাগৱত কথা, শ্ৰৱণ কৰি অশ্ৰু সিক্ত নয়নে গংগা স্নান কৰি জীৱন, শৰীৰ, আত্মা কৃতাৰ্থ কৰিছো ।
🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম প্ৰভু মাধৱ পূবাৰ সেৱা ভাগী গ্ৰহন কৰিব ।আশা কৰোঁ ঈশ্বৰে আপোনাক মঙ্গলে ৰাসক। সএাধিকাৰ ভাৰ কান্ধত সুষম ভাৱে লৈ পালন কৰাত সহায় মূৰালিকৰক ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু মাধৱ পূনৰ সেৱা ভাগী গ্ৰহন কৰিব 🙏🏼🙏🏼🙏🏼🙏🏼।।ঃঃঃঃঃঃঃঃ।
বাপ বৰ মধুৰ হৈছে পাঠ ধন্যবাদ
কৃষ্ণ কৃষ্ণ গুৰুজনা পুৱাৰ সেৱা নিবেদিলো কৃষ্ণ🙏🙏
হে প্ৰভুজন ভগৱানৰ এই অমৃত ময় বাণীয়ে আপোনাকো ধন্য কৰাৰ লগতে আমাকো ধন্য কৰিছে ।🙏🙏
কৃষ্ণ কৃষ্ণ..
এই লেছাৰি ভাগ বৰ ভাল লাগে আমি প্ৰায়েই শ্ৰৱণ কৰোঁ ।
কৃষ্ণ কৃষ্ণ প্ৰভু,কৃপাৰ কৰা,আপোনাৰ মুখে ভাগৱত শ্ৰবন কৰি,ম ই অতিকে আনন্দিত, প্ৰভু মোৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব❤🎉 🎉🎉
কৃষ্ণ, কৃষ্ণ হৰি ৰাম........ |
ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ,
গ্ৰহণ কৰিব প্ৰভূ.... কৃষ্ণ, কৃষ্ণ |
অনেক প্ৰজ্ঞাৰে পৰিপূৰ্ণ ভাগৱত ভাগ একান্ত মনে শ্ৰৱণ কৰিলোঁ বাপ |হৃদয় পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈছে আৰু নিজকে ঈশ্বৰমুখী কৰিবলৈ প্ৰেৰণা পাই ধন্য হৈছোঁ | সুধাময় ঈশ্বৰ প্ৰসাদ প্ৰাপ্তি কৰোৱাই বাপ
আমি হেন অবোধ সকলক পৰিত্ৰাণ পাবলৈ পথ মুকলি কৰি দিয়া বাবে আপোনালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ | আপোনাৰ চিৰ কল্যাণ কামনা কৰিলোঁ যাতে ঈশ্বৰে সৰ্বদা আপোনাক সুৰক্ষিত ৰাখি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে তাৰেই কামনা কৰি তেৰাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ | কৃষ্ণ বাপ, কৃষ্ণ.... |
সুপ্ৰভাত |
কৃষ্ণ। ধন্যবাদ জ্ঞাপন কৰিছোঁ
বাপ ঈশ্বৰ কৃপা কৰি এই অভাজনৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏🙏
"সত্ৰাধিকাৰ বাপ
চৰণত সেৱা জনালোঁ ।"
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Provu hewa jonalu ..bhogobane Apunak kuhole rakhok ....🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ , আজিৰ ভাগৱত ভাগিৰ ইমান সুন্দৰ সুৰ , শুনি থাকোতে অজানিতে আমাৰ চকুলো বাগৰিছে । এই কৃত্বিত্ব আপোনাৰ ।
Om" Krishna provu satradikar aponak sewa 🙏🙏🙏
হে মহান লগতে কৃপা কৰিব যাতে এহিমতে ঈশ্বৰপুৰুষৰ ৰূপ অধমে হৃদয়ত ধ্যান কৰিব পাৰো ৷
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণত ভক্তিভাৱেৰে কৌটি কৌটি প্ৰণাম
Ram ram ram..........
কৃষ্ণ বাপ আনন্দিত হলো অপেক্ষাৰ অন্তত আপোনালৈ কৌটি কৌটি সেৱা জনালোঁ🙏🙏🙏🙏
হে কৃষ্ণ বাপ, আপোনাৰ ঋণ পৰিশোধ কি দৰে কৰিম । কৃষ্ণ পৰম কৃপালু বাপ ঈশ্বৰ।
সু প্ৰভাত বাপ আপোনাৰ মুখেৰে ইমান সুন্দৰ ভাঙনি আমি শুনি বৰ ভাল পাও সদায় শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
Joy Sri Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আমাৰ সেৱা গ্ৰহন কৰিব ঈশ্বৰ প্ৰভু ॥
কৃষ্ণ কৃষ্ণ প্ৰভু, আৰু ভাষা নোলাই প্ৰভু, কৃষ্ণ
কৃষ্ণ হে প্ৰভু আমাক পৰম কৃপা কৰিলে।
Really prabhu (dukh Hari Narayan)all my anxiety and suffering vanished while i listening Hari katha. Pranam prabhu , may God bless you and us.
কৃষ্ণ কৃষ্ণ প্ৰভু শত কৌটি নমস্কাৰ গ্ৰহণ কৰিব। প্ৰভু আপোনাক ভাগৱত শুনি কৃত কৃত হৈছোঁ । লক্ষী কান্ত পাটৰ ।
কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা আগবঢ়ায়ছো গ্ৰহণ কৰিব কৃষ্ণ ৰাম,🙏🙏🙏🙏
হে সত্ৰাধিকাৰ প্ৰভুজনা অধীৰ মনটো আজি সুস্থিৰ হৈছে আপোনাৰ অমৃত পাঠ শুনি।দিনে দিনে আমাৰ গিয়ান মুকলি কৰি আছে।নাজানো কিদৰে আপোনাৰ ঋণ পৰি শোধ কৰিব পাৰো।সেৱা জনালো।
Llllll
কৃষ্ণ কৃষ্ণ। প্ৰভু আপোনাক প্ৰণাম জনালোঁ। আপোনাৰ video চাই মনটো বৰ ভাল লাগে। সদাই ৰাতি শুৱাৰ আগত এবাৰ চালে হে যেন টোপনি ভাল দৰে আহে। বৰ্তমান আমাৰ পৰিয়ালটোৰ শৰীৰ অলপ অসুস্থ। ভগৱানৰ ওচৰত সকলোৰে শৰীৰ আৰোগ্য কৰিবলৈ যেন প্ৰাৰ্থনা জনাই।
কৃষ্ণ কৃষ্ণ সত্ৰাধিকাৰ প্ৰভুজনা শতকৌটি প্ৰধান ।
বাপ ঈশ্বৰ আপোনাৰ চৰণত শতকোটি প্ৰণাম জনালো!
কৃষ্ণ পভু সেয়া গ্ৰহণ কৰিব, দেহা শাঁত পৰি গল কুশল কামনাৰে-- --
krishna krishna bap pranam bhgabt amrit suni anndita hioso
কৃষ্ণ কৃষ্ণ প্ৰভু । সেৱা জনালোঁ । আপোনাৰ ভাগৱত ব্যাখ্যাৰ মধুৰ ৰস শুনি ব নাপালে দিনটো লৈ ভালেই নালাগে । সদায় শুনাৰ আশাৰে ৰলো ।
কৃষ্ণ প্ৰভু ,আমি কৃষি কাৰ্য লগত জড়িত মানুহ।ৰাতি 11 মান বজালে থাকিব পাৰো।হেতুকে পোৱাৰ ভাগতে শুনিবসময় নাপাওঁ।কিন্তুআজি পুৱাৰ ভাগত মূশল ধাৰ বৰুষণ বৃটিপাত ক্ৰমেও 2ঘণ্টা।সেয়েহে পথৰলে যাব নোৱাৰিলোঁ শেষ ত আপোনাৰ গা ভালে থাকক,দীঘয়ু কৰক ভগৱন্তৰ ওচৰত কাকুতি জনাইছো।আপোনাৰ চৰণ ধূলিৰ কৃপাঠি আমি।কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Krishna.
সএাধিকাৰ ইশ্বৰ প্রভু সেৱা হে নিবেদিছু ৰাম কৃষ্ণ হৰি নাৰায়ণ💖😞
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম । প্ৰণাম বাপ , সেৱা গ্ৰহণ কৰিব ।❤️❤️❤️
হে মহাপ্ৰভূ কৌটি কৌটি সেৱা নিবেদিলোঁ ৷ সুন্দৰ ভাঙনি ব্যাখ্যাৰে আমাৰ মন প্ৰাণ আহ্লাদিত হৈছে ৷ ঈশ্বৰ সনাতন প্ৰভূৱে আপোনাক সৰ্বতোপ্ৰকাৰ কৃপা বৰষি মোৰ দৰে অধম পামৰক হৰি কথা হৃদয় ভৰি সুনাত কৃপা কৰক ৷ এয়াই মোৰ কাতৰ মিনতি … ৷
প্ৰভু ঈশ্বৰ কৃপা কৰিব পৰিয়াল বৰ্গ ক সেৱা হে প্ৰভু ঈশ্বৰ ভক্তি ৰসতমজি আছো
কৃষ্ণ কৃষ্ণ,,।শ্রী চৰণত সেৱা নিবেদিছোঁ,প্ৰভু।
Krisno Krisno provu pronam jonaisu krisno
শুভ প্ৰভাত 🙏🙏 সত্ৰাধিকাৰ বাপ ঈশ্বৰ কৌটি কৌটি প্ৰণাম গ্ৰহণ কৰিব 🌹🌹 কৃষ্ণ কৃষ্ণ 🙏🙏
ৰাম কৃষ্ণ হৰি
কৃষ্ণ প্রভূ ঈশ্বৰ প্রণিপাত জনালো
কৃষ্ণ প্লভূ বাপ ঈশ্বৰ আপোনাৰ কৃপা ৰসে আমাৰ গতি । নিৰন্তৰে আমাক শুনাবলৈ ঈশ্বৰে আপোনাক কুশলে ৰাখক । ৰাম কৃষ্ণ ।
Ram Krishna
Krishna Rama Hari Govinda Madhav Baap pranam
Krishna krishna prabhu Satkokuti pranam janalu krishna
Pranam Prabhu Ishwar. Krishna Krishna Krishna Krishna Krishna Krishna Karunamoi.
বাপ ঈশ্বৰ আপোনাৰ এই ভাগৱত পাঠ মাইকত দি শুনিলে বহুত ভাল লাগে ভকতে বৰ আকৰ্ষিত হৈছে আপোনাক আদৰি লৈছে ।
ধন্যবাদ
ৰাম কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালো আপোনাৰ শ্ৰী চৰণত ।
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম । আপোনাৰ ভাগৱত পাঠ শুনি অতি আনন্দ পালোঁ ধন্যবাদ ।
কৃষ্ণ, কৃষ্ণ বাপজন ।সেৱা জনালো । কৃষ্ণদেৱে আপোনাক কৃপা কৰক ।
Krishno Krishno Krishno hewa jonaisu
কৃষ্ণ সত্ৰাধিকাৰ প্ৰভূজন
আমাৰ হিয়া ভৰা সশ্ৰদ্ধ প্ৰণাম
গ্ৰহণ কৰিব । আপোনাৰ শ্ৰীচৰণলৈ কৌতি কৌতি শতকৌতি সেৱা নিবেদিলো ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
Krishna Krishna bap jona. Chewabhagi Nibediso Krishna Krishna
কৃষ্ণ প্ৰভু জন, সু প্ৰভাত ; স-শ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব । যথা সময়ত শ্ৰৱণ কৰিব নোৱাৰিলো ।
ধন্য প্ৰভু জন ধন্য , খন্দটি শ্ৰৱণ কৰি পৰম অানন্দ লাভ কৰিলোঁ । অাজিৰ খন্দত ব্যাখ্যা হোৱা খিনিকে অভাজনও অাশা বাঞ্চাকৰো । সকলোৰ প্ৰতি অান্তৰিক কৃতজ্ঞতা অাৰু সম্ভাষণ জ্ঞাপন কৰিলো । কৃষ্ণ ॥