Assam CM News: একশ্যন মুডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
HTML-код
- Опубликовано: 29 сен 2024
- 'বংগমূলীয় মুছলমান সাম্প্ৰদায়িক, সকলো পায়ো মোদীৰ বিৰুদ্ধে ভোট দিয়ে সংখ্যালঘুৱে'। ১৪টা লোকসভা সমষ্টিৰ অন্তৰ্গত ১২৬টা বিধানসভা সমষ্টিৰ ফলাফলৰ হিচাপ-নিকাচ হাতত লৈ একশ্যন মুডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ অনুভৱ লোকসভা নহৈ এয়া বিধানসভাৰ নিৰ্বাচন হোৱা হ'লে ৯২টা সমষ্টিত বিজেপি মিত্ৰজোঁট আৰু ৩২টা সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী জয়ী হলহেঁতেন।
#assam #livenews #assamesenews #nd24news #nd24live #nd24assamese
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 RUclips channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
আপুনি কোৱা এই কথাখিনিয়েই, ১৯৭৯ ৰ আন্দোলনৰ মূল বিষয় আছিল। কিন্তু ইমান বোৰ বুদ্ধিজিবি, অকংগ্ৰেছী ৰাজনৈতিক নেতা সকলেও এই কথাখিনিক কোনো গুৰুত্ব নিদিলে।
৮ শৰো অধিক শ্বহীদ হল, ছাত্ৰ সকলৰ ১টা বছৰ শিক্ষা বৰ্ষ বিনষ্ট হল। তথাপি কৰো গা নলৰিল। আপুনিও তেতিয়া কংগ্ৰেছী আছিল। এতিয়া বুজিলে যে বাংলাদেশী সকলে হয়টো আপোনাৰ ৰাজনৈতিক জীৱনত প্ৰভাৱ পেলাব ।
সত্যটো এতিয়া স্বীকাৰ কৰিলে। কিন্তু উপায় কি হব? সেই সময়ত যদি এটা সন্তান জন্ম হৈছিল, তেওঁৰ বয়স এতিয়া ৪০ ৰো অধিক হল ।
জনসাধাৰণক বিশ্বাসঘাট কৰাৰ পৰিণাম এতিয়া ভুগিব লাগিব। অসমীয়া জাতিটো শেষ হবলৈ বাকী নাই। গতিকে উদ্ধাৰো সম্ভৱ নহয়।
সেই আন্দোলনৰ বিৰোধিতা, দেশৰ সকলো অংশই কৰিছিল। সমস্যাটো অসমীয়াৰ বুলি ভাবি গুৰুত্ত দিয়া নাছিল। বেংগল ৰ লোকেটো খোলাকেই, আন্দোলনৰ বিৰোধিতা কৰিছিল।
এতিয়া কোনো সমাধানৰ ৰাস্তা বন্ধ হৈ যোৱাত, চিঞৰ বাখৰ কৰি কিবা লাভ হব বুলি মই নাভাবো।
এতিয়া গলা ফুলাই একো লাভ নাই। আপুনিও কম সাম্প্রদায়িক নহয়। গাদি হেৰুয়াৰ ভয়ত এতিয়া চিঞৰি ছে।
Right
Hosa kotha koise aapuni
100%right
Modi a bPekor tokare Diya nai himanta vai .olp laj sorom bula bostu thakibo lage
আপুনি গুৱাহাটীত মাদ্ৰাছা খুলিম বুলি কৈছিল দেখোন, কংগ্ৰেছত থাকোঁতে,,,, কেতিয়া হৱ প্ৰভু l
O etiya BJP hoi kholoni no
আজমলক হৰুৱাই দিয়াৰ দুখতে অন্তৰত আঘাত লাগি গৈছে,
Kiyo tur bapere asil nki ajmal
এইবোৰ কথা কৈ ভোট লোৱাৰ দিন শেষ
হিন্দু ৰাষ্ট্ৰ কৰিব লাগে অতি সোনকালে 🚩🚩
Bangladeshi bhagaow abhiyan uliyabo lage
Funny , rastro bodli kunewu korebo nuware
হিন্দু ৰাষ্ট্ৰ লাগে
Bengal ba Bangladesh jai ko. Axom t hindu muslim buli ketyau vaab nasil. Amar etae kotha illegal immigrant ulabo laage. Hindu ba muslim jiye nohouk
ইমান সাম্প্ৰদায়িক মূখ্যমন্ত্ৰী আৰু দ্বিতীয় জন নাই 😡😡😡😡😡😡😡
অপ্ৰিও হলেও সত্য কথা
জয় হিমন্ত জয় অসম জয় শ্রী রাম
Great
Congratulations
Kothatu misau nhy
Bharat mata ki jai jai hind keep it up sir
আজমল হাৰিল বাবে মামাৰ দূখ
Right CM sar
Ganatantrat essa anujaee vote diba pare
ৰকিবুলে কি কাম কৰিলে ইমান যে ভোট পাইছে।
Congrash zindabad
Eibilak.toka.poisa.modir.bapekor..nija..hompotti..nohoi....eibilak..publikor..poisa..hoi..himanta..eta..nij..cm..hoi..khali..nijor..sartot..kotha koi
মুখ্য মন্ত্ৰী দাঙৰিয়া আপোনাৰ মতেই 2014 চনৰ আগতে অসম খন কি পাকিস্তান আৰু বাঙালাদেখ আচিল নেকি 2014 চনৰ পৰাহে অসম হৈছে তাৰমানে
Yah sab kaisa hai Mahendra BJP Manu BJP BJP dhanyvad 🙏🚩🚩🚩🚩
হিন্দু মানেই বিজেপি নহয় অ কাইডো। ভ্ৰম হৈছে আপোনাৰ 😅। ডক্তৰ ওচৰত যাওক । কিয় জানো আপোনাক চাই চাই তেঙাই গৈছে আৰু ।
ayhi aysay vot airbar tumio aymar Assam ayri diya
তোৰ বাপেৰেৰ সম্পত্তি দিছে আমি বি জি পি ভোট দি আজিলৈকে ঘৰ নাপালোঁ সম্প্ৰদায়ক কৰিছা তাই
🎉🎉🎉
Ai sudur vai tu laj nai.. Eyak Kela pitibo lagea. Makok suda tu
Goriya moriya
Issshh...! Bor laj laga kotha dei...! Ajir dinotu je ekhon raijjyor murrobbi a enekua kotha koy je Modi ji a ghor dise, modi ji a amuk dile modi ji a tamuk dile. 2026 o loike sir a nokolei hol je Modi ji a apunalokok jonmou dise. Gotike vote tu Modi ji k diboi lagibo ami. Dhet...!😡
সংখ্যালঘূৰ সূত্ৰ সলনি কৰাৰ বাহিৰে এতিয়া অন্য উপায় নাই। এই সূত্ৰ এতিয়া জিলা ভিত্তিত কৰক। নামনি অসমৰ অৱস্থা শোচনীয় হৈ গৈছে।
একদম ঠিক কথা
Abr goi sabo sor saporit hinkhyalogu gaowt tatia gom pabo apunr grtu adin Muslim potoka uribo. Khatang tar babe opekha korok aru 20 30 bosor robo
চাচা মামাৰ ভোট নালাগে বুলি টেটু ফালিছিল এই জনে,এতিয়া আৰু আবোল তাবোল কি কাৰনে?
হিন্দুৰ ভোট যাতে ফালৰি নাকাটে😂
Rajesh hazarika mon t rakhiba Hindu ata pharchy sabda. Hindur artha hol Gulam,talotia. Axomia jati a Mugal k 17 baar Axomrpora ussit sikssa di khedi pothaisil. Gatike Axomia kunudin Hindu huaa nasil. Mugalr lagat Bamunr hona pitika asil. Bamune Hindur nam t Obc,St,Sc samaj k makorajaal t fossai vote loi sasonr gadi dakhal kari mojaa luti asey. 4 jun r agoloike Himanta Bishwa sharmar Badoruddin Azmolr lagat hona pitika asil. Kintu musalmaan samaje Dharmar urddhat goi Congressk vote dia babe Bharstasari janata party 2026 t hariba buli hitahit gyan heruai abul tabul bokise.
BJP porasto sasa r bot nohole no
কিন্তু কংগ্ৰেসক কিয় বাংলাদেশী মিয়া ৰ,, ভোট লাগে?
তেওঁ কংগ্ৰেছ আৰু মুছলিম উভায়াকে সাম্প্ৰদায়িক বুলি দাতা সহকাৰে প্ৰমাণ কৰিলে। তেওঁক এতিয়া ভুল বুলি কংগ্ৰেছ য়ে প্ৰমাণ কৰা উচিত। আমি মাত্ৰা দৰ্শক। ভাত খোৱা আৰু কম কৰা।
গোটেই অসম লোৱাৰ মুডত নিজেই মূখ্যমন্ত্ৰী।।
Chinese😂
Miya.. go back..😡
गोमूत्र!
মানুহ ভোট বিচাৰিলেও ভোট নাপায় আৰু আপুনি মিঞাৰ ভোট নালাগে বুলি বুকু ফিন্দাই কোৱাৰ পিছতো কোনজন মিঞাই বিজেপিক ভোট দিব ?
Laj nai jar aru tokar lovot bikri hua ase amr bohut muslim 😢
ইমান দিনে কৈ আহিছে AIUDF দল সংখ্যালঘু লোকৰ এতিয়া কৈ আছে কংগ্ৰেছ দল সংখ্যালঘুৰ কি কৰা যাব ছাৰ ।
Tak kori maribo lagivo
Indian national Congress nhy Islamic national Congress
আমি তো মিঞা নহয়,,,কিয় দিলো কঙগ্ৰেচক ভোট,,,,মামা,,,
Vote diya tu nijor kotha.kintu eta homoyot bangladeshie j axom khon dokhol korivo eitu khatang.
কাৰণ তহঁত হৈছে গেদাৰ গুলাম হোৱাৰ মানুহ😏
@@rajeshhazarika1663 tur bapere electiont miyar bhorit kio porisil
গেদাৰ চাকৰ
Ami hindu hoi i love congress
চৰকাৰৰ আঁচনি বোৰ প্ৰকৃত ভাৰতীয় আৰু ভূমি পুত্ৰ আৰু খিলঞ্জীয়া সকলে পাব লাগে। বঙ্গীয় মূলৰ লোক সকলে পোৱা চৰকাৰৰ আঁচনি কৰ্তন কৰিব লাগে।
সেয়া সম্ভব নহয়
Karu bapekor roja nohoi soboke dibo lagivo gol fulai bokile aku set dal nohoi
এইজন নাম চুৰ মিঞাঁ যেন পাইছোঁ।@@rajeshhazarika1663
@@rlrajibhussain4244Chup Bangladeshi......
Agote Pakistan, Bangladesh diya goise...
Eitu Hindustan hoi miya....
Tetu fali nisiyoribi
যোৰহাট লোকসভা সমষ্টিত ও বঙ্গমূলিয়াই ভোট প্ৰদান কৰিছে নেকি মুখ্যমন্ত্ৰী মহোদয়?
ভাৰতত যিমানেই মুছলমানক সুবিধা দিলেও, মোদীৰ সপক্ষে ভাৰতৰ ভিতৰত 5% মানেহে ভোট দিয়ে। তাকো ভূলতে দিয়ে।।নাইবা পদ দিয়াৰ খাতিৰত দিয়ে।।।অপ্ৰিয় হলেও সত্য।
মুছলমানে কেৱল কংগ্ৰেছক চিনি পায়....
একদম ঠিক কথা
Modi jie ki electricity free dse nki frst kotha tax lua bondho korok apunalukr
কোনো মন্ত্ৰী বা বিধায়কৰ নিজৰ উপাৰ্জনৰ টকাৰে ৰাইজক ঘৰ আৰু শৌচালয় বনাই দিয়া নাই। চৰকাৰৰ দায়িত্ব আৰু এয়া নাগৰিকৰ প্ৰাপ্য।
Goood
Absolutely true. These are all public money which we give tax to the Government. They are not giving from their pockets. Thanks Afazul Haque for sharing this valuable point.
Waqf board k ko na j Miya bilakok ghar, latrine bonai de buli
চিঞৰি নাথাকিবি মোদীৰ ১৬মে' তাৰিখটো লাগে।
গৌৰৱ গগৈ আধুনিক বদন
সন্মুখৰ নিৰ্বাচনত মই সকলো অসমীয়াক কৈ দিম যাতে মোদীক ভোটটো দিয়ে।আপোনাৰ চকুলো মোৰ বেয়া লাগে। BJP জিন্দাবাদ থা, জিণ্ডবাদ হে, জিন্দাবাদ ৰহেঙা।
You are going to mad as you show!!!! Why are you show your charecter??????
Cheap language n faltu cm
Right citizen t dom di lab nai
Din rati Muslim k gali diba aru Muslim or vote lage 26 OT apuni CM nethake
গেদাই আঁতৰ কৰিব নে কি😂?
@@rajeshhazarika1663mc klaa
😂😂😂😂😂@@rajeshhazarika1663
By whose money modi is giving house n everything to people of India not his personal its people tax payers money
Moja
Aye moja..
গণতন্ত্ৰত ৰাইজেই ৰজা । ৰাইজে যি দলক পছন্দ কৰে সেই দলকেই ভোট দিব ৷ইয়াত আপত্তি কৰিব লগীয়া আছে ? কোনো দল বা চৰকাৰে নিজৰ পকেটৰ পইচাৰে ৰাইজক সা-সুবিধাবোৰ দিয়া নাই । ৰাইজৰ কৰ-কাটলৰ টকাৰেহে দিছে । সুবিধা দিলে বুলিয়েই ৰাইজ কোনো দলৰে গোলাম বুলি ভৱাটো ভূল।
কিন্তু গেদাসোপা সদায় কংগ্রেচৰে গুলাম হয় সেয়া নাজানে নে কি😂?
@@rajeshhazarika1663 toi anpor gujarati sardar hoi
Rajesh Hazrika toi Goru gubar goru moot aru Bamunr vori paani khai magoj ghulaa karili. Tur Tezpurat vl nahoba, tuk kome u 36 ta electric chock Brain t dilehe vl habo para.
কথাৰ একো লাগ বাণ্ড নাই।
@@junaliseducationchannel3463😂murkho suda kela😂
টেক্স, জি ,এচ, টি কম কৰক ৰাইজ আপোনাক মুখ্যমন্ত্ৰী পাতিবলৈ বাধ্য হব।
Val di so sudurvai cm
News dekha ni
ছয় জনগোষ্ঠীৰ জনজাতি কৰণ নকৰিলে কিয় বিজেপি চৰকাৰে,
উত্তৰ নাই
Rana hg8hg Bamune 6 janagusthik janajatikaran di hator kuthar murat mari labo niki. Karan 6 janagusthi janajatikaran hole i maan din a Bamune Dharmar nam t kari aha rajnoitik dakhal (Khandah khuaa baali tol jabo) 6 janagusthir janajatikaran hole Axomr 86 ta khamasti khongrakhyan (Resurvesion) hoi jaba aru khei khamasti 86 taat kebol ST samajrpora he nirbasion kheliba pariba. Gatike Bamun imaan kessa khilari nahoy. 6 janagusthir mul badhaa hol sayambhy eswar(Bamun).
@@mukulbaruah1833 উদাহৰণ অযোধ্যা সমষ্টি
People of India are not fools. Modi is not distributing his personal property, but the money is collected from Citizens of India as taxes.
Sarkar r chinta karibar hal
আপুনি আগতেই ক'ব লাগিছিল অসমৰ ৰাইজক কোনে কৈত ভোট দিব আপুনি আগতেই কিয় কোৱা নাই অসমৰ ৰাইজক
He is pagol
সত্য ১),ৰকিবুলক জয়ী কৰা টেকনিকটো হৈছে কংগ্ৰেছক সমালোচনা কৰিব পৰা সুবিধা লোৱাটো।
২) মোদীয়ে নিজৰ পয়তীক সম্পত্তি বেছি ৰাইজক দান দক্ষিণা দি আহিছে নেকি?
তেন্তে আম্বানি আদানীৰ নাম নাহে কিয়?
Toi o company khul miya 😂.....
Tar pisot Ambani r logot competition kor
আপুনি মুখ্যমন্ত্ৰী পদ এৰি দিয়ক।।সৰ্বানন্দক দিয়ক আমি ভোট দিম।।
Sarba e bhal asil.... Eikeitae BJP borbaad kori dise
অপ্ৰিয় সত্য
Moi mur dewta din gol atia muro adha kal gol tothapi sorkare dia ghor puwanai
পমুৱা অসমীয়া/ন অসমীয়া বেচি ভাগে একগোট!? অখিল লুৰিন হিৰেন গোহাঁই আৰু বহুত আচে এই সকলে খিলঞ্জীয়া সকলক এক গোট হবলৈ নিদিয়ে। কাৰন খাৰখোৱা বেচি ভাগক আবেগিক কৰি বলৈ অতি সহজ। কা কা কৰি ইত্যাদি!
Bangladesh আহি মীয়া আগতে অসমত আধার কার্ড বনাই তাৰ পিছত অসমৰ সদিকাৰ পাই জাই তাৰ পিছত পোৰা India, 😂 কানদিলে নহব ছাৰ আকো এই বাৰ Bangladeshi bhagao , মই নাজানো অসমত সিমান কোনে Aadhar card বনাই sab duplicate hai , ek ek aadami kam karne ke liye aati hai Bengaluru mein lekin uska gaon ka naam pata nahin hai lekin Aadhar Card lekar aati hai sab duplicate Aadhar card
কেৱল ২০১৪ চনৰ পিছত হে অসম দখল কৰা কথা কিয় আহিল। এইবোৰ কথাই ভোটৰ অংকত হিন্দু সম্প্রদায়ৰ জনসাধাৰণক ভয় খুৱাইছে নেকি???
Bhabesh sharma tur thikonatu Coment t de soon. Keka Baoerar mukhedi ulua mohapapi. Tahot hoisa prithibir vitarat ataitkoi maratmak khingkhatmak khonteukhbadi. 10 Basor age r pora tahite goru khabi aru Bodnaam karibi Musalmaank. Musalmaanr lagat khamajik bhabe ataitkoi Boibahik sambondha tahot west Uressian bilakr lagat asey. HIND mugale Bharatia khakalk dia apomaan susak montobya. Hindu pharcy sabda, iyar artha Gulam, Talotia. Axom kahani u Mugalr adhin hua nasil. Gatike tahote Obc,St,Sc sanajk Hindur nam t vote loi sasor gadit bohi boha bondha kr. Nahole jidina khilonjia samaje tahotr(Bamun) Dharmar kaani(Opium)r makorajaalrpora mykta habo kheidina kebol tahotr babe mohapralay sristy habo.
আপনি কিয় ইমান চিঞৰিচে চাৰ আপনি যিমান চিঞৰিব কংগ্রেসৰ সিমানেই লাভ হব || কিয় জানে আজিৰ সমাজে জানে হিন্দু - মুসলিম কৰি লাভ নাই কাৰণ আমাৰ দেশৰ শতি হব আমি একেলগে কাম কৰিলেহে আমাৰ দেশ খনক আগেই নিব পাৰিম || মানুহে গম পাই চৰকাৰে লাভৰ কাৰণেহে হিন্দু - মুসলিম কৰে, So মামা আপনি পাৰে যদি আমাৰ অসম খনৰ কেনেকৈ শিক্ষা প্রতিষ্ঠান সমূহ উন্নত কৰিব পৰা যায় ভাবক আৰু সা-সামগ্রী দাম কম কৰা যাই চেষ্টা কৰক মামা || যুক্তিহীন কথা কই আপোনাৰ লচ হব | মামা মই মুসলিম তথাপিও আপোনাক ভাল পাওঁ আৰু এনেকুৱা বহুতেই আপোনাক ভালপাই || CM আপুনি আপোনাৰ মুখৰ পৰা আমি এনেকুৱা কথা নিবিচাৰো || 🙏
সোণৰ অসম মুচি গঢ়িম সোণৰ বাংলা,
আন্দোলন কৰিছো আমি হিন্দু খেদা,
এটকাৰ থাইত দুটকা দি কিনিম তুহাৰ মাটি ,
কেনেকৈ নো ৰাখিবি ভাই জাতি মাটি ভেটি।
🙏🌼🇮🇳🌿🏹🌺🕉️🔱 নম জয় আই অসম আৰু ভাৰত মাতা কী জয় জয় মা কামাখা মা কী জয় জয় হিন্দ জয় জয় শ্ৰী ৰাম জী জয় জয় শ্ৰী হিমন্ত মা মা কী জয় 🙏🌼🇮🇳🌿🏹🌺🕉️🔱
তোমাক অসমৰ জনতাই হিন্দু মুছলমান কৰিবলৈ মূখ্যমন্ত্ৰী পতা নাই। তুমি অসমৰ কাম কৰা।পেট্ৰোলৰ দাম কঙ্গেছৰ দিনত কিমান আছিল মনত পেলাবা।
বিজেপিক ভোট বৰ্জন কৰা ব্যক্তিৰ সকলো চৰকাৰি আচনিৰ সুবিধা কৰ্তন কৰিব লাগে ।
কাৰোবাৰ পয়তীক সম্পত্তি বেছি ৰাইজক দান দক্ষিণা দি আছেনে?
যেহেতু আপনে বলেছেন ছাছা মামার ভোট ন লাগে তাহলে কেন দোষারুপ করছেন?
কি কৰিম চাৰ বহুত কথাই কমেন্ট কৰিবখোজো কিন্তু এই মহামানব আমাৰ অসমত থাকিব লাগিব। এতিয়াৰ অসমৰ বাবে এজন সু পুৰুষ আমি অসম বাসী ৰাইজে পাবলৈ সক্ষম হৈছো। যি হেতু LLB advocate আছিল এতিয়াও আছে কম বস্তু নহয়।
গতিকে ৰাইজ আৰু চৰকাৰ সাৱধান হোৱা ভাল নহলে ইহঁতে আমাৰ দেশৰ সকলো শেষ কৰিব আৰু খিলঞ্জীয়া জনগোষ্ঠী ৰাইজ এতিয়াও মূৰ্খৰ দৰে কাম কৰি আছে এইসকল খিলঞ্জীয়া জনগোষ্ঠী মানুহৰ জ্ঞান ঘুৰি নাহিলে আমি সকলোয়ে পৰিণাম ভুগিব লাগিব। অই মূৰ্খ খিলঞ্জীয়া এতিয়াও তহঁতৰ হিতা হিত জ্ঞানৰ অভাৱকিয়?
BJP agent nki toi
Misa
Misa khatha
Misa fuljari
কি দৰে সাৱধান হবাহে ? আমি নিজৰ ভাই ককাইৰ মাজত হে কাজিয়া কৰিব পাৰোঁ। বাহিৰৰ মানুহক ঘৰত বহুৱাই উলিয়াই খেদিব নোৱাৰোঁ। এজনে কলে আন জনে বাধা দিব।
যি সকল বুদ্ধিজিবিৰ কথাক অধিক ৰাইজে মহৎ বাণী বুলি মানি লয়, সেই সকলেই চুপ হৈ থাকে।
তোমালোক যদি আধুনিক প্ৰজন্মৰ হোৱা, তেন্তে শ্ৰেষ্ঠা কৰি চোৱা, কিন্তু কোনো লোক আৰু শ্বহীদ নোহোৱাবা।
Jorhat t kiman paise
মই বুঢ়া হলো কিন্তু চৰকাৰে মোক চ এটাও দিয়া নাই তাৰ পিছতো বি,জে,পি,ক ভুত দি আহিছোঁ।
Kunu Musalmaan ba Christan khilonjia(Obc,St,Sc) samajr satru nahoy. Kumu musalmaan christan a Obc,St,Sc sanajr khangvidhanik adhikar karhi khua nai luti kuha nai, Obc,St,Sc samajr khangvidhanik adhikar karhi.luti/puti khaise kebol 10% General samaje.
Bangladeshi Bengali Assamot bahut bahise... Aibur ketiya khedibo? Lanka, Lumding, Hojai t bangali r Population bahi ase aibur ketia thik hobo? Assam 6th schedule ketia anibo
Hosa kotha koise sir bohut dukh loga atia gom pale ne sir
😂😂eta kotha km beya napba dei apuni congress r dint powerful Minster asil akw bjp dint apuni CM baki baad dilo apuni guwahati r Jalukbari r mla kinto apuni nije guwahati thke kinto ajeo guwahati r development 0 banpani uthe alp rain dile ,, ru assam r development hbo baki jagah bur t mur etai kotha dal ji a nhuk raajneeti development r oprt ne hospital t patients a vldore treatment pai ne,, ne education valdre diye government school bur t ne val road asa mtra 5/6 km vl road Xeikhini t akw troll tax,, ki development asa ba hoise krn jatiloi raajneeti religion🙏🙏 uport hoi development nhoi, 😢😢
অসমত মানুহন উচ্ছেদ কৰি বিপদত পেলাইছে হিমন্ত
Aponar katha hunile bami aha hoise ?
Nijor weight bojai rakhi kotha kobo ..🙏🙏🙏🙏🙏
Rahul Gandhi zindabad Gaurav gogoi zindabad 🎉🎉🎉🎉❤❤❤❤❤
গৌৰৱ গগৈ আধুনিক বদন
Nijor tokare kako ako nai diya..
Sob raijor tokare dise raijok dise..
Sob jonoxadharonoe puisa.. byaktigot xompotti nhy sir..
100% Hocha kotha koiche .Mama ,you are right.gotike atiya nam chai sujog- subidhabor dibor samay hol
Himanta Bishwa Sharmai Axomr khatam purukhia Oikkya/Samprity binasta karise. Himanta Bishwa sharma akonaykttabadi.
Centreot modi assamot tumi.... Ki goti kori asa tumi....????
Akol kela lecture diutei jabo
Product Bardoli muslim nohay😂😂😂
ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ বিৰোধী জিন্দাবাদ জিন্দাবাদ
Aami Tax dio,amar tokaak PM a pan India bhogaai diye,Modi teo nijor hompotti bhoba toh Bhul, CM Sir
Moi Kin2 BJP k vote disu but moi ghr eku puwa nai.. Dibrugarh
আছনি পৰা এইসকলক বঞ্চিত কৰিব লাগে ঘেন্তা।
Hindu bengalir karone aponi ki chinta karise....axomor hindu bengali kiman percantage sakori pabo
Hampodayi kotha nokolai bhal eman jodi proti dine bhahi jua Bangladeshi burak khadak bhut pua heten aku nasil kintu atiya napale j hai babe ga jollyse😂😂
Amalgamate Hindu Bangla action Diya Nahin medicine Shiva Bhagwan paise lekin Modi Himanshu bahut amavasya se apni aankhon Hindu Muslim ki gay Mumbai Muslim Muslim India football kushti
Aibar Ayuddha aru all over Indiat jot jot BJP harise tat harar karontu explain korok.
Ami akmatra hindi sakalar suraksha babe B. J. P. Asamat pratishtha karisilo. Dukhar bisoi ami aji dalat alagi. C. M. mahoday aap bhabak.
Assamat.ajan.
Bongio.mushlimeo.bjpt.vote.dianai.
He.karone.kaisu.
Hakolo.anudan.
Bandha.kari.dibo.
Lage. 5:37
মোডীৰ বাপেকৰ টকাৰে ঘৰ দিছে নেকি?আচৰিত নেতাৰ পাভলুতি। এইবোৰেই আমাৰ নেতা। ইহতৰ ৰূপ গনি শেষ কৰিব নোৱাৰি। দিনত এটা ৰূপ ৰাতি এটা ৰূপ।
Jodu koch ata kotha apuni nehane apunalukr purbaj a Bamun k eswar buli maani khewa kora babe apunalukr sasonr beli koch rajya biluptta hol. Jetialoike koch roja sarantra asil arthat Bastobadi, Bigyanbadi asil tetialoike koch khajalr sason gojgojia asil, kintu jetiarpira koch rojai Bamunr Dharma mote andha biswakht khumaal tetiarpora Koch khakalr sakti komi ahil. Dharma t biwakh mane nedekha sakti karmakandi andha biswakh.
Good realisation by the BJP. He needs to take action against these illegal immigrants . Bharat Mata Ki Jai 🙏🙏🙏
BJP ৰ ১০ বছৰ হৱ, কেইজন বিদেশী খেদিলে আমাৰ ৰাজ্যত।
@@bhaskarbaruah1576কাম নাই হিমন্তৰ😂
Ched dal hbo 😂😂10 yrs gol...aibur vote r karone koi thake burbok 😂
Jono -sadaron kina golum nohoy...he...apner amolay kowa mote vot dibo...
It is called democratic !!!!! If a family have given a family party ,can we say he is perfect ???????
Eyar dayi Muslim nohoy hinduhe.karon kisuman hindue akota nubuje
prodan montry paysa mane public or paysa nohoy neki modi himantor kthamote pablicke bot dibonaki
Ami modik nalage dey hahahaha 😅😅😅😅😆😆😆😆😆😆
Sarma dangaria Development tu issue
nahoi issue tu hoise Islamic state bonuahe ,
ধৰ্ম লৈ ৰাজনীতিৰ দিন নাই আৰু😂😂
চৰকাৰী কৰ্মচাৰীয়ে ২৬ ত আপোনাক সমৰ্থন নকৰে ।।
Congrats.lute.pute.khai.bijpet.jowajonok.ke.kob.
নালাগেবুলি কোলে কেনেকৈ ভোত দিয়ে চাছাই