মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত অখিল গগৈৰ

Поделиться
HTML-код
  • Опубликовано: 11 фев 2025
  • মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত অখিল গগৈৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি অভিযোগ দাখিল অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি ভিক্টিম কাৰ্ড খেলাৰো অভিযোগ অখিল গগৈৰ। আনহাতে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সৈতেও বাকযুদ্ধত অৱতীৰ্ণ শিৱসাগৰৰ বিধায়কগৰাকী।
    #PratidinTime #AkhilGogoi #assam

Комментарии • 484