ভাইৰেল হৈ পৰা কেইটিমান জনপ্ৰিয় বিহুগীত... বিহুৰ বতৰত আপোনালোকলৈ

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • ভাইৰেল হৈ পৰা কেইটিমান জনপ্ৰিয় বিহুগীত... বিহুৰ বতৰত আপোনালোকলৈ

Комментарии • 46

  • @rubugogoi7003
    @rubugogoi7003 4 месяца назад

    Wah ki j hundor

  • @dhamenkataky6255
    @dhamenkataky6255 4 месяца назад

    Nice❤

  • @Parag.Baruah
    @Parag.Baruah 4 месяца назад

  • @prantimsharma7690
    @prantimsharma7690 4 месяца назад

    বৰ সুন্দৰ ❤

  • @niranbora9076
    @niranbora9076 4 месяца назад

    Sundar

  • @user-pf7or2rz3o
    @user-pf7or2rz3o 2 месяца назад

    Nice

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 5 месяцев назад +4

    কি যে ভাল লাগিছে! দাদাৰ যোজনাই শুনিম নে নিয়ৰৰ ঢোল বাদনে চাম। মুঠতে অপূৰ্ব!!!!!!👏👏👏👏👏

  • @pratimdevi8759
    @pratimdevi8759 4 месяца назад +3

    আজি-কালি মানুহক আশীৰ্বাদ নেলাগে, বৰঞ্চ কম কষ্টত বেচি পইচাহে লাগে , সেয়ে চাগৈ ঘৰৰ কাষৰ দুখীয়া আত্মীয়ৰ চোতালত হুঁচৰি নেগায় চহৰৰ বণিয়াৰ দোকানত হুঁচৰি গাবলৈ ঢপলিয়াই যায় !
    ককাইদেউ আপোনাৰ বিহুনামে মোক মাই লৈ মনত পেলাইছে I অশেষ ধন্যবাদ জনালোঁ !

  • @jayantasonowal5243
    @jayantasonowal5243 5 месяцев назад +3

    ভালে থাকক সদায় আপুনি বহুত ভাল লাগিল ।

  • @xin2830
    @xin2830 5 месяцев назад +3

    বহুত সুন্দৰ,নিয়ৰ ঢুলীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @gautambailung8594
    @gautambailung8594 4 месяца назад +6

    এই সকল মাটিৰ বিহুৱা ৷ গাবলৈ কওঁতেই মনৰ কোঠাত বছৰ বছৰ ধৰি হাঁচিৰখা বিহুবোৰ আপুনি ওলাই আহিছে ৷ কাগজত লিখি লিখি দুমাহমান মুখস্থ কৰি মঞ্চত লাখ টকালৈ বিহুগোৱা এতিয়াৰ বিয়াগোম শিল্পী সকলে শুদ্ধকৈ যোজনা এটা গাব নোঁৱাৰে৷ বিহুৰ নামত কৰা বহুৱালীবোৰতে দৰ্শক সকলে নাচে ৷ এই সকল আচল বিহুৱাৰ বিহু বিলাক পদ্ধতি গত ভাৱে বাণীৱদ্ধ কৰিব লাগে ৷ এনে শিল্পী বহুত আছে ৰাজ্যখনৰ ইফালে সিফালে ৷ আপুনি অৱশ্যেই বহুত প্ৰয়োজনীয় কাম এটা কৰিছে ৷

  • @gargisonowal17
    @gargisonowal17 5 месяцев назад +2

    বিহ নাম শুনি বহুত ভাল লাগিল আৰু খুড়া জনলৈ বহুত ধন্যবাদ থাকিল আৰু নীৰৰে ধুনীয়া ঢোল বজায় চে

  • @minatiborah8596
    @minatiborah8596 5 месяцев назад +2

    নিভাজ বিহুনাম ; বৰ ভাল লাগিল শুনি।🙏🙏

  • @gogonamusic6986
    @gogonamusic6986 3 месяца назад

    আচল বিহু নাম। নতুন প্ৰজন্মক শিকাব লাগিব। আৰু বিহু নাম collection কৰক দাদ।

  • @user-pd1hl5ke4m
    @user-pd1hl5ke4m 4 месяца назад +2

    পুৰনা বিহু নাম ভাল লাগে ৷ ধন্যবাদ

  • @charulatakalita1905
    @charulatakalita1905 3 месяца назад

    Thank you.

  • @prantimsharma7690
    @prantimsharma7690 4 месяца назад

    এই গীতবোৰ লিখিত ৰূপত সংৰক্ষণ কৰিব পৰাহ'লে

  • @bijurajkhowa7114
    @bijurajkhowa7114 4 месяца назад +1

    পুৰণি বিহু নামবোৰ বৰ প্ৰিয়।তেখেতৰ দীঘায়ু কামনা কৰিলো।

  • @brishtiduwarah-fi2hs
    @brishtiduwarah-fi2hs 4 месяца назад +1

    বিহুৰ শুভেচ্ছা আগবঢ়ায়ছোঁ।

  • @babitatamuliborah7986
    @babitatamuliborah7986 5 месяцев назад +1

    দাদা জনে বহুত ধুনীয়াকৈ গাইছে 😊নিয়ৰে ঢোল বাদন সুন্দৰকৈ কৰিছে ❤

  • @usharanisaikia6912
    @usharanisaikia6912 4 месяца назад +2

    দেখিবলৈ ও ধুনীয়া আছিল দাদা।

  • @charulatakalita1905
    @charulatakalita1905 3 месяца назад

    Sasakoie lipibodha korato ati prayojaniya.

  • @molinadas9009
    @molinadas9009 5 месяцев назад +3

    Moiu purona bihu naam gau..khup val lage.
    Gutug gatang korise Nobaue bakos khulise.
    Natun natun poisa dekhi
    Diu nidu korise.
    Ura jahaj urai dim
    100 toka nidile yate rati puai dim
    Voluka bahore aage oi nasoni voluka bahire gathi
    Bota dhunuhai undulai Aanise aamaku nothoba rakhi.
    O poka bilahi khorai dile diahi
    Jodi khorai Nidia Raijok bidai diahi.
    Kiman j val loga naam gai husori marisilu.
    Atitoloi bahut monot porise❤

  • @rajibbora1813
    @rajibbora1813 5 месяцев назад +2

    নীৰৰে ভাল বজালে ❤ভাল লাগিল ❤❤❤❤❤❤❤

  • @debikaborpujari6748
    @debikaborpujari6748 4 месяца назад +1

    বিহু গোৱা জনক শুভেচ্ছা জনালো লগতে মৰম লগা ঢুলীয়া ককাই লৈ বিহুৰ মৰম❤

  • @beautidevi7783
    @beautidevi7783 5 месяцев назад +3

    Val lagil

  • @ArupBora-xd6hb
    @ArupBora-xd6hb 4 месяца назад +1

    সেই সময়ৰ বিহু নামৰ দ্বাৰা ডেকা গাভৰু সকলৰ মনৰ কথা বোৰ প্ৰকাশ কৰা যি এক সুন্দৰ প্ৰতিচ্ছবি দেখা পালোঁ সঁচাকৈ বহুত ভাল লাগিল ।
    দদাইদেও কুশলে থাকক অহা বাৰলৈ এনেকৈ লগ পোৱাৰ কামনা কৰিছো ।
    লগতে ছাৰ আপোনাৰ পুষ্ট বিলাক চাও ভাল লাগে আৰু এনে প্ৰচেষ্টা সদায়ে থাকক তাৰেই আশা কৰিছো ।
    আমাৰ বহু গাঁৱৰ পুৰণা গীত মাত বিহু নাম বিহু ঢোলৰ চাপৰ খৰা ছেও দীঘলীয়া চাপৰ বুঢ়া চেও পালছ বোৰ সেৰাই যাব ধৰিছে , আপোনাৰ এনে প্ৰচেষ্টা দ্বাৰা আমাৰ নৱ প্ৰজন্মৰ মাজত যেন পুনৰ ঠন ধৰি উঠে এনে যুগমীয়া নাম সমূহ তাৰেই আশা কৰিছো ।
    লগতে শেহতীয়াকৈ সলেও আমাৰ অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।

  • @prodipbora4213
    @prodipbora4213 5 месяцев назад +2

    God bless you long life uncule

  • @akhilgogoi1869
    @akhilgogoi1869 4 месяца назад

    Hoi bhout bhout bhal lagil

  • @sikharanisarmah1839
    @sikharanisarmah1839 4 месяца назад

    বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইমান পূৰণা বিহ গীত শুনিবলৈ পাই বৰ ভাল লাগিল। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।আপোনালৈ ও অশেষ ধন্যবাদ থাকিল ।।🙏🙏🙏

    • @sikharanisarmah1839
      @sikharanisarmah1839 4 месяца назад

      পুনৰ কওঁ, এটি বৰ ভাল পদক্ষেপ গ্ৰহণ কৰিছে ।👏🙏

  • @usharanisaikia6912
    @usharanisaikia6912 4 месяца назад +2

    ডেকা কালত এজন আছিল দেই 😊।

  • @padumkakati2938
    @padumkakati2938 4 месяца назад +2

    আগতে শুনা নাই আঁজীহে মোবাইলত দেশিছো এপ্লিকেচন

  • @rubyborborah4481
    @rubyborborah4481 4 месяца назад

    ভাল লাগিল পুৰনি বিহু নাম খিনি

  • @lakheswarborah3046
    @lakheswarborah3046 4 месяца назад

    বঢ়িয়া । ভাল লাগিল আগৰ দিনত গোৱা বিহু নাম । দয়োলৈ নমস্কাৰ ও ধন্যবাদ জানালোঁ ।

  • @user-vd5dg6ru9b
    @user-vd5dg6ru9b 5 месяцев назад +2

    Apunar onusthan bur Sai bobut bhal lage Dada.

  • @Preyokshipallidevi
    @Preyokshipallidevi 5 месяцев назад +2

    Bortaa❤

  • @RekhaGogoi-gy2ef
    @RekhaGogoi-gy2ef 5 месяцев назад +1

    nice

  • @probingogoi9774
    @probingogoi9774 4 месяца назад +3

    বিহুৱা দদাইদেলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভগৱন্তই যেন আপোনাক এইদৰে ৭৩ বছৰীয়া যুৱক হৈ থাকিবলৈ কৃপা কৰে যেন সেই কামনা কৰি সেৱা নিবেদন কৰিলো।

  • @advines937
    @advines937 5 месяцев назад +1

    কত পালে হে দাদা আমাৰ পিতাইক😅😅😅😅😅

  • @mridulsaikia3585
    @mridulsaikia3585 4 месяца назад

    Matir manuh

  • @nixxhi4307
    @nixxhi4307 5 месяцев назад +1

    Bortaa

  • @aimonichetia
    @aimonichetia 4 месяца назад

    Thank you.

  • @beautydutta1999
    @beautydutta1999 5 месяцев назад +1

    Nice

  • @user-pf7or2rz3o
    @user-pf7or2rz3o 5 месяцев назад +1

  • @rijuboruah9677
    @rijuboruah9677 4 месяца назад

    Nice