Junior Suman Kalyanpur .....best of luck....Forward....Tumi gowa protitu geet moi xuno.....tumar dada dhruboloi o Swagotom jonalu....duyoloi Axirbaad thakil....Thank u mch.
Chayanika Baishya ..what a amazing voice I always hear your songs. God bless.তোমাৰ গান বহুত ভাল লাগে।বহুত ভালহৈছে এইবোৰ পুৰনি গীত আমাৰ অসমত সদায়ে বাজি থাকিব। এই গীতবোৰ সদায়ে নতুন হৈ থাকিব।চয়নিকা তোমাৰ মিঠা কণ্ঠত গান টো বৰ ভাল লাগিল।
পাহৰণি গহ্বৰত লুপ্ত হ'ব খোজা গীতসমূহ এনেদৰেই যেন জীয়াই ৰাখে।
Junior Suman Kalyanpur .....best of luck....Forward....Tumi gowa protitu geet moi xuno.....tumar dada dhruboloi o Swagotom jonalu....duyoloi Axirbaad thakil....Thank u mch.
বৰ ধুনীয়া গাইছা,আগলৈ আৰু ভাল হওক 👌👌
Dhuniya hoise hodai aguwai juwa❤️❤️❤️
Khub xhundor chayanika baa..👌tumar geet xhuniye thaku...super😍❤️
Wow ❤❤❤ bohut dhuniya 😍
অপূৰ্ব চয়নিকা .... ভাষা নাই .... বহুত আশীৰ্বাদ আৰু মৰম ...
বহুত সুন্দৰ, চিৰযুগমীয়া গীত
বৰ সুন্দৰ ।আগলৈ আৰু এনে ভাল গীত শুনিবলৈ আশা ৰাখিলো।
Hosake bht bhal hoise, moi pratidin xunu aponar git to, realy good,
Khub val lagil ....🙏
Awesome...fire... Unique singer..
Khub dhuniya lage apunar gaan...Eitu gaa bohut bar xunilu...emn dhuniya ke gaise❤️
বহুত ভাল লাগিল। শুভেচ্ছা থাকিল তোমালৈ।
বাইদেউ আপোনাৰ সুন্দৰ পদহ্মেপ...😍সদায় এনেদৰে গীতবোৰ গায় এনেদৰে আমাৰ মাজত জীয়াই ৰাখিব লাগিব...❤সদায় এইবিলাক গীত চিৰকলীয়া চিৰসেউজ...❤😍
আপোনাৰ কন্ঠটো সচায় ধুনীয়া সদায় এনেদৰে আগুৱাই যাওক আগন্ত্তক দিনলৈ...🙏শুভেচ্ছা থাকিল বাইদেউ...
🙏🙏🙏🙏🙏🙏তোমালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় কৰি যাম
বৰ ধুনীয়া হৈছে
খুব সুন্দৰ তোমাৰ কণ্ঠ এক অপূৰ্ব সৃষ্টি। পাহৰনিৰ গৰ্ভত হেৰাই যোৱা গীত যেন আজি আকৌ ন ৰূপত প্ৰাণ পাইছে । খু বে সুন্দৰ chayanika....
Dhuniya baido
Chayanika Baishya ..what a amazing voice I always hear your songs. God bless.তোমাৰ গান বহুত ভাল লাগে।বহুত ভালহৈছে এইবোৰ পুৰনি গীত আমাৰ অসমত সদায়ে বাজি থাকিব। এই গীতবোৰ সদায়ে নতুন হৈ থাকিব।চয়নিকা তোমাৰ মিঠা কণ্ঠত গান টো বৰ ভাল লাগিল।
Wow🔥🔥🔥 voice 2 dhunia lagise Chayanika💖😍😍
ইমান সুন্দৰ গীত। ৰাইজে আদৰি লব লাগে।
Hosai ai geet tu bor hundor . bout val lagil
Kiya bat hai. Very nice 👌👌
Bohut val hoise ..juakali apunar program sai bohut val lagil 👍
ধন্যবাদ
Dhuniya hoise baa❤️❤️👌👌
Wow...well voice
বহুত ধুনীয়া গাইছে
Osm hoise sanu...nk tu salu..keep it up. Proud of u.
বাহ: সঁচাকৈয়ে ...বৰ সুন্দৰ কণ্ঠ দেই আপোনাৰ। শুনি হেঁপাহেই নপলায়।
কি অপূৰ্ব কণ্ঠ । বহু ভাল লাগিল
শুনিলে শুনি থাকিবলৈ মন যোৱাকৈ শুৱলা মাত ৷ আগ্ৰহেৰে বাট চাই ৰওঁ পিছৰটো গানলৈ ৷
oh bhttt moja
সুন্দৰ কণ্ঠ ।বৰ ভাল লাগিল।
অতি সুন্দৰ👍
Jiman bar khunilew amoni nologa geet ti♥️
Moja moja 👍
Baa.....xosai tumar mattiye antor spoxo kore.....aguyai jua....☺God bless you...
Nostalgic hoisu baa bht vl lgise
ভাল লাগিছে সুন্দৰ গীত
মায়াময় ৰূপালী জোনাক গানটো গাবা বৰ ভাল পাঁও।বৰ ধুনীয়া তুমি আৰু তোমাৰ কণ্ঠ।
বহুত সুন্দৰ কণ্ঠ আপোনাৰ, ধুনীয়া গাইছে
Bohut dinar pora tumar aru dhurba r gaan huni ahisu bor sweet tune abaar log pabor isha ashe keep it up. God bless all of you.
সদায়ে সুমধুৰ .....এই সুৰে হৃদয় ভেদে ।
Dhunia gaaise.. nice to see the revibes this kind of old songs.
সুন্দৰকৈ পৰিবেশন কৰিছা চিনাকি, তোমাৰ কণ্ঠ সুন্দৰ, আগবাঢ়ি যোৱা,
অতি শুৱলা কন্ঠৰ, ভাল লাগিল।
বহুত বহুত বহুত ভাল লাগিল❤❤❤
Fantastic sung by you bhanti
অতি সুন্দৰ। অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
Dhunia hoise
bohut dhuniya
A complete artist, future of our nation and proud of Assam
চয়ানিকা, সুন্দৰ হৈছে ❤️❤️❤️
Singing with a smiling face innocently is your best part. Go ahead and be a world figure. God is with you. My blessings are always there.
খুউব ধুনীয়া ।
খুব সুন্দৰ কন্ঠ আপোনাৰ।
ময়ো চেষ্টা কৰোঁ,, আপোনালোকে প্ৰেৰণা যোগাবচোন দেই♥️
Xundar
সুন্দৰ হৈছে
Val lagisa 😍
dhuniya gaan
Dhuniya
সুন্দৰ প্ৰিয গীত তোমাৰ কণ্ঠত ভাল হৈছে শুভকামনা
তোমাৰ কন্ঠত পুৰণি গীতবোৰ নতুনকৈ প্ৰাণ পাই উঠিছে
সুন্দৰ চয়নিকা
আপোনাৰ কণ্ঠত পুৰণি গীতবোৰ প্ৰাণ পাই উঠিছে নতুনকৈ। এই যাত্ৰা অব্যাহত থাকক। শুভকামনা জনালো💐
Mur dristit Assamese female singer jiman ase sobore vitort voice tu best baa love you forever
Too melodious 🌺🥀🌹🏵🌻💮🌸💐🌼🌷
Good Evening Dear.How r u?
সুন্দৰ কন্ঠস্বৰ❤
"চঞ্চল মধুক মৰমৰ
দিয়া পৰশ অধৰৰ"...! কি অপূৰ্ব শব্দ সংযোজন....!!
Eman dhunia choice tumr....hosa Montu vl lage jai.
I am speechless so sweet
Excellent 👌
Excellent singing.
মন জুৰ পৰি যোৱা গীত। আৰু তোমাৰ মিঠা কণ্ঠ❤ কবই নালাগে। সকলো দুখ পাহৰাই দিয়ে
Both of you are proud of Assam 👍👍
Sweet song..❤️❤️❤️❤️❤️❤️
অলেখ শুভকামনা তোমালৈ, আগুৱাই যোৱা।
Awesome, just speechless.
I love this song very much.Your voice is too sweet.
So nice baa😍😍😍😍
Flawless performance with amiable in nature.
So sweet voice 😍
পূৰণা হ'লেও আদৰৰ গীত। চয়নিকা বাৰ কণ্ঠত শুনি ভাল লাগিছে।
👍 Beautiful
Awesome ❤️
Pp
Pp
Mind blowing voice ❤️ keep it up 👍
বহুত ধুনীয়া লাগিছে
Beautiful Baa😍..
Let swarati Maa bless all of you in Yr journey. My wishes always with you.
অতি সন্দৰ ধন্যবাদ
Mojjaa
Awsome
I am so excited to listening your sweet song ❤️❤️ wish you all the best ❤️ go ahead
🥀♥️💕💞💕♥️🥀Dhuniya.Tumar.Mat.Good...🥀
Dhunia
Exlent performance
Heart touching melody, lyrically beautiful that adds to loveliness of your nice voice
সুন্দৰ
She has a golden voice. Blessing to her 🙏
আটাইতকৈ ভাল লগা দিশটো হ'ল -
তোমাৰ স্পষ্ট উচ্চাৰণ, জুবিন গাৰ্গৰ দৰেই, এই গুনটো বহু কম শিল্পীৰ ক্ষেত্ৰতহে দেখা যায় । সূৰ তোমাৰ আত্মাত আছে । তোমাৰ শিল্পী-সত্বা যাউতি-যুগীয়া হওক ।