Godhuli Ahil || Jayanta Hazarika || Cover Version || Chayanika(Sanu)

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • Origin Song Credits:
    Song: Godhuli Ahil Tora Jilikil
    Singer: Jayanta Hazarika
    Lyric: Dr. Nirmal Prabha Bordoloi
    Tune: Jayanta Hazarika
    Cover By Chayanika
    Follow me on 👇
    Facebook page: m.facebook.com...
    Instagram: m.facebook.com...

Комментарии • 944

  • @abinashbora59
    @abinashbora59 4 года назад +13

    ধুনীয়া হৈছে।মানে অন্তৰ চুই গৈছে।মই বহুত বাৰ শুনিলো এই গীতটো আপোনাৰ কণ্ঠত

  • @mastertrainer3847
    @mastertrainer3847 4 года назад +225

    Though I do not know the language ( Being a South Indian), I really do not know how many times I listened to this song. Rendering is really a lovely way, I am sure that all the notes are in its right place. Then I searched for the original version of this song, I could learn that it was from Late. Jayantha Hazarika. But, I felt the version what Chayanika , sung is more lovelier than the original score.

    • @runuborah1975
      @runuborah1975 3 года назад +5

      Wow nice

    • @digboloyaxom9712
      @digboloyaxom9712 2 года назад +2

      so true

    • @anantasaharia6850
      @anantasaharia6850 2 года назад +3

      Right

    • @ArnabMedhi
      @ArnabMedhi 2 года назад +4

      I m glad our songs hv found a place in ur heart..do check out the renderings of Zubeen Garg

    • @mastertrainer3847
      @mastertrainer3847 2 года назад +6

      @@ArnabMedhi Of course, Zubeen is really a great singer. I heard his songs when he was not popular during 1993, he sung some HIndi cassetts, that is how I came to know about him at the early ages. Now, Zubeen became the living Legend in Assamese music Industry. I can say, there would not be any other Singer in India who has performed maximum number of stages like Zubeen.

  • @debenborah2905
    @debenborah2905 Год назад +10

    জয়ন্ত হাজৰিকা(ৰাণাদা)ৰ গানবোৰত মন-প্ৰাণ জুৰ পৰি যোৱা অনুভৱে হৃদয়ত এক সুকীয়া ভাৱৰ সৃষ্টি কৰে। চয়নিকাৰ কণ্ঠত গীতটো বৰ ভাল লাগিছে

  • @somethingspecial5552
    @somethingspecial5552 3 года назад +5

    মুখত মিছিকিয়া হাঁহিৰে সৈতে তোমাৰ কণ্ঠৰ গীত সদায় পুৱাই শুনিবলৈ যত্ন কৰিছো । দিনটো শুভ হয় যেন লাগে। তাতোকৈ ভাল লাগে তোমাৰ সংগীত চৰ্চা। মাতৃভাষাত। বৰ্তমানটো এনেদৰেই আগবঢ়াই লৈ যোৱা। ভৱিষ্যত নিজৰ গতিতে আহি থাকিব ।
    আশা ৰাখিছো সৃষ্টিৰ দিশতো অলপ কাম কৰিবা ।

  • @gunabikashpatgiri381
    @gunabikashpatgiri381 3 месяца назад +5

    আপ্লুত❤
    সংগীতৰ যাত্ৰা মধুময় হওক🙏

  • @deeptarahaloi3406
    @deeptarahaloi3406 4 года назад +9

    মন‌ চুই গ'ল। মোৰ ৫ বছৰীয়া ল'ৰাই সদায় এবাৰ তোমাৰ গানটো শুনে। বাৰ গানটো বুলি কৈ। বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ❤️

  • @digantasarma1122
    @digantasarma1122 3 года назад +14

    আজি প্ৰথমবাৰৰ বাবে গীতটো পালো, কিমানবাৰ শুনিচো হিচাপ নাই। বৰ সুন্দৰ কন্ঠ।

  • @nilimadasdas9694
    @nilimadasdas9694 Год назад +14

    বহুতৰ কণ্ঠত এই গীতটো শুনিছো ; কিন্ত তোমাৰ কণ্ঠত গীতটোৱেই যেন কিবা নতুন কৈ জীপাল পাই উঠিল

  • @digamberrajbongshi4885
    @digamberrajbongshi4885 Год назад +10

    আজি জয়ন্ত হাজৰিকা দেৱ জীয়াই থাকিলে বহুত গৌৰৱ অনুভৱ কৰিলেহেতেন 😢😢

    • @pankajsavapandit946
      @pankajsavapandit946 11 месяцев назад

      সুমধুৰ। আপোনাৰ প্ৰতিটো গান শ্ৰুতি মধুৰ । আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @namalsutradhar6279
    @namalsutradhar6279 16 дней назад +1

    Dhunia baideu aru agowai jowa

  • @abhaydas554
    @abhaydas554 3 года назад +4

    আপোনাৰ কণ্ঠত এই সৰ্বাংগসুন্দৰ গীতবোৰ সঁচাকৈ বহুত বহুত ভাল লাগিছে। আগলৈ আপোনাৰ কণ্ঠত নতুন গীত শুনিবলৈ পাম বুলি অধিৰ আগ্ৰহেৰে বাট চাই আছো।

  • @binodbaishya7261
    @binodbaishya7261 Месяц назад +3

    Often I listen this song.
    I appreciate ur skill as a singer.
    Keep it up.❤❤

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 года назад +11

    বৰ ভাল লাগিল ।
    এই অনুপম গীতবিলাক এনেকৈ গাই থাকিলেহে জীয়াই থাকিব গীতবিলাক ।কণ্ঠশিল্পী গৰাকীয়ে গীতটি প্ৰাণঢালি গাইছে ।আগলৈ ও এনেকৈ শুনিবলৈ পোৱাৰ আশা থাকিল ।
    সুন্দৰ কণ্ঠ ।

  • @ranjandas1800
    @ranjandas1800 Месяц назад +1

    ভন্টি, তোমাৰ আৰু তোমাৰ ভাইটি (?) দুয়োৰে কণ্ঠ অতি সুন্দৰ। আৰু তোমালোকৰ পৰিবেশন বহুত মাৰ্জিত। সদায় এনেকৈ থাকিবা। বহুত বহুত শুভ কামনা থাকিল❤❤❤❤

  • @himashreebarman6000
    @himashreebarman6000 4 года назад +3

    Seriously...bohut bhl lagy apunar voice t gan bor.... aagbarhi jauk.....

  • @khagenbarman5629
    @khagenbarman5629 2 месяца назад +2

    excellent
    ene lage konoba best singer r eya punar janam.....

  • @bulichetiagogoi252
    @bulichetiagogoi252 3 года назад +9

    তোমাৰ এই গীত টো মই বাৰে বাৰে শুনি থাকোঁ। যেন কিবা এটা অনুৰাগ দি যায়....।

  • @nayanjyotimudoi2251
    @nayanjyotimudoi2251 Месяц назад +1

    অপূৰ্ব, চয়নিকা, আপ্লুত হ'লো

  • @probhatsonowalmusicalcenel810
    @probhatsonowalmusicalcenel810 4 года назад +5

    Bhaar Gan huni bohut val lagi de,💯💯💯💝💝💝💝💞💕💞💞👍

  • @bijoysankarbordoloi9135
    @bijoysankarbordoloi9135 Месяц назад +2

    ভগবানে তোমালোক তিনিওকে মংগল কৰক! আমি আৰু বহু সুন্দৰ গীত তোমালোকৰ পৰা আশা ৰাখিলো!❤

  • @nripendas1238
    @nripendas1238 Год назад +3

    ধুনীয়া কন্ঠ বাইদেউ গান টো শুনি বহুত ভাল লাগিল ❤❤❤❤❤

  • @bharatibhuyan8421
    @bharatibhuyan8421 3 года назад +2

    প্ৰতিটো গীতেই ইমান লয় দি গাইছা।ভগৱানে তোমাক আৰু আগুৱাই নিয়ক।

  • @jeetsaikia5301
    @jeetsaikia5301 3 года назад +4

    গধূলি আহিল.....
    আৰু চয়নিকাৰ গান শুনিছোঁ।
    ভালে থাকক পৃথিৱী...
    ভালে থাকক শিল্পৰ জগত।
    শিল্পীসকল কুশলে থাকক তাৰেই কামনাৰে।

  • @moniruzzaman1012
    @moniruzzaman1012 4 года назад +14

    💞💞💞বহুত ভাল লাগিল আপোনাৰ কণ্ঠত গীতটি, মন চুই গৈছে।
    ভূপেন হাজৰিকা দেৱৰ সাগৰ সংগমত কতনা সাঁতুৰিলোঁ শীৰ্ষক গীতটি শুনিবলৈ মন গৈছে আপোনাৰ কণ্ঠেৰে।

  • @technicalgyan9134
    @technicalgyan9134 4 года назад +8

    Wow dhunai...🙏🙏👍👍

  • @rupambhagabati
    @rupambhagabati 4 года назад +6

    তোমাৰ কণ্ঠ বহুত ধুনীয়া । এই কালজয়ী গীতবোৰে পুনৰ প্ৰাণ পালে তোমাৰ কণ্ঠত ।

  • @nabanitabordoloi1790
    @nabanitabordoloi1790 3 года назад +3

    তোমাৰ কন্ঠত এই গীতবোৰ শুনি বৰ ভাল লাগে।বৰ সুন্দৰ কন্ঠ তোমাৰ।আগুৱাই যোৱা।

  • @sanjibkumarkalita1272
    @sanjibkumarkalita1272 9 месяцев назад +1

    প্ৰয়াত জয়ন্ত হজৰিকা দেৱৰ এই সুমধুৰ গীতটিয়েই তোমাৰ কণ্ঠত মই শুনা প্ৰথম গীত আছিল আৰু সেই সময়ত মই কোকৰাঝাৰত এটি বেংকত কৰ্মৰত আছিলো । অপূৰ্ব কণ্ঠ তোমাৰ । সদায় গাই যোৱা মোৰ শুভ কামনা থাকিল । তোমালৈ

  • @champakbiswas7751
    @champakbiswas7751 3 месяца назад +3

    When I listen her voice I feel peace I 'am from assam only from SIRAJULI (Very beautiful, sweet voice ❤❤❤❤

  • @basantadas7513
    @basantadas7513 Год назад +2

    Iman mitha kantha aru ganor selection . Excellent performance.

  • @meghnadas1522
    @meghnadas1522 3 года назад +4

    সচাকৈ বৰ শুৱলা-সুন্দৰ হৈছে । সদায় এনেকুৱা গান গাবা তোমাৰ ভবিষ্যত নিশ্চয় উজ্জ্বল হ'ব।

  • @sunita9137
    @sunita9137 4 года назад +1

    Bohut Val hoise aru aguwai jowa

  • @dibakargondhia3733
    @dibakargondhia3733 4 года назад +6

    আপোনাৰ গায়কী আৰু কন্ঠ অতি সুন্দৰ । বহু দিনৰ মূৰত এটি ভাল গীত শুনিবলৈ পালো । পুৰণি গীত বোৰ আপোনাৰ কন্ঠত শুনাৰ আশা থাকিল ।

  • @rajurabha9903
    @rajurabha9903 4 года назад +1

    Manuh Jonir dorei apunar xur bur dhuniya ..I like your song

  • @hariprasadsarma7906
    @hariprasadsarma7906 4 года назад +4

    Tomar gantu mai atialoi 15 bar sunisu. ki sundar kantha tomar suni thakibar man jai..all the best ..aru aguai joa...

  • @bhabeshnath3159
    @bhabeshnath3159 Год назад +3

    বহুবাৰ শুনিছোঁ এই গানটো,কেৱল আপোনাৰ কণ্ঠত। জীৱনমুখী গানবোৰ আপোনাৰ জৰিয়তে এনেদৰে চিৰজীপাল হৈ থাকক। বহু বহু শুভেচ্ছা। আগুৱাই যাওক।

  • @DRDIGANTADAS11
    @DRDIGANTADAS11 4 года назад +4

    জয়ন্ত হাজৰিকাৰ চিৰযোগমীয়া গীত বোৰ নতুন প্ৰজন্মৰ মাজত তুলি ধৰাৰ কাৰণে অশেষ ধন্যবাদ । বিৰাট ধুনীয়া হৈছে

    • @ranjukalita474
      @ranjukalita474 4 года назад +2

      শুনি বলে ধুনীয়া হৈছে, গীত তো ভুলকে গাইছা, তুমি

  • @violinakashyap2799
    @violinakashyap2799 4 года назад +2

    Baa..aponar voice tu bhut val lage❤️❤️❤️

  • @kaushiknath8462
    @kaushiknath8462 4 года назад +3

    সুন্দৰ চয়নিকা তোমাৰ প্ৰত্যেকটো গীত শুনিয়েই থাকো। সুন্দৰ কন্ঠ শুনি ভাল লাগে

  • @NURMOHAMMAD-k8j
    @NURMOHAMMAD-k8j Год назад +4

    চয়নিকাৰ কণ্ঠ সদায় মধুৰ হৈ থাকক। মহান আল্লাৰ ওচৰত এয়াই মোৰ লোৱা ।

  • @nayanjyotinath2786
    @nayanjyotinath2786 4 года назад +13

    উফফ ক'বলৈ ভাষা ইমানেই ভাল লাগিছে । সুন্দৰ কন্ঠ তোমাৰ । পুৰণি কালজয়ী গীতবোৰ এনেকৈ নৱ প্ৰজন্মৰ মাজলৈ লৈ অহা হেতুকে বহুতেই ভাল কাম কৰিছে । উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ । আগুৱাই যোৱা ।
    🙏Tribute To Jayanta Hazarika 🙏

  • @bkp9774
    @bkp9774 3 года назад +1

    Bohut val gaisa. Ki2 rana kontho hodai eata kontho. Tumaloi suvesa thakil maina.

  • @anganabarua6032
    @anganabarua6032 2 года назад +4

    বহুত ভাল লাগিল চয়নিকা,
    .....আগুৱাই যোৱা, শুভেচ্ছা থাকিল

  • @ajmulhaque6466
    @ajmulhaque6466 4 года назад +5

    বহুত ধুনীয়া লাগিছে।

  • @sofi0843
    @sofi0843 3 года назад +3

    অতি উত্তম । কেইবাৰ শুনিছোঁ তথাপি আকৌ শুনিবলৈ মন যায় । আপুনি হিন্দী চিনেমাৰ গীতত চেষ্টা কৰিলে নিশ্চয় সফল হব ।

  • @Devil_Gamerz_250
    @Devil_Gamerz_250 9 месяцев назад +1

    Sanu ,second line to alop miss korisa,Tomar Geet selection no 1,Baki agg barhi joa ,God bless you

  • @dulalmahanta4409
    @dulalmahanta4409 2 года назад +6

    সচাকৈয়ে এটি সুন্দৰ মিঠা কণ্ঠৰ সুগন্ধি গীত আগবঢ়াইছে আপুনি ৷

  • @hridoyranubhutiofficial3300
    @hridoyranubhutiofficial3300 Год назад +5

    সচাকৈ আপোনাৰ কন্ঠত গীতটি আৰু বেছি শুৱলা হৈছে। ❤🎉

  • @drbobbyhmar3946
    @drbobbyhmar3946 Год назад +4

    বৰ ভাল লাগিল শুনি, সৰু কালৰ মা দেউতাৰে ভৰি থকা গধূলি সময় বোৰলৈ মনত পৰি গ'ল। সুন্দৰ কণ্ঠ ।

  • @TanuKonwar-fc7uj
    @TanuKonwar-fc7uj 5 месяцев назад +2

    So nice ❤

  • @riksarmah9629
    @riksarmah9629 4 года назад +4

    ইমান ধুনীয়া কণ্ঠ সচাকৈ আপ্লুত হ'লো।

  • @PallabiSarma-dl2ho
    @PallabiSarma-dl2ho Месяц назад +1

    Bahut Bahut val Lagil

  • @rajkothari8729
    @rajkothari8729 4 месяца назад +4

    Excellent.. excellent.. heart touching voice..!!

  • @abinashbora59
    @abinashbora59 4 года назад +1

    ai song to dinot abar xuna to mor ata habit a hoise.dhunia gaise baideo

  • @azizurrahmansaikia3821
    @azizurrahmansaikia3821 4 года назад +20

    সুন্দৰ চয়নিকা। তোমাৰ সুৰীয়া কন্ঠত গীতটি বৰ ভাল লাগিছে। এই উদ্যম অব্যাহত ৰাখিবা।
    শুভকামনা..

    • @apurbadas8717
      @apurbadas8717 4 года назад +3

      সুন্দৰ কণ্ঠ।ভাল লাগিল শুনি।

  • @Kinggaming-l6e
    @Kinggaming-l6e Месяц назад +1

    Gittu bor val lagil ❤❤❤

  • @bonjitborthakur6517
    @bonjitborthakur6517 4 года назад +4

    গীতটোৰ সোৱাদ অটুট ৰাখি বৰ সুন্দৰকৈ গাইছে।

  • @LukmanHekim-hx8df
    @LukmanHekim-hx8df 11 месяцев назад +2

    Apunar song mur bohut bhal lage😊

  • @shekharrabha
    @shekharrabha 4 года назад +3

    সুমধুৰ, সুকন্ঠ,সুশ্ৰী,মৌ বৰশে তোমাৰ কন্ঠত।মৰহি যোৱা কলিবোৰ
    প্ৰান পায় উঠে তোমাৰ কন্ঠৰ পৰশে।
    নিজৰ ভিতৰত থকা প্ৰতিভাবোৰ
    জগাই তোলা ।নৱ সৃষ্টিৰে, পৰিচিত হোৱা।

  • @basantadas7513
    @basantadas7513 Год назад +4

    অতি সুন্দৰ কণ্ঠ , বহুত ভাল লাগে গীতবোৰ শুনি ।

  • @digantadas661
    @digantadas661 2 года назад +1

    Bahut dhuniya lagil sister. Keep it up

  • @jyotshnamedhibora2288
    @jyotshnamedhibora2288 4 года назад +6

    অতি সুন্দৰ।‌ তোমাৰ কন্ঠত আৰু বহু ‌গান শুনিব ‌বিচাৰো ।

  • @nilaydas5576
    @nilaydas5576 4 года назад +1

    Khuwb bhal lagil..xochakoiye...oti xundor

  • @rupaksarma3297
    @rupaksarma3297 4 года назад +6

    Bohut dhuniya gaise..

  • @prasantaboro3094
    @prasantaboro3094 4 года назад +1

    Chayanika tumar gaan bor bohut dhunia. Tumar konthoswar khosakoi bohut dhunia. Tumar ujjal bhobiswat kamona korilu.

  • @hrishikeshgogoi3084
    @hrishikeshgogoi3084 4 года назад +4

    Bohut bhal hoise

  • @jitulkakati4865
    @jitulkakati4865 4 года назад +1

    Dhuniya lagise

  • @khokansarkar1483
    @khokansarkar1483 4 года назад +3

    সুন্দৰ।আগলৈ আগুৱাই যোৱা।তাৰে''''''---

  • @digantatalukdar6868
    @digantatalukdar6868 3 года назад +1

    Dhuniya gaan,tmr kanthat aru besi jipal hoise.

  • @ramensarma8263
    @ramensarma8263 Месяц назад +3

    Omg 😊❤🎉😮

  • @BiswajitDas-sd8zx
    @BiswajitDas-sd8zx Год назад +1

    Tumar mat tu khub dhuniya..aru aguwai jowa vgbanok xaya prey Karu..tumk bixexke Val Lage purana git bor gowa babe...

  • @tapankumarsaikia4688
    @tapankumarsaikia4688 4 года назад +3

    খুব ধুনীয়া কণ্ঠ সঁচাকৈ । সাৱধানে থাকিবা , সদায় ভালে থাকিবা , তুমি অসম বাসিক তোমাৰ সুন্দৰ কণ্ঠেৰে আৰু বহু দিবলৈ বাকী আছে ।

  • @hoto4105
    @hoto4105 4 года назад +1

    Bhut vl lagil

  • @anuragsaikia7542
    @anuragsaikia7542 4 года назад +8

    Good morning...outstanding voice

  • @bitopankalita5372
    @bitopankalita5372 4 года назад +1

    বহুত ধুনীয়া গাইছা

  • @bhabanandanath9184
    @bhabanandanath9184 Год назад +5

    অতি সুন্দৰকৈ কন্ঠদান কৰিছে আপুনি। লগতে গীতটোৰ বানীবদ্ধও অতি উন্নত হৈছে। চয়নিকালৈ অশেষ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

  • @befluentinenglish6921
    @befluentinenglish6921 4 года назад +1

    বহুত ভাল লাগিল দেই সচাকৈ

  • @avinashngatey.newmissingyo1785
    @avinashngatey.newmissingyo1785 4 месяца назад +3

    Good gild❤❤😊❤❤

  • @sangitasaikia2927
    @sangitasaikia2927 Год назад +2

    Eman hundor kontho ......keep growing ...god bless you

  • @amarjyotiblog
    @amarjyotiblog 4 года назад +3

    তোমাৰ কণ্ঠত মোহাচ্ছন্য হৈ পৰিছে ।

  • @mitalibaishya4508
    @mitalibaishya4508 3 года назад +1

    Behalf lagil

  • @jyotshnamedhibora2288
    @jyotshnamedhibora2288 4 года назад +5

    ইমান সুন্দৰ কণ্ঠ।

  • @junalidas6085
    @junalidas6085 3 года назад +1

    Bohut dhuniya baa tumar voice to

  • @debatis1444
    @debatis1444 4 года назад +3

    Hundor kontho...👌😍
    Hundor geet👍

  • @pranjalsarma1652
    @pranjalsarma1652 4 года назад +1

    Bahut bhal gaise, Val lagil

  • @priyangkambhuyan
    @priyangkambhuyan 4 года назад +3

    সুমধুৰ কন্ঠ।অপূৰ্ব।

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 4 года назад +1

    Bor dhunia..huni bor val lagil dei..Isware tumak hodai mongol korok.

  • @mrigenbora8665
    @mrigenbora8665 4 года назад +3

    বহুত ভাল গাইছা।

  • @mritunjayrabha7701
    @mritunjayrabha7701 4 года назад +1

    Bht vl lge apnr gowa style Tu Baaaaaa

  • @bitapiborah1201
    @bitapiborah1201 4 года назад +3

    👌👌👌👍Very nice...

  • @rupjyotibaruah7108
    @rupjyotibaruah7108 3 года назад +1

    2mr gaan r choice bur khub bhal..khub xundor ga guwa...xodai zn enekoi bhal.bhal gaan amak opohar diya..tks

  • @sunilbaruah3976
    @sunilbaruah3976 4 года назад +5

    Apuni bahut dhuniea gai aru val houk kamona koriso

  • @SantanaNath-ji5xw
    @SantanaNath-ji5xw 3 месяца назад +2

    Dhunia lagise ❤❤

  • @jayadevi8888
    @jayadevi8888 Месяц назад +1

    Very nice Kakoli and. Tintin❤👌

  • @jiyasvlognew.drawingscrapm454
    @jiyasvlognew.drawingscrapm454 3 года назад +4

    Bhal gaisa👏👏

  • @rshortentertainment3703
    @rshortentertainment3703 Год назад +1

    Eman hundor gaise....... Bhut bar hunilu

  • @bhaskardekabaruah1722
    @bhaskardekabaruah1722 3 года назад +7

    I have heard this song in ur voice for more than 10000 times ..still listening..you do have very great voice. Love u

  • @prodipsonowal3474
    @prodipsonowal3474 2 месяца назад +1

    ভাল লাগিল গানটো শুনি তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো❤

  • @riturajsaikia1624
    @riturajsaikia1624 4 года назад +5

    বৰ সুন্দৰ কণ্ঠ বা,,, আপোনাৰ গান সদায় শুনো

  • @manojboruah5654
    @manojboruah5654 Год назад +2

    সচাই ইমান মনোমোহাকৈ গাইছে শুণিলে শুণি থাকিব মন যাই।দুৰ্দান্ত গাইছে।আপোনাৰ কণ্ঠত অপূৰ্ব হৈছে গীততি।গীতৰ কথা নিৰমলপ্ৰভা বাইদেউ যেন লাগিছে।বহু বহু ধন্যবাদ।