Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Thank you ma'am
সুন্দৰ পৰামৰ্শ, ভাল লাগিছে।
অতি সুন্দৰ বাৰ্তাবাহক ভিডিও👍, ধন্যবাদ🙏
মধুৰি পাতৰ চাহ মই নিজেই ব্যৱহাৰ কৰি প্ৰমান পাইছো বাইদেউ,সচাঁই বৰ উপকাৰি,আপোনাক ধন্যবাদ ইয়াৰ আন ব্যৱহাৰৰ উপকাৰিতাৰ বিষয়ে জনোৱা বাবে।🙏
অতি সুন্দৰ পৰামৰ্শ । ধন্যবাদ ৷
Mur bestfriend r Maakor suger level 400 to 500 dekhai asil insulin luar pasotu control t nohar babe ekdom durbol hoi xukai khinai goisil. Taar pasot khali petot ratipua modhuri kuhpator saah khai adha ghontale eku nakhabole kolu..eneke dumah khuar pasot teur sugar 200 palehi aru jothesto xustho hol. Eman bhal lage khai manuhe green tea khabole pahori jabo😅
সুন্দৰ পৰামৰ্শ।পচতীয়া,নৰসিংহ আদিৰ বনাবচোন।
Khub sundor natural medical tips
মধুৰি পাতৰ ইমান খিনি গুণাগুনৰ বিষয়ে জনোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল
বহুত ভাল লাগিল বাইদেউ..আজি জ্ঞাত হলো যে মধুৰিআমৰ পাতৰ ইমান গুনা গুণ আছে..ধন্যবাদ..🙏🙏🙏
Thank you for your advice ❤
বহুত ধুনীয়াপৰামৰ্শ দিলে ! ধন্যবাদ থাকিল।
আপুনি বহুত গুৰুত্ব পূৰ্ণ কথা কয়। অশেষ ধন্যবাদ আপোনাক 🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ বাইদেউ আপুনি এটি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা বাবে পি চি অ ডি থাকিলে খাব পাৰি নে জনাব চোন লগতে কণী খাব পাৰি নে জনাব চোন 🙏🙏🙏
আপোনাৰ উপদেশ মোৰ বাবে বহুত উপযোগী হৈছে ।
Vary good Baidew
বহুত বহুত ধন্যবাদ 🙏
ভাল লাগিল উপকাৰী গুণ বোৰ জানি❤
বহুত বহুত ধন্যবাদ জনালো
বহুত ভাল লাগিল মধুৰী পাতৰ গুণাগুণ জানি। আগলৈও এনে পৰামৰ্শ দি থাকিব বুলি আশা ৰাখিলোঁ। অৱশ্যে মইও নিয়মিত মধুৰীপাতৰ চাহ খাও ।
Baidow apuni bohut val advice die ami bohut upokar paisu apunak bohut bohut dhonybad disu
অতি সুন্দৰ পৰামৰ্শ প্ৰদান কৰিলে ভাল লাগিল
মধুৰীৰ পাতৰ গুনাগুনৰ বিষয়ে জানিব পাৰি বহুত ভাল লাগিল ,সকলোবোৰ ভিডিঅ' বৰ উপযোগী ।
অতি সুন্দৰ বাইদেউ 😊
মধুৰি পাতৰ উপকাৰিতা সম্পৰ্কত বিতংকৈ কথাখিনি জানিবলৈ পাই বৰ ভাল লাগিল। সৰুৰে পৰা আপুনি কোৱা দুই - এক ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ কৰা দেখি আহিছোঁ বা নিজেও কৰিছোঁ। আজি সেই সম্পৰ্কত অধিক কথা সহজকৈ জানিব পাৰিলোঁ আপোনাৰ পৰা। তাৰবাবে অশেষ ধন্যবাদ জনালোঁ আপোনাক...।🎉🎉🎉
Thanks for your information❤
Thank you🙏🙏❤❤❤
মই সদায় চাহ হিচাপে খাই আছো ২ বছৰ মানৰ পৰা নিজ মনে ভাবি।ভাল লাগে খাই।আজি আপোনাৰ পৰা জানি ভাল লাগিছে।কাৰণ মনে মনে ভয় ও কৰিছিলো কিজানি সদায় খালে বেয়া।শ্বেয়াৰ কৰিলো ১ টা।ধন্যবাদনমস্কাৰ।
Good idea
সুন্দৰ পৰামৰ্শ ধন্যবাদ 🙏
ধন্যবাদ 🙏 বাইদেউ
Bhal lagil... Dhoinyabaad jonalu
Very good advice
Thank you maam Eman xundor video agbohraise amar karone
Very good advice.Thank U Ma'am.
বহুত বহুত ধন্যবাদ বাইদেউ
Thank you for your good advice.
Bohut bohut dhanyabad jonalu...khub priyo apuni amar
Good advise bohut val lagil
Vety good advice
ধন্যবাদ ❤❤❤মৰিগাঁও টাউন
বহুত ভাল পরামর্শ দিলা, ভাল লাগিল।
আপোনাৰ পৰা বহুত উপকৃত হৈছো বাইদেউ আপোনাক অশেয ধন্যবাদ জনালো ম ই গুৱাহাটীৰ পৰা
বহুত ধন্যবাদ পৰামৰ্শ দিয়াৰ বাবে
বহুত ধন্যবাদ
বহুত ধন্যবাদ থাকিল
😮্,,Thanks for explaining the benefits of guava leafs.
Moi apunar video daily sau..bht bhal lage.,aru moi bht manuhak kou apunar video sabale
Like korilu mem, mem Maha neem paator upokarita jonabo. Thnk you❤
বহুত ধন্যবাদ বাইদেউ। আপোনাৰ পৰামৰ্শ মূলক ভিডিঅবোৰৰপৰা সচাকৈ বহুত উপকৃত হৈছো। আপুনি কুশলে থাকক।
Very good advice ma'am... Thank uh so much ma'am❤
Thanks bideo.val lagil
Very good advice ma'am 🎉
ভাল্ লাগিল । এনেকৈয়ে দি থাকিবা
বহুত ধন্যবাদ ❤
Very good ❤
Many many thanks & always stay blessed.
বহুত ধন্যবাদ বাইদেউ
Bahut vl lagil baideu.. Apunar video bor bor upakari
ভাল লাগিল বাইদেউ l আপোনাৰ পৰা জানিব বিছাৰিছো মই বহুত খীনাইছো, মোৰ blood test ত pre-diabetic stage দেখুৱাইছে, LDL দেখুৱাইছে, হিমগ্লবিন কম দেখুৱাইছে, খোজ কঢ়া start কৰিছো অলপ কিন্তু মই বহুত বেছি ক্ষীণ, পৰামৰ্শ বিচাৰিছোঁ
Very good advice medam
Thank you for your advice
সুন্দৰ পৰামৰ্শ আমি মধুৰী পাত পেটৰ বাবে ব্যৱহাৰ কৰো ধন্যবাদ 😘
Good advice
Thanks for tell about guava leaf benifits. And tell me guava Leaf tea empty stomach help for Prostate enlarge
ভাল লাগিল।
Thanks
Val lagil bohut kotha janilu thenk you mam
Good advice mem
জানিব পাৰি বহুত ভাল লাগিল।
Usefull information.👍👍
Moi khau but emankhene gun ase buli najanu......sundor poramorsor babe bohut bohut dhonobad❤
Thanku Madam for your advice
Very. Good Thank s
মধুৰী পাতৰ গুনাগুণৰ বিষয়ে জানিব পাৰি ভালে লাগিল । কাইলৈ পৰা চাহ বনাই খাবলৈ আৰম্ভ কৰিম ❤❤ বাইডেউ ধন্যবাদ ❤❤
Bohut bohut dhanyabaad
Nis
Thank you mam I always use myself this kind leavs
Best advice mem,🙏
Khub hundorkoi bujai diye babe bhut val lage
ভাল ভাল পৰামৰ্শ বোৰ দিয়া বাবে সদায়ে চাওঁ আপোনাৰ vdo
Bhal lagil. Thank you
Thankyoumadamtoyourdevice.
Val lagil.thank you
Good advice Dr ❤🙏
Very nice advise.
Very nice
Dhuniya video Val lagil sai
Mem petar bikh val haba ki karib lagib❤❤❤❤❤
Video to sai val lagile 🙏🌅❤🙏🙏🙏🙏
Bhal lagil bohut ❤❤
ভাল লাগিল ,বহুত নজনা কথা জানিব পাৰিলো ,বহুত দৰকাৰী পোষ্ট
Bhut bhal lagil
Nice vdo... thanks
Very good 9:39
বাইদেউ বহুত ভাল লাগিল
Good khobar .......
Thanks. Very nice.
Bohut val lagil
Thanku so much
Very nice vdo ma'am
Good advice dr ,🙏💞💞💞❤❤❤
Thank you ma'am
সুন্দৰ পৰামৰ্শ, ভাল লাগিছে।
অতি সুন্দৰ বাৰ্তাবাহক ভিডিও👍, ধন্যবাদ🙏
মধুৰি পাতৰ চাহ মই নিজেই ব্যৱহাৰ কৰি প্ৰমান পাইছো বাইদেউ,সচাঁই বৰ উপকাৰি,আপোনাক ধন্যবাদ ইয়াৰ আন ব্যৱহাৰৰ উপকাৰিতাৰ বিষয়ে জনোৱা বাবে।🙏
অতি সুন্দৰ পৰামৰ্শ । ধন্যবাদ ৷
Mur bestfriend r Maakor suger level 400 to 500 dekhai asil insulin luar pasotu control t nohar babe ekdom durbol hoi xukai khinai goisil. Taar pasot khali petot ratipua modhuri kuhpator saah khai adha ghontale eku nakhabole kolu..eneke dumah khuar pasot teur sugar 200 palehi aru jothesto xustho hol. Eman bhal lage khai manuhe green tea khabole pahori jabo😅
সুন্দৰ পৰামৰ্শ।পচতীয়া,নৰসিংহ আদিৰ বনাবচোন।
Khub sundor natural medical tips
মধুৰি পাতৰ ইমান খিনি গুণাগুনৰ বিষয়ে জনোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল
বহুত ভাল লাগিল বাইদেউ..আজি জ্ঞাত হলো যে মধুৰিআমৰ পাতৰ ইমান গুনা গুণ আছে..ধন্যবাদ..🙏🙏🙏
Thank you for your advice ❤
বহুত ধুনীয়াপৰামৰ্শ দিলে ! ধন্যবাদ থাকিল।
আপুনি বহুত গুৰুত্ব পূৰ্ণ কথা কয়। অশেষ ধন্যবাদ আপোনাক 🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ বাইদেউ আপুনি এটি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা বাবে পি চি অ ডি থাকিলে খাব পাৰি নে জনাব চোন লগতে কণী খাব পাৰি নে জনাব চোন 🙏🙏🙏
আপোনাৰ উপদেশ মোৰ বাবে বহুত উপযোগী হৈছে ।
Vary good Baidew
বহুত বহুত ধন্যবাদ 🙏
ভাল লাগিল উপকাৰী গুণ বোৰ জানি❤
বহুত বহুত ধন্যবাদ জনালো
বহুত ভাল লাগিল মধুৰী পাতৰ গুণাগুণ জানি। আগলৈও এনে পৰামৰ্শ দি থাকিব বুলি আশা ৰাখিলোঁ। অৱশ্যে মইও নিয়মিত মধুৰীপাতৰ চাহ খাও ।
Baidow apuni bohut val advice die ami bohut upokar paisu apunak bohut bohut dhonybad disu
অতি সুন্দৰ পৰামৰ্শ প্ৰদান কৰিলে ভাল লাগিল
মধুৰীৰ পাতৰ গুনাগুনৰ বিষয়ে জানিব পাৰি বহুত ভাল লাগিল ,সকলোবোৰ ভিডিঅ' বৰ উপযোগী ।
অতি সুন্দৰ বাইদেউ 😊
মধুৰি পাতৰ উপকাৰিতা সম্পৰ্কত বিতংকৈ কথাখিনি জানিবলৈ পাই বৰ ভাল লাগিল। সৰুৰে পৰা আপুনি কোৱা দুই - এক ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ কৰা দেখি আহিছোঁ বা নিজেও কৰিছোঁ। আজি সেই সম্পৰ্কত অধিক কথা সহজকৈ জানিব পাৰিলোঁ আপোনাৰ পৰা। তাৰবাবে অশেষ ধন্যবাদ জনালোঁ আপোনাক...।🎉🎉🎉
Thanks for your information❤
Thank you🙏🙏❤❤❤
মই সদায় চাহ হিচাপে খাই আছো ২ বছৰ মানৰ পৰা নিজ মনে ভাবি।
ভাল লাগে খাই।
আজি আপোনাৰ পৰা জানি ভাল লাগিছে।
কাৰণ মনে মনে ভয় ও কৰিছিলো কিজানি সদায় খালে বেয়া।
শ্বেয়াৰ কৰিলো ১ টা।
ধন্যবাদ
নমস্কাৰ।
Good idea
সুন্দৰ পৰামৰ্শ ধন্যবাদ 🙏
ধন্যবাদ 🙏
বাইদেউ
Bhal lagil... Dhoinyabaad jonalu
Very good advice
Thank you maam
Eman xundor video agbohraise amar karone
Very good advice.Thank U Ma'am.
বহুত বহুত ধন্যবাদ বাইদেউ
Thank you for your good advice.
Bohut bohut dhanyabad jonalu...khub priyo apuni amar
Good advise bohut val lagil
Vety good advice
ধন্যবাদ ❤❤❤
মৰিগাঁও টাউন
বহুত ভাল পরামর্শ দিলা, ভাল লাগিল।
আপোনাৰ পৰা বহুত উপকৃত হৈছো বাইদেউ আপোনাক অশেয ধন্যবাদ জনালো ম ই গুৱাহাটীৰ পৰা
বহুত ধন্যবাদ পৰামৰ্শ দিয়াৰ বাবে
বহুত ধন্যবাদ
বহুত ধন্যবাদ থাকিল
😮্,,
Thanks for explaining the benefits of guava leafs.
Moi apunar video daily sau..bht bhal lage.,aru moi bht manuhak kou apunar video sabale
Like korilu mem, mem Maha neem paator upokarita jonabo. Thnk you❤
বহুত ধন্যবাদ বাইদেউ। আপোনাৰ পৰামৰ্শ মূলক ভিডিঅবোৰৰপৰা সচাকৈ বহুত উপকৃত হৈছো। আপুনি কুশলে থাকক।
Very good advice ma'am... Thank uh so much ma'am❤
Thanks bideo.val lagil
Very good advice ma'am 🎉
ভাল্ লাগিল । এনেকৈয়ে দি থাকিবা
বহুত ধন্যবাদ ❤
Very good ❤
Many many thanks & always stay blessed.
বহুত ধন্যবাদ বাইদেউ
Bahut vl lagil baideu.. Apunar video bor bor upakari
ভাল লাগিল বাইদেউ l আপোনাৰ পৰা জানিব বিছাৰিছো মই বহুত খীনাইছো, মোৰ blood test ত pre-diabetic stage দেখুৱাইছে, LDL দেখুৱাইছে, হিমগ্লবিন কম দেখুৱাইছে, খোজ কঢ়া start কৰিছো অলপ কিন্তু মই বহুত বেছি ক্ষীণ, পৰামৰ্শ বিচাৰিছোঁ
Very good advice medam
Thank you for your advice
সুন্দৰ পৰামৰ্শ আমি মধুৰী পাত পেটৰ বাবে ব্যৱহাৰ কৰো ধন্যবাদ 😘
Good advice
Thanks for tell about guava leaf benifits. And tell me guava
Leaf tea empty stomach help for Prostate enlarge
ভাল লাগিল।
Thanks
Val lagil bohut kotha janilu thenk you mam
Good advice mem
জানিব পাৰি বহুত ভাল লাগিল।
Usefull information.👍👍
Moi khau but emankhene gun ase buli najanu......sundor poramorsor babe bohut bohut dhonobad❤
Thanku Madam for your advice
Very. Good
Thank s