কেলচিয়াম ৰ অভাৱ হোৱা বাবে শৰীৰিত কি কি সমস্যা হব পাৰে || কি কি লক্ষণে দেখা দিয়ে || Ponkhi Sharma
HTML-код
- Опубликовано: 8 фев 2025
- About the author/ video creator:
Ponkhi Sharma Works as a Physiotherapist and practicing in Bangalore, Karnataka. She has 16 years of experience in this field.
==================================================================
The following disclaimer governs your use of the videos and advice provided by Ponkhi Sharma, a Physical Therapist. By accessing and using these videos, you acknowledge and agree to the terms and conditions outlined below:
1. The videos and advice provided by Ponkhi Sharma are intended for general awareness purposes only. They do not constitute medical advice, treatment, or services for you or any other individual. The information presented in these videos is for educational and general awareness purposes and should not be used as a substitute for medical or professional care.
2. The information contained in these videos should not be relied upon in place of a visit, consultation, or advice from your Healthcare Professional. It is essential to consult with a qualified healthcare provider before making any decisions or taking any actions based on the information provided in these videos.
3. Replies by Ponkhi Sharma under the comment section of the videos cannot be considered as medical advice. Any reliance on such replies is done at your own risk. It is recommended to seek professional medical guidance and not solely rely on the comments provided in the video.
4. All advice provided in the videos should be considered strictly at the viewer's own risk. The exercises shown or any health-related advice given in the videos are intended for general conditions and may not work for everyone. Individuals may react differently to various exercises or advice based on their unique health issues. It is crucial to undergo a proper check-up with a Doctor to diagnose the actual problem and receive the appropriate treatment.
5. Ponkhi Sharma may periodically promote certain products or engage in brand endorsements. However, these endorsements should not be considered as medical advice. Different products can have varying effects on individuals' bodies, and the decision to use any endorsed product is entirely at the viewer's discretion.
6. Ponkhi Sharma is not liable for any advice or information contained in the videos or any services obtained from the videos. She cannot be legally held responsible for any circumstances that may arise from the information obtained from the videos or any other form of information.
By accessing and using these videos, you agree to release and discharge Ponkhi Sharma from any and all liability arising from your use or reliance on the information presented. It is recommended to consult a qualified healthcare professional for personalized medical advice and treatment.
Please note that this disclaimer is subject to change without notice, and it is your responsibility to review and understand the most recent version before using the videos or relying on any advice provided.
___________________________________________________________
Original Content Developer. Unauthorized copying and uploading content from the video is strictly prohibited.
ইমান দৰকাৰী কথা জানিব পাৰি
বহুত ভাল লাগিলে।
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো
ডাক্তৰ
O❤l❤❤❤ ❤
ভগৱানে আমাৰ কাৰণে আপোনাক দীৰ্ঘ জীৱি কৰি ৰাখক। ধন্যবাদ
ধন্যবাদ জনালো। আগলৈও এনে ধৰণৰ গঠন মূলক দিহা পৰামৰ্শ আশা কৰিলো। আপোনাৰ সু-স্বাস্থ্য আৰু দীঘায়ু কামনা কৰিলো।
বাইদেউ আপোনাৰ বহু মূল্যৱান উপদেশ খিনি ভাল লাগিল।
Mur jetiya join aathu bikh hoi moi vestige r calcium products bur khalei bhal hoi , 2/3 month Jodi calcium khua bondho koru akou eke সমস্যা ই দেখা দিয়ে । বৰ্তমান ভুগি আছোঁ ,
বহুত বহুত ধন্যবাদ জনালো।কিদনীৰ বিষয়ে অলপ জনাব কেনেকৈ গম পোৱা যায়।
Thnx mam val lagil
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ বাইদেউ
. . . .,
Apuni kua symptoms bur mur hoise ..moi test korilu calcium komi goise..helpful video.thnk you mam ❤
বাইদেউ আপোনাৰ বহুমূলীয়া দিহা পৰামৰ্শ সুনি বহুত ভাল লাগে আৰু বিপদত শান্তনা লও । কেতিয়াবা কিছুমান ক্ষেত্ৰত মনটো ভাঙি যায় আপোনাৰ কথা বোৰে সাহস দিয়ে। মই সুনি থাকো। ৰঙালী বিহুৰ আন্তৰিক সুভেচছা জনালোঁ ধন্যবাদ ❤
I am fully vegetarian, and i also never drink milk, never eat milk prroducts, but never fully pain in body, feel very comfortable for work. But sometime i hear some cracking sound in my leg or ankle.
তোমাৰ বহুমূলীয়া উপদেশখিনি জানি বহুত ভাল লাগিল। ধন্যবাদ জনালোঁ।
বাইদেউ আপোনাৰ কথা খিনি বহুত ভাল লাগিল ধন্যবাদ জনাইছোঁ আপোনাক
বাইদেউ , মোৰ ৭/৮ বছৰ মান হ'ল ।স্কিনৰ অসুবিধা আছে । বহু ডাক্তৰক দেখুৱাইছো । লক্ষণটো হৈছে, কেতিয়াবা বিছাই ডাকাৰ দৰে হ'য় , কেতিয়াবা ঘামুছিৰ দৰে ওলাই , কেতিয়াবা ঠাইখিনি ৰঙা পৰি পৰি ডাঙৰ ঘামুছিৰ দৰে হ'য় । ডাক্তৰৰ সু-ফল পাও নোপোৱা নহয় ।ডৰব খাব এৰি দিলেই আকৌ খিছুদিন পিছতে হ'য় । পলম আৰু দৰৱ খাই থাকিলে খজুৱতী নহয় ।মোক জনাব ছোন ।
ভাল লাগিল কথা খিনি জানি । ধন্যবাদ ।
Thank you🙏🙏
আপোনাৰ পৰামৰ্শত উপকৃত হলো ।মই তিল ,আফুগুটি ,তিচি গুটি একেলগে মিহলাই গুড়ি কৰি খাওঁ ।
আপোনাক অশেষ ধন্যবাদ জনালো। আপোনাৰ পৰামৰ্শ ৰ পৰা বহুত উপকৃত হৈছো
Milk
বাইদেউ আপোনাৰ পৰামৰ্শ বোৰৰ বাবে ধন্যবাদ জনাইছো।
ডায়বেটিছ ৰোগীয়ে কেলচিয়াম্ খালে বেচিকৈ ডায়বেটিছ হব পাৰে নেকি বাইদেউ।
বাইদেউ আপুনি কোৱা কথা বোৰ বৰ মূল্য বান । বাইদেউ মই বেছি ভাগ বনৰীয়া শাক-পাচলিৰ যেনে খুতৰিয়া শাক, মানিমুনি ভেবেলি লতা কল দীল আৰু গাখীৰ আদি খাও। বনৰীয়া ক'লা কচু পুলি খাও । বাইদেউ মোৰ এটা এক্স-চিদেনট্ হৈছিল। বৰ্তমান মোৰ ভাল যদিও ডক্টৰে কেলচিয়াম জাতীয় বস্তু খাব কৈছে। মই ওপৰত লিখা শাক পাচলি বুৰত কেলচিৰাম পাম নে
Ponkhi banslochan khale calcium deficiency bhal hoi nki....khale kimaan porimanor khabo lage kobasun.... thank you 👍👍❤️❤️
আপোনাৰ পৰামৰ্শ শুনি ভাল লাগিল । মোক আপোণাৰ পৰা এটি পৰামৰ্শ লাগে । মই বৰ্তমান সাংঘাটিক ধৰনে আঠুৰ বিষত ভুগি আছো । ডাঃ দেখাই গম পালো যে আঠুৰ হেনো হাড় ক্ষয় গৈছে । এতিয়া মোক উপায় এটা দিয়ক ইয়াৰ পৰা কেনেকৈ উপষম পাওঁ ।
বাইদেউ মোৰ আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগত মোৰ RA positive পাইছিল মই এলোপেথিক, হোমিওপেথিক আৰু এতিয়া আয়ুৰ্বেদিক ঔষদ খাই আছোঁ কিন্তু ভাল ৰিজাল পোৱা নাই | বাইদেউ জনাব সোণ কি কৰিলে RA বেমাৰৰ পৰা মুক্তি পাম |
বাইদেউ মোৰ লগত মিলি গৈছে কথাবোৰ জানিব পায় ভাল লাগিল ধ্যনবাদ
বাইদেউ Dimensiya ওপৰত এটা video কেলে হয় আৰু treatmentইয়াৰ কি
আপোনাৰ পৰামৰ্শ বহুত ভাল লাগে। মোৰ হাতৰ নখ বিলাকৰ চুক টো মাজে মাজে ক'লা পৰে আৰু নখ ভাগে । সমিধান দিয়াৰ আশাৰে বাট চালো।
Muru ekei mur vori nokh bur hoy
আপোনাৰ ভিদিও চাই বহুত নজনা কথা শিকিব পাৰি । Calciumr অভাৱ হলে কি calcium khabo lage janabo ma'am,thank you ma'am,
ঘৰুৱা শাক পাচলি, মাছ ইত্যাদি খাওঁ। মে'ম মোৰ মানসিক চিন্তা বেছি, ৰাতি টোপনি ভালকৈ নাহে। আৰু মুখমন্ডলত কলা কলা দাগ - স্পট্ আছে। এইটোও কেলছিয়াম ডেফিচিয়েনচি নেকি? আৰু যদি হয় কেলছিয়াম কিদৰে পৰীক্ষা কৰাম জনাব ।💕
Thank you Doctor Ponkhi....
গাখীৰ, নৰসিংহ পাত, শেৱালী ফুলৰ পাত,কল ডিল,কল পচলা আৰু সকলো সেউজীয়া শাক পাচলি খাও
চিয়া চীড আৰু মাখানা কিডনিত পাথৰ থকা ৰুগিয়ে খাব পাৰিব নে? বাইদেউ অনুগ্ৰহ কৰি জনালে সুখী হম ধন্যবাদ
Ma'am mur hair bohut patol moi doctor dekhaite koise prp treatment kribo koise ai2 vl hoi n prp treatment 2
সুন্দৰ এটি ভিদিঅ বহুত ভাল লাগিল শুনি ❤❤
বাইদেউ থাইৰদ আৰু ডায়েবেটিচ থাকিলে, সদায় কেলছিয়াম টেবলেট খাই থাকিলে গাখীৰ খাব পাৰিনে
Posotiya pat+dirye milk boil kori khale calcium kam kory.(moi kai salu ) Kindly jonabosun mem it's positive?
❤❤❤❤
Thanks ma'am bor vl lagil hokolu kotha jani. Apuner video bur saw vl lage
Baideu apunar paramshar babe bahut bahut dhanyavad janalu
Thank you ma'am for your good advice, ma'am apunaloi Mur ata request Mur pithi,buku jote tote bikh atiya olop vl paisu ,kintu Mur voice tu ketiyaba kopi thoka jen Pau kiyo ma'am please jonabo
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🥰 ধন্যবাদ ভাল লাগিল 🥰🥰🥰
Calcium কিমান দিনৰ পিছত পুনৰাই লব পাৰে.
Ma'am hair fall komabo aru hair growth kribo r babe ki kribo lge jonabo😢
আপোনাক বহুত বহুত ধন্যবাদ ।🙏
বাইদেউ নাৰ্ভৰ বেমাৰৰ ওপৰত এটা ভিডিঅ' বনাই দিব।
ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। মেম মোৰ kidney stones অপাৰেশ্যন কৰিছিলো এতিয়া ৰাজহাড়ৰ বিষ কি কৰিলে ভাল হ'ব জনাব ,ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব ।
সুন্দৰ ভাবে বুজাইছে | ধন্যবাদ উপকৃত হলো।🌹❤️
হয়, বহুতো নজনা কথা জানিব পাৰিলো। আপুনি কোৱা বহু কেইটা লক্ষণ মোৰ শৰীৰত দেখা গৈছে।
ধন্যৱাদ বা আপোনাৰ বহুমুলীয়া উপদেশৰ বাবে ।
খুজুৱতি কেনেদৰে ভাল হয় কবাঁচোন বা ।
Aponar paramrha bhut good.because Moio Ayurvedic medicine kam Karo. Thank you Mem.
Baideo mur cirvical spondelytish r prblm hoise. Dctre kebl calcium aru zerodol dise. Aru tolmur kriboloi mana krise keidinmnloi. Kintu moi vl pua nai aru blg medicine khbo lagibo neki jonabosun
mor D3 vitamin level 30.7 hoise . moi ki koribo lagibo kobosun.
কেলচিয়াম কমিলে কি কি খাব লাগে ক'ব বাইদেউ 🙏
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ।❤❤
আপোনালৈ বহু বহু ধন্যবাদ 🙏
Please explain the reasons of head(upper middle) pain
Milk products khabo nuarile ki khai calsium pua jabo baidew
অ' বা ৰাজহাড়ৰ বিষত বহুত কষ্ট পাইছোঁ ।
দৰকাৰী সূচনাযুক্ত ভি ডি অ'। ভাল লাগিল।
আপুনি বৰ প্ৰযোজনীয় বিষয়বোৰ আলোচনা কৰে।ধন্যবাদ । বহুত কথা জানিব পাৰিছোঁ।
এইখিনি লক্ষণ মোৰ আছে গোটেইখিনি ডক্টৰক কি বুলি জনাব লাগিব ?
Apunee ktha bur mur lgt khompurn milise ba mur celsiam ovab hoise moi etiya tablet khai asu❤❤ doctork.dexai
Thanks a lot for valuable advices Mam
বৰ ভাল লাগিল ।
বহুত বহুত ধন্যবাদ
Moi vegitarian. Moi gakhir aru maje maje karipatta khaw. Aru government hospital r pora dia calcium tablet use koru.
Mam kenekua khaidoh khabo lage calcium or komi hole jonabo sun mam plz
মই মাজে calcium tablet খাও, ছয় মাহ ৰ মোৰে, কিবা অপকাৰ হব নেকি জনাব।
ভাল লাখিল কথাখিনি।ধন্যবাদ বাইদেও।
আপুনি কোৱা ৰাতি প্ৰায়ে মোৰ কলাফোল টানি ধৰিবলৈ লৈছে । আঁঠু, হাতৰ বিষ, পিঠিৰ বিষ হবলৈ লৈছে । মই পানী 12- 13 গিলাচ খাওঁ । মোৰ বয়স 50 পাৰ হল। কেলচিয়ামৰ মেডিচিনৰ নাম কিবা দিব নেকি ।
মই আপোনাক কেলচিয়াম আৰু ভিটামিনৰ নাম দিব পাৰোঁ
@@dipanjalidas-hz7bf অ , পাৰিলে দিবচোন।
In box কৰিব দিম
Mor elbowr bohut bikh .Aitu ki calcium or karone koise neki jonanboson.
Baga til.milk. almond.tupmah.ahjatiya sabji regular khale calciam puwa jay.
Thanks mam apunar video boror pora bohu lagotial kotha jona hoisu.agoloi o anekuwa upodesh dbo ❤❤❤
আপোনাৰ মাতটো আজি দুৰ্বল দুৰ্বল লাগিছে ।কিয় বাইদেউ?কিবা অসুখ হৈছে নেকি?
আপোনাৰ পৰামৰ্শ বহুত মূল্যবান
Mam black circle tongue infection r bixoye kobo sun . Homeo khai asu kintu emn val koi koma nai
Baideu mor 1st Lkhon gotei keita ase gtike moi ki kora usit voritu aji 1mah dhri fuli a ase Gotei gatu bikh atiwa ki korim ?
Mur athur pasfale bikh ata ase mam vorir..aituw calcium r deficiency hobo pare niki?
Bohut val Advice ponkhi
Thank you ma'am for your informative video ❤
Apunar video bur sai hodai muru ebur sob problem ase baido
Ma'am mur bohut geruwa bikh.please solution
Ma'am mor gorom dintu uth dukhn fati thake xukan Jen lage thanda dintto fatei
বাইদেউ মোৰ মানুহজনিৰ মাতাৰ মাজত সদায় গৰম হৈ থাকে আৰু লাগে লগে মূৰৰ বিষ হয় কি কাৰণত হৈছে জনায় দিলে ভাল পাম বাইদেউ।
বাইদেউ, মোৰ আঠুত পানী জমা হৈছে , ডাক্তৰৰ ওচৰত দুবাৰ পানী ওলিয়ালো , আকৌ হয়,
ইয়াৰ কি উপায় আছে?
বহুত বহুত ধন্যবাদ থাকিল
Very nice information.
খুউব সুন্দৰ পৰামৰ্শ। ভাল লাগিল।
Calcium body kiman ase kenekoi check korim?
Thanks ma'am bor vhl lagila hokolu kotha jani Appuer video bur saw vhl lage
Thanks a lot
জিভাৰ ঘা হলে কি কৰিব লাগে জনাবচোন
অশেষ ধন্যবাদ।
নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালৈ।
মোৰ মাহেকীয়াৰ অসুবিধা মাহে মাহে নহয়। বহুতো পৰীক্ষা কৰিলো একো প্ৰব্লেম নাই ।হ'ৰমন প্ৰব্লেম হোৱা বুলি কৈছে।কি উপায়ে সু-ফল পাম ,
আপোনাৰ ভিডিঅ চাই বহুত উপকাৰ পাইছো, ধন্যবাদ
খুব ভাল লাগিল,
So imfomative and useful very Good advice 🎊
আপোনাৰ video বোৰে মোক
বহুখিনি উপকৃত কৰিছে, ধন্যবাদ মেম
mam. Kokalor har khoy hole ki kriblge
অশেষ ধন্যবাদ জনালোঁ ৷❤❤❤
Mur konmai duta krome 14 ,12 years ihototu praye kolaful khamus mri dhore ,aya calcium komr babe hoy ni ma am jonabo please
আপোনাৰ কথাখিনি জানিব পাৰি বহুত ভাল লাগিল