Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বহুত ধুনীয়া লাগিল চাই।।
অশেষ ধন্যবাদ
ভিডিও টু চাই ভাল লাগিল ছাৰ
ধন্যবাদ
Val lagil
ভাল লাগিল৷
ধন্যবাদ থাকিল
Apunar vlog bilag bohut bhaal lage dada olop Amar jorhat khun explore koribo aaru video bonak please
Thank u
Khub khundor dada apuni bonuya video sai muk bohut bohut bohut val lage
Thank u nipen vaity
U wlcm Dada
Apunar video moja lage dada
অশেষ ধন্যবাদ ভাইটি
তেজপুৰ চহৰখন সচাই ধুনীয়া ৷
হয় ধুনীয়া
Jua kali goi ahiluu. Bhttt val lagil... agnigarh 2 aru val lgil.upporor pora diso2
Hoi....
So cute
Dada apuni eman dhuniya gan gabo pare val lagil huni
Thank you vaity kothatu jani val lgil
Wlcm Dada. Love you Dada
very nice vdo... New friend holu dei. Mur vdo bura u sabo dei🙏🙏🙏
Dada Bamuni hills jagakonnu kimannu km hobo agnigarh pora
Bamuni hills agnigarhr pora 2km man hobo
Thks dada
অ'ধুন ধুনীয়া বুলি যে গান এটা আছে তাকেই ওলাই আহিব ধৰিছে .....আজি বিহুৰ দিনা ধুনীয়া ভিডিঅটি দিয়া বাবে অশেষ ধন্যবাদ ! COLE PARK এটা বিশেষ মনকৰিবলগীয়া ..."উষাৰ তাতশাল " ..আছে !! আৰু বহুতো বিলাকৰ মাজত মই তাৰ ফটো উঠাই লৈ আনিছিলো ।আগতে আজিৰ দৰে টিকেট কিনি লৈ সোমোৱাৰ কথা নাছিল !সকলোখিনি খোলা মেলা হৈ অ'ত ত'ত পৰি আছিল ।তেজপুৰত ভানু (মানে MGKV BHANU ) উপায়ুক্ত হৈ থাকোতে এইবিলাক সুন্দৰ কৈ সজালে আৰু সেই সময়ৰ পৰাহে আজিৰ তাৰিখলৈকে এনেদৰে আমি দেখা পাইছো ।এতিয়া সেই উদং হৈ পৰিথকা দিনবোৰত আমি তালৈ গৈ কেনে লাগিছিল একোবাৰ মনত পেলাই চাওঁ ।। (বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো, ঘৰ-ঘৰোয়াহলৈকো ,এইবাৰৰ ভিডিঅটি আৰু এটা কাৰণে ভাল লাগিছে -background music টো !ইয়াৰ পিছৰ বিলাকো তেনেকুৱা ধৰণৰ দিবলৈ চেষ্টা কৰিবাচোন দেই ) ।।
বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ লগতে ৰঙালী বিহুৰ হিয়াভৰা শুভকামনা জাছিলো। আপোনাৰ commentটো বহুত ভাল লাগিল।
Mur tezpur ghar. Jodi akou eale ohahoy , log koribane
নিশ্চিতভাৱে কৰিম
M also tezpur vlogger
juddhat sob nosto hoi gol