BAMUNI HILLS II TEZPUR HISTORY II ASSAM TOURISM

Поделиться
HTML-код
  • Опубликовано: 5 фев 2025
  • "দৃষ্টি আৰু দৰ্শন"
    এই চেনেল যোগে অসম ৰাজ্যৰ ৩৩ খন জিলাৰ বিভিন্ন ঠাইৰ বুৰঞ্জী মূলক ঘটনা- পৰিঘটনা আৰু নান জাতি উপজাতি সমূহৰ সংস্কৃতি তথা সামাজিক জীৱনৰ তথ্য ভিডিঅৰ দ্বাৰা আপোনাসবৰ ওচৰলৈ লৈ যোৱাৰ এক সৎ প্ৰচেষ্টাই হব আমাৰ লক্ষ্য আৰু উদ্দেশ্য !
    #BamuniHills
    #TempleRuins
    #TezpurTourism
    #GupteswarDevalaya
    #BaralimaraSatra
    #Bhairavpad
    #Rudrapad
    #TezpurRockInscription
    #AssamTourism
    #StonegateofTezpur
    #Tingeshwartemple
    #importanceoftezpur
    #historyoftezpur
    #historicalplaceoftezpur
    our other channel
    / @ntacinema

Комментарии • 19

  • @sanchitakakati9961
    @sanchitakakati9961 2 года назад +2

    Good information

  • @vedicastrologyassam
    @vedicastrologyassam 2 года назад +2

    Nice

  • @bidyutchoudhury6471
    @bidyutchoudhury6471 2 года назад +2

    Very nice video

  • @momiborah1737
    @momiborah1737 2 года назад +1

    অতি সুন্দৰ ----ঐতিহাসিক উষা নগৰী তেজপুৰৰ বহুতো নজনা কথা জানিব পাৰিলো ।

  • @debabratasharma4539
    @debabratasharma4539 2 года назад +2

    সুন্দৰ তথ্যৰ মুগ্ধকৰ বিশ্লেষণ ।

  • @nobajanibaruah345
    @nobajanibaruah345 2 года назад +1

    Very nice

  • @mukulgoswami5119
    @mukulgoswami5119 2 года назад +2

    বৰ ভাললাগিল। তথ্য সহ সুন্দৰ ফটোগ্ৰাফি আৰু নেৰেচন।
    মনলৈ ভাব আহিছে। প্ৰাক আহোম যুগৰ এই শৈল্যভাস্কৰ্য এনেদৰে ধ্বংসস্তুহৈ থকাটো উচিত হোৱা নাই! ভাৰত চৰকাৰৰ বিশেষ বিভাগক
    এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ
    সপ্ত তীৰ্থৰ কনচেপ্ট টোক
    বাস্তৱ ৰূপত সজাবৰ বাবে দাবি জনাব লাগিব,
    দিল্লীৰ অক্ষৰধামত যিদৰে গোটাই লৈ ভাৰতৰ মহিমা গোৱা হৈছে তেনেদৰে অসমত থকা ভাৰতীয় কৌলিন্যক প্ৰকাশ কৰা উচিত।
    বহুত ভাল হৈছে

  • @dilipkumarbaruah2604
    @dilipkumarbaruah2604 2 года назад

    বৰ ভাল কাম এটা আপোনাসবে একেধাৰে কৰি আছে।ধন্যবাদ।

  • @pallabisarmah4166
    @pallabisarmah4166 2 года назад

    Very informative channel. Super

  • @rivaboruah1245
    @rivaboruah1245 2 года назад +1

    বহুত নজনা কথা জানিব পাৰিলো , খুব ভাল লাগিল।

  • @gautambaruah9882
    @gautambaruah9882 2 года назад +1

    সুন্দৰ বহুতো নজনা কথা জানিব পাৰিলো। আপোনালোকৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

  • @santanubaruah2649
    @santanubaruah2649 2 года назад +2

    তথ্যসমৃদ্ধ হোৱাত বৰ ভাল লাগিছে। উপস্থাপন সুন্দৰ হৈছে।

  • @animabora4105
    @animabora4105 2 года назад +1

    বৰ ভাল লাগিল, সুন্দৰ তথ্য বোৰৰ পৰা বহুত নাজানা কথা জানিব পাৰিছো।
    এই প্ৰচেষ্টাৰ সলাগ লৈছো

  • @Crypto_Assam24
    @Crypto_Assam24 2 года назад

    Great Dada Keep doing ...

  • @jitusaikia6222
    @jitusaikia6222 2 года назад +1

    Bht vl lagil apuni hokoluke poricito kori diyar babe great sir 🙏

  • @lochanbora9431
    @lochanbora9431 2 года назад +2

    সুন্দৰ

  • @debajitborah2323
    @debajitborah2323 2 года назад

    সুন্দৰ। বহুখিনি নজনা কথা জানিলোঁ।

  • @pranabbaishya8151
    @pranabbaishya8151 2 года назад

    Wazid DD1 cenel dia surabhi r mont pelai dili. Aru ancor Jon surabhi r ancor Siddhartha jen lagise. Apunaluk aguwai jaboloi xhubha Kamona thakil.