12 fail movie reality and Civil service scam - এনেকুৱা এখন পৃথিৱী চলি আছে - Dimpu Baruah

Поделиться
HTML-код
  • Опубликовано: 4 фев 2025

Комментарии • 2,7 тыс.

  • @banajitchakrabarty6446
    @banajitchakrabarty6446 Год назад +174

    The 12th fail movie might not be motivated to every citizen to crack UPSC/APSC.. it's might be inspired people to achieve their goals of their own pathway.

  • @ranjitkonch855
    @ranjitkonch855 Год назад +135

    Dipmu দা UPSC ভোট জলকীয়াৰ দৰে। যেনেদৰে যিয়ে ভোট জলকীয়া খাব পাৰে টালৈ বাকী বোৰ জলকীয়া খোৱাত তেনেই সহজ হৈ পৰে। ঠিক তেনেকৈ UPSC aspirants সকলৰ বাবেও বাকী বোৰ exam তেনেই সহজ হৈ পৰে। আৰু upsc preparation কৰি থকা সকলৰ সময় বোৰ অথলে নাযায় সেইবোৰে প্ৰকৃত মানুহ বনাই।
    শিক্ষাৰ্থী সকলক উৎসাহ দিয়াৰ পৰিবৰ্তে কিয় মন ভাঙিছে। upsc ৰ প্ৰভাৱ অসমত এতিয়াও পৰা নাই নাম শুনিলেই ভয় কৰে। সেয়েহে অসমত এতিয়াও উচ্চপদস্থ অসমীয়া বিষয়া নাই। hslc, hs আদিত 80-90% পোৱা লৰা ছোৱালী বোৰ lp teacher, post mastar etc.
    Competition ৰ কথা কৈছে, competition নাই কিহত? সাধাৰণত grade 4 job এটাৰ কাৰণে লাখ লাখ candidate। আপুনি যে video বোৰ upload কৰে তাত কি competition নাই, মোৰ views বাঢ়িবনে তাৰ etc?
    Life ত সফল হবলৈ motivation খুবেই প্ৰয়োজন। motivation ৰ উৎস বোৰ বেলেগ বেলেগ হব পাৰে।
    12 fail এখন বহুত বেছি ভাল চিনেমা। যিখন চাই হাজাৰজন শিক্ষাৰ্থী নানা বাধা নেওচি নিজৰ লক্ষ্যত উপনীত হবলৈ motivate হব। বিচাৰিলেই যে সপোন পূৰ নহয় তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব তাক বুজি উঠিব । আপুনি চাই ভাল পোৱা SRK ৰ পাঠান নে কি তাতকৈ হাজাৰ গুণে ভাল চিনেমা। আপোনাৰ ভিডিঅ প্ৰায় সংখ্যকে শিক্ষাৰ্থীয়ে চাই। তেওঁলোকক Upsc অৱতীৰ্ণ হবলৈ প্ৰেৰণা দিয়ক। এনেই যি তি কৈ বিপথে পৰিচালনা নকৰিব।

    • @mastakinali-h3f
      @mastakinali-h3f Год назад +2

      Sahi bat bola ha

    • @invisible07-i6e
      @invisible07-i6e Год назад +1

      O G M

    • @sahilrohman9612
      @sahilrohman9612 Год назад +3

      Such a valuable comment..... After reading you comment, I paused the video and cut it... Thank you for the positive comment brother✨

    • @Ghost124-v6b
      @Ghost124-v6b Год назад

      O baba tumar gyaan tu xuni bhal lagil kintu real life tu bhut beleg bujisa. Jibonor 6-5 bosor upscr namot borbaad kri jetia beleg kaam eku bisari pua najai tetia khei tension tu akol dukhia ghoror lorai he buji pai je khi kidore family tu solabo

    • @Akhol_Ghor
      @Akhol_Ghor Год назад +1

      Apsc upsc diya keitai just gk t bhal hoi . Current affairs t bhl hoi ultimately social subject bilakot baki jikhini competitive exam t ahe science math reasoning English xeibilakor Gera mare. Only gk current affairs d competitive exam cracked koribo nuwari .

  • @amritadeka821
    @amritadeka821 Год назад +166

    12th Fail চিনেমা খনে কেৱল UPSC ৰ দৰে অসামৰিক বিষয়া হ'বলৈ অনুপ্ৰেৰণা নকৰে নকৰে ।। কিদৰে দৰিদ্ৰতাক নেওচি কষ্ট কৰি নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে কি কি পৰ্যায়লৈ কষ্ট, সংগ্ৰাম কৰিব পাৰে কাম কৰিব পাৰে তাৰ অনুপ্ৰেৰণা দিয়ে।।।তাতকৈ ডাঙৰ কথা এইটো এটা সচা জীৱন কাহিনী, কোনোধৰণৰ কাল্পনিক চৰিত্ৰ, কাহিনী দিয়া নাই। গতিকে 12th Fail হৈছে এক অনুপ্ৰেৰণা।❤❤❤

  • @RahulGogoi-fr1jy
    @RahulGogoi-fr1jy Год назад +66

    শিক্ষিত মানুহ হেৰাই নাযায় ৷😊
    ধাৰাবাহিকতাৰে কঠোৰ পৰিশ্ৰম কৰি থাকিব। নিৰ্বাচিত বিষয়াসকল এই পৃথিৱীৰ পৰা আহিছে, তেওঁলোক পৃথিৱীৰ বাহিৰৰ পৰা অহা নাই। ❤

  • @sunudeka5797
    @sunudeka5797 Год назад +1

    Dimpu dar kothat jukti ase 💙💙💐💫

  • @bullshot3841
    @bullshot3841 Год назад +92

    12 th fail চিনেমা খনক motivation ৰূপে লোৱাতকৈ এখন জীৱনীৰ দৰে লোৱাটো বেছি ভাল হব। এনেধৰণৰ চিনেমা ভাৰতত বহুকেইখন মুক্তি পাইছে,যেনে:-Ms dhoni,super 30,sanju,gunjan saxena আদি। এই সকলো বোৰ ব্যক্তিৰ লক্ষ্য বেলেগ বেলেগ কিন্তু এই চিনেমা সমূহৰ পৰা আটাইতকৈ বেছি শিকিবলগীয়া কথাটো হল এই ব্যক্তি সকলৰ নিজৰ লক্ষ্য ৰ বাবে কৰা hardwork 🙏

  • @maheshvlogs4651
    @maheshvlogs4651 Год назад +59

    আপোনাক বহুত ভাল পাওঁ। কিন্তু এইটো কথাত আপুনি ভুলকে বুজাইচা অসমৰ লৰা ছোৱালীক। তেতিয়া হলে আমি সৰুৰ পৰা নপঢ়ি কাম কৰি লে চোন বহুত লাখ লাখ হল হেঁতেন। তেনেকুৱা কথা হে হব। তেতিয়া হলে অসমৰ লৰা ছোৱালী পঢ়িব নেলাগে আৰু এইটোৱে বুজাইছে তুমি। UPSC আৰু APSC টো জুনে viva ত failed কৰিছে হি grade 3, railway, SSC আদিত অহজতে qualified হব পাৰে। আৰু চাকৰি পায়ো। এই video টো ভাল লগা নাই। চবতে compitition হবই তোমালোকৰ You tube টো compitition হয়। মোৰ তাত কৈ বেছি view আহিব লাগে। বা মোৰ video মানুহে বেছি চাব লাগে বুলি বনাই। এইটোৱে competition। জীৱনটো ইমান সহচ নহয় বুপাই।

    • @moisibani785
      @moisibani785 Год назад +1

      Well said .

    • @gyancreation1594
      @gyancreation1594 Год назад

      সুন্দৰ মন্তব্য

    • @NayanjyotiNath-tr5by
      @NayanjyotiNath-tr5by Год назад +2

      তুমি UPSC ত উত্তীৰ্ণ হৈ আগলৈ ডাঙৰ অফিচাৰ হ'বা বুলি আশা থাকিল !! লাগি থাকা !

    • @srabonneog8593
      @srabonneog8593 11 месяцев назад

      Brain tu use kora video star kora agote koi loise, atia ai edora lakhi taku ki lakhise val ke buja o nai

  • @nk3740
    @nk3740 Год назад +338

    Shah Rukh Khan ৰ চিনেমা চোৱাত কৈ বহুত ভাল। আপুনি srk চিনেমা চাই কি motivation পাই নাজানো কিন্তু আমি 12 th fail ৰ নিচিনা চিনেমা চাই 3 rd grade 4th grade r পৰীক্ষা ৰ কাৰনে হলেও motivation পাও

    • @sankarjyotiboruah339
      @sankarjyotiboruah339 Год назад +8

      Best reply 👍

    • @PARAGCHETRY20
      @PARAGCHETRY20 Год назад +3

      Right

    • @asadulytmusic4284
      @asadulytmusic4284 Год назад +4

      Best reply sister

    • @Tarun-Kuli
      @Tarun-Kuli Год назад +20

      😂tumar kothaxar eyat khap khuwa nai vonti Dimpu dai motivation noloboloi kuwa nai nhy matro Gosot goru uthiboloi kuwa nai 😅 anyway all the best for grade 4 not grade 3 😅

    • @manashsaikia504
      @manashsaikia504 Год назад +4

      sakori hodai sakorei kore

  • @SelfEducationPath
    @SelfEducationPath 5 месяцев назад +1

    Dimpu da thikei koise amar dore motivation video sai motivate hobo bisara murkha bilalakr karone instate of reality seeking. Appreciate 👍

  • @BikashHz23
    @BikashHz23 Год назад +1

    Dimpu da r pra enekua ata. Video puar axa asil .. val lagil

  • @mainumedhi406
    @mainumedhi406 Год назад +437

    Being an upsc aspirant i agree 1001 percent to Dimpu's words.. He literally spoke harsh reality

    • @abubakkarahmed39
      @abubakkarahmed39 Год назад +8

      Then try something else..

    • @artwithskak07
      @artwithskak07 Год назад +2

      I won't suggest you to try something else but atleast have a plan B ... That if you can't get into that , then do MBA , Data science engineering , MSc then PHd or anything else .....

    • @abubakkarahmed39
      @abubakkarahmed39 Год назад +2

      @@nayanjyoti_54 moi nu ki faltu reply disu ...jitu Kam koribo nuware tat lagi thaki ki lav....

    • @abubakkarahmed39
      @abubakkarahmed39 Год назад +3

      @@nayanjyoti_54 okk bhai ..kot ghor tumar

    • @mainumedhi406
      @mainumedhi406 Год назад

      Who are you to suggest me?? Apply brain before you reply to anyone.. Of course only if you have one..😅​@@abubakkarahmed39

  • @DaywithDeepjyoti
    @DaywithDeepjyoti Год назад +12

    12th Fail movie খনত এইটো বুজোৱা নাই যে কেৱল UPSC কাৰণে সকলোৱে Motivate হব লাগিব। 12th Fail movie খন চাই তাৰ motivation লৈ বহুতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বর্গৰ চাকৰিৰ বাবেও Motivated হব । UPSC আৰু APSC clear নহলে যে জীৱন ধ্বংস হৈ যাব তেনেকুৱা নহয় । APSC আৰু UPSC syllabus বোৰে পৰৱৰ্তী সময়ত বহুত সহায় কৰিব বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত । আৰু 37 বছৰ বয়সলৈকে ST আৰু SC caste ৰ সকলে Unlimited attempt কৰিব পাৰে।সবিশেষ নজনাকৈ কেৱলমাত্ৰ view's ৰ কাৰণে Video বনালে ভাল নালাগে। মই এগৰাকী SSC ৰ Aspirants হয় । গতিকে কিছুমান কথা ভালকৈ বুজি পাওঁ। এই কথা কেইটা কোৱা কাৰণে মোকলৈ কোনেও যাতে বেয়া মন্তব্য আগবঢ়ায় নবঢ়াই 🙏

  • @birinchikashyap007
    @birinchikashyap007 Год назад +241

    কথাবোৰ সম্পূর্ণ তেনে নহয়, যি জনে APSC/UPSC ৰ শেষ পৰ্যায়ত ও বিফল হয়, তেঁওলোকৰ জীৱন তাতেই শেষ নহয়। তেঁওলোকক সেই APSC/UPSC ৰ syllabus টোৱে বাকি সকলো পৰীক্ষা তেঁওলোকৰ বাবে সহজ কৰি তোলে, সেইবোৰ পৰীক্ষাত উৰ্ত্তীণ হোৱাটো বিশেষ কঠিন হৈ নাথাকে তেঁওলোকৰ বাবে। আৰু এটা কথা, APSC/ UPSc ত কেৱল ACS/ APS/ IAS / IPS /IRS/IFS হে পোষ্ট আছে তেনে নহয়, বহুতো এনে কোৱা পোষ্ট আছে যি বোৰৰ বিষয়ে বহুতে নাজানি সেই বাকি পোষ্ট কেইটাৰ পাছতেই দৌৰি থাকে । আৰু এই বোৰ পৰীক্ষাৰ পৰা কেৱল যে civil service পৰীক্ষাৰ বাবে অভিৰোচিত হ'ব লাগিব সেইটোটো নহয়... বহুত পৰীক্ষা আহে জীৱনত

    • @pritamjyotitalukdar
      @pritamjyotitalukdar Год назад +5

      right

    • @BituBora-n1x
      @BituBora-n1x Год назад +2

      Dimpu dai thik.koise

    • @birinchikashyap007
      @birinchikashyap007 Год назад

      @@BituBora-n1x মইটো কোৱা নাই ঠিকে কোৱা নাই বুলি.. কিন্তু কথাটো সম্পূর্ণৰূপে তেনে কোৱা নহয়.. সেইটো উল্লেখ কৰিছো

    • @Anup..Kr.__Mili
      @Anup..Kr.__Mili Год назад +1

      Eikarone amar India r unemployment or hongkhya Kom...😂😂

    • @sikhatalukdar9036
      @sikhatalukdar9036 Год назад +1

      Exactly

  • @khirojsvlog7180
    @khirojsvlog7180 Год назад +18

    Right💲✔💯🌎সময় আৰু বয়সক ঘূৰাই পোৱা নাযায়,জীৱনত প্ৰত্যক সময়খিনিক Respected দি জীৱন বাটত আগুৱাই যোৱা❤❤ 8:05

  • @mrxarobhai4321
    @mrxarobhai4321 Год назад +1

    12th fail movie khan kin2 🔥 hoise dimpu da❤

  • @JunmoniZone
    @JunmoniZone Год назад +4

    100% science ক বিশ্বাস কৰিব নোৱাৰা মানুহে ফিল্ম চাই upsc r জ্ঞান দিব যোৱাটো বৰ হাস্যকৰ😂😂😂upsc preparation কৰি পৃথিৱীত কোনো বৰ্বাদ হোৱা নাই,বর্বাদ হৈছে তোমাৰ নিচিনা তথাকথিত ভাণ্ডক,নকলী জ্ঞানী, influencer বোৰৰ কাৰণে। যি data ৰ misuse কৰি motivation,film,social media চাই জ্ঞানী হবলৈ আহে আৰু আনকো দিবলৈ যায়। Upsc preparation নকৰা মানুহ কিমান Suicide rate কোনোবা দিনা search কৰি বা study কৰি পাইচা.....?Upsc হৈছে Practical exam, আমাৰ এছিয়াৰ শিক্ষা system হৈছে parrot 🦜 system, parrot system ৰ পৰা অহা দুৰ্ঘোৰ অন্ধবিশ্বাখি সকলে যে coaching centre ক দুখ দিয়া coaching এ টো কেতিয়াও কাকো মাতি নিয়া নাই। Bollywood industry য়ে যে প্ৰজন্মৰ পিছত প্ৰজন্ম বিকলাংগ কৰি পেলাইছে, তোমালোকৰ তথাকথিত god father অৰ্ধ নগ্ন আৰু brainless এহুপাক দিনে ৰাতিয়ে পূজা কৰি কৰি bhagavan বনাই পেলাইচা আৰু নিজৰ সকলো income দি ধনী কৰিছা । আচলতে জ্ঞান কাক কৈ অলপ শিকিবলৈ যত্ন কৰিবা।

  • @devajitlahon2499
    @devajitlahon2499 Год назад +12

    মই ভাবোঁ এনে কঠিন পৰীক্ষাবোৰত অৱত্তীৰ্ণ হোৱা প্ৰতিজন ছাত্ৰই দ্বিতীয় একোটা option ৰাখি লৈ পৰীক্ষা দিয়ে। জীৱনত 2nd option থকাটো খুবেই জৰুৰী।

  • @kajalgupta4586
    @kajalgupta4586 Год назад +15

    Okay moi plan b point tut support koribo paru but bakijikhini kotha apuni kole.. honestly mur ata point oh bhal nalagil... apuni koise je bohut youth ae series sai movie sai preparation t lagi jai aru eko hobo nuwari nijor time waste kore..but vikash divyakirti..ojhah Sir aulukor process bur sale ba xunile dhoribo paribo je main motive tu ki hoi.. kiman besi knowledge gain kore.. social issues burok loi jiman maat matibo pare . infact illogical kotha nokoi..heisob movie sai motivation luwatuk moi bht besi support koru..kintu apunak dekhi kiman lora suwali nijor life waste kori ase heituo olop sintar bikhoi..apuni kisuman content bhal bonale bhal name ata korile..kintu pisot maximum channel khula kiba kora ..apunar name loi views pabo content..kiba kibi...sob bostu re positive negative point thake.. positive bur loi aggbarhile bhal..apuni aji jitu kotha koise jibure wholeheartedly preparation kori ase ek second r karone holeo monot doubt ahibo.... don't do this..thank you

    • @Jyotirmoytalukdar0
      @Jyotirmoytalukdar0 Год назад

      Agreed with you

    • @Yuvil0987-h7s
      @Yuvil0987-h7s Год назад

      Ekdam thik koisa 👏👏👏

    • @Anaccount-wj3ru
      @Anaccount-wj3ru Год назад

      Doubt etiya ahebo aru jetiya iman hard work korar pisot o selection nohobo tetiya doubt nahebo neki?? Tetiya ?

    • @kinginfinykinginfiny
      @kinginfinykinginfiny Год назад

      ​@@Anaccount-wj3rutetiya hi blg sakori koribo aru essy pai jbo heitu napal buli life brbd nhy dimpu kowar dore

    • @Anaccount-wj3ru
      @Anaccount-wj3ru Год назад

      ​@@kinginfinykinginfinyxetu toh hoy kintu practically kiba beleg situation hoi jai aru xei manuh jon tetiya mentally stable nothoka jen hoi jabo society e tak indirect insult and many more major factors ase.. Aru sobe xoman nohoi kuno kuno aibilak handle koreboi nuware aru .... Aru beleg jobs easily pai jabo xetuyo eko guarented nohoi life is not a mathematical algorithm je eta nohole xetu hobo

  • @nuraminmortaza8499
    @nuraminmortaza8499 Год назад

    💯 xosa kotha koisa dimpu da ... mon r pora koi disa sage kotha bur 😊♥️

  • @dungdong123
    @dungdong123 Год назад +1

    Dimpu da vaal lagil 12 fail cinems tu uport eta vudeo bonuwa babe aru motivational video bonuwa babe motivation cinema uport video aru motivication video apuni bonuwa babe

  • @AnjushreeDas-lz2yr
    @AnjushreeDas-lz2yr Год назад +3

    Ufff real talk. What a deep reality u have focused through this video. Dimpu u are genuinly a social person.

  • @sharpmanYT
    @sharpmanYT Год назад +8

    মই নিজে এজন 12th failed লৰা হয়। 2023 ৰ HS পৰীক্ষাৰ্থী আছিলো । এইবাৰ আকৌ দিম । মই failed হোৱাৰ একমাত্ৰ কাৰণ চাগে মই পঢ়াতকৈ বেছি সময় নিজৰ skill development ত লগাইছো , আৰু এতিয়া মই এজন Web developer aru app dev হিচাপে বহু startup ৰ লগত কাম কৰিব সক্ষম হৈছো । ❤

  • @bindaschannel3369
    @bindaschannel3369 Год назад +4

    দিম্পো দা,,মই ও চালোঁ চিনেমা খন কিন্তু বেলেগে কি কৈ সেইটো নাজানো ,, সকলো কথা এই মানুহে এই ভাৱে লব লগে যে মই হাৰ নামানো ,এবাৰ নহয় দুবাৰ নহয় তিনি বাৰ কৈ ফেল হৈ ও হাৰ মানা এজন মানুহ চাৰি বাৰ হে পাঁচ কৰি দেখালে,,Good Motivation film ,,

  • @aditishah9568
    @aditishah9568 Год назад +1

    I literally agree with dimpu daa word ..👍🏻

  • @prakashvlogassam
    @prakashvlogassam Год назад +1

    Ok dimpu thik kotha koisa apuni___thank you so much__i❤dimpu da_

  • @sharvildeori_9
    @sharvildeori_9 Год назад +72

    কেৱল UPSC /APSC তে নহয় আজি কালি সকলো পৰীক্ষাতে লাখ লাখ মানুহৰ মাজত পতিযোগিতা হয় এটা সৰু চাকৰিৰ কাৰণে কিমান কষ্ট কৰিব লাগে হেইয়া কেৱল বিচৰা সকলে জনে। এইখন চিনেমা টো second option kotha kuwa hoise.

    • @njdj8989
      @njdj8989 Год назад

      Gurukul vs AD astra nam suna hai❤

    • @Natok__786
      @Natok__786 Год назад

      Nice 🥰

  • @BHARGAV.IITian
    @BHARGAV.IITian Год назад +286

    Mr baruah,you are totally right.
    But you know one thing upsc is not for your kind of mentality.lots of people don’t able to crack it ,but after preparing for upsc ,they can change their mindset for their country and themselves. They know what is law ,constitution.❤️
    I think you should also prepare for it to open your mind 😊

  • @mrinalsarma9184
    @mrinalsarma9184 Год назад +30

    Apunar gari, ghar, mobile, laptop, aibor dekhi o bohut lora sowali motivate hoi parha xuna bd di youtuber hobo goise aru nijr valuable time khini nasta korise, nijor jibon tu ses korise aru logote mak deutak r mur to garam korise........apuni tare uparat o 1ta video bonabo buli asha korilu

  • @__u_n_c_u_t_e__edul
    @__u_n_c_u_t_e__edul Год назад +1

    Mojja dimpu da moi o saisilo a movie xon ❤❤

  • @Babatu321
    @Babatu321 Год назад +1

    Hosa kotha koise dimpu da ❤

  • @ankurkalita1878
    @ankurkalita1878 Год назад +447

    Dimpu e reality2 koise, hsa ktha kuneu hojom krbo nuare. Axomor 15lakh nibonua e jdi sakori pist douri ase axom aagnabahe. Agriculture, business ru industry t gurutto dbo lge sorkare

    • @BHARGAV.IITian
      @BHARGAV.IITian Год назад +48

      See @dimpu I’m objecting you because you see the negative side only ,you should also tell them the +ve side also
      Right?
      You r totally right ,but see people should follow their dreams ,not for show off .
      Yes people should go for business,industrial area etc .
      But I’m objecting on the topic that upsc spoils lots of life .
      This is totally wrong,after preparing upsc they get the knowledge about our constitution,polity,law etc ,which is very important for our future generation ❤️
      You should make a video about Assamese people,like Asomiya manuh Eman Kio kom select hoi ase in iit upsc or other high level exam

    • @Tarun-Kuli
      @Tarun-Kuli Год назад +7

      Absolutely 💯

    • @factzbuoyxtra
      @factzbuoyxtra Год назад +32

      চোৱা তোমাৰ কথাটো শুদ্ধ কিন্তু সকলোৱে তুমি কোৱা ধৰণেৰে Industry, Agriculture এইবোৰত গুৰুত্ব দিব নোৱাৰে। এখন দুখীয়া ঘৰৰ লৰা এজন বা এজনী ছোৱালীৰ কাৰণে এটা চাকৰীয়ে সেই ঘৰখনলৈ এটা নতুন আশাৰ ৰেঙনি টোলে।

    • @amitcreation295
      @amitcreation295 Год назад +2

      Lol....😂

    • @joydeepkumarmisra4839
      @joydeepkumarmisra4839 Год назад +6

      ​@@BHARGAV.IITianyes , you are right , manuhe bohut Knowledge pai ebur porixar pora , but what's the use of this knowledge if there's no source of income . And as Dimpu said , no one will accept themselves working in a 3rd and 4th grade post after studying so many years.

  • @StudyiQShorts-y3e
    @StudyiQShorts-y3e Год назад +286

    Maturity is when you realize : Now a days Coaching Institutes are big business 💀 ( not all for profit)

  • @Struggle_forAP
    @Struggle_forAP Год назад +5

    -> প্ৰকৃত শিক্ষিতজনে কেতিয়াও বাট নেহেৰুয়াই ❤🎉 আত্মবিশ্বাস নেহেৰুবা gays 🎉

  • @munsurali297
    @munsurali297 Год назад

    Dimpu dar kotha khini bohut besi val lagil ajir pora jitu kam parim hitu he korim bekar time loos kori lap nohoi .is a right dimpu da

  • @Armwrestlergirl
    @Armwrestlergirl Год назад +1

    ১২ th fail চিনেমা খন আটাইতকৈ ভাল লগা মোৰ এখন চিনেমা, উৎসাহ পাইছোঁ প্ৰেৰণা পাইছোঁ কেৱল upsc apsc বুলি নহয় যিকোনো পৰীক্ষা, যিকোনো পৰিস্থিতি ত যে মানুহে হাৰ মানিব নালাগে সেইটো শিকিলোঁ,"haar nehi manunga rar nehi thanunga" আৰু এইটো এটা সত্য ঘটনাৰ ওপৰত আধাৰিত আগলৈও আমাক এনেকুৱা প্ৰেৰনাৰ প্ৰয়োজন, ২০২৩ চনত,

  • @masudhasankhan119
    @masudhasankhan119 Год назад +126

    I am a NEET aspirant and I can feel it very well. Each and every word you said is true 😢

  • @nibirmedhi8371
    @nibirmedhi8371 Год назад +121

    If anybody can't be succeeded in civil services journey, it doesn't mean that life is ended there. Because after preparing for civil services exam, a person becomes a responsible and knowledgeable citizen. (IMO)

    • @artwithskak07
      @artwithskak07 Год назад

      But than you know people will say u as a failure and if u can't achieve it after that you even refuse to do simple jobs as it comes to your ego ... And that's the main problem i.e the fu¢/

    • @chinmoydeka4931
      @chinmoydeka4931 Год назад +6

      So what if u r educated if u doesn't get a job to live rest of the life😮‍💨

    • @Marshall.435
      @Marshall.435 Год назад +2

      Not everyone should realise this everybody's not same mindset as like you or someone else 90% people go for suicide or depression or something else so...

    • @AshishAwakened
      @AshishAwakened Год назад +1

      Yes I agree with your thoughts but the fact is that it's only your pov, not everyone can take this like you..... So yes everyone should accept the reality.. ❤❤

    • @Bappa794
      @Bappa794 Год назад +1

      A person becomes a responsible and knowledgeable citizen.... The what???? Paisa kahan se milega????

  • @asusvivobook1517
    @asusvivobook1517 Год назад +57

    Thanks for highlighting the Reality of UPSC exam Dimpu Daa,
    Why would somebody take an exam for granted which is one of World's toughest exam with success rate 0.01%!

  • @Hun123pmmp73
    @Hun123pmmp73 Год назад

    Bohut bohut dhoinyobad.. Hosa k aapunar ktha bohut ai gurrtopurno

  • @devrajsonari2608
    @devrajsonari2608 Год назад

    Dimpu Da tmr imn Val aru high Bahut high level thinking huni, bahut lagil.....hosa koisa ji koisa
    Very Appropriate.... Government e ai. Km tu koribo lge...

  • @AXANTOELECTRON
    @AXANTOELECTRON Год назад +81

    এনেকুৱা কথা নহয়। চিভিলৰ চিলবাছ পঢ়িলে সকলো কামতে ফিট হয়। আই এ এচ / এচি এচ নহলেও বেলেগত পায়ে যায়। পাতলীয়া কথা।

  • @_Dibakar__Barman_
    @_Dibakar__Barman_ Год назад +10

    SSC GD 26k+ postr karne 47+lakh Manuh Apply korise 😊 Apuni ki kobo dimpu daa. 😊

    • @chandankalita8721
      @chandankalita8721 Год назад +2

      Sakori r pist dori thakili last t goi dali o nhobo mankho nhbo bhai

    • @sigmaman2222
      @sigmaman2222 Год назад +1

      Upsc r lgt gd r compare nhoi vai

    • @_Dibakar__Barman_
      @_Dibakar__Barman_ Год назад +1

      ​@@sigmaman2222Compare Nhoi Moi janu kintu kio koisu Jdi Try nkore kenekoi gom pabo koribo paribo ne nai 😊
      Jdi Xosa koi Kosto kore tetiya hole Success hboi bro 😊😊

    • @_Dibakar__Barman_
      @_Dibakar__Barman_ Год назад

      ​@@chandankalita8721Dali aru mangkho duitao pabo pari bro jdi Struggle kore 🎉❤
      Nuwara kotha aku nai jdi Kosto koribo Ready tha 😊😊
      By the way Love You 😊 Love you Dimpu daa ❤❤😊

    • @daulasa5180
      @daulasa5180 Год назад

      UPSC logot SSC GD ako comparison nohobo bhai

  • @atiqurrb8928
    @atiqurrb8928 Год назад +4

    Grand standing ovation for You❤ at least someone has the guts to say the harsh reality

  • @SSD-n1n
    @SSD-n1n Год назад

    Bohut bhal kotha koisa 👏 ekdam right

  • @akangkhyasaikiahere__
    @akangkhyasaikiahere__ Год назад

    ✔️✔️! Exactly 💯! Dimpu da thank you so much. Apuni je imn hahoh kori eikhini kotha kole. Hosa kotha bur hunibloi olp bea loga but hosa tu hodai e hosa! Apuni jedore plan B r kotha vbise i wish government khone u teneke students khini kotha ebar voba hole.🙂

  • @BhrigumoniKalita-lg6eb
    @BhrigumoniKalita-lg6eb Год назад +6

    "12th fail" চিনেমা খন‌ চাই আমি শিকিব লাগে যে কেনেদৰে নিজৰ সপোনৰ কাৰণে আমি কষ্ট কৰিব লাগে

  • @sam24stark
    @sam24stark Год назад +47

    This video should be an eye opener to millions of aspirants who are devoting their life and precious time in the hope of qualifying in these exams. Specially to those parents and so called well wishers who brain wash these people to believe that their only aim in life should be to become a civil servant. Please only follow your heart and do only what you want to do in life!

  • @Jiyan_47
    @Jiyan_47 Год назад +6

    Dimpu da one small request for you.. please take APSC prelims Exam Experience ...

    • @Anaccount-wj3ru
      @Anaccount-wj3ru Год назад

      He already took the chance and that's why he made this video because he got to know the harsh dark reality Behind this Civil service examination

  • @sarifulvlogs
    @sarifulvlogs Год назад

    Khosa kota koise dimpu daaa Right 💯 Kune Kune bhaba right buli like kora👍

  • @SubharaniGogoi-qk5zu
    @SubharaniGogoi-qk5zu Год назад

    You are absolutely right 👏👏 , i agree 👍

  • @monurammili7713
    @monurammili7713 Год назад +4

    Being an aspirant, I am not agree with ur view completely. After preparation of lots of years, at least he becomes knowledgeable, have knowledge in diverse, everything that are in the GS papers. He becomes a brilliant guys at the last. Becoming ias, ips is not the ultimate aim, but it gives big opportunity to reform yourself.

    • @mahsinify
      @mahsinify Год назад +1

      No point. The knowledge will hardly be of any use to you.

  • @alangkritasarma8321
    @alangkritasarma8321 Год назад +3

    UPSC বা APSC exam ত Select নোহোৱা মানে এইটো নহয় যে জীৱনতো ধ্বংস হ'ল বা সময় নষ্ট হ'ল ৷ এবাৰ syllabus কেইখন চাব, upsc বা apsc exam ৰ কাৰণে যিখিনি knowledge লাগে বেলেগ exam ত সেই খিনিয়ে বহুত সহায় কৰে ৷ আশা কৰো viewers ৰ বাবে এনেকুৱা videos বনাই সেইসকলক পথভ্ৰষ্ট নকৰে যাতে যিসকলে UPSC বা APSC দিম বুলি ঠিৰাং কৰিছে৷ Google ত UPSC ,APSC ৰ Syllabus Free তে download কৰিব পাৰি এবাৰ চাব দেই ৷

  • @APSCMania
    @APSCMania Год назад +34

    Real aspirants are those who self motivated not by watching any movies , webseries . or any other youtuber's videos.
    And it's fully misconception in our society that civil servants are the most powerful service. Every services has its own limitation.

  • @hrishikesh-das291
    @hrishikesh-das291 Год назад

    Val lagil dimpu daa kotha khini xuni❤

  • @Who-i-am999_
    @Who-i-am999_ Год назад

    Hoi Dimpu da... Akdom xosa kotha koise apni....❤

  • @aksdam2690
    @aksdam2690 Год назад +14

    You are the only one Dimpu who always give a phenomenal review of a good movie.This movie is one of the finest Indian movie.What is ur next holiday destination?

  • @kaushik-q7f
    @kaushik-q7f Год назад +46

    I think seriously appear huwa students only 10-15% hoi all competitive exam t, so jodi kunubai really hardworking, smartwork maintain kre then they he/ she definitely pay off hoboi..mur kbo loga eitu e asil...

    • @SelfGro76
      @SelfGro76 Год назад +2

      U r right..

    • @Laa77798
      @Laa77798 Год назад +1

      10% of 8 lakhs = 80k
      Number of seats in upsc = 700
      Do the maths😂
      It's still a lottery

  • @pulinkardong2547
    @pulinkardong2547 Год назад +10

    আপুনি বহুত ভাল motivational video দিছে।

  • @DebajitBhuyanDebajitBhuyan
    @DebajitBhuyanDebajitBhuyan Год назад

    Apuni akdom Sosa kotha koise dimpu da ❤️

  • @Sorbhogtimes
    @Sorbhogtimes Год назад +1

    Dimpu da vall kotha koisa thank you

  • @DhanjitBaruah22091
    @DhanjitBaruah22091 Год назад +3

    If u have a dream and with true dedication nothing is impossible⏳

  • @Rabbani-From-Assam
    @Rabbani-From-Assam Год назад +13

    Apuni 100% Reality Tu Koisa kin2 , Ai Video tu Support 0.01% A Kribo 😅 UPSC r Post r Nisina 😂

  • @pankajpegu913
    @pankajpegu913 Год назад +11

    12 fail isn't a movie it's is a emotions❤

  • @jafidurrahman
    @jafidurrahman Год назад +2

    APSC/UPSC ৰ কাৰণে নহয় জীয়াই থকাৰ প্ৰেৰণাও বহুতেই পাইছে। ধুমুহাময় জীৱনক ইতিবাচক দিশত গঠন দিব পৰাৰ প্ৰেৰণা পাইছে। 2নাম্বৰি কৰি ঠিকাদাৰৰ লৰাটোৱে পইচা দিছে মনুজে দিব পৰা কিবা আছিল নেকি ? আমি আপোনাৰ প্ৰয়োজন এনেকুৱা বাস্তবিক ঘটনাৰ পৰা পোৱা এনেকুৱা অলপ মতিভেচন। না আছে কচিং লোৱাৰ হেপাহ না আছে civil service কৰাৰ হেপাহ। আছে মাথোঁ জীৱনৰ লক্ষ্য সফল কৰাৰ হেপাহ।

  • @sibisuladaimary3749
    @sibisuladaimary3749 Год назад

    Bohut bhal kotha Koli dimpu da👍

  • @samirantalukdar4561
    @samirantalukdar4561 Год назад +19

    Each and every field the success ratio is almost 0.01%.. India is not for beginners due to the population.. so its not about only upsc/apsc .. by the way its on youtube world also.. everyday almost 10lakh channel created.. but only 0.01% get successful.. so always study hard.. knowledge never fade away.. be inspired

    • @mahsinify
      @mahsinify Год назад +3

      But a person starting a channel is risking very less. Upsc has ruined lives.

  • @aayushgogoi2841
    @aayushgogoi2841 Год назад +50

    Dimpu Don't demotivate assam students. They atleast got motivation preparing for any assam government exam.

    • @Nikhil_b7
      @Nikhil_b7 Год назад

      ​@@gurukul_assam_job Dimpu dai tumak personaly sabo koise neki . Tumi matrix fasi thoka . Dimpu r ako ahe najai😂

    • @carnel3550
      @carnel3550 Год назад

      Don't be slave.

    • @BhrigumoniKalita-lg6eb
      @BhrigumoniKalita-lg6eb Год назад +1

      Dimpu dai demotivate Kora nai ajir reality koise🤬

  • @wasimakram8317
    @wasimakram8317 Год назад +156

    After preparing for this examination if you get success then definitely its good for you and our country. But if you don't get success it doesn't mean that your time was wasted. The preparation of this exam makes a person's life better with some extraordinary quality and also makes a good citizen of India.The knowledge you gained during the process it will definitely help in any field of your life.

  • @julhaque7730
    @julhaque7730 Год назад

    Xodai asu suport koribo dimpu da.... ✅❤

  • @akashdeka344
    @akashdeka344 Год назад

    Main point r kotha kole dimpu da 👍🏻

  • @porie448
    @porie448 Год назад +21

    মোৰ বাবে এই কথাখিনিহে প্ৰেৰণা যেন অনুভৱ হৈছে ৷ধন্যবাদ দিম্পু দা❤

  • @royalpb3203
    @royalpb3203 Год назад +9

    কিছুমানে কথাটো বুজা নাই, হয়তু বুজিব চেষ্টাও কৰা নাই। উদাহৰণ এটা লোৱা যাওক ,আপুনি এটা ভাষা শিকিব বিচাৰিছে ,আপুনি Duolingo টো শিকিব পাৰিব আৰু সেই ভাষা চলা ঠাইত থাকিও,আপুনি কত শিকে সেইটো আপোনাৰ ইচ্ছা।ঠিক সেইদৰে UPSC ৰ পৰীক্ষা হওঁক বা জীৱনৰ, কত সফল হব বিচাৰে আপোনাৰ কথা।সফল হলে জীৱন ছেট।
    কিন্তু কিমান লৰা ছোৱালীয়ে UPSC ৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰি দিছে দেখিছোঁ।
    পাছত তেওঁলোকে depressed হৈ না Duolingo ত ভাষা শিকিব পাৰে না ভাষা চলিত ঠাইত আৰু না তেওঁলোকে UPSC ৰ পৰীক্ষাত না জীৱনৰ পৰীক্ষাত সফল হব পাৰে মুঠতে জীৱন চফা।
    Mr Barua don't mind Some people showed that they know English.

  • @abdullaalfarug5292
    @abdullaalfarug5292 Год назад +30

    আপুনি হয়তো নাজানে Civil Service পৰীক্ষা ব্যৱস্থাটো অসমত বহুলভাৱে প্ৰচাৰ হোৱা‌ বেছিদিন হোৱা নাই । এতিয়াও অসমৰ পৰা বহুত কম সংখ্যক শিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হয় তাৰে প্ৰতিবছৰে 5-6 জন পৰীক্ষাৰ্থীহে UPSC Civil Service পৰীক্ষাত উত্তীৰ্ণ হয় যদিও IAS ,IPS ৰ দৰে Rank পাবলৈ সক্ষম নহয় । গতিকে এইটো সময়ত এইধৰণৰ RUclips Video ই শিক্ষাৰ্থীসকলক বিপথে পৰিচালিত কৰিব বুলি ভাবো ।

  • @schoolbondhu
    @schoolbondhu Год назад +1

    পঢ়া শুনা কৰিলে কিবা নহয় কিবা প্ৰকাৰে এদিন upsc নাপালেও বেলেগ কিবা পাব, কিন্তু trading ত motivate হৈ শেষত একো নাপাই, সেই দিশত সচেতনতা মূলক এটা video বেছি প্ৰয়োজন আছিল, কিন্তু সেইটো দিশত তোমাক ওলোটা কৰা দেখা পালো। আশা কৰোঁ আগলৈ এই দিশতো ভাল এটা video পাম।

  • @akashphukan6452
    @akashphukan6452 Год назад

    Wow..bhal lagil huni kotha khini. Hosake, aitu, aji dinor harsh reality.

  • @chandanneog1965
    @chandanneog1965 Год назад +6

    Dimpu daa eikhon real lifeor uport bonuwa movie hoi.....😂..oxomot Monuj sharma bohut ulaisile

  • @naftalitaye
    @naftalitaye Год назад +19

    The movie "12 Fail" is truly excellent. As a UPSC aspirant, it has significantly boosted my motivation to prepare for the exam.

  • @badcovers7140
    @badcovers7140 Год назад +3

    Kotha khini thike, kintu jodi Coaching institutes eman beyaye, keidinman agote Borthakur IAS promote kori kyo video bonai asili?
    This is called hypocrisy.

  • @beginkari
    @beginkari Год назад +1

    Really bhout bhoriya lagasia❤

  • @rupamdasofficial_
    @rupamdasofficial_ Год назад

    Dimpu da moja kotha ata kola 👍ami bhobai nasilu ai kotha tu😮👨‍💼

  • @mrinmoytanti9378
    @mrinmoytanti9378 Год назад +4

    Being a neet aspirant I also feel it...😢

  • @puspanjalideka5406
    @puspanjalideka5406 Год назад +28

    Yes , being an aspirant I do agree with all of your points, competition should always be healthy, may it be the crowd or the pattern . Motivation for shining your inner self is okay, but this shouldnot turn its path to smth that you are not made for!!

  • @kamalpuri1134
    @kamalpuri1134 Год назад +4

    দিম্পু দা আপুনি হয়তো TVF ৰ Aspirants Series খনৰ কথা পাহৰি গৈছে,এবাৰ চাব চোন Series খন,Series খনে হয়তো আপুনি কোৱা কথা কেইটাৰ লগত কিছু পৃথক কিবা এটা দেখাইছে....

  • @Sarikakvideos
    @Sarikakvideos Год назад

    Very true Dimpu da 🙏

  • @yogabidhariprasadtalukdar5940
    @yogabidhariprasadtalukdar5940 Год назад +2

    দিম্পুৰ ভিতৰত লুকাই থকা আচল দিম্পুৰ সামাজিক জীৱনৰ আটাইতকৈ মূল্যবান কথাখিনি শুনি আপ্লুত হলোঁ । এবাৰ কথা হম যদি ফোন নম্বৰটো পাওঁ !!

  • @Ankurjyotihazarika
    @Ankurjyotihazarika Год назад +51

    Greatest motivational speaker in assam❤🤩😍

  • @Digantadutta123
    @Digantadutta123 Год назад +12

    12th fail 🥳🥳🥳 জীৱনত বহুত সাহস দিছে

  • @pankajtalukdar6507
    @pankajtalukdar6507 Год назад +4

    I agreed to your resolutions ❤ you are telling the truth

  • @Priyojyoti_Goswami
    @Priyojyoti_Goswami Год назад +1

    One of the most genuine video i have ever seen on RUclips.. the reality

  • @munindrasagar3225
    @munindrasagar3225 Год назад

    wah mere pyare kya video upload diya toone .many many thanks for the upcoming generation .bhal lagil tumar ei eta gurutopurno massages pai .agoloi aru enedhoronor video puwar axare Som S.

  • @JDVLOGSAS22
    @JDVLOGSAS22 Год назад +28

    12 fail it's not a movie its a emotion..

  • @partha__ce-3686
    @partha__ce-3686 Год назад +24

    Hey Dimpu Da, love your videos! With approximately 2 million subscribers, how about upgrading your setup? Consider an ASMR mic, a camera on a stand, a good video editor, and maybe a dedicated room. A wallpaper backdrop could add a nice touch. It's time to move up from the floor! 🌟
    By the way, I'm from Nalbari too!
    Impressive to see such a big RUclipsr! Nalbari representing well! 🤗

    • @farhinxo
      @farhinxo Год назад +1

      I agree, If he upgrades his setup, the videos would look better, giving it a more professional look. But, his USP is being raw and unfiltered so, it might not appeal to the majority who watch him for that and maybe that's why he isn't upgrading. But might try considering it just for a change and see the engagement rate.

    • @halfblood3544
      @halfblood3544 Год назад

      Dimpu true viewers never care about his setup or background.. If you have any problem with his videos than better start your own yt channel with your own fancy setup.. Fking nerd

  • @catloverjayman
    @catloverjayman Год назад +25

    DIMPU DAA আপোনাৰ কথাত মই সন্মত আছোঁ।

  • @FozirulHoque9988
    @FozirulHoque9988 Год назад

    Aponak sage aru alop research korib lagib
    Thank you dimpu Daa

  • @Rinku-gp3kt
    @Rinku-gp3kt Год назад +19

    Politician is best for everybody . No need education and you can give order to IAS officer .

  • @Gou-o7assam
    @Gou-o7assam Год назад +96

    Dimpu don't demotivate if you read the apsc/upsc syllabus then you can also attempt any other govt job..

    • @utpalbaishya99
      @utpalbaishya99 Год назад +5

      Dimpu daa i demotivate kora nai bhai........aitu koise je......flim sai motivate nohoboloi

    • @MrKing-gr9se
      @MrKing-gr9se Год назад +2

      Yes

    • @HummainhainJunoon
      @HummainhainJunoon Год назад +6

      Video tu arambho houtei koiseile je demotivate koribo aha nai apuni sua nai sage valke sauk video tu

    • @HistoryStudent07
      @HistoryStudent07 Год назад +1

      UPSC 2 baar t napale APSC pan subai subai pai jai tension nhi hai moi HS 1st year r aru main AIM tu UPSC rakhisu aru tar plan B APSC

    • @hirak_as01
      @hirak_as01 Год назад +3

      Oi besi nobokibi dimpu r xoman nohoi toi

  • @khanjan_Kashyap
    @khanjan_Kashyap Год назад +13

    Totally agreed 💯
    Plan B should be kept
    Don't be stuck

  • @Witch361
    @Witch361 Год назад +1

    Moja koise apuni ..... ekdom right koise

  • @Monzirulvlogsky7hn
    @Monzirulvlogsky7hn Год назад

    Last kotha khine bhal lagil diiimpu da🥰

  • @PsychoFrenzy305
    @PsychoFrenzy305 Год назад +4

    i would say ....everyone should prepare for apsc or upsc for at least one year...it can prepare you for the world waiting for you outside ...whether you get the job or not but it can make you a good human being...it can also help to crack other govt job.....there r lots of option available for you ...