Dimpu da tumak manibo lagibo...tumar video sai bohut val lage .tumar logo dekha korar bhut mon ase ..ketiya bha log hobo naja..tumi aru aguwai juwa ..tumi anekuwa video di juwa ...tumar video sale mon to kiba eta val lage...monor dhuk bilak pahoriye jao.....❤❤❤
ভাল লাগিল তোমাৰ ভৱিষ্যত বাণী। কিন্তু আজিকালি আমাৰ প্ৰজন্মই বেছি বয়স নাপায় অ দীম্পু। কিয়নো যিমানেই উন্নত প্ৰযুক্তিবিদ্যাৰ বিকাশ হৈছে সিমানেই মানুহ অসুখীয়া হৈছে। শাক-পাচলি ত উন্নত মানদণ্ডৰ ঔষধ ব্যৱহাৰ কৰি সোনকালেই ডাঙৰ কৰিছে, কৃত্ৰিম ৰং ব্যৱহাৰ কৰি সতেজ কৰিছে আৰু আমি খাই দেহত অসংখ্য ৰোগ মাতি লৈছোঁ।আগৰ আমাৰ ধুনীয়া অ-কৃত্ৰিম , যান্ত্ৰিক নোহোৱা গাঁৱ, চহৰ বিলাকেই ভাল।
আমি নিশ্চয় এজন বিখ্যাত বৈজ্ঞানিক ৰ সেই মতবাদ টো মনট ৰাখিছোঁ - জীৰাফৰ আগ ঠেংৰ যে....
আমাৰ ও এটা সময়ত এনেকুৱা হ'ব যে সকলো চুইচ টিপিয়েই সকলো পালে আমাৰ হাত ভৰি ব্যৱহাৰ নহ'ব আৰু আমাৰ সকলো অংগ অকামিলা হ'ব। আপোনাৰ ঘৰত আধুনিক প্ৰযুক্তিৰ সকলো সামগ্ৰী থাকিলেও আপুনি সময় সুবিধা অনুসৰি কেতিয়াবা নিজৰ কাপোৰ কেইটা নিজে ধুৱ,ভেকুৱাম ক্লিনাৰ ব্যৱহাৰ কৰাতকৈ ঘৰ কেইটা নিজে মোছক এইবোৰ ও একোটা ব্যয়াম। যিমানেই অলস জীৱন কটাব সিমানেই বেমাৰ হ'ব।
সকলোৰে প্ৰতি মোৰ মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ।
True' reality
Point ase
Very true
Reality
মোৰ মতামত পঢ়ি উপযুক্ত বিবেচনা কৰি আগস্থান দিয়া বাবে ধন্যবাদ দীম্পু বৰুৱা। ভৱিষ্যত প্ৰজন্মলৈ সদায় একোটা ভাল গঠনমূলক ভিডিঅ' আগবঢ়ায় যাবলৈ চেষ্টা কৰিবা। তুমি এজন সুন্দৰ বাৰ্তা বাহক হৈ থাকা সদায়। মোৰ শুভকামনা জনালোঁ।
নালাগে আমাক এনেকুৱা পৃথিৱীৰ লাগে আমাক আমাৰ মা দেউতা দিনৰ সোণালী অসম 💚
Hoy dada amar organic lage ,camical or duniya nalage amak
🥺❤️😌
Kukurot koreo.adhm.tuhr pa real.tu.ugro.mutter
থিকেই কৈছে।
Honali akhom lage jadi mobile tu use koribo bad diyana internet use koribo bad d na kotha je koi aru lagat koi besi a kotha koi aru
তেনেকুৱা এখন পৃথিৱী সঁচাকৈ নিবিচাৰোঁ মই😢, তেনেকুৱা সঁচাকৈ হ'লে কৰবাৰ দূৰৰ চৰ চাপৰিত সৰুকৈ এটা জুপুৰি ঘৰ সাজি লৈ জীৱন নিৰ্বাহ কৰিম।😢😢
madarchod dekha jabo de
ভাই গৰমত মৰি যাবি ৷😭
Thanks
Yes
Hoi thikei koise apuni
সুন্দৰ দিম্পু দা,,,
তোমাৰ বয়স ৮০ হলে এইবোৰ ৮০% মিলিব,,
সুন্দৰ ডিম্পু
জাতী, ধৰ্ম, নিৰ্বিশেষে সকলো মিলা প্রিতিৰে থাকো আহক..... ।
Mur Bhai Aji dinot Ki kom tumar Nisina Manuh pabo nai Hobo 2050 ot thik lagi jabo Tumak Ki kom aru Tumi bohut dil or val lora bro love you bro 💗💗
দুখীয়া মানুহৰ দুখ বাঢ়িব😢😢😢😢
Kosto gori gole dukhiya manhu nathake🎉
দিম্পু বাব কি জয় ✊ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।❤
Tumaloio bihur xubhessya agotiyakoi jonalu
Eman kotha kenekoi Jane o dimpu da.... ❤❤
যিমান পইচা নোহোৱা হলেও কিন্তু মৃত্যুৰ পিছত অন্তিম সৎকাৰ কৰা মাটি খেনি সেই খুচুৰা পইচাৰে কিনিবই লাগিব 🙏 যদি হে বৈদ্যুতিক পদ্ধতিৰে অন্তিম সৎকাৰ নকৰে 💐
2055 কোনে কোনে কব old is gold 🥇
Moi kom
Jodi basi thako
moi
jodi basi thaku moi kom ❤
Kuneo nkoi 😂
আপুনি কোৱা কথাটো এদিন সত্যত ৰূপান্তৰিত হ'ব 😊 দীম্পু দা ❤ 😘🔥
Pist amar lora swali hos nhole pan r thari bhorabo pbo ne. Direct bah bhorai dibo beh
Akdom hosa kotha dimapu daa,,,,ভৱিষ্যতে নিশ্চয় হব চাগে এনেকুৱা,,,,
Bhut val lagil kotha bur huni ❤️👍👍
Moi agontok ahibo loga 2055 sonoloi hokoluke hubhessa gyapon korilu 🙏🙏🙏ki thik ketia ai prithibikhon ari jau
কিছুদিন পিছত এই ধুনীয়া পৃথিৱী খন digital হৈ পৰিব। গছ গচনি ৰ জগা ত ডাঙৰ ডাঙৰ মানুহৰ ঘৰ হব । তেতিয়া চাগে মানুহে ডাক্তৰ ৰ তাত গৈ জীয়াই থাকিব । কাৰণ তেতিয়া উশাহ লোৱাত কষ্ট হব । 😭😭😭
*Best Teacher For us ❤😊*
❤❤❤❤❤
𝙔𝙚𝙨
Bhalke poha nhole net pack bhorabo tan hbo
@@akashbaruah8378 😂😂
জাতি-ধৰ্ম লৈ কাজিয়া নকমে, বাঢ়ি যাব। লগতে মানুহে আকৌ আগৰ দুনিয়াত গুচি যাব। যেনে চাইকেল চলোৱা, খেলা-ধূলা কৰা, জৈৱিক কৃষিকাৰ্য আদি। মানুহে আধুনিকতাৰ পৰা আতৰি মাটিৰ লগত মিলি যাবলৈ চেষ্টা কৰিব। কিন্তু Technology ৰ বহু উন্নতি হব, মানুহৰ ব্যৱহাৰ নোহোৱা হব, চাকৰি নোহোৱা হব।
That's true
Fact 👍
Yes
ঠিক কইছা
Very nice video dimpu da❤️💙💚
Mja lagil bobishot banitu❤
Dipudaa tumi amak bht kotha xikala😍😍
দিম্পু দা আপুনি ৰামায়ণ চাব লাগিব 🥲 কাউৰী ক ভগৱান বিষ্ণু বৰ দিছিল কলি যুগ ধ্বংস হয় যাব কিন্তু কাউৰী নমৰে বুলি কৈছিল 🌝 পাৰিলে ৰামায়ণ খনত এবাৰ ভুমুকি মাৰি চাব 🙏
ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আগতীয়াকৈ সকলোলৈকে🎉❤
Thank you so much and same to you
Love you dimpu da 👍👍val lagil apunar video..
Dorshon tu akebare naikia holei val hobo 🖤
Technology ৰ কথা শুনি ভাল লাগিল কিন্তু এদিন পৃথিৱী খন শেষ হৈ যাব সেয়া ভাবি বেয়া লাগিল😢
Ghume thak ja
সচাকৈ দিম্পু দা তেনেকুৱা হৈ যাওতে বেছি বছৰ নালাগিব.....কাৰন দুনিয়াখনে DIGITAL DUNIYA 😅
Right
Right
@@dimpleslifestyle215 thank you
Dimpu Da ... further Man ❤
Dimpu ❤❤❤❤❤❤
The Fun They Had......who remembered this chapter😌
🙋
🙋🏻♂️
Me
Me
Love you from karbi anglong❤😊
আপুনি কোৱাৰ দৰে কলিযুগৰ শেষ এনেকৈ এ হ'ব চাগে ✌️
Mojja 🔥😇 dimpu daa love you
Dimpu vdotu mojja lagil tumar anubhob xosakoi val lagil dei
Val kotha ji hab haklore valr karne hab ji hboloy goy ase valor karne..kiba 😱😟😍❣️ 👍hadhu khatha kuwa Jen lagse..✈️🙏🙏
Advanced happy rangali bihu soboloi 🤩 (জই আই অসম) ❤❤
Bhai tumaleu thakil
জয় আই অসম
জয় আই অসম
Bihu 2 thakibo ny 2050 t
Joi tu vul hoise tmr 😂
সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো।🥰
ধন্যবাদ থাকিল, মোৰ ভিদিঅ বিলাক চাব দেই দীপজুতি দা 🥰
Topic'r logt related nohoa kothabur comment koribo nelage....stick to the topic
@@neuferbasumatary8365 😂🤣🤣🤣
@@souravgogoi5206 thik asa .
@@deepjyotitechnicalvideo mm ধন্যবাদ থাকিল আপোনালৈ
আজি জন্মৰ পৰা 30 বছৰ পাৰ হলে তাৰ মাজতে কিমান বস্তু আপডেট হৈ গল আপোনাৰ কথা শুনি এই বৰ 20 to 30বছৰ পাছত হবলৈ ধৰিলে এনে লাগে যেন বেছি সময় নাই সেয়ে বৰ্তমান সময় বৰ অতীত হৈ যাব অই এই সময় খিনিকো ভালকৈ অনুভৱ কৰি পাৰ কৰিব লাগে পিছত আমি এই সময়ক মনত কৰিব পাৰিম কিন্তু চলেও অনুভৱ কৰিব নোৱাৰিম।
Dimpu assam ke handsome RUclips r hai 🥰🥰🔥🔥
2055 loi thaku ne nai najanu kintu xonkale mor channel tu grow koribo parilei hol aru🙏🙏 tumi akhirbad koriba dei dimpu ☺️☺️
Dimpu da apuni💓💓💓guli (love form nalbari
The education system will totally different in 2050 like the lesson fun they had in class 9 😂
Yes Mergie and Tommy
Absolutely
exactly.. by Isaac Asimov.
Yes mughal history nai kiya hoi jbo...
😆😆
Moja dimpu da love form lakhimpur ❤❤❤
Moja lagil dimpu da kotha belak 🙂
Aata abuddin tu bahut Khushi de Nasir❤❤❤❤❤❤
এনেকুৱা হাবলেই গৈ আছে ভাইটি সঁচা কথা👍👍👍
First view ❤ love from Goalpara
ভবিষ্যতৰ কথা বাদ মই তিনি দিনৰ পৰা Hospital ত অপাৰেশ্যনৰ কাৰনে আহিছো মোৰ বহুত ভয় লাগি আছে 😭 Please মোৰ কাৰণে দোৱা কৰিব। Please 🙏
Val hb🌅🙏🙏🙏
Sinta nkriba sob thik hoi jab dst
God bless you 🙏
God bless you
Val hobo de vai
U r absolutely right ghochu, No 2 vobishyot to 5 yeas pisot aai ase
Dimpu da mozza❤😊
Dimpu দা video ৰ জৰিয়তে সকলোলৈকে আগুণ্টোক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জাছিছোঁ। সকলোৰে ভাল হওঁক তাৰেই কামনাৰে ❣️❣️ u
Dimpu daa.
Tuhr pa real.tui.tajpuror pagla.phatakor.pi.kaihna ahica
Love you bro 😘
Moio blockchain technology t kaam kro .....ahibo loga future Blockchain Technology 💪💪💪🔥🔥
Dimpu da tumak manibo lagibo...tumar video sai bohut val lage .tumar logo dekha korar bhut mon ase ..ketiya bha log hobo naja..tumi aru aguwai juwa ..tumi anekuwa video di juwa ...tumar video sale mon to kiba eta val lage...monor dhuk bilak pahoriye jao.....❤❤❤
Jadi jiyai thaku Dimpu dar ai video tu xosai tankowa hoi 2050 sont aku sam
Happy Ramadan to All 🌙☀️
That may result into unpredictable scenario in future, but not guaranteed! History repeats itself brother.😊
After 50 years I see this comment😢
Good Morning ❤❤
Good morning
Welcome to Gogamukh Dimpu Da
Dimpu da no.2 future.......❤❤❤
We are the generation that will face all these problems !!!
অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহু টি নাপাতি কেনেকৈ থাকোঁ ❤️ সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ❤️❤️❤️❤💝
ধন্যবাদ
Oi manash thanks you❤
@@koushikshortgaming1627 what's app t kotha pati thka buli vbsa nki toi
Olp besi hol nki...bihu aisi buli amio janu...gaan gai hunoli he hoi nki!
Bihur xubhessya tumaloio agotiyakoi jonalu dei
Now this is called "CONTENT". Dimpu you always rock \m/
Xosake dimpu rock 👍
You are right Dimpu... kintu jimanei electronic bostu ulabo manuh bemari hoi goi thakibo in future
Present time of assam is best ❤
Love From LAKHIMPUR ❤️
Kukurot koreo.adhm.toi.kotha.koba njna
গাওঁ সমূহ গাওঁ হৈ থাকিলে হয় আৰু😢
Bhal lagise vdo to sai montuwe bleg lagi goise vdo to saai
একো নহয় দিনে দিনে পৃথিৱী খনহে ধ্বংস হ'ব
ভাল ভবিষ্যত বাণী প্ৰজন্মৰ কখা কৈছে দাদা দীম্পু আৰু আহি থকা দিন বোৰ আগুৱাই যায় থাকিব লাগে দীম্পু দাদা❤❤
Mojaa❤❤❤
Love you Dimpu da ❤️
Thank you Dimpu..
Mor.sumatu.she.de.toi.83.lakh.br.arm.pabe.hijra
Dimpu daaa 😊😊😊😊😊😊
Love from samaguri dimpu da ❤️
Love from Lakhipur ❤️
Mojja 💗
Dimpu da ter babe moi aji 3 years agor pora ye blockchain r knowledge loi asu aru kam u kori asu 😊
Dimpu dada bidesh kotha. AK dom ❤❤❤❤ 😊
Mojja❤❤❤ bimpu b
পৃথিৱী ধংশ হব
😂😂
Hoboi 100% khatang
Love from kalaigaon 😊 udalguri dist ❤️
Dimpu da আমি ৱাছি থাকিম 2050 চনৰ ৱহুত কিছু দেখিৱো পাৰিম Dimpu da আমাৰ bike হ'ল 18 bike Dimpu da ❤️
Most hevy technology dimpu da 👍
Mr birthday r dinai anekuwa video gift hisape palu.... Thnk u dimpu daa🥺❤
Dimpuu Daa brhiyaaa❤
Big fan
Hee probhu atiai loi jua_ tenekua akhon prithibit huar agot😢😢😢😢
এতিয়া অসম্ভৱ বুলি ভবা বোৰে ভবিষ্যতে সত্য হয়।।
হয়, এনেকুৱাই হব আমাৰ ভবিষ্যত।...........
❤Love from Rangia❤
Best of luck sir hi future😮😮
mojaa
Perfect video bonaisa de dimpu bai🎉🎉
বৰ ভাল লাগিল কথাবোৰ শুনি
Love from nalbari ❤
𝗙𝗶𝗿𝘀𝘁 𝗰𝗼𝗺𝗺𝗲𝗻𝘁 🥰🤗❤
Love you Dimpuda😍
Love you Neha 😅
Very very nice ❤❤❤❤ dimpu dada
Moja bro hobo 😆😆😆 moja ooo moja ♥️♥️
Love from pathsala ❤