@@ashrutmahantaTeur kotha botora bur pis pora kintu montu je Val agboha...Aru aponar kotha botora bur val modern kintu montu je pispora puronikoliya ki koi hehe....😊😊
Dimpu eta BJP r hatot biki huwa youtuber....he aaji loike Jun Moni ba r murder case tuk loi video eta bonabo kiyo Dom nohol ....karon hei topic tuk loi video bonale Tak Himu topai beya pabo je
বহুত সুন্দৰ বহু কথাই জানিব পৰিলোঁ। আৰু অতি সুন্দৰ আটক ধুনীয়া এটা বিধান সভা চৌহদ সকলো বোৰেই আছে। মাথো এটাই আশা যাতে আমাৰ MLA মন্ত্ৰী সকল এই ডিজিটেল পদ্ধতিৰ বিধান সভাৰ পৰা বৈজ্ঞানিক চিন্তাৰে অসম খন আগুৱাই নিয়ক লগতে আমাৰ জন প্ৰতিনিধি সকল শিক্ষিত হোৱাটো অতিকৈ প্ৰয়োজন। আৰু বৰ্তমান বিধান সভাই এইটো এটা হিধান্ত লওক যে একোজন জন প্ৰতিনিধি হবলৈ এটা শিক্ষাগত অৰ্হতাৰ নিৰ্ধাৰণ কৰি দিয়ক।❤🙏
*Golot Dhuniya Aronnai Khon Dekhi Val Lagil Dimpu Da...Aru Assembly t dhuniya Aronnai+Gamucha Design..JWI BORO HARINI , JOI AI AXOM*
12:26 uyt dev bk if xx so if, du ha Dr
APUNI ANAR UPAKAR KARI VAL PAY
Hey suglai brother
Bcg vhhjjy
G mucha😂😂😂😂😂
অসম বিধান সভা ভৱনটো যেনেকৈ আটকধুনীয়াকৈ সকলোৰে চকুত লগাকৈ বোনাইছে তেনেকৈ যাতে অসমখনক ও গোতেই বিশ্বত উন্নতি আৰু আধুনিকৰণ দ্বাৰা চিনাকী দিয়ে বিধায়ক মন্ত্ৰী সকলে এয়াই আশা থাকিল
Right
Jwi Boro harini ❤ Good
বিধানসভাৰ ভৱনটো ৰ
নিচিনা সদস্য সকলৰো মনবোৰো ধুনীয়া হয় তাৰে কামনা কৰো।
বহুত ভাল লাগিল এক গুৰুত্বপূৰ্ণ বিষয়বস্তু ।
ৰাইজৰ বাবে ৰাজ্যৰ বাবে নিস্বাৰ্থ কৰ্ম দায়িত্ব পালন কৰা নেতা অভাৱ মাথোঁ বৰ্তমানৰ অসম বিধান সভা ভৱনত।
❤
👍
অসম বিধাসভাৰ অধ্যক্ষজন আমাৰ পিছপৰা এখন গাঁৱৰ । (আমাৰ নাওকাটাৰ )
অধ্যক্ষ sir ক কেইবাবাৰো লগ পাইছো,
কিন্তু নতুন বিধান সভাৰ ভবন টো Dimpu দাৰ জৰিয়তে সুন্দৰ কৈ দেখা পোৱা হলো।
বহুত ভাল লাগিল , ❤❤
পিছপৰা গাঁৱৰ কাৰণে কথা বতৰা বোৰো পিছপৰা চাগে। গাঁও খন গছ গচনিৰে ভৰা চাগৈ🥶
@@ashrutmahantaTeur kotha botora bur pis pora kintu montu je Val agboha...Aru aponar kotha botora bur val modern kintu montu je pispora puronikoliya ki koi hehe....😊😊
কুঁৱলী
আঘোণ - পুহ মাহৰ কুঁৱলীয়ে
মোৰ মনলৈ লৈ আনে
মোৰ কুঁৱলীৰ কথা ।
যাক মই নিজতকৈও
পাইছিলো ভাল সেই কুঁৱলী ।
তাইৰ ঘৰ সিখন গাঁওত আছিল যদিও
তাই সদায় আবেলি আহিছিল
নৈৰ পাৰত মোক লগ ধৰিবলৈ ।
যত আমি পাতিছিলো আমাৰ ভৱিষ্যতৰ কথা।
যিবোৰ কেৱল মই , কুঁৱলী আৰু নৈখনে জানে ।
নাজানো ভগৱানে নে নৈখনে নিবিচাৰে
কুঁৱলী আৰু মোৰ মিলন ।
হয়তো সেই নৈখনৰ এ হিংসা
উপজি উঠিছিল আমাৰ ওপৰত ।
আৰু সেই বাবে হয়টো সি
এদিন লৈ গ'ল কুঁৱলীক উটুৱাই ।
যিদিনা মোৰ হৈছিল যোৱাত ওলপ পলম
তাই যি গ'ল আৰু নাহিল
নাহিল তাই আৰু এদিনো মোৰ কাষলৈ
নাপালোঁ তাইক আৰু দেখা ।
কিন্তু মই জানিও নজনাৰ দৰে
এতিয়াও আছো তাইৰ আশাতে ৰৈ ।
দিম্পু দাৰ সমান বৰ্তমান হয়টো অসমত কোনো ইউটিউবাৰ নাই।
ভাল কাম কৰিলা ডিম্পু । অসমৰ ৰাইজক নেদেখা বস্তু এটা দেখুৱালা । ❤❤❤❤❤
Dimpu eta BJP r hatot biki huwa youtuber....he aaji loike Jun Moni ba r murder case tuk loi video eta bonabo kiyo Dom nohol ....karon hei topic tuk loi video bonale Tak Himu topai beya pabo je
Yes this is Assamese youtuber proud of you dimpu Da ❤
ভাল লাগিল বিধান সভা নৱ নিৰ্মিত ভৱন টো ডিম্পু ৰ জৰিয়তে দেখা পালো।অৱশ্যে ৰাতিপুৱা সদায়েই আমি এই ভৱনৰ আগেদিয়েই প্ৰাতঃভ্ৰমণ কৰো।ভাল লাগিল এটা কথা জানিব পাৰি যে সাধাৰণ নাগৰিকেও দৰ্শন কৰিব পৰা ব্যৱস্থা ৰাখিছে।ধন্যবাদ ❤
Sri biswajit daimary hounble speaker of Assam legislative assembly is so humble in nature no arrogance what a kind person
He is humble and soft spoken person
Really proud of Assam 🎉🎉🎉🎉i love Assam
💩assam🐽🐽🐽🐒🐒🐒 gaymamta sharma 🐽
যেনে কুৱা ভৱন কামবোৰ ও তেনেকুৱা হওক তাকেই কামনা ক ৰিলো। জয় আই অসম।
কেমন আছ
Right
বিশেষকৈ ছাৰজনে ধুনীয়া কৈ বুজালে ভাল লাগিলে ❤
Next Level🔥🔥 Dimpu da 💜
From Tamulpur ❤❤
Aronai is boro's traditional cloth. Dimpu baruah and Biswajit daimary sir are wear aronai
Entertainment is another thing but Informative video is also necessary for our generation.
Keep spread information through your video's.
Advance Many many Happy Birthday to you Dimpu dada MGBU❤️🌸
Bor xundor ata VIDEO salu . Thanks
Dimpu daa ke liye ek like to banta hai ❤❤👍
Really proud of Assam 🙏
Great dimpu,aami proud koribo paru nalbarit dimpur nisina lora ajon aase.sokoloye sabo vidio tu bohut janibo paribo
Wow..... So beautiful
Sai bahut bhal lagise
Moja dimpu da
📌📌আমি আশা কৰিছো Dimpu এদিন বিধান সভাত বহিব আৰু সততাৰে কাম কৰিব🙏🙏❤️
Fully support from my site
Dimpu Jodi MLA hoi ses aru
@@Oja957heyyy dostoo😂😂😂
😂
Dimpu aru all viewers or babe tenekuwa axa nokorai val
Dhuniya Dimpu daa ❤😊 love from chhaygaon ❤
ভাল লাগিল সুন্দৰ Dimpu আমিও যাম এদিন
Advance advance advance 🎉🎉🎉🎉🎉🎉 Happy Birthday Dimpu da❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
😊😊😊
Mojja outstanding ❤
Dimpu da I hope for a always gets for a next vlogs is always great 🔥🔥
Proud to be assam❤
Moja lagil Sai dimpu daa ❤
Next Level ❤❤ ভাল লাগে আপোনাৰ Video
Mojjaa dimpu da ❤️
Anekuwa unique unique aru odvut video pabo karone Dimpu Da A lagibo.... Dimpu Da obihone OXOMVOV... Jar name porisoy.... ✊
Great Man to watch too in Assembly. 🙏
Love from Mangaldai ❤🎉
love from dhemaji❤🎉
Bohut dhuniya video dsa... Vl lagil....
😊😊😊😊😊
Such an important video,... Thanks a lot🙏
Proud to Assam and Dimpu da ❤❤
Bhai Fast Like ❤And comment 😊😊 mot Tezpur ❤❤❤❤ Love You Dimpus Bhai Love From Assam...
Dimpu da Moja Lagise Video tu Sai 😍😍🥰🥰
Moja love from Golaghat ❤
Love from Barpeta ❤️❤️
You are great 👍❤and love from gohpur ❤
ধুনীয়া ভিডিঅ দাদা, ধন্যবাদ থাকিল আপোনাক, ইমান ধুনীয়াকৈ আমাক দেখুওৱা বাবে 😊❤️
Vl lgile video tuu sai kba ata xikibo prilu Thank you dimpu daa ❤️❤️
Happy Birthday Dimpu daa in advance 🎉🎉🎉🎉
Love from Assam Morigaon❤❤❤
Bhot vale lagil dada thank you 🥰😘😘
ছাৰে ইমান সহজ সৰল ভাষাত বুজাই দিলে সচাকে বহুত ভাল লাগিল লগতে Dimpu ভাই অক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো 👍👍 👍 👍 👍
বহুত সুন্দৰ বনাইছে ❤
Good leader ,doing hard work.❤❤❤❤
Mojha dimpu da❤❤ from tangla
Thank you dimpu da dekhua babe😊
Love from North lokhimpur ❤
আমাৰ গৌৰৱ যে অসম বিধানসভাৰ অধ্যক্ষ আমাৰ গোৰেশ্বৰ নাওকাটাৰ মানুহজন।
Yes Moy o goreswar maharipara r hoy
Goreswart Gos kiman ase
Naokata suklai serfang
bht val lagil . Speker sir very cool and honest
Thank you again for this amazing video Dimpu daa ❤️
Nice 👍👍 ( অসমৰ সকলো গাঁও, চহৰ এনেকুৱা চাফ - চিকুন হ'ব লাগিছিল আৰু ৰাস্তা বিলাক এনেকুৱা Developed হ'ব লাগিছিল আৰু বিজুলী বিলাক Pipeline হ'ব লাগিছিল
proud of assam❤
Really Awsome ❤🥰I love my Assam❤🥰👌👌
বৰ গছ এজোপা লাগিছিল
দুখীয়াৰ ৰক্ত চুহী খোৱা সকলৰ বাবে এইসমূহ।😊😊
Right
Hoi
Moja... Dimpu da❤
Aronai khonr lgt apunak bohut dhuniyà lagise.....dimpu da....aru bhut dhuniyà bostu eta dekhale ......JWI BORO HARINI
বহুত বহুত ধন্যবাদ ডিম্পু ভাইটি নতুন ভবন দেখিলে। এইটো পয়াত তৰুণ গগৈৰ চাৰ অবদান আছিল আৰু সপোন আছিল । ধন্যবাদ তৰুণ গগৈ চাৰ 🙏
Jwi boro harini ❤✌️
Jwi jathwg boro haarini nwgthaag❤
জয় আই অসম দীম্প দা ❤🥰🎉🎉
বহুত সুন্দৰ বহু কথাই জানিব পৰিলোঁ। আৰু অতি সুন্দৰ আটক ধুনীয়া এটা বিধান সভা চৌহদ সকলো বোৰেই আছে। মাথো এটাই আশা যাতে আমাৰ MLA মন্ত্ৰী সকল এই ডিজিটেল পদ্ধতিৰ বিধান সভাৰ পৰা বৈজ্ঞানিক চিন্তাৰে অসম খন আগুৱাই নিয়ক লগতে আমাৰ জন প্ৰতিনিধি সকল শিক্ষিত হোৱাটো অতিকৈ প্ৰয়োজন। আৰু বৰ্তমান বিধান সভাই এইটো এটা হিধান্ত লওক যে একোজন জন প্ৰতিনিধি হবলৈ এটা শিক্ষাগত অৰ্হতাৰ নিৰ্ধাৰণ কৰি দিয়ক।❤🙏
Dada video to Sai bohut bohut basi vhal lagil , aponi aru agowai jaok amak aru video opohar diok .
সাধৰণ ৰাইজক মাৰি লুটি পুটি 5⭐ কিয় 7⭐ Assembly house বনাব পৰিব।
Very humble speaker ❤
Eitu kintu next level video bonaisa. bhal lagil sai.
Val lagil de video tu sai ❤
আমাৰ চৰকাৰ ইমান ধনী আৰু আমিবোৰ ইমান দুখীয়া।
Kormoye dhuni aru dhuniya bujile bujil nubujile nai
My favourite vlogar dempu daa❤❤❤
Bohut bohut dhuniya lagise dimpu da❤❤
Happy birthday 🎉🎉❤❤dimpu da
Proud of assam ❤❤❤❤❤
Aronnai ❤😢🙏🇮🇳
Tq dimpu dada video2 vl dore bojai dia babe❤❤
Happy birthday dimpu 🎂🎂🎂📯📯📯🎷🎷6 August
বহুত দিনৰ মূৰত বহুত ভাল video ata চাব পাৰিলো। Thank you Dimpu Da❤❤
Dimpu da big fan..
Moza hoise dimpu da 👍👍👍👍👍👍
Thq Dimpu da...❤ Vl lgily
Dimpu da happy birthday agotiakoi🎉🎉
বাস অসমৰ বিধানসভা ৰাজধানীটো চাই বিশেষ বহুতো ভাল লাগিলে
Happy birthday Dimpu da....🎉🎉🎉
Happy birthday da🎉❤❤
ভাল লাগিল Dimpu da❤
Proud of ASSAM
Well done. Good initiative 😊
Happy birthday dimpu da
জয় আই অসম দিম্পু দা ❤❤❤❤❤❤
Nice video 👌👌
Ohhshadharon Video 🙏 From Alipurduar 👍
Dimpu bhai... Val lagil.. etiya
Direct Amer minister sir ok log dhorim.....
👍👍
Kam ase...