মেলাচকৰ দিহানাম প্ৰতিযোগিতাৰ ফলাফল আৰু বঁটা বিতৰণী | Dihanam Competition | Dihanam

Поделиться
HTML-код
  • Опубликовано: 20 окт 2024

Комментарии • 36

  • @KusumBara-h1o
    @KusumBara-h1o 4 дня назад

    Diha namor ñíti niomkhini jónabsun

  • @hadaihasmi4725
    @hadaihasmi4725 11 месяцев назад +1

    সুন্দৰ অনুষ্ঠান 🙏🙏🙏🙏

  • @কুঁহিপাত-র৮র
    @কুঁহিপাত-র৮র 9 месяцев назад +2

    শুদ্ধ বিচাৰ কৰিলে আমি প্ৰতিযোগি বিলাকে সাহস পাওঁ আপোনাৰ লোকৰ চৰনত সেৱা জনাইছো

  • @madhabbora1816
    @madhabbora1816 9 дней назад

    Digboi jon cine paisu , amar u dol asa nhi khobar napau ami

  • @krishnasaharia1615
    @krishnasaharia1615 11 месяцев назад +4

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @AnjanaKhetrapal-jv6nq
    @AnjanaKhetrapal-jv6nq 5 месяцев назад +2

    JAY KRISHNA JI LOVELY😊😊😊😊

  • @ranjanagogoi1115
    @ranjanagogoi1115 11 месяцев назад +1

    Joi.shree.krishna

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz Год назад +5

    তামোলখন অকণমান পিছত খোৱাহেঁতেন স্পীকাৰত মন্তব্যষাৰ আৰু ভাল লাগিলহেঁতেন।

    • @PMBMix
      @PMBMix  Год назад

      হাঃহাঃ... জমনি...

    • @nitaligogoi6161
      @nitaligogoi6161 3 месяца назад

      মুখত তামোল খনলৈ বক্তৃতা কৰিলে ভাল নালাগে, কৃষ্ণ মাফ কৰি দিব কোৱা বাবে

  • @RubulGogoi-yv7gl
    @RubulGogoi-yv7gl 11 месяцев назад

    Hundor Hundor Krishno Krishno

  • @japanchandrabora7502
    @japanchandrabora7502 11 месяцев назад +2

    শ্ৰদ্ধাৰ বাৰুৱতী বাপজনাৰ ভাষন বৰ ভাল লাগিল । বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা দিহানামৰ বিচাৰক সকলৰ বক্তব্য শুনিছোঁ, তেওঁলোকৰ একাংশৰ মতে শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৰ্ৱিভাৱৰ পূৰ্বৰপৰাই দিহানাম আছিল। সেয়ে কিজানি তেওঁলোকে ইয়াৰ সুৰ-লয়-মানত গুৰুত্ব দিছে, পৰিবেশন স্থানক গৌণ কৰিছে। পৰিনতিত নামঘৰ, মন্দিৰ, পূজাঘৰ সকলোতে দিহানাম পৰিবেশন কৰা দেখা যায়। এই সম্পৰ্কে বাপজনাৰ মতামত কেনেধৰণৰ ?

  • @bijoyagogoi6248
    @bijoyagogoi6248 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @BitulKonwar-f6g
    @BitulKonwar-f6g 7 месяцев назад +1

    হীৰেন বাৰুৱতী প্ৰভূজনাৰ কথা কেইষাৰে হে আমাৰ হৃদয় চুই গল ।
    আৰু এষাৰ কথা কওঁ । এই দিহানাম প্ৰতিযোগিতা হব লাগে বুলি মই ভাবো,,কাৰণ তেতিয়াহে আমাৰ এই হৰি নাম জীয়াই থাকিব আৰু নীতি নিয়ম মানি চলিব ।

  • @DiptiChetia-bs5vh
    @DiptiChetia-bs5vh 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ‌‌ ।

  • @moromihazarika1606
    @moromihazarika1606 4 месяца назад

    🙏🙏🙏🙏🙏

  • @DipjyotiGogoi-js1qc
    @DipjyotiGogoi-js1qc 11 месяцев назад

    তামোল আৰু দুখন মান ভৰায় ল'ব লাগিছিল। যিকোনো এটা বক্তৃতা দিব জোৱাৰ আগত মুখত তামোল কিয় ভৰায় লয় বাৰু বেয়া দেখায়

  • @hemantahazarika9715
    @hemantahazarika9715 Год назад +8

    হীৰেন বাৰুতি বাপজনাৰ কথা কেইটাই হৃদয় চুলে, যি নাম উচ্চাৰণ কৰিলে জীৱৰ মুক্তি হয়, যি নামে জীৱ আত্মাৰ পৰ আত্মাৰ লগত মিলন কৰাই, তেনে নাম আজি প্ৰতিযোগিতাৰ দৌৰত দৌৰিছে, এইয়া একেবাৰেই শুভ দিশ নহয় অসমীয়া সংস্কৃতিত বাবে,, আধ্যাত্মিক জগতৰ বাবে ,, সচাঁই,, নামত প্ৰতিযোগিতা বন্ধ হ'ব লাগে বুলি ভাৱো,

    • @প্ৰতিভাৰপাঞ্চৈ
      @প্ৰতিভাৰপাঞ্চৈ Год назад +2

      নহয় বাপজনা, প্ৰতিযোগিতা প্ৰতিভাৰ হে হয় নামৰ নহয়। যদি দিহানামৰ প্ৰতিযোগিতা বন্ধ হয় তেন্তে প্ৰতিভাৰো বিকাশ দেখা নাযাব। আৰু এটা কথা দিহানাম এক সুকীয়া। "এই নামে নাম নহয় আৰু নাম আছে" গতিকে আত্মা আৰু পৰমাত্মাৰ মিলনৰ নামো বেলেগ আছে বাপজনা কৃষ্ণ🙏

    • @hemantahazarika9715
      @hemantahazarika9715 Год назад

      @@প্ৰতিভাৰপাঞ্চৈ প্ৰিয় বাপ,, আপোনাৰ কথাখিনিত সন্মত প্ৰকাশ কৰিব নোৱাৰিম মই, সেয়ে ক্ষমা বিচাৰিছো,

    • @bhumikaphukan889
      @bhumikaphukan889 11 месяцев назад

      ​@@প্ৰতিভাৰপাঞ্চৈকাক কাক অনন্য ক্কক্কক্কক্ক কাক ক্ন কাক ক্কক্কক্কঅঅ কাক কাক ক্কক্কক্কঅঅজ

  • @sumitradeka3599
    @sumitradeka3599 10 месяцев назад

    কৃষ্ণ 🙏🙏🙏

  • @dcddipudeka431
    @dcddipudeka431 11 месяцев назад

    কৃষ্ণ কৃষ্ণ বাপ সমস্ত 🙏🏻🙏🏻। বিশেষকৈ বিশিষ্ট নামাচাৰ্য হিৰেন বাৰুতি বাপ জনাই আগবঢ়োৱা দিহা নাম সম্পৰ্কৰ বক্তব্যই অন্তৰ চুই গৈছে।

  • @assamesedhanamandvauna2256
    @assamesedhanamandvauna2256 Год назад

    Mor. Dat ta. Hoi. Garbha. Hoi

  • @Rantu838
    @Rantu838 11 месяцев назад

    🙏🙏🙏

  • @rashmirekha4191
    @rashmirekha4191 Год назад

    কৃষ্ণ ।

  • @banibaruah937
    @banibaruah937 Год назад

    কৃষ্ণ

  • @probinhazarika7899
    @probinhazarika7899 Год назад +2

    কৃষ্ণ বাপ আই সকল সকলো লৈকে সেৱা জনাইছোঁ।

  • @bhagyashriboruah2411
    @bhagyashriboruah2411 Год назад +2

    1st tur vdo diok

    • @PMBMix
      @PMBMix  Год назад +1

      দিলো দেই

    • @juridutta4451
      @juridutta4451 Год назад +1

      kirsno probhu doyakorok hawahe jonaisu

  • @KabitaDas-d8g
    @KabitaDas-d8g Год назад

    I ❤কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rashmirekha4191
    @rashmirekha4191 Год назад

    আপোনালোকৰ কষ্ট সাৰ্থক হওক । ভগৱানে কৃপা কৰক ।

  • @rupalichetia1747
    @rupalichetia1747 Год назад

    🙏🙏🙏

  • @sagarhazarika9445
    @sagarhazarika9445 Год назад +1

    🙏