চিকিৎসক স্বামী তথা গ্ৰন্থপ্ৰেমী ৰাইজক দিলে ব্যতিক্ৰমী উপহাৰ
HTML-код
- Опубликовано: 15 янв 2025
- 'মন মগজুৰ বিচিত্ৰ কাহিনী'
নিজৰ বিবাহৰ দিনাই এখন কিতাপৰ জন্ম
চিকিৎসক স্বামী তথা গ্ৰন্থপ্ৰেমী ৰাইজক দিলে ব্যতিক্ৰমী উপহাৰ
এখন ব্যতিক্ৰমী বিবাহক লৈ বাৰ্তালাপ
কইনা সাগৰিকা চেতিয়া, দৰা ডাক্তৰ ঈশান ফুকন
গ্ৰন্থ খন ক্ৰয় কৰিবৰ বাবে যোগাযোগ কৰিব পাৰে:
7896283151
****************************************
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
✅Main Channel : / @baartalaap .
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap #assameseinterview #assamesepodcast
বাৰ্তালাপলৈ আমাক নিমন্ত্ৰণ কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। "মন - মগজুৰ বিচিত্ৰ কাহিনী"য়ে আপোনাৰ জৰিয়তে অশেষজনক সহায় কৰিব বুলি আমি আশাবাদী। আমাৰ বিয়া উপহাৰ হিচাপে আপুনি আমাক দিয়া এই অনুষ্ঠানটিক আমি সদায়ে স্মৃতিৰকোণত সজাই ৰাখিম। বাৰ্তালাপ সদায়ে ব্যতিক্ৰমী হৈ ৰওক তাৰে কামনা কৰিলোঁ♥️
ভাল লাগিল
অতি সুন্দৰ গঠনমূলক বাৰ্তালাপ। আগুৱাই যোৱা
ইমান সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী দুয়োজনলৈ যুগ্মজীৱন মধুৰ হোৱাৰ কামনাৰে শুভাশীষ জনালোঁ 🎉।
বহুত ভাল লাগিল। তেওঁলোকৰ যুগ্ম জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰিপৰক তাকে ঈশ্বৰৰ ওচৰত কামনা কৰিলো।
এটা ব্যতিক্ৰমী অনুস্থান খুবেই ভাল লাগিল।দুয়োলৈকে যুগ্মজীৱনৰ শুভেচ্ছা থাকিল। ধন্যবাদ।
বাৰ্তালাপত দেখি বহুত ভাল লাগিল ,ডাক্তৰ ঈষাণ ফুকন আৰু সাগৰীকা চেতিয়ালৈ যুগ্মজীৱনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ ৷ লগতে কিতাপখনৰ কথা জানিব পাৰি আৰু বেছি ভাল লাগিল ,নিশ্চয় পঢ়িম
এনে এক কিতাপ আকাৰে প্ৰকাশিত হৈছে বাবে মানুহৰ কল্যাণীয় আৰু বহুতো ভাল লাগিছে। ধন্যবাদ
অশেষ ধন্যবাদ।
মন- মগজু দখল কৰিব পৰা তথা নৱ প্ৰজন্মক সৎ পথৰ সন্ধান দিব পৰাকৈ অতি সুন্দৰ কাহিনীৰে কিতাপ খন ৰাইজৰ মাজলৈ লৈ অহাৰ বাবে " বাৰ্তালাপ " ৰ লগতে মৰমৰ সাগৰিকাক ধন্যবাদ জ্ঞাপন কৰিলো । মই কিতাপ খন পঢ়ি বহু নজনা কথা জানিব পাৰিছো । ধন্যবাদ থাকিল।
Thank u🙏🙏
Thank you !! 🙏
বহুত সুখী হʼলো সাক্ষাৎকাৰটো দেখি।কিতাপখন কেনেকৈ পাব পাৰিম।দুয়ো চিকিৎসকক অভিনন্দন জনালো জীৱন সুন্দৰ হওক।
বহুত বহুত আন্তৰিক অভিনন্দন আৰু মৰম জনালো তিনিউকে , বহুত বহুত ভাল লাগিল । কিতাপখন পঢ়িবলৈ পাম বুলি আশা থাকিল ।🎉🎉❤️❤️❤️
বাৰ্তা লাপৰ যোগেদি আপোনালোক দুই জনক লগ পাই বহুত বেছি ভাল লাগিল। যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।❤❤❤❤❤❤❤
ভাল কিতাপ এখন পঢ়িব মন গৈ আছিল। আপোনাৰ কিতাপখন পঢ়ি ভাল লাগিব আৰু বহুত কথা শিকিব পাৰিম,,, বৰ্তমান সসয়ৰ উপযোগী এইখন কিতাপ গতিকে কিনিম মই😊😊
অশেষ ধন্যবাদ।
Ishan da r logot hostel t kotua dinbur xosai bor monot pore ajiu! The golden days during our undergraduation in AMCH!❤️
খুৱ ভাল লাগিল , এই খন ব্যতিক্রমী বিয়া
Thank you.
khub besi bhal lagil sai🙏
খুউব ভাল লাগিল দুয়োগৰাকীৰ সাক্ষাৎকাৰটো।
বহুত বহুত ভাল লাগিল আজিৰ বাৰ্তলাপ
Thank u dada.good podcast.❤❤❤
বহুত ধুনীয়া কিতাপ লিখিছে । ভবিষ্যতে আৰু ভাল কিতাপ ৰাইজলৈ উপহাৰ দিব পাৰিবা আশা থাকিল। ভগবানে মঙ্গল কৰক।
ধন্যবাদ
বহুত ভাল লাগিল।
ধন্যবাদ ।
কিতাপ খনৰ সাৰমৰ্ম খিনি জানি ভাল লাগিল। নিশ্চয় পঢ়িম।ইমান সুন্দৰ কিতাপখন উপঢ়াৰ দিয়াৰ বাবে তোমালোকৰ বিবাহিত জীবনলৈ বহুত বহুত শুভকামনা জনালো। আশা ৰাখিলো আৰু ভাল ভাল কিতাপ পঢ়িবলৈ পাম।
Bohut val lagise
বহুত ভাল লাগিল আৰু আগুৱাই যায় আশীৰ্বাদ থাকিল
অশেষ ধন্যবাদ।
বহোত ভাল লাগিল নৱ দম্পতী দুয়ো গৰাকীকে৷❤❤
অশেষ ধন্যবাদ।
Dhunia বাৰ্তালাপ
ধন্যবাদ।
বহুত ভাল লাগিল ।🙏🙏🙏
ব্হত ভাল লাগিল।
ধন্যবাদ।
Book khon amar Teok t pamneki ❤bohut bohut morom aru huvesa jogmo jibon le ❤
Keep it up Ishan n Sagarika. 👍
অনুস্থানটো চাই খুব ভাল লাগিল। তেওঁলোকৰ যুগ্ম জীৱন লৈ শুভেচ্ছা থাকিল।
অশেষ ধন্যবাদ।
বৰ সুন্দৰ অনুষ্ঠান । বৰ ভাল লাগিল । ধন্যবাদ , চক্ৰপাণি পৰাশৰ । সাগৰীকা আৰু ঈষাণলৈও আন্তৰিক শুভেচ্ছা শুভকামনা জনালোঁ ।
অশেষ ধন্যবাদ।
ভাল লাগিল অনুষ্ঠানটো চাই। দুয়োকে যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল। কিতাপ খন পাম বুলি আশা থাকিল ঈশ্বান দা।
মই বাৰ্তা লাপৰ নীয়মিয়া শ্ৰোতা মই খুউব ভাল পাও
বহুত বহুত ধন্যবাদ দুয়োজন লৈ। যুগ্ম জীৱনলৈ বহু শুভেচ্ছা থাকিল।
অশেষ ধন্যবাদ
From the initial dating days to the day of marriage, such a wonderful journey. Bondhu ishan n sagarika bhonti God bless u.
thanks kokai !! 🙏
@@dr.kirshanhanse4107 Thank you Dada😊
Baartalaap loi bahut bahut dhanyabad
Baartalaap khubai bhal lagil 👌😍
Best wishes to newly married couples
খুব ভাল লাগিল🙏
যুগ্ম জীৱন সুখী হওঁক
Great video🙏
বহুত ভাল লগা এটা স্মৰণীয় অনুষ্ঠান ।
Bhut vl lagil ma'am
ঈষানক বহু ত দিনৰ মূৰত দেখি ভাল । লাগিল তাতে সহধর্মিণী সৈতে
বহুত বহুত ভাল লাগিল 🥰🥰🥰
বহুত ভাল লাগিল ৷❤
Proud of you Sagarika baa❤
Thank u
Xundar ,God bless you .
Bohut besi val lagil Sai Sagarika.
Bhal lagile 🙏
অশেষ ধন্যবাদ।
বাইদেউ কিতাপখন কেনেকৈ পাম ? পঢ়িব বিচাৰো । ক'ত কিনিব পাম ? ধেমাজিত বিচাৰো ।
Bohut val lagil ..
ধন্যবাদ।
Congratulations Sagarika , Ishan da. 🧿🧿🧿🧿
thank you Sumita !!
Bahut val lagil .thankyou.
Eman bhal lagise😊👍
Bohut bhal lagil
Sundor 🙏🙏
Sir aru baidew apunalukor jugma jibon hukh aru homridhire vori porok thanks
Bohut Hubhesa dilo
ধন্যবাদ।
Bahut val lagil
ধন্যবাদ বাইদেউ
Bahut dhuniya ati anusthan
Bahut bhal lagil juritu moi apluta halu
ধন্যবাদ 🙏
সুন্দৰ নিদৰ্শন।
বহুত ভাল লাগিল
Congratulations n God bless you both ❤❤❤
Thank you ma'am 🙏
Baideo sir kotha bilak huni bar val lagil baideo book kan kot pam
Khub bhl lagile
Congratulations n God bless you❤
Bhut val lgil
Congratulations 🎉🎉🎉 horu vonti
Thank you🙏
Val lagil Sagarika
Khub hunodor ...aguai jua...
Thank u
Bahut dhuniya
Love u forever and thanks
Very good 👍
Ishan da bhal lgise
thanks re bhai !!
Congratulations vonti
Thank u
Bhal
Val lagil
Congratulations Sagarika
Love from naharkatia ❤❤❤
dadaa jui
thanks kallol !!
❤🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤sakrapanida apunak dhanybad jonaisu .apunaloi notun borkhor huvesa jonalu❤🎉 jinumoni 37:40
Bor val lagil
❤🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤dhanyabad janaisu apunalukak .apunalukor kathabotarar pora manuhor mogajur bikakh ghotiba .aru logate haririk saktio bohut bahibo issore aru ashirvad koribo apunalukok❤🎉 jinumoni boruah gogoi🎉❤ena kothabur amak hodai lage❤❤🎉 19:21
Bhut pajetiv lagil goi
Thank u.
Ishaan sir 🔥
Baideo kitab khon moiu prohibo bisaru kanakoi pam moi sivsagar jaji hoi
English Version b publish krne se atcha tha .
Sure.
মন মগজুৰ বিচিত্ৰ কাহিনীৰ ৰচয়িতা সাগৰীকা চেতিয়া আৰু তেখেতৰ স্বামীৰ সৈতে হোৱা বাৰ্তালাপ চাই অনাবিল তৃপ্তি লভিলো।
ধন্যবাদ।
Congratulation
আপোনালোকৰ কিতাপ খন কিনিব বিচাৰিছো। যোগাযোগ ৰ নম্বৰ জনাবচোন। ভিডিঅ'টো চাই আছোঁ। বহুত ভাল লাগিছে।
⭐ of hostel 4 GMCH
we all are brother !! ✌️
Thank. ❤❤❤
Kitap Khan kot pam?
❤❤❤❤
Bahut interesting
Kitapkhon kenekoi pam
বাইদেউ কিতাপখন দোকানত বিছাৰিলে পামনে ।
Kitapkhon kenekoi pam jonabosun
কিতপ খন কত পাম?