ভাগৱত উৎপত্তি, ভাগৱত কোনে লিখিলে ? ভাগৱত জ্ঞান প্ৰথমে কোনে পালে?

Поделиться
HTML-код
  • Опубликовано: 27 апр 2024
  • #ভাগৱত উৎপত্তি। ভাগৱত ব্যাখ্যা#অসমীয়া

Комментарии • 226

  • @arunpathak2120
    @arunpathak2120 3 месяца назад +5

    কৃষ্ণ। কথাখিনি শুনি সন্তোষ লভিলো। জয় গুৰু শঙ্কৰ।

    • @sriborah
      @sriborah  3 месяца назад

      ধন্যবাদ বাপ।
      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

    • @runubora7492
      @runubora7492 2 месяца назад

      1111111111111111111111😊 Babu😊😅😢😮​@@sriborah

  • @susilkalita8039
    @susilkalita8039 Месяц назад +1

    🙏🌹🙏🏾. Krishna krishna 🎉Bap. Aaponar bhagwat katha khuni bar bhal lagil ❤Thanks ❤

    • @sriborah
      @sriborah  Месяц назад

      বহু বহু ধন্যবাদ 🙏 কৃষ্ণ 🙏

  • @nibirbaruahvii-b-1713
    @nibirbaruahvii-b-1713 3 месяца назад +2

    Val lagil, Krishna 🙏🙏🙏

    • @sriborah
      @sriborah  3 месяца назад

      ধন্যবাদ

  • @chanchurimasaikia9133
    @chanchurimasaikia9133 3 месяца назад +2

    Dhunia sir...waiting for next video

  • @user-jh3ik5zu6d
    @user-jh3ik5zu6d 3 месяца назад +5

    অতি সুন্দৰ

  • @DudulSaikia-ko2lf
    @DudulSaikia-ko2lf 3 месяца назад +1

    Jay guru SANKAR....bora baap sundar oviprai Krishna krishna .....

    • @sriborah
      @sriborah  3 месяца назад

      কৃষ্ণ বাপ 🙏।
      বহু লোকৰ ইচ্ছাত অলপ আগবাঢ়িব লগা হল। আশীৰ্বাদ কৰিব।🙏

  • @RajbongshiBorah
    @RajbongshiBorah 3 месяца назад +4

    ভাল লাগিল। আকৌ কিছু কথা শিকিবলৈ পালো। ধন্যবাদ।🙏

  • @jitenhazarikajitenhazari-gk6kb
    @jitenhazarikajitenhazari-gk6kb 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ,🙏🙏

    • @sriborah
      @sriborah  3 месяца назад

      কৃষ্ণ বাপ 🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 3 месяца назад +1

    কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏

    • @sriborah
      @sriborah  3 месяца назад

      কৃষ্ণ 🙏

  • @dipulbordoloi1587
    @dipulbordoloi1587 3 месяца назад +2

    ভাগৱতৰ কথা বোৰ শুনি বহুত ভাল লাগিল! জয় শ্ৰী কৃষ্ণ ।

    • @sriborah
      @sriborah  3 месяца назад

      কৃষ্ণ 🙏

  • @rampagelynx
    @rampagelynx 3 месяца назад +2

    Bap aapuni continue prosar kori pathiaai thakibo dei, krishna

    • @sriborah
      @sriborah  3 месяца назад

      আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগত চেষ্টা কৰিম,
      কৃষ্ণ 🙏

  • @ilimasaikia1908
    @ilimasaikia1908 3 месяца назад +1

    Bap pronam jonalu, bohut najona kotha janilu bhal lagil

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ, প্ৰণাম 🙏

  • @user-tt7zv1bb7f
    @user-tt7zv1bb7f 15 дней назад +2

    Ati sundor

    • @sriborah
      @sriborah  14 дней назад

      ধন্যবাদ কৃষ্ণ কৃষ্ণ 🙏

  • @user-wo3dx9ud8i
    @user-wo3dx9ud8i 3 месяца назад +13

    Bap. Apunal. Dhynybaf

  • @user-gv5st9wr3d
    @user-gv5st9wr3d 3 месяца назад +2

    🙏

  • @Lipibora
    @Lipibora 3 месяца назад +5

    Apunar pratitu video pora bohut najona kotha janibo pari. Moi xodai sao aru bohut kotha janibo paru.

    • @sriborah
      @sriborah  3 месяца назад

      ধন্যবাদ 🙏☺️

  • @hemkantaborah7434
    @hemkantaborah7434 3 месяца назад +4

    সকলো ধৰ্মৰ মাতৃ ধৰ্ম হ'ল হিন্দুধৰ্ম বা সনাতন ধৰ্ম। এই ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম।

    • @sriborah
      @sriborah  3 месяца назад

      সকলোৰে জ্ঞাত কথাভাগ স্মৰণ কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো বাপ।🙏

  • @Radhika-x6h
    @Radhika-x6h 24 дня назад +1

    Aponar bhagbat path shrabn kari bhut val lagil

    • @sriborah
      @sriborah  24 дня назад

      কৃতজ্ঞ হ'লো আপোনাৰ মন্তব্যৰ বাবে, ধন্যবাদ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 Месяц назад +2

    কৃষ্ণ কৃষ্ণ,আলোচনা কৰা ভাগৱত দৰ্শণত বহু কথাই আলোচনা হল আৰু বহুত ভাল লাগিল।আগলৈ মনত খুদৱনি লাগি থকা প্ৰশ্নৰ উত্তৰ পোৱাৰ আশাৰে সেৱা ভাগ থাকিল।কৃষ্ণ

    • @sriborah
      @sriborah  Месяц назад

      আমি নৰাধম সেৱাৰ যুগ্য নহয় বাপ ঈশ্বৰ। তথাপি ধন্যবাদ জনালো বাপ 🙏
      পূৰ্ব সঞ্চিত পূৰ্ণ্যৰ বাবে হয়তো আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 3 месяца назад +1

    Jai shree krishna

    • @deboborah5858
      @deboborah5858 3 месяца назад

      আকৌ কৃষ্ণবোলে মানুহ । হয়, বিষ্ণুৰ অৱতাৰ কৃষ্ণ।আছলতে মাছ ,কাছ খাৱ নালাগে।

  • @prasantabhatta3428
    @prasantabhatta3428 2 месяца назад +1

    Krishna Krishna Krishna . Om nomu Bhagowate Basudevaye nomu nomoh

    • @sriborah
      @sriborah  2 месяца назад

      কৃষ্ণ কৃষ্ণ বাপ 🙏

  • @sriramjairamjaijairam4870
    @sriramjairamjaijairam4870 Месяц назад +1

    Bhot bhal lagil Dada .
    Ja par kripa Ram hoi ta par kripa kore sab koi.
    Jai gurudev 🙏
    Jai sriram 🙏🙏🙏

    • @sriborah
      @sriborah  Месяц назад

      বহু ধন্যবাদ 🙏
      কৃষ্ণ 🙏

  • @tutumonibordoloi8513
    @tutumonibordoloi8513 Месяц назад +2

    কৃষ্ণ কৃষ্ণ‌ বাপ ,, আগলৈ এনেকুৱা তত্ত্বৰ গধোৰ বাখ্যা পাম বুলি আশা ৰাখিলোঁ

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏
      ঈশ্বৰৰ কৃপা হ'লে নিশ্চয় প্ৰয়াস কৰিম

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 месяца назад +1

    Krishna Krishna krishna

    • @sriborah
      @sriborah  3 месяца назад

      কৃষ্ণ 🙏

  • @himangshuborah5865
    @himangshuborah5865 3 месяца назад +1

    Moja DOST.

  • @nimnitamahanta7390
    @nimnitamahanta7390 3 месяца назад +2

    Krishna Ram

    • @sriborah
      @sriborah  3 месяца назад

      কৃষ্ণ

  • @rulisaikia
    @rulisaikia 3 месяца назад +1

    Val lagile bhut, vogobanor kotha, Tate ako apunar mukhot.... Ami bhut dinor agore pora apunak koi asilu, apunar protiva bur alop prokax korok buli.... Eibar xokolure monor vab pur hol... Dhoinabad Bap..
    Next video sabole opekha korilu... 🙏

    • @sriborah
      @sriborah  3 месяца назад

      বহু বহু ধন্যবাদ। কৃষ্ণ 🙏

  • @jiyashribora7697
    @jiyashribora7697 3 месяца назад +1

    কৃষ্ণ

  • @user-gh6sk7wp4d
    @user-gh6sk7wp4d Месяц назад +1

    Jai shree krishna ,jai shree krishna,,,

    • @sriborah
      @sriborah  Месяц назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @bharatisaikia9848
    @bharatisaikia9848 Месяц назад +1

    আপোনাৰ পৰা ভাগৱত সম্বন্ধে বহু জ্ঞান লাভ কৰিলো , আপোনাক অশেষ ধন্যবাদ ও সেৱা জনালো 🙏 🙏🙏

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদেৰে সেৱা জনালো। কৃষ্ণ 🙏🙏

  • @jurisaikia7456
    @jurisaikia7456 Месяц назад +1

    Val lagil

    • @sriborah
      @sriborah  Месяц назад

      বহু ধন্যবাদ 🙏

  • @nawadowarah7737
    @nawadowarah7737 2 месяца назад +1

    Om bhagawatein Bashudevay 🙏🙏

    • @sriborah
      @sriborah  2 месяца назад

      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @mrinmoybora5520
    @mrinmoybora5520 3 месяца назад +1

    Notun kotha jani val lagil.. Deka lora

    • @sriborah
      @sriborah  3 месяца назад

      ধন্যবাদ ডেকা বন্ধু😊

  • @ajantasharma7949
    @ajantasharma7949 Месяц назад +1

    সুন্দৰ উপস্থাপন ।

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏

  • @Lipibora
    @Lipibora 3 месяца назад +1

    Waiting for your next video

  • @dlohor3616
    @dlohor3616 Месяц назад +1

    Bhal lagil 🙏

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏

  • @lohitdas63
    @lohitdas63 2 месяца назад +2

    Best vagawat byakhya

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ 🙏

  • @munindraborgohain6054
    @munindraborgohain6054 23 дня назад +1

    Krishna. Parvu. Oti.hundor. Palu.huni.ami.murhamati.parvu..Akuma.najanu.🎉🎉

    • @sriborah
      @sriborah  23 дня назад

      আপোনাৰ ভাষাতে আপোনাৰ ভক্তি প্ৰকাশ পালে। লগতে আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏🙏

  • @Tulikaartacademy912
    @Tulikaartacademy912 Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত কৌতি প্ৰনাম জনালো। প্ৰভূ নাৰায়ণে‌‌ আপোনাক আগলৈ আৰু আগুৱাই যোৱাৰ পথ দিয়ক কৃষ্ণ কৃষ্ণ।

    • @sriborah
      @sriborah  Месяц назад

      আমি অধম প্ৰণামৰ যোগ্য নহয়। কৃষ্ণ 🙏। আৰু ঈশ্বৰৰ কথা দুটা প্ৰকাশ কৰিবলৈ পোৱাতো পূৰ্ব পূণ্যৰে ফল চাগে।আপোনালোকৰ আশীৰ্বাদ‌ৰ বাবে নতশিৰে সেৱা কৰিছোঁ।
      ধন্যবাদ, 🙏 কৃষ্ণ কৃষ্ণ।

    • @BhabaniDas-ok6zh
      @BhabaniDas-ok6zh Месяц назад

      ​@@sriborah😅

  • @jagannathsaikia7139
    @jagannathsaikia7139 3 месяца назад +1

    Bohut dhoinbad bap...
    Apunar kotha bujai dia method2 xosake bhut dhunia...
    Next video xunkale Akon Pam buli axa rakhilu...
    Krishna

    • @sriborah
      @sriborah  3 месяца назад

      কৃষ্ণ কৃষ্ণ বাপ 🙏।
      হয় হয়। সকলোৰে তাগিদাৰত চেষ্টা এটা কৰিছোঁ।

    • @aratigogoi918
      @aratigogoi918 2 месяца назад

      y​@@sriborah

  • @RupaliBorah-m4w
    @RupaliBorah-m4w 24 дня назад +1

    Bohut janilu bap
    Dhanyabaad bap

    • @sriborah
      @sriborah  24 дня назад

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ

  • @Shua_098
    @Shua_098 Месяц назад +1

    Huni Jani bahut bhal lagil, Ane ghan amar hamajar udi aha prasanmar babe khubai praujan

    • @sriborah
      @sriborah  Месяц назад

      আপোনাৰ মন্তব্যত সহমত প্ৰকাশ কৰিলোঁ।
      ধন্যবাদ 🙏

  • @hemangakalita3273
    @hemangakalita3273 25 дней назад

    ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ
    মই বহুত সৰুৰ পৰা ভাগৱত পাঠ শুনিছোঁ ভাগৱত পাঠ শুনি বহুত ভাল পাওঁ।
    এই পাঠ শুনিলে জীৱন সুখ, শান্তিৰে ভৰি পৰে ।

    • @sriborah
      @sriborah  25 дней назад +1

      বহু ধন্যবান আপুনি। ঈশ্বৰৰ কথাত মন দিব পৰা বহু ভাগ্যৰ কথা। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏

    • @hemangakalita3273
      @hemangakalita3273 25 дней назад

      Ram Krishna, ram Krishna, ram Krishna 🙏🙏🙏

  • @user-xy7ov4nz9u
    @user-xy7ov4nz9u 3 месяца назад +1

    Bap pranam জনাইছোঁ

    • @sriborah
      @sriborah  3 месяца назад

      কৃপা কৰিলে আমাক। কৃষ্ণ 🙏

  • @asomiaasom6008
    @asomiaasom6008 2 месяца назад +4

    সুন্দৰ ।আপোনাৰ ভাগৱত ৰচনাৰ বিষয়ত আলোচনাৰ সকলো কথাত একমত নহলো সংশয় থাকিল ।সংশয় দুৰ কৰাৰ বাবে জানিব বিছাৰিছো যে--- ভাগৱত প্ৰথমে নাৰায়ণে ব্ৰহ্মাক দিলে ,ব্ৰহ্মাই নাৰদক দিলে ,নাৰদে ব্যাসক দিলে ,ব্যাসে সুকক সুতৰ পৰা ঋষি মুনি সহিতে নৰই পালে ।পিচে প্ৰশ্ন হল ব্যাসে ভাগৱত জ্ঞান পাই ভাগৱত ৰচাৰ আগত ব্যাসে ১৭খন পুৰাণ ৰচিছিল ।১৭ পুৰাণ ৰচাত ব্যাসে অজ্ঞ মুৰ্খ পাপমতি আছিল নেকি যে ১৭ খন পুৰাণ এনেই কেৱল পাপকৰ্ম হে লেখিছিল নেকি পিছত যে ব্যাসে মতিভ্ৰম হৈ অশান্তিত ভুগিছিল ?সচাকৈ ব্যাসে ১৭খন পুৰাণত ঈশ্বৰ হৰি ভক্তি ধৰ্ম কৰ্ম নিলিখি পাপকৰ্মহে লিখিছিলনে ?ব্যাসে নিজে জানি চিন্তিত হৈ অশান্তিত আছিল নে আন কাৰোবাৰ প্ৰভাবত পৰি মতিভ্ৰম হৈ চিন্তিত হৈ অশান্তিত ভুগিছিল ? দ্বাপৰ যুগৰ শেষান্তত শ্ৰীকৃষ্ণৰ প্ৰয়াণৰ পিছত নাটকীয় ভাবে হঠাৎ ব্যাস অশান্ত হল হঠাৎ নাৰদৰ আগমণ ,নাৰদৰ দ্বাৰা ব্যাসক কেৱল কৃষ্ণ নামত বেদ পুৰাণ বিহিত ভক্তি কৰ্ম আচৰণক অসাৰ কৰি কৃষ্ণ নাম গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনক সাৰ কৰি ভাগৱত লিখিবলৈ দিয়া উপদেশ কিবা ৰহস্যজনক নাটকৰ দৰে নহনে ? ব্যাসে ভাগৱত ৰচাৰ আগত ধ্যানত কৃষ্ণক বাওফালে মায়া আৰু সোঁফালে ভক্তিধৰ্ম যুক্ত স্বৰূপত দেখি সেই ৰূপে ভাগৱত খন ৰচিছে গতিকে ভাগৱত খন মায়াময় আৰু ভক্তিধৰ্ম যুক্ত অৰ্থাৎ ভাগৱতত ভক্তি ধৰ্মৰ লগত মায়াও আছে ।সেজে ভাগৱত খন মায়াময় পদ উপদেশ আৰু ভক্তি ধৰ্ম যুক্ত পদ উপদেশ যুক্ত নহনে ? ভাগৱত স্ববিৰোধী বিপৰীতমুখী পদ উইদেশ সিদ্ধান্ত যুক্ত নহয়নে ?মতামত দিলে সংশয় গুচি উপকৃত হম ।কৃষ্ণ ।

    • @sriborah
      @sriborah  2 месяца назад

      কৃষ্ণ বাপ। প্ৰথমে আপোনাৰ মন্তব্য প্ৰকাশ কৰা হেতু প্ৰণাম কৰো।
      আপোনাসৱ মহন্তৱান। ইমান এভাগ গভীৰ বিষয় এনেকে massage আকাৰে লিখি লিখি কবলৈ অসুবিধা। আশা কৰোঁ আপুনি বুজি পাব। আমি পৰৱৰ্তী কালত video আকাৰে প্ৰকাশ কৰি আপোনাৰ কথা ভাগ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। কৃষ্ণ বাপ 🙏।

    • @atulborah1665
      @atulborah1665 2 месяца назад

      ভাল লাগিল। কৃষ্ণ।

  • @bhadreswardeka1695
    @bhadreswardeka1695 3 месяца назад +1

    Krishna Krishna. Right thanks.

    • @sriborah
      @sriborah  3 месяца назад

      কৃষ্ণ বাপ 🙏।

  • @user-fl7do6pr2h
    @user-fl7do6pr2h Месяц назад +2

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা

    • @sriborah
      @sriborah  Месяц назад +1

      ধন্যবাদ। কৃষ্ণ 🙏

  • @karabisarma3597
    @karabisarma3597 2 месяца назад +2

    মূল হ'ল গীতা শ্ৰীমত ভগবদ গীতা বাকীবোৰ হ'ল কাহিনী,প্ৰথম ব্ৰহ্মাই জ্ঞান পাইছিল নাৰায়ণৰ পৰা,এই নাৰায়ণ হ'ল, সকলো জীৱৰ পিতৃ পৰম পিতা পৰমাত্মা শিব , ব্ৰহ্মাই‌ হ'ল সত্তযুগত শিশু কৃষ্ণ ৰূপে জম্ম গ্ৰহণ কৰিব ৰাজপাটত বহাৰ পিছত ‌বিশ্ব মহাৰাজন হৈ পুৰা‌ বিশ্ব শাসন কৰিব , গোটেই সৃষ্টিৰ বৰ্তমান ৰচনা চলি আছে এক পৰমাত্মাৰ দ্বাৰা ....

  • @harakantatamuli1053
    @harakantatamuli1053 2 месяца назад +1

    Krishna Krishna , Bor hundorkoi kotha khini bujai kole .🙏🙏🙏 Bor bhal lagil aru aagoloi u Aapunar jugedi Bhagawat r bikhoe janiboloi paam buli akha rakhilu .🙏🙏🙏

    • @sriborah
      @sriborah  2 месяца назад

      আপোনাৰ মন্তব্যই আমাক আগ্ৰহ জন্মালে। ধন্যবাদ। কৃষ্ণ 🙏🙏🙏

  • @jagatnath1729
    @jagatnath1729 Месяц назад +1

    Bahut2 dhanyvad 🙏🙏🙏🙏

    • @sriborah
      @sriborah  Месяц назад

      কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপজন

    • @sriborah
      @sriborah  2 месяца назад

      কৃষ্ণ 🙏

  • @user-ym5dw6ct9k
    @user-ym5dw6ct9k Месяц назад +1

    Thankyou please aru adhik jonar axare

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏। নিশ্চয় প্ৰয়াস কৰিম

  • @JintuNeog-ld2so
    @JintuNeog-ld2so 2 месяца назад +1

    Bohut val lagil dada

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ

  • @mamonidevisharma534
    @mamonidevisharma534 2 месяца назад +2

    বৰ ভাল পালো কথা খিনি শুনি জানিও শেষ কৰিব নোৱাৰি মহা ভাগৱতৰ কথা ৷

    • @sriborah
      @sriborah  2 месяца назад

      হয় হয়। কৃষ্ণ 🙏
      মন্তব্যৰ বাবে ধন্যবাদ

  • @birendutta6306
    @birendutta6306 3 месяца назад +1

    Hundor vl lagil In future aru vl bakhya pam buli wait korilu .God bless uu😊

    • @sriborah
      @sriborah  3 месяца назад

      ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম। 🙏

  • @user-sw9qm6nq7v
    @user-sw9qm6nq7v 2 месяца назад +1

    Krishna bap ati sundar haise Krishna

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏।
      কৃষ্ণ কৃষ্ণ 🙏

  • @jatindas4577
    @jatindas4577 2 месяца назад +1

    সুন্দৰ ব্যাখ্যা। অতি আপ্লুত হলোঁ। অশেষ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

    • @sriborah
      @sriborah  2 месяца назад

      বহু বহু ধন্যবাদ জনালো। 🙏🙏🙏

  • @mamoniboruah2986
    @mamoniboruah2986 2 месяца назад +1

    🙏 🙏

  • @phuleswarrabha6142
    @phuleswarrabha6142 Месяц назад +2

    ভাগৱত হেনো মৰাসাপৰ আৰম্ভ কৰি জীয়া সাপৰ কাহিনীৰে সামৰণি পৰা বুলি কোৱা হয়৷ কাহিনী আৰু তত্ত্ব ভাগৱতৰ দুখানি চৰণ ৷ তত্ত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়ালে আমি আৰু উপকৃত হলোঁহেঁতেন ৷কৃষ্ণ৷

    • @sriborah
      @sriborah  Месяц назад

      ঠিক আছে বাপ জনা। অতি সোনকালেই ব্যাখ্যাৰ বাবে প্ৰয়াস কৰিম।
      কৃষ্ণ 🙏🙏

  • @user-lm5hb1to9i
    @user-lm5hb1to9i Месяц назад +1

    Krishna Krishna

    • @sriborah
      @sriborah  Месяц назад

      কৃষ্ণ 🙏

  • @girishbaishya1176
    @girishbaishya1176 20 дней назад +1

    ❤❤❤

  • @devinjli186
    @devinjli186 23 дня назад +1

    অতি সুন্দৰ ব্যাখ্যা

    • @sriborah
      @sriborah  23 дня назад

      ধন্যবাদ 🙏।
      হয়তো ঈশ্বৰৰ কৃপা

  • @junemonidohutia3792
    @junemonidohutia3792 2 месяца назад +1

    Krishno🎉

  • @gupalgogoi4988
    @gupalgogoi4988 2 месяца назад +1

    Bapjona hunibhal lagil kisno kisno

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ 🙏 বাপ

  • @lukumailekharu1022
    @lukumailekharu1022 2 месяца назад +1

    Bohut bhal lagil.

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ 🙏

  • @user-zg2tc9hl6v
    @user-zg2tc9hl6v 3 месяца назад +1

    অতি সুন্দৰ, নজনা কিছুকথা শিকিবলৈ পালো ৷ ধন্যবাদ

    • @sriborah
      @sriborah  3 месяца назад

      ধন্যবাদ বাপ। সহযোগ কৰিব।🙏

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 2 месяца назад +1

    Bahut bahut dhanyawad

  • @angkumonigogoi8814
    @angkumonigogoi8814 3 месяца назад +1

    ধন্যবাদ

  • @chiranjidas-6829
    @chiranjidas-6829 3 месяца назад +1

    Good

  • @user-ek5po6mu7g
    @user-ek5po6mu7g Месяц назад +1

    Bhal palu krishna bap

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ বাপ 🙏 কৃষ্ণ 🙏

  • @DevakantaSaikia-in4do
    @DevakantaSaikia-in4do 2 месяца назад +1

    Bhal lagil

    • @sriborah
      @sriborah  2 месяца назад

      কৃষ্ণ 🙏

  • @manashipathak1810
    @manashipathak1810 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা

    • @sriborah
      @sriborah  Месяц назад

      কৃষ্ণ 🙏 ☺️ ধন্যবাদ 🙏

  • @user-ib3gf9dq6b
    @user-ib3gf9dq6b 2 месяца назад +1

    কৃষ্ণ বহুত বহুত ভাল ল লাগিল

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ বাপ 🙏

  • @user-mk4hr8gs7x
    @user-mk4hr8gs7x Месяц назад

    Krishna Krishna, very nice.

    • @sriborah
      @sriborah  Месяц назад

      Thanks for liking কৃষ্ণ 🙏

  • @dipikadevi4923
    @dipikadevi4923 2 месяца назад +1

    বহুত ভাল লাগিল, আতিগুৰি মাৰি জানিবলৈ পালোঁ।

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ।
      কৃষ্ণ 🙏

  • @cenirambora2377
    @cenirambora2377 Месяц назад +1

    আগলৈও এনে সমীক্ষা পোৱাৰ মানসেৰে , ধন্যবাদ

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏।
      নিশ্চয় প্ৰয়াস কৰিম।

  • @SikhaBorah-if1kh
    @SikhaBorah-if1kh 2 месяца назад +1

    Anekoi likhi thakib,

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ 🙏। চেষ্টা কৰিম

  • @mridulkumarsarma1679
    @mridulkumarsarma1679 Месяц назад

    Really nice explanations. wish to have much more knowledge from you.God bless you.

  • @baniktchutia2259
    @baniktchutia2259 2 месяца назад +1

    bhagabotat artha. bha mane bhakti ga mane gyan wb mane boiragya ta mane tiyag orthat bhakti gyanar drara opkarma tiyag .

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ বাপ 🙏 কৃষ্ণ

  • @piju4327
    @piju4327 2 месяца назад +1

    সন্তোষ লভিলো। আগলৈ আশা ৰাখিলো। কৃষ্ণ। 🙏

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ 🙏
      আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম।
      কৃষ্ণ 🙏

  • @afreenahmed222
    @afreenahmed222 2 месяца назад +1

    Excellent 🙏🙏🙏🙏

    • @sriborah
      @sriborah  2 месяца назад

      Thanks a lot

  • @monihazarika7521
    @monihazarika7521 Месяц назад +1

    শ্ৰী কৃষ্ণায়ে নমঃ

    • @sriborah
      @sriborah  Месяц назад

      জয় কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @hemkantaborah7434
    @hemkantaborah7434 28 дней назад

    আপোনাৰ ব্যাখ্যাত অমৃত বৰষিছে।

    • @sriborah
      @sriborah  28 дней назад

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏।
      আপোনালোকৰ আশীৰ্বাদত আৰু ঈশ্বৰৰ কৃপাত, আমাৰ তাত একো নাই বাপ 🙏। কৃষ্ণ 🙏

  • @badankalita8363
    @badankalita8363 Месяц назад +1

    বহু ত ভাল লাগিল।। ধন্যবাদ।।

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏

  • @rupadutta5939
    @rupadutta5939 2 месяца назад +1

    নমস্কাৰ

  • @user-sc5ev3cu4i
    @user-sc5ev3cu4i 2 месяца назад +1

    ভাল লাগিল

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ 🙏

  • @ranjandas1158
    @ranjandas1158 2 месяца назад +1

    ভাল ।লাভাম্বিত হ'লো ।

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ 🙏

  • @prabinnath4158
    @prabinnath4158 2 месяца назад +2

    Pranam, Kahini aakare apuni gotei Bhagabat Mahapuran khan r bikhaye jikhini katha kale Apurba.Punar anekuwa katha aponar mukhar para akha karilo.

    • @sriborah
      @sriborah  2 месяца назад

      কৃষ্ণ 🙏।
      আপোনাৰ আন্তৰিকতাৰে ভৰা মন্তব্যৰ বাবে বহু ধন্যবাদ 🙏।

  • @jagatborah8174
    @jagatborah8174 2 месяца назад +1

    চতুৰ্থ : #সূত আৰু #শুক ==
    ভগৱান শ্ৰীকৃষ্ণৰ কোলাত মহৰ্ষি ৰোমহৰ্ষণ সূতৰ মূৰ তুলি লৈ কৃষ্ণই ৰোমহৰ্ষণক সুধিলে কি বৰ লাগে সূতে কলে ৭ দিন ভাগৱত শুনিব বিছাৰোঁ প্ৰভু । তেতিয়া মহৰ্ষি ব্যাসদেৱে সৌতিক ভগৱতৰ মূল আসনলৈ আমন্ত্ৰণ জনালত পিতৃৰ মৃত্যুত অশুচি হৈ থাকি শাস্ত্ৰ আদি পাঠ কৰিব নাপায় বুলি কলত ব্যাস দেৱে কয়. এনেদৰে ...
    ""কৃষ্ণ নিগদতি শুনিওক সৌতিবৰ
    তোমাৰ পিতৃ জানা মৰিও অমৰ।
    ভাগৱত যত দিন ভুমিত থাকিবে
    তব পিতৃ ভাগৱত সঙ্গত ৰহিবে।
    এহি শাস্ত্ৰ যি লোকে কৰায় পঠন
    সূতৰ আসন আগে কৰিব থাপন।
    মূল আসনত সূত থাপিবন্ত জানি
    মোৰ সঙ্গে থাকিবন্ত সূত মহামানী।
    এহি সময়ত যত হৈব শাস্ত্ৰগণ
    ৰঙ্গা বস্ত্ৰ আভৰণ সূতৰ চিহ্নন।
    যোহি আসনত নাথাকিলে ৰক্ত চিন
    সেহি সবে কৰিবেক মোৰ বাক্য হীন। "
    (সূত সংহিতা আদি ভাগৱত)
    মহামুনি ব্যাসৰ আমন্ত্ৰণ পাই ৰোমহৰ্ষণৰ পুত্ৰ সৌতিয়ে আচাৰ্য্য আসনৰ ওচৰ পাই পিতৃৰ মুখলৈ চাই কান্দিবলৈ ধৰে। পুত্ৰৰ কান্দোন শুনি পুত্ৰক গুৰু ব্যাসক মাতি দিবলৈ কলে আৰু কলে গুৰু ব্যাসদেৱে যি গুৰুভাৰ দিছিল শেষ সময়ত সেই দায়িত্ব গুৰুক অৰ্পণ কৰি যাওঁ। তেতিয়া নাৰায়ণে কলে ৰোমহৰ্ষণ সূতক কলে এনেদৰে .....
    " কৃষ্ণে বুলিলন্ত সূত শুনা মোৰ বাক
    তুমি মোৰ কোলাত আছা ভয় কৰা কাক।
    যত দিন দুগ্ধ মাৱে পোৱালিক দিব
    যত দিন পৃথিৱীত ৰসক থাকিব।
    কহিলো তোমাক মই লৱ বিবৰণ
    চাৰি যুগে থাকিবন্ত তোমাৰ কীৰ্তন।
    থাকিবন্ত আকাশত মণ্ডল যত দিন
    যত দিন বেদ মন্ত পঢ়িব ব্ৰাহ্মণ।
    যত দিন আকাশত চন্দ্ৰ দেৱ ৰৱ
    যত দিন সূৰ্য্য বায়ুআকাশে ৰহিব।
    সেহি সময়তো থাকিব তোৰ গুণচয়
    ভাগৱত যৈতে থাকে থাকিবি তথায়।
    মইয়ো থাকিবাহা আসনৰ দুৱাৰে
    তুমি থাকিবাহা সূত আসনৰ ওপৰে। ""
    (আদি ভাগৱত সূত সংহিতা)
    তাৰ পিছত লোমহৰ্ষণ সূত গোস্বামী দেৱৰ গুৰু ব্যাস দেৱে কলে....
    "ৰক্ত বৰ্ণ বস্ত্ৰ লৈব কৰি আস্বাদন
    মুণ্ড গোট হৈব ভাগৱত খান।
    নাক গোট হৈব তোৰ প্ৰসাদৰ ঘ্ৰাণ
    জিহ্বাখান হৈব তোৰ পাঠৰ শ্ৰৱণ।
    ভাগৱত বন্ধা ৰচী তোৰ কেশ হৈব
    চক্ষু দুটি ভাগৱতৰ আখৰে থাকিব।
    সৰ্ব দেহ থাকিবন্ত ভাগৱতে বহি
    যৈতে থাকে ভাগৱত তৈতে থাকিবিহি। "
    (আদি ভাগৱত, সূত সংহিতা)
    এই দৰে প্ৰভু শ্ৰীকৃষ্ণ আৰু মহৰ্ষি বেদব্যাসদেৱে মহৰ্ষি ৰোমহৰ্ষণ সূত গোস্বামীক বৰ দিলে ৭ দিন পুত্ৰ সৌতিকৰ ভাগৱত পুৰাণ পাঠ সফল সমাপ্তিৰ লগে লগে নিশ্বাস ব্ৰহ্মত শ্ৰীকৃষ্ণৰ শৰীৰত ৰোমহৰ্ষণ দেৱৰ আত্ম লীন হৈ গল। ভাৰতীয় সনাতন হিন্দু ধৰ্মৰ এগৰাকী আৰ্য মহৰ্ষি নৈমিষাৰণ্যত ধৰ্মৰ প্ৰথম ছহিদ হ'ল।
    মহৰ্ষি ৰোমহৰ্ষণ সূত গোস্বামীৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ উগ্ৰশ্ৰবা সূত ব্যাস আসনত অধিস্থিত হয়, যি জনক সকলোৱে শ্ৰীসূত গোস্বামী বুলি জনাজাত হয়। তেওৰ পিছত মনোহৰ সূত, শ্ৰুতি জনমালি সূত, মহাভাগৱত পাঠৰ ব্যাস আসনত অধিস্থিত হৈ এক ঈশ্বৰ মতবাদ, বৈষ্ণৱ ধৰ্মৰ ধ্বজা আগুৱাই নিয়ে।
    ক্ৰমশঃ

    • @sriborah
      @sriborah  2 месяца назад

      বহু ধন্যবাদ জনালো বাপ 🙏
      এনেদৰে আগলৈকো লিখি জনাব বুলি আশা প্ৰকাশ কৰিলোঁ।

  • @monjurikagogoi1406
    @monjurikagogoi1406 2 месяца назад

    VDO টো ভাল লাগিল ধন্যবাদ জনালোঁ

    • @golapbora5353
      @golapbora5353 2 месяца назад

      18:14

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ 🙏 কৃষ্ণ

  • @himangshuborah5865
    @himangshuborah5865 3 месяца назад +2

    নজনা কিছুমান কথা জানিব পাৰি ভাল লাগিল।

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ

  • @Beridabon
    @Beridabon 2 месяца назад +1

    Krishna

    • @sriborah
      @sriborah  2 месяца назад

      কৃষ্ণ 🙏

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l 29 дней назад

    কণ্ঠ অতি সুন্দৰ।

    • @sriborah
      @sriborah  29 дней назад

      ধন্যবাদ 🙏☺️ কৃষ্ণ

  • @binadas5619
    @binadas5619 2 месяца назад +1

    বৰ ভাল লাগিল

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ

  • @ProbalKhataniar
    @ProbalKhataniar Месяц назад +1

    ডেকা বনধু বাপ অতি মনোৰম

    • @sriborah
      @sriborah  Месяц назад

      কৃষ্ণ 🙏 ধন্যবাদ 🙏

  • @budheswarsaikia3103
    @budheswarsaikia3103 Месяц назад

    Bap jonaloi sewa nibedisu.

    • @sriborah
      @sriborah  Месяц назад

      ধন্যবাদ বাপ 🙏 কৃষ্ণ 🙏 আপোনালৈকো সেৱা আগবঢ়ালোঁ 🙏

  • @subhansaikia3952
    @subhansaikia3952 Месяц назад

    অসমত শঙ্কৰদেৱে ভাগৱত প্ৰচাৰ কৰাৰ কথাটো প্ৰকাশ কৰা হ'লে ভাল হ'ল হেঁতেন ।

    • @sriborah
      @sriborah  Месяц назад

      নিশ্চয়। কৃষ্ণ 🙏

  • @user-wo3dx9ud8i
    @user-wo3dx9ud8i 3 месяца назад +1

    Bap. Apunak. Dhany. Bad

  • @protimaboruah682
    @protimaboruah682 22 дня назад +1

    Bhagabatr artha to ako aber kai dibasun

    • @sriborah
      @sriborah  22 дня назад

      আপুনি video2 আকৌ এবাৰ চালেই হয়তো বুজি পাব। কৃষ্ণ 🙏🙏 । ধন্যবাদ 🙏

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k 2 месяца назад +1

    নৈ মিষা অৰণ্য আবি স্কাৰ কেনেকৈ হল?

    • @sriborah
      @sriborah  2 месяца назад

      Video মাধ্যমেৰে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। 🙏