৯০% মানুহেই নহৰু খাব নাজানে | আপুনিও নহৰু এই ধৰনে খাই নেকি? যদি এই ভুল আপুনিও কৰে সাৱধান | Garlic ||
HTML-код
- Опубликовано: 27 авг 2024
- ৯০% মানুহেই নহৰু খাব নাজানে | আপুনিও নহৰু এই ধৰনে খাই নেকি? যদি এই ভুল আপুনিও কৰে সাৱধান | Garlic ||
#garlic #health #motivational
About This Video :-
৯০% মানুহেই নহৰু খাব নাজানে। যাৰ বাবে নহৰুৰ আচল লাভ খিনি তেওঁলোকে নাপায়। নহৰুৰ বহুত বেছি ঔষধি গুণ আছে। কিন্তু সঠিকভাৱে নহৰু খাব নজনাৰ বাবেই সমস্যাৰ সৃষ্টি হ'ব। এই ভিডিঅটোত নহৰুৰ ঔষধি গুণ আৰু কেনেকৈ নহৰু খাব লাগে সেই বিষয়ে উল্লেখ আছে।
Your Queries :-
নহৰু কেনেকৈ খাব লাগে
নহৰুৰ উপকাৰিতা
নহৰু খালে কি হয়
নহৰু আচাৰ
নহৰু চাটনি
lahsun khane se kya hota hai
लहसुन खाने से क्या होता है
लहसुन खाने से क्या होता है कच्चा
কেচা নহৰুৰ উপকাৰিতা
benefits of garlic in empty stomach
খালী পেটত নহৰু খালে কি হয়
nohoru khale ki hoi
kaisa nohoru khale ki hoi
garlic health benefits
garlic health benefits assamese
assamese home remedy
নহৰুৰ ঔষধি গুণ
অসমীয়া বনৌষধি
অসমীয়া ঘৰুৱা দিহা
#motivationalspeech #motivationalspeaker #motivation #motivationalvideo #healthbenefits #healthy #healthcare #healthylifestyle #healthyfood #healthtips #healthyliving #healthyeating #healthandwellness #benifits #assamese #healthyrecipes #goodhealth
Many thanks for the most informative and effective directions on the use of garlic. I have been corrected nicely.
Apunar vedio sai val lagil .
Val lagil.
Aru pam buli vabilu.
Khub bhal lagil.
Very nice
Best informetic video. Apunar video sai val lagil .
আপোনাৰ ভিডিঅ' চাই ভাল লাগিল।
Tt
বৰ ভাল লাগিল
Aapunar video to sai vat lagil
Bohut nojona kotha janibo parisu 😊
Val lagil natun bostu janilu
Good suggestion
Bahut bhal. Lavil
মঢড্খখসধঅ
Best informetic video
Many many thanks
Thank. You. Sir.
বঢ়িয়া ।
Bohut val lage video tu suni .....
Good suggestion.I shall follow it from right now.
দৈনন্দিন জীবনৰ বাবে বহুত লাগতিয়াল কথা আপোনাৰ পৰা জানিব পাৰিলো.... বহুত ভাল লাগিল....🌹ধন্যবাদ❤ জনালোঁ
Buhut upkrito holu
Bhal lagil.
Thanks for your valuable information. I have learnt the right use of garlic. Thank you sir.. 🙏
Thank u for better information
জানি ভাল লাগিল
Bhut vall lagiye
Bhut vall lagila
Good advice
সুন্দৰ পৰিবেশন, ভাল লাগিছে, ধন্যবাদ
Best advice
Val lagil
Great information
Nice and very nice your thinking
নহৰু কেনকৈ খাব লাগে আপোনাৰ ভিডিঅ টো চাই গম পালো
Thanks.
Thank you very much
Bor val kotha jonale
Nice video 👍 thank you
ধন্যবাদ
Thanks ❤❤🎉🎉
Thanks
Nice .
Thankyou sir
Thanku
Thankyou
Thanks ❤❤❤
Nice👌👌
Good
Good❤❤❤
❤❤❤
🙏🙏🙏
Bahut val lagil
good
মহাক্ষয় নহৰুৰ গুণাগুণৰ বিষয়ে বুজাই দিয়াৰ বাবে ধন্যবাদ দিছোঁ। কিন্তু এটা কথা নকলে যে, খালি পেটত খামনে,কিবা খাই খাম তাক জনালে ভাল পাম।
For the high blood pressure. Before breakfast 3or4foota eat you but for the strengths. Take it after any food ***/thanks
Bhal
ভাল লাগিল সদাই মই আপোনাৰ ভিদেও চাই থাকো❤❤❤
Dhainbat ❤❤❤❤
Thanks not only best for health ghost ran way the scent of nohoru /thanks. Sir 😂😂😂🎉🎉🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️
Thanku so much ❤
S
Jolaidi bathon khale eyar gun pabone ?
ভূঞা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ,,
নহৰুৰ গুণাগুণ সম্পৰ্কে বিতংকৈ জানিব পাৰিলো,, বিশেষ কৈ খোৱাৰ পদ্ধতি ও পৰিমাণ সম্পৰ্কে।
আমাৰ ঘৰৰ আটায়ে নিশাৰ ভাতসাজৰ লগত কেঁচা নহৰুৰ ফোট চোবাই খাও। আপোনাৰ ভিডিঅ'ৰ পৰা গম পালোঁ যে নহৰু সৰু সৰুকৈ কাটি কিছু সময়লৈ ৰাখি থলে বেছি ভাল। তাৰ পিছত হে খালে আমাৰ শৰীৰৰ বাবে উত্তম।❤
নহৰু খোৱাৰ নিয়ম: সময় (পুৱা, দুপৰীয়া,গধুলী,সন্ধিয়া) পৰিমাণ( ১টা, ২টা,৩টা)কেনেকৈ ( গোটা, সৰু² কাটি, টুকৰা কৰি,থেথেলি পিহি গুৰা কৰি),কি মিহলী(পাণী,নিমখ,চিনি),কেইবাৰ(১বাৰ ,২বাৰ,৩বাৰ,১দিন,২দিন,৩ বা ৪ দিন, ৫ দিন, ১সপ্তাহ, ২সপ্তাহ, ৩সপ্তাহ,১মাহ, ২মাহ,৩মাহ), কিবা বেমাৰ থাকিলে ভাত খোৱাৰ আগত (খালি পেটত) নে খোৱাৰ পিছত, কি বয়সত (সৰু কাল, লৰালি কাল, যুবক কাল , বৃদ্ধকাল, ৮০ বছৰৰ উৰ্দ্ধকাল), সকলোৱে বুজাকৈ কলে ভাল আছিল। কেতিয়া ,কিয়, কেনেকৈ খালে উপকাৰৰ সলনি অপকাৰ হব পাৰে সম্ভব হলে আকৌ বুজাই দিলে ভাল হব, কাৰণ মইয়ো কেতিয়াবা² খাও, খোৱাৰ বিধি পৰামৰ্শ বেলেগ বেলেগকৈ কৈ দিয়ে, সঠিক পথ্য দিলে ভাল। ধন্যবাদ।
খোৱাৰ নিয়মটোহে কবলৈ পাহৰি গ'লে নেকি?
C
10:10
কি কি কাৰনত নহৰু,খাব নেলাগে
আমাৰ পৰিয়ালৰ সকলো সদস্যই নহৰু ব্যৱহাৰ কৰিব নোৱাৰে৷
Kon samait khaba.aharar agat ne pasat?
4:44
Hindu dharmot naharu piyj beya ba nisedh mand nisedh
Vdo ত অধিক লম্বা কৰে কীয়
Low pesar hole khabo pare nee
পেছাৰ ল লোকে খাব পাৰে নে ।
Apuni vedio bor digholiya kore
Katha besi,ako bhal nalagil
বৰ নাটক কৰে।
Good advice
Thanks
Good❤❤❤