উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।

Поделиться
HTML-код
  • Опубликовано: 1 янв 2025

Комментарии • 2,4 тыс.

  • @hiteshdeka2368
    @hiteshdeka2368 Год назад +82

    বৈবাহিক জীৱনৰ তিক্ততাৰ কাহিনী শুনি বহুত দুখ লাগিল।ভাঙি নিদিব মনটো।এদিন ভাল হব।

  • @blissfulsoul2933
    @blissfulsoul2933 Год назад +212

    এসময়ত আপোনাৰ হাঁহি মুখিয়া মুখখনৰ লগত জানমণিৰ❤ গান এটা চালেই হিয়া জুৰ পৰিছিল। আপোনাৰ জীবনৰ দুখবোৰ জানি বহুত বেয়া লাগিল।
    God bless you

    • @assamriding5003
      @assamriding5003 9 месяцев назад

      কিয় কাৰোবাৰ জীৱন ধংস কৰি নিজে শান্তিত থাকিব পাৰে‌ নেকি

  • @avijitsaikia8433
    @avijitsaikia8433 Год назад +21

    একো নাই,এইবোৰক পাৰ হৈ যোৱা সময়ৰ কথা এতিয়া আগলৈ মনোযোগ দিয়াটোহে বুদ্ধিমানৰ কাম৷শুভেচ্ছা থাকিল সদায় অসমৰ মৰমৰ জানমনি জনী হৈ থাকা৷

  • @bharatibarkataki7592
    @bharatibarkataki7592 Год назад +12

    শ্যামন্তিকাক ইমান মৰম লাগে ৷ ভগৱানে যে কিয় ইমান দুখ দিছে , কথাবোৰ শুনি বহুত বেয়া লাগিল ৷

  • @Raj_deep5426
    @Raj_deep5426 Год назад +108

    নয়ন দাৰ দৰে হৃদয়বান মানুহ এজনক প্ৰতাৰণা কৰি পাইছাতো শিক্ষা।
    কোনোবাই যদি কাৰোবাক প্ৰতাৰণা কৰে। তেন্তে তোমাকো আন কোনোবাই প্ৰতাৰণা কৰিব। এয়াই সু নিশ্চিত।

  • @dipikasaikia6651
    @dipikasaikia6651 Год назад +101

    শ্যামন্তিকা তুমি ভাঙি নপৰিবা, জীৱন এনেকুৱাই, সাহসী হোৱা ,আমি তোমাক ভাল পাওঁ

  • @heerasvlogs4231
    @heerasvlogs4231 Год назад +187

    ভাঙি নপৰিবা,নিজক লৈ সুখী হৈ থাকা । ঘাট প্ৰতিঘাট সকলোৰে থাকে।

    • @ৰুচাওমানস
      @ৰুচাওমানস Год назад +6

      কেলা আনক কনোৱাই নিজে সুখী হব গৈছিল কেনে পাইচ 😂😂😂

    • @realhero5657
      @realhero5657 Год назад +2

      @@ৰুচাওমানস মজা

    • @sonaliassam.6043
      @sonaliassam.6043 Год назад

      জীৱনটো হল সংগ্ৰাম ।অপেক্ষ্যা কৰক ভগবানে ভাল ফলাফল দেখাব এদিন

    • @Hit-Hop
      @Hit-Hop Год назад

      Mayu tumar dare jiban trejidi.mai kuchar rajbangshi lora. Lora.suyali patni aase. Kintu tumar jiban auru mur. Jibanar samajanshya eake buli bhabu?

  • @JikMikDailyLife
    @JikMikDailyLife Год назад +140

    দুখ লাগিল কথা বোৰ শুনি,যদি ভাল লৰা এজন পোৱা সময় থাকোঁতেই আকৌ জীৱন তো নতুন কৈ সজাই লোৱা। সৌন্দৰ্য থকা লৈকে সকলোৱে ওচৰ চাপি আহিব কিন্তু বয়সে যেতিয়া মেলানি মাগিব তেতিয়া..... জীৱনৰ সাৰথি এজন বৰ প্ৰয়োজন ও আইজনী। সদায় সুখী হোৱা তাৰে কামনা কৰো।

  • @Manabsadiya
    @Manabsadiya Год назад +194

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে। সেইটো কথা সকলোযে মনত ৰখা উচিত। সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠক,তাৰে কামনা কৰিচু 🙏🙏🙏

    • @nekibhussain4214
      @nekibhussain4214 Год назад +5

      Right

    • @anupamkakati5389
      @anupamkakati5389 Год назад +4

      Tai Axomiya lora bisari napale ejon Ona Axomiya r logote bia t Bohile. Eiburor logot eibilakei hobo lage. Vale paisu moi

    • @Manabsadiya
      @Manabsadiya Год назад +2

      @@anupamkakati5389 ebila ko bai giyo likon hoi kune Jane kar kopalt ki likidise bogbane Jane tair kar ne manuak tene koi kob napai🙏🙏🙏

    • @lakheswarkalita6097
      @lakheswarkalita6097 Год назад

      Life can never be tailor made

    • @rajatchetia570
      @rajatchetia570 11 месяцев назад

      mur jibonot apunatke val bihu nasoni moi dekha nai

  • @sewaktamuli9294
    @sewaktamuli9294 Год назад +23

    জানমণি গুণা গঠা চলি আছে তোমাক বিয়া দিবলে....তুমি ও ভাবিচা চাগে মোকে এৰি যাবলে ❣️

  • @pankajborthakur4198
    @pankajborthakur4198 Год назад +74

    জীৱনত বৰ বেছি দুখ পাইছে ! ধৈয্য সলাগ লৈছো , জানমণি , আপোনাৰ ভবিষ্যত সুন্দৰ হোৱাৰ কামনা কৰো ।

  • @simuborah5025
    @simuborah5025 Год назад +104

    সত্য সদায় জয়। সময়ৰ প্ৰয়োজন। এদিন নহয় এদিন ফলা-ফল বোৰ উলাবই।

    • @jhonekram6165
      @jhonekram6165 Год назад +2

      edin noyan dak dhoka disil aji.. tar fole pale ne baideou

  • @purabiscreation3973
    @purabiscreation3973 Год назад +51

    শ্যামন্তিকা বহুত ভাল আৰু সহজ সৰল ছোৱালী । জোনে তাইক ব্যক্তিগত ভাবে ভালদৰে জানে, লগ পাইছে সেইসকলে নিশ্চয় জানে । ❤❤❤

  • @hrittikhazarika7857
    @hrittikhazarika7857 Год назад +11

    এই পৃথিৱীত আটাইতকৈ টান কাম হৈছে মানুহক চিনি পোৱাতো । খুব দুখ লাগিল বা😢😢আপুনি মোৰ সকলোতকৈ Fevorite Actress.

  • @rupabora3347
    @rupabora3347 Год назад +13

    একো নাই ধুমুহা আহিব আৰু যাব বুলি ধৰিলে ই হ'ল❤️❤️❤️❤️❤️

  • @rekhabhuyan3878
    @rekhabhuyan3878 Год назад +35

    সহজ সৰল বা ❤️...বহুত মৰম লগা .. টোমাৰো আহিব ভাল দিন🙏 জীৱন মানেই সংগাম বা 🙏 ভালে ৰাখক ভগবানে সদাই তোমাক 🙏

  • @binudmili4814
    @binudmili4814 Год назад +24

    এইয়া স্বাৰ্থপৰ মানুহক ভগৱানে দিয়া উপহাৰ। ডেমফুল ,,,,,,,,,,,,,,,,।।।।।।

  • @kapil912
    @kapil912 Год назад +409

    চাকৰি কৰা ল'ৰা মানেই সৰ্বেসৰ্বা বুলি ভৱা ছোৱালী বোৰে এই কাহিনীটোৰ পৰা শিকক অলপ

  • @pranjalkalita3347
    @pranjalkalita3347 Год назад +89

    Naver give up আপুনি নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক পিছত মনে বিচৰা লৰা পালে বৰষা বাৰ দৰে আকৌ বিয়াত বহিব !! ❤❤❤❤❤❤❤❤

  • @jogendas7193
    @jogendas7193 Год назад +44

    "অতিমাএা উচ্ছকাংখাই অভিশাপ" অতীত বাদদি ভৱিষ্যত ভাল হোৱাৰ কামনা কৰিলোঁ ।

    • @dekhoviralshorts
      @dekhoviralshorts Год назад

      thik koise,,,toka pasot dorile xodai poton hoboe

  • @biswajitborthakur2394
    @biswajitborthakur2394 Год назад +73

    দুখকৰিব লগা একো নাই।ধনৰ পাছত দ'ৰিলে এনেকোৱা হয়।

  • @shikhamanisahariah6383
    @shikhamanisahariah6383 Год назад +48

    আকৌ জানমণি জনী হৈ ৰাইজৰ মাজলৈ ঘুৰি আহা বা আমি তাকে বিছাৰো☺️❤️

  • @ritupongogoi7870
    @ritupongogoi7870 Год назад +150

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে ! সেইটো কথা সকলোযে মনত ৰখা উচিত ।

    • @purabisonowal2242
      @purabisonowal2242 Год назад +1

      Umm hosa kotha koisa

    • @gitudeka9455
      @gitudeka9455 Год назад +7

      Apuni dekhise ne apunk koise tai thoguwa buli 😆😆personal lifet mat mate 😏😏

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Год назад +3

      Apuni nojonake keneke kb pre...aji kli tu dhukh Diya bur he hukht thka dekhisu

    • @rupaschannel5856
      @rupaschannel5856 Год назад +1

      Toi dekhiso neki. Tai dukh dise ne nai

    • @jhonekram6165
      @jhonekram6165 Год назад +1

      noyan dak dhoka di belegor logt biat bohil.. ki hol etia....sowalibore mont rakha usit hoi

  • @nipadihingia9920
    @nipadihingia9920 Год назад +2

    সাহস নেহেৰুৱাবা ।জীৱন জিন্দাবাদ।

  • @manashipriya8120
    @manashipriya8120 Год назад +7

    আগুৱাই যোৱা শ্যামন বা❤❤দুখ নকৰিবা।বেলেগৰ কথাত কাণ নিদিবা নিজকে নিজৰ লগত ব্যস্ত ৰাখা❤❤

  • @simantadeka1191
    @simantadeka1191 Год назад +29

    জীৱনতুৱে সংগ্ৰাম....টকা পইচাই যদিও জীৱন বুলি কয় কিন্ত কিছুমান ক্ষেত্রত নহয়....মনৰ সুখ হে আচল জীৱন

  • @surenboruah3241
    @surenboruah3241 Год назад +17

    সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠ ক, তাৰে কামনাৰে🙏🙏🙏

    • @ৰুচাওমানস
      @ৰুচাওমানস Год назад

      কেলা কনি ডাঙৰ লাগে বঙালৰ টো সৰু হল চাগে ? মিয়া লে যা 🎉🎉🎉

  • @rumigogoi5662
    @rumigogoi5662 Год назад +33

    এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ সকলো কথা যেতিয়া অকপটে কব পাৰে,তেওঁ বহুত সৎ -সাহসী । তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক মানুহ চিনিবলৈ সুযোগ দিছে ।❤

  • @srajbonshi4462
    @srajbonshi4462 Год назад +2

    আপোনাৰ কথা টো জানি সচাকৈ বহুত বেয়া লাগিল আপোনাক বহুত ভাল পাওঁ। আপুনি দুখ নকৰিব ভগৱানে আপোনাক সহায় কৰিব। ধন্যবাদ।

  • @assammix9640
    @assammix9640 Год назад +44

    অনাগত দিনবোৰ সুখ আৰু আনন্দৰে ভৰি পৰক তৰে কামনা কৰিলো।God bless you Jaanmoni❤❤❤❤

  • @nilakrishna81
    @nilakrishna81 Год назад +65

    ৰাইজে বুজিব লাগে যে সংসাৰ কৰাৰ অৰ্থ টকা নহয়,

  • @prakashnarzary4007
    @prakashnarzary4007 Год назад +282

    বেয়া লাগিল মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ কাহিনী শুনি। সময় এতিয়াও বহুত আছে। দুগুণ উৎসাহ লৈ আগ বাঢ়ি যোৱা ।😢

  • @indrajittalukdar4508
    @indrajittalukdar4508 Год назад +37

    জীৱনৰ কথাখিনি শুনি বেয়া লাগিল । পুনৰ নিজক শক্তিশালি হোৱা ।

  • @damayantitalukdar2801
    @damayantitalukdar2801 Год назад +14

    তুমি দুখ নকৰিবা ভগবানে জি কৰে ভালে কৰে তুমাৰ ভাল হ'ব ❤❤❤😂👍🏼👍🏼👍🏼🪔🪔💕👌

  • @renulongchot7547
    @renulongchot7547 Год назад +1

    কাহিনী টো গম পাই বেয়া লাগিল। যিহেতো অসম দেশৰ জানমণি আছিল ধুনীয়া নাচনী। চিন্তাত নাথাকিব, মানুহৰ হৈ যায়।

  • @diipakkgogoi3252
    @diipakkgogoi3252 Год назад +310

    ইতিহাস শাসি আছে আনক দুখ দি নিজে সুখত থাকিম বুলি ভবাটো ভুল 😢

  • @sgdworld4581
    @sgdworld4581 Год назад +15

    নয়নৰ লগত পুনৰ আৰম্ভ কৰা শ্যামন্টিকা।
    আমাৰ শুভেচ্ছা থাকিব।

  • @anilgoswami2238
    @anilgoswami2238 Год назад +44

    ভাৰতীয় শাস্ত্ৰত কোৱা হয়::
    "অজাত কুলশীলস্য বাসোদেয়ো ন কষ্যসিত " ।
    ...... জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মালৈ আন্তৰিক শুভেচ্ছা জনালোঁ ।

    • @nayangogoi4946
      @nayangogoi4946 Год назад +10

      ডেমফুলেও কিন্তু আজিও তোমাকেই ভাল পাই।

    • @minubaruah-zq5my
      @minubaruah-zq5my Год назад +1

      @@nayangogoi4946 hi

  • @junmonikalita6363
    @junmonikalita6363 Год назад +6

    বা তুমি আগুৱাই যোৱা,,,,তুমি বহুত সাহসী,,, সাহস নেহেৰুৱাবা,,,,,💓💓💓

  • @pallab1982
    @pallab1982 Год назад +21

    স্যামন্তিকা বাৰ অভিনয় সৰুৰ পৰাই প্ৰিও বিহু নাচবোৰ বহুত ভাল লাগে সদাই প্ৰিও হৈ থকা সকলোৰে মৰমৰ জানমণি স্যামন্তিকা বা এতিয়াও আপোন তুমি সকলোৰে কুনে জনে নো কাৰ জীৱনত কি হৈ যায় সচাকে কব নোৱাৰি স্যামন্তিকা বা আগৰ দৰে হৈ থকা তুমি পৰ্থনা কৰিছো ভালে থকা তুমি 😘😢😭

  • @munindradas8893
    @munindradas8893 Год назад +6

    জীৱন ত সংঘাত থকাটো ভাল।এই এই সংঘাতৰ পৰা আৰু নতুত্বৰ সিষ্টি হব ।এই আশাৰে আগ বাহক।।।

  • @myselfjanmoni2729
    @myselfjanmoni2729 Год назад +23

    তুমি অসম এৰি গুচি গৈছিলা বহুত বেয়া লাগিছিল আকৌ জানমণি আমাৰ মাজত ঘুৰি আহিলা সুকলমে,,, যি হয় ভালৰ বাবে হয়,,, জীৱন টোত বহুত আছে সময় উপভোগ কৰা,,,god bless u my favorite hiroine,❤️❤️❤️

  • @pompydevi769
    @pompydevi769 Год назад +12

    অকলশীয়াকৈ থকা সমান খুখ নাই সদায় নিজক লৈ খুখে থকা

  • @harjitdeka9886
    @harjitdeka9886 Год назад +12

    প্রিয় অভিনেত্রী গৰাকী❤

  • @ankitaborah1233
    @ankitaborah1233 Год назад +139

    সকলোৰে জীৱনত দুখ থাকে, ভগৱানে সুখও দিব দুখো দিব , ভালে থাকক আপুনি ❤ সকলো বোৰ পাহৰি নতুন কৈ জীৱন টোক ভাল পাবলৈ শিকক ❤️❤️❤️love you ba❤

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Год назад +6

    বাইদেউৰ কথাবোৰ শুনি বহুত দুখ লাগিল । সেইকাৰণে অসমৰ বাহিৰৰ লৰাক বিশ্বাস কৰিব নালাগে , মেঘৰন্জনী মেধীও বাহিৰৰ লৰাৰ লগত বিয়া হৈ একে অৱস্থা ।

    • @prasantapawe4928
      @prasantapawe4928 Год назад

      Right 👍

    • @dhunbora3314
      @dhunbora3314 Год назад

      Meghranjini medhi husband vl

    • @KidsArea2000
      @KidsArea2000 9 месяцев назад

      Moi nije bahirot asu 15 bosor hol.There is no simple people like in Assam.

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr Год назад +16

    অতীতক পাহৰি যোৱা। এতিয়াও সময় আছে আগবঢ়াই নিয়া তোমাৰ সুন্দৰ জীৱন।

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by Год назад +8

    অভিনেত্ৰী শ্যামন্তীকা শৰ্মা লৈ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ পৰাই আৰ্শীবাদ জনাইছো ভাল এজন জুবক আহিব কাৰণ জীৱনত আৰু আগবাঢ়িব লগিয়া বহুত আছে আমি প্ৰাৰ্থনা জনাইছো তোমাৰ আশা পূৰণ হয় শতাখ নহবা ধন্যবাদ।

  • @jitenrabha9674
    @jitenrabha9674 Год назад +2

    নজনা কথা বোৰ জানিব পাৰি দুখ লাগিল।এগৰাকী প্ৰতিভাৱান অসমীয়া জীয়ৰীৰ অফুৰন্ত প্ৰতিভা যাতে অকালতে মৰহি নাযায় সেয়া আমাৰ কাম্য। আশা কৰোঁ অসমৰ ৰাইজে চেনেহৰ জানমণিক পূন: এবাৰ বিছাৰি পায়।

  • @jyotishgogoi8634
    @jyotishgogoi8634 Год назад +8

    আপোনাৰ মুখৰ এই সুন্দৰ হাঁহিটি কেতিয়াও ম্লান পৰিব নিদিব বা Bravo 🫰

  • @anamikakalita581
    @anamikakalita581 Год назад +37

    দুখ লাগিল শুনি ,চিন্তা নকৰিব ভাল দিন আহিব

    • @ৰুচাওমানস
      @ৰুচাওমানস Год назад

      আনক কণ্ডুৱাই নিজে সুখী হব গৈছিল কেনে মজা😂😂😂😂

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Год назад +1

      ​@@ৰুচাওমানসkeneke gom ple apuni

    • @_UNKNOWN_USER_2023_
      @_UNKNOWN_USER_2023_ Год назад

      ​@@jonalikalitavlogs6244Sb raije jane xei2 katha ........Apuni keneke jane buli question krib nalage apuni .......

    • @jhonekram6165
      @jhonekram6165 Год назад

      kene moja..
      anok dhuk di gusi za i....

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Год назад

      ​@@_UNKNOWN_USER_2023_raije o gm paise diyok .. cinema akhnr trp borahabor babe natok Kora buli bopai......ATA xoru kthat lgi hosa premik a jdi Ari njai...

  • @digiincome
    @digiincome Год назад +6

    মিছা ক'লে কি হব।সেয়া নয়নদাক প্ৰতাৰণা কৰাৰ ফল।চিন্তা নকৰিব মই আছোঁ।

  • @GaneshGogoi-t8l
    @GaneshGogoi-t8l Год назад +3

    জানমনি তুমি সদায় সুখত থাকা তাকে কামনা কৰিলো

  • @prankumarnath1616
    @prankumarnath1616 10 месяцев назад +1

    জীৱনতো আকৌ সজাই পৰাই আগবাঢ়ী যোৱা ।

  • @indrachutia7351
    @indrachutia7351 Год назад +5

    নিজৰ জীৱটো এতিয়া ভাল ধৰণে গঢ়ক অসমৰ সকলো মানুহৰ মৰম আপুনি এতিয়াও পাব । সকলো মানুহ একেই নহয়

  • @abinashsaikia6196
    @abinashsaikia6196 Год назад +16

    চিন্তা নকৰিব নয়ন দাই সচাঁ ই ভাল পালে আপোনাক আকৌ আকোৱালিঁ লৱ

  • @madhujyasarmah8717
    @madhujyasarmah8717 Год назад +14

    ভাগি নপৰিবা তুমি। দেৱী সীতাৰ লগতো জীৱনটো কঠিন হৈ পৰিছিল। ভাল খিনি আগত ৰাখি আগুৱাই যোৱা । মানুহ দুদিনীয়া তোমাৰ সৌন্দৰ্য দেখি তোমাক ভালপোৱা বহুত ওলাব কিন্তু গোটেই জীৱন তোমাৰ হাতত ধৰি একেলগে থকা জন ভগবান হ'ব লাগিব। গতিকে মানুহে কি ভাবে কি কয় does not matter . নিজৰ খিনি কৰি যোৱা। অন্তৰ খন কোমল কৰিয়ে ৰাখা সদায় হাঁহি থাকা। যিহেতু ঈশ্বৰেও সদায় কোমল অন্তৰৰ আৰু হাঁহি থকা জনকেই ভাল পাই।

  • @jayantaborah5668
    @jayantaborah5668 Год назад +1

    জি হ'ল হৈ হ'ল,এতিয়াৰ পৰা জানমণি জনিক দুখ দিলে অকমান চিন্তা কৰিব লাগিব।

  • @jintubordoloi5951
    @jintubordoloi5951 Год назад +7

    ভগৱানে তোমাক শক্তি দিয়ক্ এদিন ভাল দিন আহিব।

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Год назад +146

    বেয়া দিন নাহিলে ভাল দিনৰ সন্মুখীন হব নোৱাৰি জানমনি ❤️❤️❤️

  • @parivlogs5339
    @parivlogs5339 Год назад +85

    অসমৰ জানমণি। জীৱন মানেই সংগ্ৰাম

    • @ৰুচাওমানস
      @ৰুচাওমানস Год назад +3

      আনক কন্দুৱাই নিজে সুখী হব গৈছিল কেনে পাইচ্ 😂😂😂😂😂

    • @bhubonlagachu2238
      @bhubonlagachu2238 Год назад

      @@ৰুচাওমানস
      🗿

    • @harenpegu8252
      @harenpegu8252 Год назад +1

      ​@@ৰুচাওমানসteneka kobo napai bhai. Karon dukot thoka manuhok aru dhuk nidiba 🙏🙏🙏

    • @dekavideos6404
      @dekavideos6404 Год назад

      Atia jaanmoni hoi thoka nai aru

  • @sivasagarroasterboy2128
    @sivasagarroasterboy2128 Год назад +7

    দুবাৰকৈ নহয় আৰু বেছি থগন খাগ লাগিছিল আপুনি । নয়ন দাক ঠগাৰ ফল এইয়া

  • @kangkanabordoloi4703
    @kangkanabordoloi4703 Год назад

    টকা, চাকৰি,ধনী,এইবোৰ চোৱাতকৈ মানুহজন কেনেকুৱা তাক জনাতো দৰকাৰ।

  • @rinkusut2348
    @rinkusut2348 Год назад +11

    তোমাৰ জীৱনত আকৌ হাঁহি আহিব ❤️

  • @KrishnaKonwar-ip2zz
    @KrishnaKonwar-ip2zz Год назад +50

    অসমীয়া জীয়াৰি গাত মূলাগাভৰু তেজ আছে ।সাহসী হোৱা ভয় নাখাবা ।সকলো থিক হৈ যাৱ ।

  • @jrbanamali
    @jrbanamali Год назад +115

    অসমৰ ডেকাসকলক পাত্তা নিদিয়াৰ পাপ লাগিলে । নয়ন দাক আপুনি বহুত দুখ দিলে কিন্তু ,নয়ন দাই এতিয়াও পস্তাই আছে 😣 নয়ন দাৰ লগত আগবাঢ়ি ব লাগে আৰু নতুন জীৱনৰ পাতনি মেলিব লাগে 🤗 দুয়োকে ভাল লাগিব

    • @bikibazikor
      @bikibazikor Год назад +9

      বেলেগ ক ঠগিলে নিজে ঠগ খাই

    • @amorjyotibarman
      @amorjyotibarman Год назад

      হয়। বেছি। দেৰি। কৰি। লাভ। নাই

    • @pronabbora7889
      @pronabbora7889 Год назад +1

      Noyondai akou patta ndye j

    • @gitudeka9455
      @gitudeka9455 Год назад

      Apuni jane baai thoguwa Buli ?

  • @lakshajitbora221
    @lakshajitbora221 Год назад +40

    আপোনাৰ তাবিজ এৰি নয়ন দা তাবিজ লওক । মই বহুত বেৱা পাওঁ আমাৰ অসমীয়া নিজৰ জাতিৰ ল'ৰা এৰি বেলেগ জাতিৰ লগত বিবাহ হ'লে । নাপাইছিল নয়ন দাক এনে কৰিব, নয়ন দাৰ জীৱনৰ লগত আকৌ এবাৰ চাব বিচাৰোঁ নহ'লে আমি অসমীয়া ল'ৰা হিচাবে চিন্তা কৰিব পাৰোঁ তুমি তুমি বুলি...

    • @aicheng9185
      @aicheng9185 Год назад +2

      Ataloi biya humuwa jonik toi ani thoi de. 😂😂😂😂😂😂😂

    • @lakshajitbora221
      @lakshajitbora221 Год назад

      @@aicheng9185 ব্যক্তিগতকে মোক কথা কবলৈ আপোনাক মই অধিকাৰ দিয়া নাই, মই কি ক'ব বিছাৰিছো বুজি লৈ কথা কব, কোন হয় আপোনি ?

    • @minakhyee.........official7236
      @minakhyee.........official7236 Год назад +2

      @@aicheng9185 Jdi hosa val puwa acile atar logot biya huwa pisotu aniboo..........

    • @nirmalikalita6823
      @nirmalikalita6823 Год назад +1

      Nayan da dhoa tulsir Pat nhoi oi.natan dai janmoni bak thagaise

  • @NDR_LIZA
    @NDR_LIZA Год назад +2

    মানুহৰ জীৱনত দুখ থাকে,,,, ভাঙি নপৰিব নতুনকৈ আকৌ জীৱনটো সজাই লওক,,,, সুখৰ হব,,, ❤❤❤❤❤❤❤ কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ranapegu7931
    @ranapegu7931 Год назад +1

    এই আগৰ জানমনি দৰে হৈ ওথক তাৰে কামনাৰে।

  • @HABIBUR_RAHMAN_2002
    @HABIBUR_RAHMAN_2002 Год назад +6

    নয়ন নীলিম দাদাক কণ্টাক কৰক। জীৱন জীৱনৰ পথত লৈ আহক।

  • @dutiram3812
    @dutiram3812 Год назад +10

    দুখ নহলে জীৱন নহয় বা। হতাশ নহব ধয্যৰে আগবাঢ়ি যাওক।

  • @pompitainti4999
    @pompitainti4999 Год назад +4

    কি কৰিব বা মানুহৰ জীৱন এনেকোৱা সুখ দুখ থাকে

  • @junmonybora
    @junmonybora 9 месяцев назад +1

    ভাঙি নপৰিবা ভগৱানৰ ওচৰত এৰি দিয়া ভাল দিন ঘুৰি আহিব 🎉🎉🎉🎉🎉

  • @pinkiboruah9621
    @pinkiboruah9621 Год назад +7

    কথাবোৰ শুনি বহুত দুখ লাগিল 🥺

  • @niranjandas267
    @niranjandas267 Год назад +205

    আমাৰ জানমণি ❤❤ জীৱন সদায় সুন্দৰ

  • @bhupaligoswami1113
    @bhupaligoswami1113 Год назад +40

    নয়ন দাইদে এইবোৰ শুনি আনন্দ পাইছে ছাগে

  • @colourfulchandanavlog5286
    @colourfulchandanavlog5286 Год назад +9

    জীৱনত বহুত দুখ থাকে😢😢happy hoi thakok❤

  • @pompysaikia8884
    @pompysaikia8884 Год назад +30

    আপুনি ভাগি নপৰিব। এদিন সকলো ঠিক হব ☺️☺️ দুখৰ দিন ক্ষন্তেকীয়া কিন্ত্ত সুখ চিৰস্থায়ী হব। নিজৰ ওপৰত আৰু ভগৱানক বিশ্বাস কৰক 😊😊

  • @MainulHoque-si4xx
    @MainulHoque-si4xx 8 месяцев назад

    অতিতক পাহৰি যোৱ বৰ্তমানক আকোৱালি লোৱা । মানুহৰ জীৱনত সুখ দুখ থাকেই ।

  • @suramanath5523
    @suramanath5523 Год назад +16

    অচিন কাঠৰ থোৰা লগাব নালাগে । লেবেল টো অলপ কমাব লাগে 😢 বেছি কৰিবলৈ গলে । থগন খাৱয় ।

  • @UjjalHazarika-hg6oz
    @UjjalHazarika-hg6oz Год назад +18

    অচিন কাঠৰ থুকুৰা । কাৰোবাক দুখ দিলে নিজে দুখ পোৱা যায়

  • @Kaushik632
    @Kaushik632 Год назад +144

    তেতিয়াই যদি নয়ন দাৰ লগত বিবাহপাশত আবদ্ধ হ'ল হয়, আজি দুয়োৰে এখন সুখৰ সংসাৰ হ'ল হয়।🍂😊 দুখ লাগিল কথাবোৰ শুনি...😢 আশাবোৰ পূৰণ হওঁক সোনকালেই, তাৰেই কামনা কৰিলোঁ।

  • @ToraliB
    @ToraliB Год назад +13

    😢দুখ নকৰিবা বা তোমাৰ লগত যি হ'ল সপোন বুলি পাহৰি যো যোৱা তোমাৰ জীৱনটো আকৌ নতুন কৈ গঢ়ি তুলক ♥️

  • @RajdipSaikia189
    @RajdipSaikia189 Год назад +5

    অসমত ইমান ইমান ভাল লৰা আছিল । টকা পইচা নাথাকিব পাৰে কিন্তু অসমৰ লৰাৰ অন্তৰ খন ভাল। বাৰু যি হওক আপোনাৰ জীৱনটো সুখৰ হওঁক বা । আপুনি বহুত ভাল ভগৱানে ভালে কৰিব আপোনাক। ❤❤

  • @entertainment4u07
    @entertainment4u07 Год назад +14

    বাইদেউ, ভাগৰি নপৰিব। জীৱনত ঘাত প্ৰতিঘাত আহেই। ভগৱানে আপোনাৰ মঙ্গল কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদ আছে। আপোনাৰ ভাল হ'বই।

  • @MrCow-wv4iv
    @MrCow-wv4iv Год назад +16

    জানমণি বাইদেউ ইমান টেঞ্চন লোৱাৰ দৰকাৰ নাই কিয়নো আমাৰ নয়ন দা আছে নহয় । 😢

  • @M17-f5l
    @M17-f5l Год назад +4

    এয়াই কয় ভাগ্য৷ জীৱন যাএত বহোত উজুটি খাবলগা হয়৷ ধয্য ধৰাতহে আচল কথা৷

  • @rkdhaj9099
    @rkdhaj9099 Год назад +43

    আনক দুখ দিলে নিজে দুখ পাব এ। কৃষ্ণ 🙏

  • @anjubegum6320
    @anjubegum6320 4 месяца назад +1

    খুখ শান্তি দুখ ভাগ্য জিবনত থাকিব আল্লাহ ভগবান র দান অধর্য নহব ।

  • @sarmilaekka1181
    @sarmilaekka1181 Год назад +174

    আচলতে জীৱন মানেই সংগ্ৰাম ।

    • @barnalidas-nb7fx
      @barnalidas-nb7fx Год назад +3

      Hoi❤

    • @lohitbordoloi9342
      @lohitbordoloi9342 Год назад +11

      ভাল আৰু সৰল মনৰ মানুহৰ লগতহে বেয়াখিনি হয়।এটায়ে উপায়।কঠোৰ মনৰ হব লাগিব।

    • @ritumonitamuli834
      @ritumonitamuli834 Год назад +1

      ​@@barnalidas-nb7fx🎉😂

    • @barnalidas-nb7fx
      @barnalidas-nb7fx Год назад

      @@ritumonitamuli834 kio hahila

    • @minadowania1727
      @minadowania1727 Год назад

      ​@@lohitbordoloi9342ps in
      It is no

  • @juggiiij
    @juggiiij Год назад +21

    বেয়া লাগিল 😢😢😢 ছোৱালীৰ হৈ নকও যদিও,,, আপুনি ভাল মানুহ হয়।।❤❤❤

    • @ৰুচাওমানস
      @ৰুচাওমানস Год назад

      तू कहना क्या चाहते हो ? তই কি বেলেগ বেলেগ ৰূপত আহি কথা ক নেকি । কমেণ্ট কি লৰা হৈ কৰিছ নে গে হই 😮😮😮

  • @অসমীয়াবনৌষধ-ল৫ছ

    জীৱনটো বৰ জটিল কেতিয়া কি হৈ যায় হয়তো কোনোৱে নাজানে। মানুহ বোৰ এনেকোৱাই ভগৱানৰ লগতে নিজক ভাল পাবলৈ শিকক আৰু আপোনাৰ সন্মুখত অহা সংগ্রামত মনে মনে নাথাকি যোগ্য উত্তৰ দিবলৈ শিকক। এদিন সকলো ঠিক হৈ পৰিব❤❤

  • @hirakjyotidas_
    @hirakjyotidas_ Год назад +15

    নয়ন দাৰ অভিশাপ 😂.
    বেয়া লাগিল কথা খিনি শুনি😢😢.😢

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Год назад

      Nayan nillim jdi hosa premik kio ovishap dibo he

    • @hirakjyotidas_
      @hirakjyotidas_ Год назад +1

      @@jonalikalitavlogs6244 xituo noha Nhy jeniba kotha2 ,,, সঁচাকৈ বেয়া লাগিল বা লৈ 🙏😢😭

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Год назад

      ​@@hirakjyotidas_nayan nillime shyman baak biya ptibo bisora nsil.. abr ata interviewt paisilu

    • @minakshi667
      @minakshi667 Год назад +1

      ​​@@hirakjyotidas_ মাক দেউতাকৰ একান্ত বাধ্য পুত্ৰ আৰু ছোৱালী হলে আচলতে কিছুমান নিজৰ ভাল লগা বেয়া লগা বস্তুবোৰৰ পৰা আঁতৰি মা দেউতাৰ মনে বিচৰা ধৰণেও কৰিব লগা হয় ৷ মই 2006 মানত নয়ন নীলিম দা হতঁৰ উচৰৰ মানুহ এঘৰত ফুৰিব গৈছিলোঁ ৷ তেতিয়া গম পাইছিলো যে শ্যামন্তিকাক নয়ন দাৰ মাকে বিয়া পাতিব নিদিয়ে আৰু সেই কাৰণেই ছাগে নয়নদাই বিয়া পাতিব পৰা নাছিল এক মাত্ৰ মাতৃৰ কথাত লাগি ৷ অৱশ্যে কাৰ জীৱনত কি ঘটি আছে আমি নিজৰ বাদে আনৰ কথা কেতিয়াও নাযানো সেয়ে বেলেগৰ কথা শুনি আনৰ চৰিত্ৰৰ উপৰত মাত মতাটো আমাৰ উচিত নহয় বুলি মই ভাৱোঁ ৷ তেওঁলোকৰ ব্যক্তিগত কথা তাত বেয়াকৈ কৈ একো লাভ নাই। 🙏

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Год назад +1

      @@minakshi667 moi o hunisu..sobe sowali jnike dhokh di ase

  • @golapsaikia4922
    @golapsaikia4922 Год назад +1

    তোমাৰ অভিনয় প্ৰতিভা কাৰনে বহুত ভাল পাওঁ । তোমাৰ জীৱনৰ সকলো সপোন যাতে বাস্তৱত ৰূপান্তৰ হয় তাৰে কামনা কৰিলো ।

  • @bharatichutiabharatichutia3901
    @bharatichutiabharatichutia3901 Год назад +4

    তোমাৰ কথা বোৰ শুনি দুখ লাগিল।

  • @altabhussain7183
    @altabhussain7183 Год назад +20

    সাধাৰণতে ৰূপক লৈ অহংকাৰ কৰা ছোৱালীবোৰৰ জীৱন তেনেকেই সেই কাৰণেই টকা-পইচা ৰূপ আদি সময়ৰ সোঁতত নিশেষ হৈ যায়।

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 Год назад +119

    চিন্তা নকৰিবা মোৰো জীৱন তোমাৰ নিচিনা 😢

  • @alakeshgogoi7228
    @alakeshgogoi7228 Год назад +1

    সৰু কথা।। জীৱশ্ৰেষ্ঠ মানুহে যদি যোগাত্মক চিন্তা নকৰে, তেন্তে কোনেনো কৰিব বাৰু? প্ৰত্যাহ্বান!!!

  • @Legal_weapon295
    @Legal_weapon295 Год назад +45

    কাৰোবাৰ সচা ভালপোৱাক প্ৰতাৰণা কৰি বেলেগৰ লগত সুখী হ’ব গ’লে এদিন নহয় এদিন তাৰ ফল পাবই পাব, কাৰন নেদেখাজনে সকলোৰে ক্ষেত্ৰত বিচাৰ কৰে।

    • @jhonekram6165
      @jhonekram6165 Год назад +2

      ekdom hosa kotha sowalibilake olop dhoni ghoror duror lora pali.. nijor b. f. k bad di belegor logt biat bohi gusi... tar pisot gom pai..

    • @monjitbora1622
      @monjitbora1622 Год назад +1

      Kune kak potarona korisil aitu Tumi ba Moi najanu hyi karone darekt anekoi kuwatu Val nohoi

    • @jhonekram6165
      @jhonekram6165 Год назад +3

      @@monjitbora1622 noyan dak korisi

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Год назад +8

      Nayan nillime shyman baak biya ptibo bisora nsil ...moi abr ata interviewt paisilu ...shyman baar ghrr mnuhe nayan daak biyar ktha kole a khng kori baar lgt namata namati hoi ...gotike ako njonake judge koratu vl nhoi

    • @jhonekram6165
      @jhonekram6165 Год назад +2

      @@jonalikalitavlogs6244 totally wrong statement..
      nayan dak dhoka di gusi goisi...

  • @gayatriray2270
    @gayatriray2270 Год назад +31

    বিয়াৰ ৫/৬ মাহ পিছত এগৰাকী you tuberএ আপোনাৰ স্বুটিং চলি থকা জেগাত গৈ সুধিছিলে আপোনাৰ সংসাৰৰ কথা,,, আপুনি কিন্তু বহুত ভাল বুলি কৈছিল,, বহুত ভাল friend বহু বছৰৰ পৰা বন্ধুত্ব,, শাহু মা বহুত ভাল, চাই বাবা পুজা কৰি থাকে,, কলকাতাত ঘৰখন নিজৰ মতে সজাইছে জাপি শৰাই আদিকৰি সকলো অসমীয়া বস্তুৰে,,,এতিয়া কৈছে ১/২ মাহ পিছতে গম পাইছে 3rd wife বুলি,, ইমান আতি গুৰি নোভোবা নোচোৱাকৈ বিয়া হৈছিলনে,,, অসমত ভাল ল'ৰাৰ অভাৱ আছিল নেকি,,, ভাল চাকৰি এটা বা বহুত টকা থাকিলেই এজন মানুহ ভাল নহয়,, মই আগতেই ভাবিছিলো এনেকুৱা কিবা এটা হ'ব যে,,, অচিন কাঠৰ ঠোৰা লগাই কি হ'ল এতিয়া,,,
    যি নহওঁক ভালে থাকক আমাৰ জানমণি,,, আগুৱাই যাওক,, ❤

    • @niku8723
      @niku8723 Год назад +1

      Akebare apuni Mur monor kotha khini ke koise dei😊😊😊

    • @animaray-xd9he
      @animaray-xd9he Год назад

      ​@@niku8723TV
      Hu hu😊
      Hu hu by by