Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এই গীতটিক কেন্দ্ৰ কৰি এখন সুন্দৰ চিনেমা বনাব পৰা যায়॥ ভাল প্ৰযোজনাগোষ্ঠীৰ দূষ্টি আকৰ্ষণ কৰিবলৈ সকলোকে অনুৰোধ কৰিলো॥
গানটোত গ্ৰাম্য জীৱনৰ ইমান সুন্দৰ প্ৰতিচ্ছৱি খন ফুটাই তুলিছে,লগতে এজন পিয়নৰ অব্যক্ত বেদনা। প্ৰনাম খগেন মহন্ত দেব, দুখ লাগে অাজি জীৱিত থকা হলে অনুভৱ কৰিলে হয়,আপোনালোকৰ অনুপস্থিতিত অসমীয়া সংগীতৰ ধাৰা কিমান নিম্নগামী হৈছে।
Ba khagen dai gantu gai kenekoi khakh korile mom bohubar sesta koriu nuaru maj khondote bukot khunda mari dhore khogendar atmaloi xotobar dhanyabad
মই সৰু থাকোঁতে দেউতাই কোলাত লৈ বা একলগে খেলি থাকি খুব গাইছিল গানটো.. যেতিয়াই গানটো শুনো দেউতালৈ মনত পৰে, দেউতাই কৰা ত্যাগবোৰৰ কথা মনত পৰে..
🥰
Moro deuta lui monot pore
Iku
পুৰণি স্মৃতিৰ কথা মনলৈ আহে , গানটো শুনি পিতালৈ বোৰ মনত পৰিল ,
Aibur gaan hunila childhood memories bur bht mont pora
The One who wrote the lyrics and the One who Sang this heart touching song, my emotional salute to them
Ai gantut manuhr jn jibon aase❤
সুন্দৰ গীত ৰচনা কৰিছিল
হয়, সঠিক অনুভৱ।
৬০ৰ দশকতে শুনা গীত॥ মোৰমতে গণশিল্পী খগেন মহন্তদেৱে গোৱা সৰ্ব্বশ্ৰেষ্ঠ গীত এইটোৱে॥
বহুত বহুত বহুত ভাল লগা গান।
Mur Dadaji ( koka ) ai Geet ti khubei gai thake moi jetiya horu... Aaji teu nai jodiu teur smriti bur hodai logot aase ... ❤ puroni geet buror huwadei beleg ❤
Bahut dhuniya..
কি যে মনমোহা গীত !
দেউতাই গোৱা নাছিল। এতিয়া মই ল'ৰা টোক এই গীতটো শুনাই টোপনি নিয়াও
This song is HUNOT HUOGA SORA. His voice is very melody. Very excellent. Till now there are no melody singer except him.. Excellant voice.
Dad's favourite song. Remembering him ❤❤❤
কাউৰী পৰে , মহন্ত খুৰাৰ গীত টি অতি পুৰণি হলেও গীত টিত সুখ দুখ সমষ্টি গীতটি অতি মধুৰ|
deuta begate ahibi ahote junuka anibi❤❤
Alwzzzz awesome.....
Ever green song ❤❤❤❤
Bhal lagil
Bohut moja
old is gold..meaningful lyrics
loved it
Minugz
No words❤️❤️❤️❤️❤️❤️
Beautiful song for khgan mohanta by by
❤❤❤❤❤❤ Proud to be a assame ..
eman dhuniya
wow it's a amazing song oh my god
Melodious....
অতি মন পৰশা গীত, পিয়ন নামৰ
অতি সুন্দৰ মনপৰশা গীত ,পিয়নৰ জীৱনক লৈ লিখা গীতটি,অতি আৱেগিক বহুত ভাল লাগে
🙏🙏🙏 প্ৰণাম জনালোঁ,এনে গীত কাহানিও শুনিবলৈ নেপাও।আনৰ চিঠিৰ বোজা কঢ়িয়াই ফুৰোতে নিজৰ ঘৰৰ পোনাটি,জেউতি,খেতি ডৰাৰ কথা মনলৈ আহিলেও যাব নোৱাৰে।কি সুন্দৰ সৃষ্টি,বাস্তৱ সত্য কথা।আজি নষ্টালজিয়া হ'ল এইবোৰ,বাকচৰ তলিত স্মৃতি হৈ আছিল।আজি বিছাৰিলেও নাপাওঁ সেই দিন।
বিশিষ্ট শিল্পী খগেন মহন্ত দেৱৰ প্ৰতিটো গানে মোৰ খুব প্ৰিয়। ৰেডিঅ'ত শুনিছিলো এই গীতবোৰ।অকণিৰ মেলত কেটেলা পহুৰ সাধুটো শুনি ইমান ভাল লাগিছিল।মনত থকা কাৰণে এইটোৱে কলো।সেইসময়ৰ সকলো শিল্পী আমাৰ অতি শ্ৰদ্ধাৰ আছিল।
Superb
Siddhartha Kalita
Khati akhomia...🙌
দেউতাই সৰুতে গাই গাই মোক শুনাইছিল, এতিয়াহে বুজিছোঁ গানটোৰ অৰ্থ 🥺 4:57
Amazing
Very nice songs
beautiful lyrics.
Awesome
ভাল লগিছে
Dhunia gan
Very sweet sog
Evergreen song
👌👌👌 Good song
So beautiful song
Aswome🙏
Bor dhuniya
Khati asomiya ...
That's my favourite song, i love this
Awesome ....
mojja
gan tu huni num thiyo hoi kio ba mor sokur pani olai. kiba ata jen dukh lage. deutak monot pore gan tu huni
Same
Nice
So so nice N sweet song.
❤️❤️❤️❤️ Relaxing
beautiful ☺☺🇮🇳🇮🇳
Old is gold
বৰ ভাল লাগে এই গানটি
mjaa
very nice
As
Super
Val lage
sweet and evergreen. my love song
Beautiful song
Xuni thakile xuni thakibo mon jai .oprixim
Nice song
❤❤❤❤❤
This is a song which I like. most.
beautiful😁😀
😚
Lovely song
More than 56 /58 years old song
My favorite song is this
বহুত ভাল গান
Dosty next you gan song
Bar Val lage
Ever grren
😢😢❤❤❤😢😊😊
i love this song
Best one for me
monumoha gun
apunr ghr kharkuwat niki
Otikai bedona dayak
Ari aha din boor manat pare.....
Xuni hepah nopolua kisumn gan jibur gane Mur deytar kotha bur mnt pelai
I love this song
👩❤💋👩💓💚💙💓💙💙💙💙💙💙💙💙💙💙💚💙💙💙💜💛💛❤❤❤💓💓💕💕💖💖💖💖💖💖💖