Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
মানুহৰ জীৱনৰ এক চিৰন্তন অনুভূতি আৰু সত্যৰ মূৰ্ত প্ৰকাশ ভূপেনদাই এই গীতটিৰ মাজেৰে প্ৰকাশ কৰিছে। 🙏🙏🙏।
Emar meaningful song...bhupen dar bade Kone Gaba pare🙏🙏🙏🙏
One of the best song of bhupen da.
😢 তোমাৰ অভাৱত বিনাইছো অ ভূপেন দা
মুখৰ expression বৰ সুন্দৰ আছিল।
সুন্দৰ গীত
বৰ ধুনীয়া গীত।
Mahendhajarlka
Man
Oti hundor gaan Aru hahi
হাহি ….গান টো বৰ মৰম লগা। মৰি যাম যেন লাগে
নমৰিবা ! মা দেউতা ই বৰ কষ্ট পাব
Thia songs touches the heart
গীতটি ভূপেনদাই ১৯৯০ চনত লেখা- তেতিয়া ভূপেনদা কলিকতাত আছিল ।
Prem Aru PratibadMor Jiwaan DarshanPrakrita Premar Anupam PrakashKi Je Hiya Juruwa AbhibyaktiPran Bhori Upabhog Karo MoiJivan Juri Pahariba NowarSur Sagarar Dhou Sumi SumiHe Bishwa SilpiPranam Tomak Sata Koti
ভূপেনদাৰ সঙগীত
Tez hazarika ৰ এটা programকৰিব নোৱাৰি নেকি বাৰু?
পাৰি , আমি সৰু সৰু বোৰে মাতিলে গাব যানো
ভূপেনক অনুভৱ কৰিলোঁ:অপূৰ্ব গায়নৰ লগতে এজন অনন্য মঞ্চনায়ক ( stage master)
আপুনি ড০ভূপেন হাজৰিকাতকৈ বয়সত ডাঙৰ নেকি ? আপুনি যে লিখিছে " ভূপেনক অনুভৱ কৰিলো " । এজন মহান শিল্পীক সন্মান কৰিবলৈ শিকক ।
মানুহৰ জীৱনৰ এক চিৰন্তন অনুভূতি আৰু সত্যৰ মূৰ্ত প্ৰকাশ ভূপেনদাই এই গীতটিৰ মাজেৰে প্ৰকাশ কৰিছে। 🙏🙏🙏।
Emar meaningful song...bhupen dar bade Kone Gaba pare🙏🙏🙏🙏
One of the best song of bhupen da.
😢 তোমাৰ অভাৱত বিনাইছো অ ভূপেন দা
মুখৰ expression বৰ সুন্দৰ আছিল।
সুন্দৰ গীত
বৰ ধুনীয়া গীত।
Mahendhajarlka
Man
Oti hundor gaan Aru hahi
হাহি ….গান টো বৰ মৰম লগা। মৰি যাম যেন লাগে
নমৰিবা ! মা দেউতা ই বৰ কষ্ট পাব
Thia songs touches the heart
গীতটি ভূপেনদাই ১৯৯০ চনত লেখা- তেতিয়া ভূপেনদা কলিকতাত আছিল ।
Prem Aru Pratibad
Mor Jiwaan Darshan
Prakrita Premar Anupam Prakash
Ki Je Hiya Juruwa Abhibyakti
Pran Bhori Upabhog Karo Moi
Jivan Juri Pahariba Nowar
Sur Sagarar Dhou Sumi Sumi
He Bishwa Silpi
Pranam Tomak Sata Koti
ভূপেনদাৰ সঙগীত
Tez hazarika ৰ এটা programকৰিব নোৱাৰি নেকি বাৰু?
পাৰি , আমি সৰু সৰু বোৰে মাতিলে গাব যানো
ভূপেনক অনুভৱ কৰিলোঁ:
অপূৰ্ব গায়নৰ লগতে এজন অনন্য মঞ্চনায়ক ( stage master)
আপুনি ড০ভূপেন হাজৰিকাতকৈ বয়সত ডাঙৰ নেকি ? আপুনি যে লিখিছে " ভূপেনক অনুভৱ কৰিলো " । এজন মহান শিল্পীক সন্মান কৰিবলৈ শিকক ।