Assamese JUKEBOX of Manna Dey.
HTML-код
- Опубликовано: 7 фев 2025
- Six Nos. Of Assamese songs of Maana Dey. Songs Details :
১) আকৌ এবাৰ লগ পাওঁ যদি
কথা : কেশৱ মহন্ত ।
সুৰ-সংগীত : ভূপেন হাজৰিকা ।
২) আমাৰে বাৰীখন ফুলনি আছিলে
কথা : লক্ষহীৰা দাস
সুৰ-সংগীত : ভূপেন হাজৰিকা ।
৩) দিনৰ পোহৰ ৰংচঙীয়া
কথা : কেশৱ মহন্ত ।
সুৰ-সংগীত : সুধীৰ দাসগুপ্ত ।
বোলছবি : অৰণ্য / ১৯৭১
৪) কাজললতা তোমাৰে নাম
কথা : নিৰ্মলপ্ৰভা বৰদলৈ।
সুৰ-সংগীত : ভূপেন হাজৰিকা ।
৫) অ' বান্ধ... অ' সিপাৰৰ বান্ধ
কথা : ভূপেন হাজৰিকা ।
সহঃশিল্পী : ভূপেন হাজৰিকা ।
সুৰ-সংগীত : ভূপেন হাজৰিকা ।
বোলছবি : অপৰূপা / ১৯৮২
৬) মন দাপোণত কেতিয়াবা মই
কথা : লক্ষহীৰা দাস ।
সুৰ-সংগীত : ভূপেন হাজৰিকা ।
🌿🌼🌿
#people #portrait #actor #illustration #music #bestsong #attitude #editorial #creativity #movie
আটাইকেইটা গীতেই চিৰসেউজ গীত। শুনি মন ভৰি গ'ল। আপুৰুগীয়া গীত কেইটা উপস্হাপন কৰা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ সহ সশ্ৰদ্ধ প্ৰণাম জনালোঁ 🙏👌
Beautiful collection of soulful renderings by the great Manna Dey. The songs are so beautiful and thought provoking.
Thanks for the collection!❤🎉
আমাক লাগে এনেবোৰ মন পৰশা গীত ,
মান্না দে মানে মান্না দে! দৰদী কন্ঠৰ হৃদয় চুই যোৱা সুমধুৰ সুৰৰ গান (সঙ্গীত) ।
Good collection , very nice Sir.
Evergreen song
সোণসেৰীয়া অসমীয়া গীত।শুনি এতিয়াও ভাল লাগে।
Old is gold - বৰ ভাল লাগিল গীতবোৰ শুনি ।
ইমান সুন্দৰ গীত,শুনি-শুনি আমনি নেলাগে!অপূৰ্ব সংগীত,কণ্ঠ আৰু সুৰ!👌
❤❤❤
Dey babur konthat Soondar geet .
Mannadai asomia bhashak aru songitak sonar sekura saraisil
Wcome
Beautiful so
Bah 👌👌👌👌👌👌👌
মন পৰসা গীত।
Mojja gaan.....manna apko mana