Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
জয় গুৰু শংকৰকৌটি কৌটি প্ৰণাম জনালো ❤❤
কৃষ্ণ।। গুৰুদুজনাৰ অমৰ সৃষ্টি মাধৱদেৱ বিৰচিত এইয়া আমাৰ স্বাভিমান ।। উত্তম বুলি কৈ ধৃষ্টতা নকৰোঁ,সেয়া অল্পমতীয়ো মোৰ নাই,তেৰাই মোক সেই মতি দান কৰক । অপূৰ্ব নিদৰ্শন গায়ত্ৰী বা । আপোনাৰ সত্ৰীয়া নৃত্য পৰিবেশন দেখিছিলোঁ কিন্তু কণ্ঠৰ কথা শুনিছিলোঁ হে আজি সাক্ষাৎ সেয়া শুনাৰ সৌভাগ্য হ'ল , কি মনপৰশা কন্ঠ আপোনাৰ । আমাৰ সংস্কৃতিক ধৰি ৰখাৰ আৰু প্ৰচাৰ কৰাৰ উত্তম প্ৰয়াসক সেৱা জনাইছোঁ ।"নৃত্যাচাৰ্য" গুৰু যতীন্দ্র দেৱগোস্বামী আৰু ৰামকৃষ্ণ দেৱক দেখি আপ্লুত হলোঁ, আজীৱন থাকক আমাৰ মাজত সম্পদ হৈ তেখেত । সেইদিনা গায়ত্ৰী বাক হঠাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত লগ পাইছিলোঁ বৰ ভাল লাগিছিল । যুগমীয়া হৈ থাকক উত্তৰোত্তৰ কাললৈ আমাৰ সম্পাদবোৰ এনেদৰে আমাৰ মাজত ।। 🙏❤❤🙏🌼🌼🙏🙏
কৃষ্ণ কৃষ্ণ। সুন্দৰ হৈছে।
সকলো দিশৰ পৰাই বৰ ভাল লাগিল। সুন্দৰ বৰগীত ভাগিৰ বাবে গায়ত্ৰী বাৰ লগতে সকলো কলা কুশলীলৈ অভিনন্দন।
ইমান দিনে আপোনাৰ অভিনয় হে দেখি আহিছো কিন্তু আপোনাৰ কণ্ঠত গান শুনি বহুত বেছিয়েই ভাল লাগিল বা
Always my favorite,জীৱনত এবাৰ তোমাক লগ পাবলৈ সচাই মন আছে গায়ত্ৰী বা।
গায়ত্ৰী মহন্তৰ সুমধুৰ সংগীত আৰু নৃত্যৰে সুন্দৰ পৰিৱেশন কৰিছে । কৃষ্ণ । জয় গুৰু শঙ্কৰ ।
অপূৰ্ব 💕।এনে ধৰণৰ কামেহে প্ৰকৃত অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগায়।
Bor xundor hoise..
পুৱাতে মনপ্রাণ গলি গৈছে। , ধন্যবাদ ।
বহুত ভাল লাগিল 👌। এইবোৰহে আমাৰ সংস্কৃতি।
ভক্তি গীতৰ সুন্দৰ অনুস্থান ।👌👌👌
খুব আশা কৰিছিলোঁ আপোনাৰ কণ্ঠত গীত এটি।❤️ ভাল লাগিল
বহুত ধুনীয়া হ'ল কামটো । আশাশুধীয়া প্ৰচেষ্টাৰে কৰা মহৎ কামটোৱে জনমানসত যুগমীয়া কীৰ্তি স্বৰূপে স্থান পাবলৈ সক্ষম হ'ব।
Morom loga gayatri baa jni emn mrom lgixe 💕💕💕
সচাকৈ বহুত ভাল লাগিল ।সকলো দিশৰ পৰা উৎকৃষ্ট প্ৰদৰ্শন । অসমীয়া সম্পদ সচাকৈ বহুত চহকী ।
Khoob xundar😍😍 ei video tir logot jorito protyek goraki kola-kushaliloi obhinondon aru aantorik xubhessa gyapon korisu🙏🙏💐💐
It is very honourable rich creation by Srimanta Sankardev who is the key figure of Assamese satriya culture which has profound feeling of heart culture
মাৰ্ঘেৰিটাৰ পৰা বহুত মৰম যাচিলোঁ ভিদিও টো চাই ভাল লাগিল
বহুত ভাল লাগিল বা সুন্দৰ কণ্ঠ 💕 আপোনাৰ লগতে নৃত্য অতি সুন্দৰ
Oti-Sundor 🙏🙏
100% dhunia lagise
অতি সুন্দৰ ❤️❤️❤️👌👌👌
Extraordinary video concept... Divine composing... And soothing voice... And all in all a goosebump giving artistic, classic video!!
😅
বৰ ধুনীয়া হৈছে ।
সুন্দৰ, বৰ ভাল লাগিল।
Hundar kantha ba
সুন্দৰ ।আপোনাৰ লগতে আপোনাৰ কাম বোৰো ব্যতিক্ৰমী বাবেই আপুনি সদায় প্ৰিয় ♥️
বহুত বহুত ভাল লাগিছে বাইদেউ । কথা, সুৰ, কণ্ঠ,অভিনয় বৰ সুন্দৰ হৈছে । আগলৈ এনেকুৱা আৰু পোৱাৰ আশা কৰিলোঁ ।
Bhut bhut vl lgil huni.....,,💐💐💐
অতি সুন্দৰ প্ৰদৰ্শন শুনি আৰু চাই বহুত ভাল লাগিল।মোৰ বৰ প্ৰীয় গীত হয়🙏🙏
Bor khundar hoise baa❤❤
❤️❤️❤️ birat dhunia hoise
Val lagil . Gayatri ba
খুবেই সুন্দৰ বাইদেউ।
সুন্দৰ ভাৱে গাইছে
Apurba ba
❤Val lagil
সুমধুৰ, অনুপম 🙏
Bahut dhunia lagil ba gan to khuni aponar
অতি সুন্দৰ । আৰু আশা কৰিলোঁ।
Iman sundr hoise, bohut vl lagil, krishna
বহুতো ভাল লাগিল।
Bohut duniya lagise
বহুত ধুনীয়া লাগিছে
গায়ত্ৰী বাৰ কণ্ঠত সুন্দৰ নৃত্যৰ সৈতে গোটেইখিনি বহুত ভাল লাগিল । আগলৈও এনেকুৱা বৰগীত আপোনাৰ কণ্ঠত পাম বুলি আশা থাকিল।
অতি সুন্দৰ৷
খুবেই সুন্দৰ কন্ঠ নিগৰাইছে ।
খুব সুন্দৰ গালে দেই
খুব সুন্দৰ বা ❤️
bor val lagil dei❣❤
Bhut dhuniaa lagil 👌
অতুলনীয় ।
Bahut bhal lagil.god bless you.
গায়ত্ৰী বা বৰ ভাল পালোঁ ।শুভেচ্ছা জনালো ।
Ati Sundar Parikalpana Dhanya Bad.
Bahut val lagise.
Beautiful Concept!!!
Great , thanks baidau, এইটো মোৰ প্রিয় বৰগীত
Really a nice contribution to Assamese Culture. Nice recording. Waiting for more.
I loved the borgeet.also a big applause for mentioning the name of each and every person involved in its creation and made it a success.
ভাল লাগিছে সুন্দৰ গাইছে
সুন্দৰ কণ্ঠ বৰ ভাল লাগিছে বৰগীতটো গীত বাদ্যৰে সুন্দৰ সম্পাদন কৰিছে, নৃত্য ভাগিও ভাল লাগিছে। সেৱা জনালো🙏🙏
বহুত ভাল লাগিল .....
Dhuniya hoise 👍👍👍👍
বহুত ভাল লাগিল
Moja 👌👌🙏🙏🙏
Bo Geet bhaug borval lageel ❤
ঠাকুৰৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম।।জয়গুৰু।
Goddess with all excellence! ❤️❤️❤️
খুব ভাল লাগিল শুনি ❤️
Maaza
সুন্দৰ
Very nice .g0 ahead .
Gayatri Ba, bohut dhunia concept especially you did a great job featuring Padmashree Sir Jatin Goswami 🙏Now this video will remain everygreen ❤
Hundor hoise bou we want more from u
Bohut dhuniya gaisa baa aru aguai jua tumi
কিমান যে ধন্যবাদ দিম
Dhunia lagil ba...
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Voice is so good baa😍😍
APUNAR AVINOY SAI BAHUT BHAL LAGE BA AJI GITTU KHUNIU BAHU BHAL LAGIL
Bohut dhuni hoise baa
Gayatri ba 😍
Dhunia lagise
কণ্ঠ সুন্দৰ দেখোন
Wow ! amazing borgeet ,amazing voice
Eeman dhuniya vocal expression 🥰🥰🥰🥰🥰
As all Borgeet with abhinoy culture is the form of devotional enrich the language improved literal excellence with a sense of cultural identity
Krishna... Khub val hoise
অতি সুন্দৰ গায়ত্ৰী
Xundor
Val lagisa 👍🏿👍🏿👍🏿👍🏿👍🏿👍🏿👍🏿
মন ভৰি গ'ল অ বা
Bor Sundar geet
Val hoise gayatri.
বৰ ভাল লাগিছে
Beautiful ❤️
খুব সুন্দৰ উপস্থাপন । 🙏
So sweet your voice ❤❤❤
জয় গুৰু শংকৰ
কৌটি কৌটি প্ৰণাম জনালো ❤❤
কৃষ্ণ।। গুৰুদুজনাৰ অমৰ সৃষ্টি মাধৱদেৱ বিৰচিত এইয়া আমাৰ স্বাভিমান ।। উত্তম বুলি কৈ ধৃষ্টতা নকৰোঁ,সেয়া অল্পমতীয়ো মোৰ নাই,তেৰাই মোক সেই মতি দান কৰক । অপূৰ্ব নিদৰ্শন গায়ত্ৰী বা । আপোনাৰ সত্ৰীয়া নৃত্য পৰিবেশন দেখিছিলোঁ কিন্তু কণ্ঠৰ কথা শুনিছিলোঁ হে আজি সাক্ষাৎ সেয়া শুনাৰ সৌভাগ্য হ'ল , কি মনপৰশা কন্ঠ আপোনাৰ । আমাৰ সংস্কৃতিক ধৰি ৰখাৰ আৰু প্ৰচাৰ কৰাৰ উত্তম প্ৰয়াসক সেৱা জনাইছোঁ ।
"নৃত্যাচাৰ্য" গুৰু যতীন্দ্র দেৱগোস্বামী আৰু ৰামকৃষ্ণ দেৱক দেখি আপ্লুত হলোঁ, আজীৱন থাকক আমাৰ মাজত সম্পদ হৈ তেখেত । সেইদিনা গায়ত্ৰী বাক হঠাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত লগ পাইছিলোঁ বৰ ভাল লাগিছিল । যুগমীয়া হৈ থাকক উত্তৰোত্তৰ কাললৈ আমাৰ সম্পাদবোৰ এনেদৰে আমাৰ মাজত ।। 🙏❤❤🙏🌼🌼🙏🙏
কৃষ্ণ কৃষ্ণ। সুন্দৰ হৈছে।
সকলো দিশৰ পৰাই বৰ ভাল লাগিল। সুন্দৰ বৰগীত ভাগিৰ বাবে গায়ত্ৰী বাৰ লগতে সকলো কলা কুশলীলৈ অভিনন্দন।
ইমান দিনে আপোনাৰ অভিনয় হে দেখি আহিছো কিন্তু আপোনাৰ কণ্ঠত গান শুনি বহুত বেছিয়েই ভাল লাগিল বা
Always my favorite,জীৱনত এবাৰ তোমাক লগ পাবলৈ সচাই মন আছে গায়ত্ৰী বা।
গায়ত্ৰী মহন্তৰ সুমধুৰ সংগীত আৰু নৃত্যৰে সুন্দৰ পৰিৱেশন কৰিছে । কৃষ্ণ । জয় গুৰু শঙ্কৰ ।
অপূৰ্ব 💕।এনে ধৰণৰ কামেহে প্ৰকৃত অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগায়।
Bor xundor hoise..
পুৱাতে মনপ্রাণ গলি গৈছে। , ধন্যবাদ ।
বহুত ভাল লাগিল 👌। এইবোৰহে আমাৰ সংস্কৃতি।
ভক্তি গীতৰ সুন্দৰ অনুস্থান ।👌👌👌
খুব আশা কৰিছিলোঁ আপোনাৰ কণ্ঠত গীত এটি।❤️ ভাল লাগিল
বহুত ধুনীয়া হ'ল কামটো । আশাশুধীয়া প্ৰচেষ্টাৰে কৰা মহৎ কামটোৱে জনমানসত যুগমীয়া কীৰ্তি স্বৰূপে স্থান পাবলৈ সক্ষম হ'ব।
Morom loga gayatri baa jni emn mrom lgixe 💕💕💕
সচাকৈ বহুত ভাল লাগিল ।সকলো দিশৰ পৰা উৎকৃষ্ট প্ৰদৰ্শন । অসমীয়া সম্পদ সচাকৈ বহুত চহকী ।
Khoob xundar😍😍 ei video tir logot jorito protyek goraki kola-kushaliloi obhinondon aru aantorik xubhessa gyapon korisu🙏🙏💐💐
It is very honourable rich creation by Srimanta Sankardev who is the key figure of Assamese satriya culture which has profound feeling of heart culture
মাৰ্ঘেৰিটাৰ পৰা বহুত মৰম যাচিলোঁ ভিদিও টো চাই ভাল লাগিল
বহুত ভাল লাগিল বা সুন্দৰ কণ্ঠ 💕 আপোনাৰ
লগতে নৃত্য অতি সুন্দৰ
Oti-Sundor 🙏🙏
100% dhunia lagise
অতি সুন্দৰ ❤️❤️❤️👌👌👌
Extraordinary video concept... Divine composing... And soothing voice... And all in all a goosebump giving artistic, classic video!!
😅
বৰ ধুনীয়া হৈছে ।
সুন্দৰ, বৰ ভাল লাগিল।
Hundar kantha ba
সুন্দৰ ।আপোনাৰ লগতে আপোনাৰ কাম বোৰো ব্যতিক্ৰমী বাবেই আপুনি সদায় প্ৰিয় ♥️
বহুত বহুত ভাল লাগিছে বাইদেউ । কথা, সুৰ, কণ্ঠ,অভিনয় বৰ সুন্দৰ হৈছে । আগলৈ এনেকুৱা আৰু পোৱাৰ আশা কৰিলোঁ ।
Bhut bhut vl lgil huni.....,,💐💐💐
অতি সুন্দৰ প্ৰদৰ্শন শুনি আৰু চাই বহুত ভাল লাগিল।মোৰ বৰ প্ৰীয় গীত হয়🙏🙏
Bor khundar hoise baa❤❤
❤️❤️❤️ birat dhunia hoise
Val lagil . Gayatri ba
খুবেই সুন্দৰ বাইদেউ।
সুন্দৰ ভাৱে গাইছে
Apurba ba
❤Val lagil
সুমধুৰ, অনুপম 🙏
Bahut dhunia lagil ba gan to khuni aponar
অতি সুন্দৰ । আৰু আশা কৰিলোঁ।
Iman sundr hoise, bohut vl lagil, krishna
বহুতো ভাল লাগিল।
Bohut duniya lagise
বহুত ধুনীয়া লাগিছে
গায়ত্ৰী বাৰ কণ্ঠত সুন্দৰ নৃত্যৰ সৈতে গোটেইখিনি বহুত ভাল লাগিল । আগলৈও এনেকুৱা বৰগীত আপোনাৰ কণ্ঠত পাম বুলি আশা থাকিল।
অতি সুন্দৰ৷
খুবেই সুন্দৰ কন্ঠ নিগৰাইছে ।
খুব সুন্দৰ গালে দেই
খুব সুন্দৰ বা ❤️
bor val lagil dei❣❤
Bhut dhuniaa lagil 👌
অতুলনীয় ।
Bahut bhal lagil.god bless you.
গায়ত্ৰী বা বৰ ভাল পালোঁ ।শুভেচ্ছা জনালো ।
Ati Sundar Parikalpana Dhanya Bad.
Bahut val lagise.
Beautiful Concept!!!
Great , thanks baidau, এইটো মোৰ প্রিয় বৰগীত
Really a nice contribution to Assamese Culture.
Nice recording. Waiting for more.
I loved the borgeet.also a big applause for mentioning the name of each and every person involved in its creation and made it a success.
ভাল লাগিছে সুন্দৰ গাইছে
সুন্দৰ কণ্ঠ বৰ ভাল লাগিছে বৰগীতটো গীত বাদ্যৰে সুন্দৰ সম্পাদন কৰিছে, নৃত্য ভাগিও ভাল লাগিছে। সেৱা জনালো🙏🙏
বহুত ভাল লাগিল .....
Dhuniya hoise 👍👍👍👍
বহুত ভাল লাগিল
Moja 👌👌🙏🙏🙏
Bo Geet bhaug borval lageel ❤
ঠাকুৰৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম।।
জয়গুৰু।
Goddess with all excellence! ❤️❤️❤️
খুব ভাল লাগিল শুনি ❤️
Maaza
সুন্দৰ
Very nice .g0 ahead .
Gayatri Ba, bohut dhunia concept especially you did a great job featuring Padmashree Sir Jatin Goswami 🙏
Now this video will remain everygreen ❤