UTHO RE UTHO BAPU - Borgeet
HTML-код
- Опубликовано: 31 янв 2021
- This Borgeet is composed by Sri Sri MAdhavadeva
Raag - Kou
Taal - Poritaal
© All rights are reserved to Pratyush raga Productions, Rijumoni Goswami.
[Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.] Видеоклипы
বৰ সুন্দৰ কণ্ঠ দেই,গুৰুজনাৰ সংস্কৃতি ৰাজী এনেকৈ আগুৱাই লৈ যোৱাৰ বাবে🙏🙏🙏🙏,ভগৱানে সহায় কৰক🙏🙏🙏
অশেষ ধন্যবাদ 🙏
d bi
@@rijumonigoswami691
বৰ ভাল লাগিল ।গুৰু দুজনাৰ অপূৰ্ব ৰচনাৱলীৰ পুবাতেই বৰগীত ভাগ শুনি লে মনটো প্ৰবীত লগা যেন লাগিছে ।ভগৱানে কুশলে ৰাখে যেন ।আৰু আগুৱাই যাঁওক ।কৃষ্ণ,জয়গুৰু শংকৰ ., জয় গুৰু মাধৱদেৱ ।
অশেষ ধন্যবাদ জনাইছো, আপুনিও কুশলে থাকক 🙏
বৰ ভাল লাগিল 🙏
অশেষ ধন্যবাদ 🙏
বৰগীতটি শুনি বৰ ভাল লাগিল ৷ সুন্দৰ কণ্ঠই গীতটি সোণত সুৱগা চৰাইছে ৷
অশেষ ধন্যবাদ 🙏
সুন্দৰ কৃষ্ণ কৃষ্ণ ভাল লাগিল সুন্দৰ
অশেষ ধন্যবাদ 🙏
অতি সুন্দৰ পৰিবেশন তাল মান লয় স্কেল সকলো সুন্দৰ
অশেষ ধন্যবাদ 🙏
সুন্দৰ🙏🙏
অশেষ ধন্যবাদ 🙏
অতি সুন্দৰ, অপূৰ্ব,অতি মধুৰ
বহুত ধন্যবাদ
বৰগীত পৰিবেশন সুন্দৰ হৈছে ধন্যবাদ
Bahut bhal lagil 🙏
অশেষ ধন্যবাদ 🙏
Bor dhunia lagil... Krishna
ধন্যবাদ 🙏
বহু সুন্দৰ কণ্ঠ কৃষ্ণ
অশেষ ধন্যবাদ 🙏
🙏🙏🙏🌹🌺🥀🌷 krishna krishna .
🙏🙏
Aaloukik onubhuti hol baidew
Oti mon poroxa bhal lagil
অশেষ ধন্যবাদ 🙏
ধুনীয়া লাগিল বাইদেউ ❤️
অশেষ ধন্যবাদ 🙏
Boriya baa
অশেষ ধন্যবাদ 🙏
সুন্দৰ !!!! বৰ ভাল লাগিল ৰিজু
অশেষ ধন্যবাদ 🙏
Ati xunder hoise,bohut bhal lagil huniboloi pai, Ishware kripa larok aai.
অশেষ ধন্যবাদ জনাইছো আপোনাক 🙏
Bohut xundor.. apunar mat tu bohut mitha🙏❤️
অশেষ ধন্যবাদ 🙏
Y r de queen of Bargeet
Thank you so much 🙏😊
Outstanding
Thank you 🙏🙏
সুন্দৰ শুনি আপ্লতো হলো ।
অশেষ ধন্যবাদ 🙏
Ohh God ki j okhadharon protiva apunar bor Val Lage
অশেষ ধন্যবাদ জনাইছো 🙏
Bor khundar ati monuhor
অশেষ ধন্যবাদ 🙏
সুপ্ৰভাত জনালোঁ আপোনাৰ সুন্দৰ কণ্ঠ বৰগীত শুনি বহুতো ভাল লাগিল ঈশ্বৰে আশীৰ্বাদ কৰিব্ ।
অশেষ ধন্যবাদ জনালো আপোনাক 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
🙏🙏
Eman bhal lagil huni baidew
অশেষ ধন্যবাদ জনালোঁ
অতি সুন্দৰ কণ্ঠ আৰু আশা কৰিলো , কৃষ্ণ।
অশেষ ধন্যবাদ 🙏
মোৰ প্ৰিয় বৰগীত।🙏🙏🙏
আমাৰ সাহিত্যৰ ইতিহাসত আছে আমাৰ পূৰ্বজৰ ধৰ্মীয় বোধ - সুললিত কণ্ঠত সেয়া জাতিষ্কাৰ হ'ল
অশেষ ধন্যবাদ জনালো 🙏
Krishna Krishna xundor🙏🙏
ধন্যবাদ 🙏
Xundor kontho...vl lgil 👌👌
অশেষ ধন্যবাদ জনাইছো 🙏
Morning choose the day. We aspect to hear such a sweet voice.
Thank you 🙏
ঝজুমনিলৈ মোৰ হিমা ভৰা শুভেচছা থাকিল মুনীন দাস পাটবাউসী
অশেষ ধন্যবাদ জনাইছো আপোনাক, পাটবাউসীৰ পৰা পোৱা আশীৰ্বাদ মোৰ বাবে অতি মূল্যৱান 🙏
সুন্দৰ কণ্ঠ
অশেষ ধন্যবাদ 🙏
আপোনাৰ গানটো শুনি বৰ ডাল লাগিছে
অশেষ ধন্যবাদ 🙏
গুৰু দুজনাৰ অমৰ সৃষ্টি বৰগীত সমুহ গান বুলি নকয় । কৃষ্ণ অধমক দুখ নধৰে যেন
ইমান মধুৰ বাইদেউ,মন ভৰি গ'ল শুনি👌👌🙏
বহুত বহুত ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
🙏🙏
আপুনি ইমান শুৱলাকৈ গাইছে ! বৰ ভাল লাগিল। ক্লাছত বৰগীতটো ছাত্ৰ-ছাত্ৰীক বুজাবলৈ সহজ কৰি তুলিলে। আপোনাৰ সুন্দৰ কণ্ঠৰ এই বৰগীতটো আজি ক্লাছত(দ্বাদশ শ্ৰেণী)তেওঁলোকক শুনাম।
অহ্ মোৰ বাবে সৌভাগ্যৰ কথা! অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
Atyonto xundor......
অশেষ ধন্যবাদ 🙏
🙏🙏🙏krishno
ধন্যবাদ 🙏🙏🙏
Oti hundor baideu🙏
ধন্যবাদ 🙏
ভগৱান সহায় হওঁক ।
অশেষ ধন্যবাদ 🙏
🙏 Jay Sri Krishna.
🙏🙏
অতি সুন্দৰ কণ্ঠ। বৰগীতটি শুনি ভাল লাগিল।
অশেষ ধন্যবাদ 🙏
ৰাম।ৰাম।ৰাম।ৰা।ম।ধন্যবাদ
অপূৰ্ব বাইদেউ।
অশেষ ধন্যবাদ 🙏
We feel proud of you,
Thank you so much 🙏
ভাল লাগিল দেই । ধন্যবাদ 🥰🥰💞
আপোনাকো অশেষ ধন্যবাদ জনালোঁ 🙏
বহুত ভাল লাগিছে। বৰ ভাল পালো বাইদেউ
বহুত বহুত ধন্যবাদ
Krishna
Great
Pronam
Thank you 🙏
সুন্দৰ কণ্ঠ ভগৱানে আশীষ প্ৰদান কৰক।❤ কৃঞ ❤
অশেষ ধন্যবাদ 🙏
AsheshDhanyabadKrishna
Vare sweet Krishna
Thank you 🙏
আপোনাৰ বৰগীত শোনাৰ পাছৰ পৰা বেলেগ কোনোবাই গোৱা গীত শুনিবলৈ মন নোহোৱা হল
অশেষ ধন্যবাদ জনালোঁ আপোনাক, সুখী হ'লো , সুন্দৰ মন্তব্যৰে উৎসাহিত কৰা বাবে 🙏
অতি সুন্দৰ,ভাল লাগিল ।
অশেষ ধন্যবাদ 🙏
🙏🙏💞💞🙏🙏Krishna krishna🙏🙏💞💞🙏🙏
🙏🙏
🙏 কৃষ্ণ 🙏
🙏
কৃষ্ণ
🙏🙏
Very nice song !
Thank you 🙏
❤❤😊
Krishna aai
Mam it's really unstoppable, unbelievable 🙏🙏
Thank you so much 🙏
M
@@rijumonigoswami691 oo
@@rijumonigoswami691🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ভাল লাগিল 💚🙏
অশেষ ধন্যবাদ 🙏
Jubinand all the bar geet singer l hearthly swagath in my heart to gives loveswithyours hopefully you'll heartly enjoyingly except my heartiest lovers .god helps us all ......ok thanks . good morning ....... thankyou ......
Thank you 🙏
Geet tei xuni val lagil thank s to you 🎉🎉❤❤ 5&6 @ ;
অশেষ ধন্যবাদ 🙏
বৰ সুন্দৰ পৰিৱেশন 🙏
অশেষ ধন্যবাদ 🙏
সুন্দৰ পৰিবেশন
অশেষ ধন্যবাদ 🙏
Bidew sundar
অশেষ ধন্যবাদ 🙏
Great presentation baideu 👌👌👏
Thank you so much
jay guru sankar.🙏krishna 😰🙏🙏😰🙏
🙏🙏
🙏🙏🙏
🙏
🙏,,ধন্যবাদ আপোনাক
আপোনাকো ধন্যবাদ জনাইছো 🙏
উচ্চ স্বৰ যুক্ত বৰগীত টি সুন্দৰ কণ্ঠত পৰিবেশন কৰা আপ্লুত কৰিলে ্।
অশেষ ধন্যবাদ 🙏🏻
ৰাতিপুৱাই বৰগীত শুনি বৰ ভাল পাওঁ
ভাল লাগিল জানি, ধন্যবাদ 🙏
Sweet
Thank you 🙏
❤️💙 Congrats """""""💙💙
💙💙 Melodious""""❤️❤️ ❤️❤️ Incomparable ❤️💙
❤️❤️ Your Song👍🏻💙❤️
Thank you so much 🙏
Bpr.duniya.hpyse.ba🙏🙏
অশেষ ধন্যবাদ 🙏
সুমধুৰ ,আল্পুত হলো
অশেষ ধন্যবাদ
বহু শুৱলা কণ্ঠ দুয়ো একেলগে সোণত সুৱগা চৰায়,,মোৰ ব্যক্তিগত জীৱনত madhurima
অশেষ ধন্যবাদ 🙏🏻
Krishna Krishna
🙏
VERY2 nice
Thank you 🙏
নাযানিলে কিছুমান বিশেষ অংশ প্ৰচাৰ কৰাটো অনুচিত । ধন্যবাদ
It’s extraordinary!
Thank you 🙏
বৰ ভাল লাগিল ৰিজু।এতিয়া গুৱাহাটীতনে?মনত আছেনে প্ৰদীপ মিশ্ৰচাৰৰ লগত তোমাৰ ঘৰত গৈছিলো।
অশেষ ধন্যবাদ বাইদেঊ , হয় গুৱাহাটীত , মনত আছে বাইদেঊ 😊
So sweet voice both of you. Have a bright future.
Thank you 🙏
Nice
Thank you 🙏
🙏🙏🙏🙏🙏
🙏🙏
সুপ্ৰভাত । 🙏 আপোনাৰ সুন্দৰ কণ্ঠ । বহুত ভাল লাগে। 👌 আপোনাৰ বৰ গীতৰে পুৱা যোগাসন আৰম্ভ কৰো । আগলৈ আৰু আশা ৰাখিছো।ঈশ্বৰে কুশলে ৰাখক।🙏
জানি সুখী হ’লো , অশেষ ধন্যবাদ জনালো 🙏
Joy guru Shanker 🙏🙏🙏🙏
🙏🙏
আপোনাৰ কন্ঠ আৰু শব্দৰ প্ৰক্ষেপনশৈলী অনন্য । আপুনি এইমঞ্চতে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক 🙏🏻 সৰ্বজন সমাদৃত বৰগীততৰ সাধনা যাত্ৰাত আপোনাৰ ঐকান্তিক প্ৰচেষ্টাই আপোনাক জগতসভালৈ নিয়ক , তাকে কামনা কৰিছোঁ 🙏🏻
অশেষ ধন্যবাদ জনালোঁ, নিশ্চয় চেষ্টা কৰিম 🙏🙏
😂সুন্দৰ. প্ৰদৰ্শন.
অশেষ ধন্যবাদ 🙏
love to listen this
Thank you🙏
Beautiful
Thank you 🙏
মই সদয়ে ৰাতিপুৱা বৰগীত বজাও মোৰ মিউজিক চিস্টেমত
ভাল লাগিল জানি, ধন্যবাদ 🙏
পুৱাৰ বৰগীত ভাগ শুনি মনটো পবিত্ৰ হ'ল কৃষ্ণ
অশেষ ধন্যবাদ 🙏🙏
Apuni Eman Sundar Bargeet Gay. I think y r the best singer of Bargert in Addam
Thank you so much 🙏
Ki lekhpa khujisa valke lekh
ৰাগ টো অলপ বাদ পৰি ৰৈ গল যেন পাওঁ।
মই এনেধৰণেই শিকিছো, আৰু আছে যদি জনাবচোন,
Melodious borgeet .We pray to God for a bright future.
🙏🙏🙏
@@tarunbaruah5900 Thank you so much 🙏
❤,,👌👌🙏🙏🙏👌❣️
🙏🙏
Very sweet
Thank you 🙏
Nice👍
Thank you 🙏
Very pleasant
Thank you 🙏
আপুনি কি ৰাগ পৰিবেশন কৰিছে?
ৰাগ কৌ , তাল পৰি
Sarangapanilvaglborgitldiba
🙏
Hridoi parasa aaru manograhi geet, vaktit mur dow khai, suva kamana janalo, 😅😅😅
অশেষ ধন্যবাদ জনালো 🙏